৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৬৫ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
২৯ মে’, ২০২৩

এটা সম্ভাৱনাপূৰ্ণ বিষয় যি সমাজৰ ৰূপ সলনি কৰিব পাৰে

অধিসূচনা অনুসৰি আমাৰ দেশত সাতশৰো অধিক অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ জনজাতীয় জনসংখ্যা ১০.৪৩ কোটি, যিটো...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ মে’, ২০২৩

হীৰাগুড়ি পাহাৰৰ দেৱতা

বিদিশা দত্ত (৩) দিনবোৰ পাৰ হৈ গৈ আছে। সভাখনৰ দিন-বাৰ দেৱতাই ঘোষণা কৰেহে লাগে। ইফালে ৰংচঙীয়া পাখিটো ভুচু নে গুবুৰ ভাগত পৰিব, কাকৈয়ে...

বিদিশা দত্ত পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৯ মে’, ২০২৩

ইতিহাস এষণা : গৰমা কুঁৱৰী

ড০ ৰক্তিম ৰঞ্জন শইকীয়া গৰমা কুঁৱৰী অসমৰ ইতিহাসৰ এক অতি বিতৰ্কিত নাৰী চৰিত্ৰ৷ এই চৰিত্ৰটোৰ বিষয়ে উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰৰ...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

সন্ধি

যশোৱন্ত নিপুণ বহু অন্বেষণৰ পাছত তুমি তোমাৰ কাৰণে এটা ঘৰ বিচাৰি লৈছিলা, ঘৰটোও ৰৈ আছিল তেনেকৈয়ে কাৰোবালৈ বেৰবোৰত ৰং লগাবলৈ ৷ কিন্তু যিটো...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

ঊষা-নিনাদ

বিজয় শঙ্কৰ শৰ্মা মফচলত এজাক ধুমুহাই উৰুৱাই আনিছিল এখনি নীলা চাদৰ বতাহত উৰি থকা চঞ্চল চিলাৰ দৰে উৰিয়েই আছিল সেই নীলা চাদৰ অনিৰুদ্ধ হৈ...

বিজয় শঙ্কৰ শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

বহুৱা

লুইতজ্যোতি যি হাঁহিব নাজানে সি হেনো চয়তান ৷ বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক ভ্ৰমেৰে আৱৰি মই জন্ম দিওঁ মোৰ হাঁহিক। মই হাঁহিব জানো ৷...

লুইতজ্যোতি পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

বিষাদৰ ছাঁ

উত্তম লইং শুনিছোঁ বৰষুণত তিতি ভালপোৱা মানুহবোৰ উগ্ৰ প্ৰেমিক, বৰষুণ মোৰো প্ৰিয় অথচ মই আজি কাৰো প্ৰমিক নহওঁ প্ৰেমিক হʼব পৰাকৈ মোৰ হৃদয়খন...

উত্তম লইং পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

অজগৰ নদীখন

চন্দ্ৰ শইকীয়া নদীখনেদিয়েই সূৰ্য নামে প্ৰতিদিনে ককাৰ ধোঁৱা বৰণীয়া চকুত কুণ্ডলী পকাই নদীখন বৈ থাকে অহৰ্নিশেৰাতিয়ে দিনে পাৰঘাটৰ...

চন্দ্ৰ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

কোনেনো বুজায় ৰংমিলিক

অন্বেষী বৰা ৰংমিলি এদিন আহিবি, কেঁ‌চা আলিত সাৱধানে খোজ দিবি। আলি ভাগিব, দুৱৰি মৰিব; পাৰ ভঙা পানীৰ সঁ‌জাত নাই আঁ‌কৰী, দুমুঠন বুকু�...

অন্বেষী বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

ডি বল ষ্ট’ৰী

অংকুৰিতা ফুকন The epistemology of loss, how to stand up Knowing what every man must one day know... ...

অংকুৰিতা ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

স্পৃহা

মনজিৎ সিং বালিত মুখ গুজি পৰি আছে স্থবিৰ সময় হঠাৎ দিনবোৰ সলনি হৈ গ’ল পাহাৰৰ চূড়াৰ পৰা অহংকাৰী দিনবোৰ নামি আহি কোনোবা দুৰৈৰ ছন পৰা...

মনজিৎ সিং পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

আহিব লগা প্ৰতিটো ফাগুনে ক’ব

দেৱাশিস বুঢ়াগোহাঁই কাঞ্চন ফুলিছে শিমলু-তুলা উৰিছে ডাঙৰকৈ নক’বা বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ এই উৰি যাওঁ, উৰি যাওঁ মনৰ ভিতৰত trending-�...

দেৱাশিস বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

নাম

প্ৰেমনাৰায়ণ নাথ দেখিছিলো জাপানী কবিতাৰ চেৰীফুল টুৱেনছাঙৰ পাহাৰত শেৱালিৰ দৰে তল ভৰি নসৰে মাথোঁ এজাৰবুলীয়া বেজাৰ সানি যেন সুৱাগুৰি তোলে...

প্ৰেমনাৰায়ণ নাথ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ মে’, ২০২৩

শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা আৰু অনুবাদ প্ৰসংগ

বিনয় মোহন শইকীয়া বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সময়ে সময়ে ইংৰাজী ভাষাত প্ৰকাশিত বিশ্বৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা প্ৰকাশ কৰি থাকে। তালিকাবোৰ...

বিনয়মোহন শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

কালি ৰাতি ১ বাজি ৩২ মিনিটত

ৰিপুঞ্জয় বৰুৱা ঋমন এতিয়াই যদি মৰি থাকোঁ আধাবোৰ আধৰুৱা কৰি থৈ নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিবযিহেতু মানুহ...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৮ মে’, ২০২৩

সেতুবন্ধন

অৰ্চনা ঠাকুৰীয়া এজাক হাতীক ভাং খুৱাই এৰি দিলে কেনে হ’ব সিহঁতে কান্দিব নে খৰকৈ দৌৰিব নে হাঁহিবলৈ ঠাই বিচাৰি ফুৰিব এদিন চাওখাতৰ লগুৱা...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৮ মে’, ২০২৩

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্যচতুৰ্থ খণ্ড আইতাৰ পিছে পিছে গৈ মই খোৱা মেজৰ ওচৰ পালো৷ ইতিমধ্যে সকলো সাজু। দৈ-চিৰা, পিঠা-লাডু ইত্যাদিবোৰ ধুনীয়াকৈ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ মে’, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || অধ্যায় ১৩ || তাৰ পাছত গুণজ্ঞ ৰামে বিষ্ণু নামৰ গুণান্বিত আকাশেৰে যাত্ৰা কৰিলে...

মূল : মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ মে’, ২০২৩

ঐশ্বৰিক সংগীত

মূল : আমেৰিকান ইংৰাজী কবি, ২০২০ চনৰ সাহিত্যৰ ন'বেল পুৰষ্কাৰ প্ৰাপক লুইছ গ্লুক (Louise Gluck)-ৰ ইংৰাজী কবিতা Celestial Music অনুবাদ :...

মূল : লুইছ গ্লুক পঢ়ক →
গল্প আৰ্কাইভ
২৭ মে’, ২০২৩

অদম্য

বিদ্যুৎ বিকাশ শৰ্মা “আব্বে, সেই মক্কেলটো কোন বে? আমাৰ এই পাৰাত আগতে কেতিয়াও দেখা মনত পৰা নাই। তই দেখিছ নেকি আগতে? আজিকালি সদায় আহি...

বিদ্যুৎ বিকাশ শৰ্মা পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ মে’, ২০২৩

কেৰিয়াৰ হিচাপে বিউটিচিয়ান (Beautician)

ড° বুলজিৎ বুঢ়াগোহাঁই বিউটিচিয়ান হ’ল এজন পেছাদাৰী যিয়ে প্ৰডাকশ্বন হাউচ, থিয়েটাৰ শ্ব’, টেলিভিশ্বন বা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ মে’, ২০২৩

পৰৱাজ

মূল : আভা আয়েংগাৰ (Abha Iyengar)ৰ ইংৰাজী কবিতা) Parwaaz অনুবাদ : উৎপল দত্তমোৰ দৃষ্টিয়ে বিচাৰে অন্য এক দিগন্ত, মুহূৰ্তবোৰ বাগৰি যায়...

মূল: আভা আয়েংগাৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ মে’, ২০২৩

জ্ঞাননাথ বৰাৰ ‘আসামত বিদেশী’ত প্ৰতিফলিত অৰ্থনৈতিক চিন্তা : প্ৰকৃতি, পৰিপ্ৰেক্ষা আৰু পথ-নিৰ্দেশনা

ড° চন্দনজ্যোতি চুতীয়া ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাৰ অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট মূলতঃ ভাষিক-সাংস্কৃতিক স্বতন্ত্ৰতা ৰক্ষাৰ প্ৰবৃত্তিৰে...

ড° চন্দনজ্যোতি চুতীয়া পঢ়ক →