কবিতা আৰ্কাইভ ২৬ মে’, ২০২৩ সকলো একেই আছে... ডাঃ অগস্ত্য বৰুৱাবাটবোৰ বাটেই হৈ থাকেদুবৰিখিনিহে সলনি হয়সলনি হয় আহ-যাহ কৰা মনবোৰএকেই থাকে বাটৰ তলৰ মাটিচহৰখন সলনি হয়সলনি নহয় তাৰ... ডাঃ অগস্ত্য বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৬ মে’, ২০২৩ হাতচাপৰিৰ কবিতা দাদুল ভূঞাসময়ৰ আস্তিন কোঁচাইমেলি দিছোঁ তৰাং পথাৰকম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীতহাতচাপৰিত বিচাৰি ভাল দিনৰেই খবৰসকলোৰে ভাল হ’ব, কুশল... দাদুল ভূঞা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৬ মে’, ২০২৩ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা(৮) উজ্জ্বল নীলা আকাশ, সজীৱ সেউজীয়াৰে সুগন্ধিত অৰণ্য, শীতনিদ্ৰাৰ পৰা সাৰ পোৱা মনোমোহা চৌপাশেৰে বৰ্ণিল হৈ পৰা... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২২ মে’, ২০২৩ ছ’চিয়েল দিছটেঞ্চ্ ! ফাৰহান জাৱেদঅনেক ভিডিঅ’ ভাইৰেল হৈছেইচ্ছা আৰু অনিচ্ছাৰে বাজ ওলাইছেনিষেধাজ্ঞাৰ মাজতো মানুহবোৰ ক’লৈ গৈছেগুণা-গঁথা কৰা মানুহ নাইদেশৰ... ফাৰহান জাৱেদ পঢ়ক →
উপন্যাস আৰ্কাইভ ২১ মে’, ২০২৩ বচা বকুল ৰমানন্দন বৰাআঠাইছ নতুন চাপৰিত জুই লগা ৰহস্যটো তেনেকৈয়ে থাকিল৷ কোনে এই দুষ্কাৰ্য কৰিলে, সেই বিষয়ে নানা ঋষি নানা মত৷ কাৰোবাৰ মতে, বকুল... ৰমানন্দন বৰা পঢ়ক →
গল্প আৰ্কাইভ ১৩ মে’, ২০২৩ জীৱন অথবা মৃত্যু জুৰী বৰা বৰগোহাঞিৰেজিষ্টাৰখনৰ শেষৰটো ঠিকনা মাকুম পথাৰ, তিনিচুকীয়া৷বাৰাণ্ডাত বগা প’লিথিনিৰে মেৰ খাই থকা এটা মৃতদেহ৷ ষ্ট্ৰীট লাইটৰ শেঁতা... জুৰী বৰা বৰগোহাঞি পঢ়ক →
উপন্যাস আৰ্কাইভ ১৩ মে’, ২০২৩ চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ নিজৰা ৰাজকুমাৰী...One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠি�... নিজৰা ৰাজকুমাৰী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২ মে’, ২০২৩ শিল্পকলা আৰু ভক্তি আন্দোলন পঙ্কজ প্ৰতিম বৰদলৈ ভক্তি আন্দোলনৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই যদিও, এই আন্দোলনৰ ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰভাৱৰ লগতে... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
উপন্যাস আৰ্কাইভ ১ মে’, ২০২৩ চাকৰিমুখী নহয়, কৃষিমুখী কৰক সত্যজিৎ গগৈ জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষ সৰ্ববৃহৎ দেশ হোৱাৰ লগে লগে ইয়াৰ জনগণক সুস্থভাৱে পৰিচালনা কৰিবলৈ চৰকাৰৰো দায়িত্ব বাঢ়িল... সত্যজিৎ গগৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ মে’, ২০২৩ ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান - ২০২২’ প্ৰদান অনুষ্ঠান মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
সংস্কৃতি আৰ্কাইভ ১ মে’, ২০২৩ মৌ-মাখিৰ প্ৰজাতি আৰু জীৱন বৃত্তান্ত ডেনিছা ৰাজখোৱা, গৌতম সন্দিকৈমৌ-মাখি সাধাৰণতে বহুত ধৰণৰ আছে। কিন্তু ভাৰতত প্ৰধানকৈ চাৰি প্ৰজাতিৰ মৌ-মাখি পোৱা যায় আৰু সেয়া হৈছে : ১)... ডেনিছা ৰাজখোৱা,গৌতম সন্দিকৈ পঢ়ক →
কাৰ্টুন আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ অঁ,সময়ত নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " মে’,";... নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ এক অনন্য ভ্ৰমণ কাহিনী নৱনীতা ভট্টাচাৰ্য্য (তৃতীয় খণ্ড) ঘৰখনৰ আহল-বহল পৰিঙ্কাৰ পৰিৱেশটো দেখি মোৰ বৰ ভাল লাগিল৷ তাতকৈও ভাল লাগিল ইমানবোৰ ঘৰ দেখি৷ “একেটা... নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ কমতাপুৰৰ কাহিনী ড° ৰক্তিম ৰঞ্জন শইকীয়া কমতাপুৰ হ’ল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱময় গাঁথা৷ প্ৰথমে কমতাপুৰ আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ এখন নগৰ৷ এসময়ত এই... ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ উত্তৰণ পাপৰি গোস্বামী অঞ্চলটো গাওঁৰ পৰা চহৰলৈ পৰিণত হোৱা বেছিদিন হোৱা নাই। ইমান দিনে পঞ্চায়তৰ মেম্বাৰ, কাউন্সিলৰৰ বাবে ভোট দি অহা ৰাইজে এইবাৰ... পাপৰি গোস্ৱামী পঢ়ক →
কবিতা আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ নিত্যানন্দ মৰিছে নীলাভ সৌৰভ নিত্যানন্দই তাৰ প’ষ্ট-মৰ্টেম ৰিপৰ্ট শুধৰাবলৈ নগৰৰ হস্পিটেললৈ গৈছিল অঞ্চলটোত চাঞ্চল্যৰ বতাহ প্ৰতিদিনে ঘৰলৈ অহা-যোৱা কৰিবলৈ... নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ ভৱপ্ৰজ্ঞা প্ৰয়াগ শইকীয়া Cadaver is a teacher প্ৰণাম তেওঁলোকক যি মৃত্যুৰ পাছতো পায় গুৰুৰ স্থান সদা উজ্জ্বল প্ৰভাময় প্ৰজ্ঞাৰ আধাৰ প্ৰাণহীন শৰীৰৰো... প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ শূন্যগৰ্ভ কলহৰ কাব্য জোনমণি দাস মেঘে মেদুৰ আকাশ। মৈথুনত মুগ্ধ মাছ। জাঁজীৰ জলত তুমি কোন যামিনীৰ জোনাকী!কাষৰিত কলহ লৈ বোবা ওঁঠেৰে শুনাব খুজিছা কাক শূন্যগৰ্ভ... জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ মই নাথাকিলোঁ ধ্ৰুৱকুমাৰ তালুকদাৰ মই নাথাকিলোঁ, এটা গান আছিল মোৰ বাটত মই তাৰ কাষেৰে পাৰ হৈ গুচি আহিলোঁ দেখিছিলোঁ, গানটোৰ দুটোপাল চকুপানী সৰি মাটি�... ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ মিনহঁতৰ দেশ ইন্দোচীনত— ৬ তপন কুমাৰ শৰ্মা “আপোনাৰ নামটো?”- টেক্সিত বহি লৈ চালকক হোটেলৰ নাম আৰু ঠিকনা থকা ম’বাইলৰ ফটোখন দেখুৱালোঁ। সন্মতিসুচক ভংগীত গাড়ীৰ বেগ... তপন কুমাৰ শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৩ জীৱন সংগী অনামিকা বৰা এটা অপ্ৰত্যাশিত ফ্ৰেণ্ড ৰেকুৱেষ্ট! একাধিকবাৰ ন’টিফিকেশ্বন৷ মাণ্ডৱী মধুকল্য৷ শ্লিভলেছ্ ব্লাউজ, অগ্নিপথৰ প্ৰিয়ংকা চোপ্ৰাৰ... অনামিকা বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৩ কিছু সাহিত্যিক চিন্তা-দুঃচিন্তা আমাৰ সমাজখনত আন আন ক্ষেত্ৰৰ লোকসকলতকৈ সাহিত্যিক-গায়কৰ সমাদৰ বেছি৷ একেদৰেই আন আন ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী লোকতকৈ আমাৰ সমাজত সাহিত্যিক... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৩ উচ্চশিক্ষানুষ্ঠানৰ মূল্যায়ন ড০ প্ৰাঞ্জল বেজবৰা ভাৰতবৰ্ষৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখত সততে আলোচিত এটা বিষয় হৈছে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ গুণমান। বিশ্বৰ প্ৰেক্ষাপট�... ড° প্ৰাঞ্জল বেজবৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৩ পুতলা পুৰাণ উজ্জ্বল স্মৰণ দত্ত বত্ৰিছ পুতলাৰ সিংহাসনত পুতলা ৰজা বহিছে পুতলাৰ দেশৰ পুতলাবোৰ পুতলা হৈ আছে দেখা নাই বেয়া কোৱা নাই বেয়া শুনা নাই বেয়া... উজ্জ্বল স্মৰণ দত্ত পঢ়ক →