উপন্যাস আৰ্কাইভ ২৯ মাৰ্চ, ২০২৩ মিনহঁতৰ দেশ ইন্দোচীনত- ৫ (ভ্ৰমণ কাহিনী)তপন কুমাৰ শৰ্মা “মই দুখীয়া।”- মিনে ইংৰাজীতে কৈছিল। “আই এম পুৱৰ।” মিনে কোৱা সেই বাক্যটো মোৰ কাণত আজিও বাজি আছে। দোষী দোষী... তপন কুমাৰ শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ ২৯ মাৰ্চ, ২০২৩ বেগমজান, সৌৱা পদপথত কাঞ্চন ফুলিছে নিংকু নিশা নেওগ : পুছ আপ ব্ৰা এটা দিয়ক। সেমেনা-সেমেনি কৰি দিলৱাৰে পদপথৰ সস্তীয়া দোকানীটোক ক’লে। সি ভালকৈ শুনিও দিলৱাৰক জোকাবলৈকে তাক... নিংকু নিশা নেওগ পঢ়ক →
গল্প আৰ্কাইভ ২৯ মাৰ্চ, ২০২৩ কাদম্বিনী আকাশ দীপ্ত ঠাকুৰ কাচৰ দুৱাৰখনৰ এটা অংশ ঠেলা মাৰি সোমাই আহোঁতেই মনলৈ এটা অস্বস্তিকৰ অনুভৱ আহে; ইতিমধ্যে সোমাই থকা মানুহখিনিৰ দুই-একে... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ মাৰ্চ, ২০২৩ গামোচা, গামচা আৰু সমন্বয় সমন্বয় (Harmony) শব্দটোৱে জাতিগঠনৰ বেলিকা সংশ্লেষণো (Synthesis) বুজায়, কিন্তু ই সংমিশ্ৰণ (Mixture) নুবুজায়৷ সংশ্লেষণ কোনোবাই... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৮ মাৰ্চ, ২০২৩ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা(৬)For the land where it's a great travestyTo harm a stork's nest in a pear tree,For storks serve us all...I am... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৮ মাৰ্চ, ২০২৩ ৰঘুবংশ মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্তৰঘুবংশ ৯ম অধ্যায়|| কালিদাসকৃতং ৰঘুবংশম্ সৰ্গ ৯ ||জিতেন্দ্ৰিয় আৰু ৰাজন্যৰ অগ্ৰগামী... মূল: মহাকবি কালিদাস পঢ়ক →
শিশুজগত আৰ্কাইভ ২৮ মাৰ্চ, ২০২৩ এটি অনন্য ভ্ৰমণ কাহিনী নৱনীতা ভট্টাচাৰ্য্যদ্বিতীয় খণ্ড ভিতৰলৈ আহি আইতাই যতনাই দিয়া গাখীৰ আৰু বিস্কুট খালোঁ। মাহঁতে পাকঘৰত সোমাই জলপানৰ যোগাৰ কৰিবলৈ ধৰিলে... নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ মাৰ্চ, ২০২৩ হীৰাগুড়ি পাহাৰৰ দেৱতা (ধাৰাবাহিক শিশু-উপন্যাস) বিদিশা দত্ত (১) (এই কাহিনীটো সেই সময়ৰ, যি সময়ত ভেকুলীবোৰৰ পিঠি মিহি আৰু চিকচিকীয়া আছিল) ভালেমান দিনৰ পৰা... বিদিশা দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মাৰ্চ, ২০২৩ কচু বেপাৰীৰ মাৰ্চ এণ্ডিং কিশোৰ মনজিৎ বৰা গোটেই বছৰেই কচু বেপাৰীৰ মাৰ্চ এণ্ডিং তথাপি তেওঁৰ বাইচিকলৰ পেডেল ৰৈ নাযায় জুইত পাখি পুৰি মৰিলেও চগাই ভয় নকৰে জ্বলিবলৈ... কিশোৰ মনজিৎ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মাৰ্চ, ২০২৩ আহাঁ একেলগে সূৰুজমুখী হওঁ বিজয় শঙ্কৰ শৰ্মা সকলো সপোনেই সপোন হৈ নাথাকে তাৰে কিছু দিঠকো হয়৷ কোনোবাই কয়, হাঁহিতকৈ হুমুনিয়াহৰ তৃপ্তিহে অলপ বেছি শব্দৰ পৃথিৱীত কবিতা... বিজয় শঙ্কৰ শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মাৰ্চ, ২০২৩ জেউতি ঘৰলৈ আহিলে কলাপাতত কাউৰী পৰে অৰ্চনা ঠাকুৰীয়া চেপি ধৰা শিলৰ ফাঁকেৰে বৈ আহে এছাটি গৰম বতাহযেন হুমুনিয়াহ! না... নহ’বও পাৰে অ’, এয়া উশাহজীৱনৰ মধুৰ সংগীত... যাৰ... অৰ্চনা ঠাকুৰীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৭ মাৰ্চ, ২০২৩ হৃদয় বাঙ্ময় ববিতা কলিতা বৰ্ণৰ জ্যামিতিক ভাঁজবোৰৰ পৰা সৰীসৃপ এটাৰ দৰেই গা পিছলাই ওলাই আহে এলিজাবেথ৷ শব্দৰ শতৰঙী ব্যঞ্জনাক উটুৱাই দিয়ে তাই নৈঃশব্দৰ... ববিতা কলিতা পঢ়ক →
গল্প আৰ্কাইভ ২৬ মাৰ্চ, ২০২৩ সমৃদ্ধি সনাতনী পৰিস্মিতা বৰদলৈ ৰান্ধনী বেলিটোৱে দুপৰৰ আকাশখনত মুঠি মুঠি ৰং সিঁচি দিছে আৰু এয়া তাই সকলো কাম সামৰি থৈ তাইৰ প্ৰিয় খিৰিকীখনৰ ওচৰত ৰৈছেহি৷... পৰিস্মিতা বৰদলৈ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৬ মাৰ্চ, ২০২৩ কমাৰ্চিয়েল পাইলট (Commercial Pilot) ড° বুলজিৎ বুঢ়াগোহাঁই পাইলট হোৱাটো সমগ্ৰ বিশ্বৰ অন্যতম উন্নত, কঠিন আৰু শ্ৰেষ্ঠ কেৰিয়াৰ। পাইলট হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে – ১... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৬ মাৰ্চ, ২০২৩ এগ্ৰিভ’ল্টেইক্স— ভূমিৰ যথাযথ ব্যৱহাৰ— ধাৰণক্ষম খাদ্য উৎপাদন ড০ ভাৰত বৰুৱা উদ্ভিদৰ বিকাশৰ বাবে সূৰ্যৰ পোহৰ আৰু তাপ দুয়োটাৰে অতিকে প্ৰয়োজন। সূৰ্যৰ পৰা বিকিৰিত তাপ আৰু পোহৰৰ মান আৰু পৰিমাণ দুয়োটাই... ড° ভাৰত বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ২৪ মাৰ্চ, ২০২৩ লোকেল ব’হাগ (কল্পবিজ্ঞানভিত্তিক গল্প) ৰঞ্জু শৰ্মা সময় : 2030 চন স্থান : গুৱাহাটী, এসময়ত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অথচ এতিয়া মৰাসুঁতিৰ দৰে... ৰঞ্জু শৰ্মা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ মাৰ্চ, ২০২৩ এমা ছুঞ্ছ মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunzইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunzঅসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা ১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে... মূল: হৰ্হে লুই বৰ্হেছৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ২২ মাৰ্চ, ২০২৩ ২০২৩-ৰ অস্কাৰ আৰু ক্ল'জ নিজৰা ৰাজকুমাৰী ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ'ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই... নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ ২২ মাৰ্চ, ২০২৩ নিলিখা কবিতাৰ কথা কুমুদ ঘোষসকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো।নিলিখা কবিতাটোক সাক্ষী... ড° কুমুদ ঘোষ পঢ়ক →
কবিতা আৰ্কাইভ ২২ মাৰ্চ, ২০২৩ চাৰিওটা বেলেগ ধন দাস১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁইওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি এইমাত্ৰ উজাই আহিব কবিতাআৰু অপমৃত্যু ঘটিব!২)... ধন দাস পঢ়ক →
কবিতা আৰ্কাইভ ২২ মাৰ্চ, ২০২৩ পচলা ভাস্কৰ জে নাথখাবলৈ অনাটো পচলা কোনেনো নাজানে এই কথাননাটো ডাঙৰ হ’ব কলডিলীয়া হাঁহি মাৰি কল লাগিব থোকভৰি অন্ততঃ ভাত নহ’লে কল চলি যায়... ভাস্কৰ জে নাথ পঢ়ক →
গল্প আৰ্কাইভ ২ মাৰ্চ, ২০২৩ বিভ্ৰমৰ জগতত এটা সেউজীয়া গল্প পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ... পল্লৱী কৌশিক শৰ্মা পঢ়ক →
কাৰ্টুন আৰ্কাইভ ১ মাৰ্চ, ২০২৩ অঁ, সময়ত নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " মাৰ্চ,";... নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৮ ফেব্ৰুৱাৰী, ২০২৩ নদী সূত্ৰধাৰ, চিন্তা বিস্তাৰ! পংকজ প্ৰতিম বৰদলৈ কিতাপ বৰ্তমান সময়ত এক চৰ্চিত বিষয়। কিতাপৰ বিষয়বস্তু, মুদ্ৰণ, প্ৰকাশনৰ পৰা ধৰি ভৱিষ্যতলৈকে আদিক লৈ বহু তৰ্ক বিতৰ্ক... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →