কবিতা আৰ্কাইভ ২৯ জানুৱাৰী, ২০২৩ সিজুফুলৰ ৰাতি দীপজ্যোতি বৰা গুলঞ্চৰ ভগা ডালটোত বহি ওৰে ৰাতি কেতেকীয়ে কান্দে আনে নুশুনিলেও থাপনাৰ শিলবোৰে শুনে শিলবোৰ পমি যায় পমি পমি ভাপ হয়... দীপজ্যোতি বৰা পঢ়ক →
গল্প আৰ্কাইভ ২৯ জানুৱাৰী, ২০২৩ মন্দিৰলৈ এদিন যশোৱন্ত নিপুণঅংকন: বৰ্ণিল মহন্ত প্ৰযুক্তিয়ে মানুহক যিমানেই ওচৰলৈ লৈ আহিছে আচলতে সিমানেই দূৰলৈ টানিও নিছে৷ যিমান বেগত এতিয়া যোগাযোগ হয়... যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ ২৯ জানুৱাৰী, ২০২৩ অৱগাহন পাপৰি গোস্বামী গংগাধৰৰ দুয়োপাৰৰ ঘাটত থকা ডাঙৰ নৌকা দুয়োখনেই ‘বৰ বাড়ি’-ৰ নৌকা। তলীখন পুৰঠ জাম কাঠৰ আৰু কাষ দুটা শাল কাঠৰ। টিং দুটা ৰঙা... পাপৰি গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ ২৯ জানুৱাৰী, ২০২৩ ইণ্টাৰনেটৰ পৃথিৱীত নৱপ্ৰজন্মৰ ভৱিষ্যত ঋত্বিক পৰাশৰ “অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক... ঋত্বিক পৰাশৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৩ বিটকইন বিনয় মোহন শইকীয়া (৫) বিটকইনৰ উৎস – বিটকইনৰ ‘মাইনিং’ বা খনন সোণ, ৰূপ, হীৰা, আদি যিকোনো মূল্যৱান ধাতু প্ৰকৃতিৰপৰা পাবলৈ সাধাৰণতে খনন কৰা... বিনয় মোহন শইকীয়া পঢ়ক →
উপন্যাস আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৩ বচা বকুল ৰমানন্দন বৰাএকৈছ বান শুকালত মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ’ল৷ নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা... ৰমানন্দন বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৩ উচ্চশিক্ষাৰ মান প্ৰাঞ্জল বেজবৰা যেতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰে প্ৰতিবছৰে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ ৰেংকিং প্ৰকাশ কৰে, বিশেষকৈ... প্ৰাঞ্জলবেজবৰা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৩ মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৩ ডাইন'ছৰবোৰ শীতলৰক্তী আছিলনে? ড° ভাৰত বৰুৱাআপোনাৰ ঘৰত যদি এটা পোহনীয়া শহাপহু আছে আৰু এটা পদচালিত কল বা ট্ৰে’ডমিল আছে, শহাটোৱে নিৰ্দিষ্ট সময়ত ট্ৰে’ডমিলত দৌৰি শৰীৰৰ... ড° ভাৰত বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৩ ৰূদ্ৰাণী শৰ্মাৰ ছয়খন উপন্যাসিকা ড° বিৰিঞ্চি কুমাৰ দাস দমিতাৰ দস্তাবেজ, উত্তৰকাল, কাঁহিবুনৰ মালিতা, ত্ৰিভূজ, বতাহৰ ছৱি আদি উপন্যাসেৰে সমসাময়িক সামাজিক প্ৰেক্ষাপটৰ... ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
গল্প আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৩ এটা মাউথ অৰ্গেন আৰু এজনী জোনাকী পৰুৱাৰ সাধু ৰশ্মিৰেখা ভূঞা হাতত সাৰে ভৰিত সাৰে জোনাকী পৰুৱাজনীয়ে শোৱা কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। চোতালৰ শেৱালিজোপা জোনাকে উপচাই পেলাইছে... ৰশ্মিৰেখা ভূঞা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৩ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা(৪) মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ'ব... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৬ জানুৱাৰী, ২০২৩ অসমত অসমীয়া চিনেমাৰ বাবে এটা পৰিৱেশ বছৰটোৰ প্ৰথমটো মাহৰ শেষৰ ফালৰ কেইদিনমান অসমত চিনেমা সম্পৰ্কে যথেষ্ট বাদানুবাদ হোৱা দেখা গৈছে৷ মুম্বাইৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিশেষ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২৩ অন্য সৰিয়হডৰা এম. কামালুদ্দিন আহমেদ চপৰাবোৰ তেওঁৰ চকুলৈ আহে বাস্তৱত আনকি সপোনতো চপৰাবোৰ ভাগি যায় ভাগি যায় হালধীয়াৰ সপোন তাত নাথাকে কেতিয়াবা বোকা আৰু... এম. কামালুদ্দিন আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২৩ পিঞ্জৰা দাদুল ভূঞাবাঘৰ গোজৰণিত পাৰ হৈ যোৱাকোলাহল ৰাতিটোৰ পeছতপিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমিক'লা গাড়ীত চাইৰেন বজাইসেয়া বাঘ আৰু... দাদুল ভূঞা পঢ়ক →
গল্প আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ অচিনাকি কাব্যশ্ৰী মহন্ত“তিতিৰি তিতিৰি তাচ তিতিৰি তিতিৰি তাচ এমকেম এমকেম এমকেম” অৰ্থহীন বাক্যষাৰ আওৰাই আছে ছবছৰীয়া নাথুৱে৷ আৰু আওৰাই থকাৰ লগে... কাব্যশ্ৰী মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ যোশীমঠ বেদান্ত কুমাৰ নাথ যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ... বেদান্ত কুমাৰ নাথ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কেইটিমান নাৰী চৰিত্ৰৰ মনোজগতত এটি আলোকপাত আকাশ দীপ্ত ঠাকুৰপ্ৰস্তাৱনা : অসমীয়া সাহিত্যৰ জগতখনত স্বকীয় বৰঙণিৰে এক সুবিশাল মহাসমুদ্ৰৰ ৰূপত নিজৰ পৰিসৰ বিস্তৃত কৰি ৰখা ড° ভবেন্দ্ৰ... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ যি আমাৰ ইচ্ছা গজেন মিলিঘড়ীৰ আঙুলিৰ আমি দাসটোপনি ভগাৰ পৰা টোপনি আহালৈআমাক নচুৱায়আমি নাচি থাকোঁবেলিয়ে উঠা বহা কৰে পুৱা-গধূলিনৈ বয় নিৰৱধিঘড়ীয়ে... গজেন মিলি পঢ়ক →
কবিতা আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ সৰাপাতক সোধোঁ যদি অনুভৱ তুলসীসৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা –কথাটো বাৰু সঁচানে – আমাৰ কবিক সোধকচোনআপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথাপাতক পা�... অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ সাগৰলৈ বহু দূৰ ছালমা জামান মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁথৈ গলোঁ মোকসমস্ত ক্লান্তি নামি গলসাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁএডভেন্চেৰাচ... ছালমা জামান পঢ়ক →
উপন্যাস আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ ইংৰাজী, টাইৱানীজ আৰু জাপানীজ ভাষাৰ তিনিখন ছবি নিজৰা ৰাজকুমাৰী পৰিচালকৰ কল্পনাক চেৰাই নিজে ৰূপায়ণ কৰা চৰিত্ৰটোকো নিজৰ মতে উপস্থাপনৰ স্বাধীনতা প্ৰায়েই নাথাকে অভিনেতা-অভিনেত্ৰীৰ। মাজে... নিজৰা ৰাজকুমাৰী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২২ জানুৱাৰী, ২০২৩ নামঘৰ : এটা সম্ভাৱনা আৰু বাস্তৱ Editorial March 2023 অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ১৮ জানুৱাৰী, ২০২৩ ভোগালী জিতেন পায়েং লেচেৰি বুটলা দিনৰ ইতি পেলাই নৈপৰীয়া বগৰী পকিছে গৰছিগাৰ শুকুৰবৰীয়া বজাৰত ধানৰ দাম কমি হাফ পেণ্টৰ দাম বাঢ়িছে খেতিয়কৰ ধান... জিতেন পায়েং পঢ়ক →