৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৭৫ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গ্ৰন্থ আলোচনা আৰ্কাইভ
১১ ডিচেম্বৰ, ২০২২

আইজাক নিউটন আৰু প্ৰিন্সিপিয়া : এটি বিহংগম দৃষ্টিপাত

ড° ৰাস্না ৰাজখোৱাতেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ পি এইচ ডি মহলাত মই গৱেষণা কৰি থাকোঁতে এই বিভাগৰ অধ্যাপক ড° জয়ন্ত কুমাৰ...

ড° ৰাস্না ৰাজখোৱা পঢ়ক →
কবিতা আৰ্কাইভ
৬ ডিচেম্বৰ, ২০২২

মৰদ কো দৰদ নেহি হ'তা হ্যেঁ

ধন দাস পুৰুষৰ বাবেই নগৰৰ দেৱালবোৰত লিখা হয় 'ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে' বিশেষ কথাটো হ'ল সেইখিনিতেই সিবিধ লাগে ছেঃ আজিও নাকটো জেপতে আছে...

ধন দাস পঢ়ক →
গল্প আৰ্কাইভ
১ ডিচেম্বৰ, ২০২২

কেনে আছে যুৱক সংঘবোৰ?

সত্যজিৎ গগৈ যোৱা কেইটামান বছৰৰ আগলৈকে অসমৰ গাৱেঁ-ভূঞে বহু যুৱক সংঘ আছিল৷ কোনো কোনো ঠাইত এখন গাঁওৰ মাজতে একো একোতা যুৱক সংঘ আছিল৷ অন্য...

সত্যজিৎ গগৈ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

গ্ৰন্থ ঋতুৰ চিন্তা

পংকজ প্ৰতিম বৰদলৈ কিতাপে বহু ধুমুহাৰ সম্মুখীন হৈছে। সভ্যতাৰ প্ৰতিটো স্তৰতে কিতাপৰ আছে নিজা ইতিহাস। বহু সময়ত কিতাপে লাভ কৰিছে ইয়াৰ...

পঙ্কজ প্ৰতিম বৰদলৈ‍ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি-পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

(৩) নৱনীতা ভট্টাচাৰ্য্যআজি ভাষণটোৰ তৃতীয় তথা শেষৰ অংশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ ভাষণটোৰ শেষৰছোৱাত তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

দোৰোণৰ প্ৰতিপাল

নিৰু দত্ত সোণমইনা নিচেই কেঁচুৱা উঠিল তমোময় জ্বৰ, চকু ঢেল খায় নুঘূৰে উশাহ মায়ে খালে থৰমৰ৷ আইতা আছিল তামোল চোবাই ওঁঠত সেলেঙি বোৱাই...

নিৰু দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

হে’ প্ৰেম মোক স্পৰ্শ কৰাঁ

উদয় কুমাৰ বৰুৱা দেওদুপৰীয়া চেনি‍পুঠি এটাই দলঙৰ তলেৰে বৈ থকা গড়খাৱৈৰ নিৰ্জনতা ভাঙে নাহৰপাতৰ মাজেৰে সৰকি অহা হেলনীয়া বেলিৰ ৰং মোৰ সেমেকা...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

পৰুৱাশিক্ষা

ভাস্কৰ জে নাথ চাৰিবেৰ খহিলেইঘৰ হৈ নাথাকেই কি নতুন কথা! নতুন কথা ক’ব নোৱৰা শোক এটাসদায় লাগি থাকে ৰাতি ৰাতি চকুৰ পতাতক’ৰ জানো সোঁৱৰণিৰ...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

ইম’শ্যনেল ভেম্পায়াৰ

জ্যোতিনীলিমা গগৈ ক্ৰমশঃ ছিটিকি পৰা পুৰণি তেজৰ দাগবোৰগছপাতবোৰে লুকুৱাইছিলতেনে সময়তে তেওঁ বাউলি হৈ সোমাইছিল প্ৰাচীন চহৰখনতঅ’ত-ত’ত লাইট...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

ছায়াকল্প (৫)

আকাশ দীপ্ত ঠাকুৰ (‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

যি চিনেমা মোৰ নিৰ্মাণ কৰা নহ’ল

সঞ্জীৱ সভাপণ্ডিত কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
গল্প আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২২

কীট

গীতিমণি গোস্বামী (বৰঠাকুৰ) গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ...

গীতিমণি গোস্বামী (বৰঠাকুৰ) পঢ়ক →
গল্প আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২২

মিনহঁতৰ দেশ ইন্দোচীনত

তপন কুমাৰ শৰ্মা ‘আপোনাক কি সহায় লাগে?’স্কুটাৰৰ আৰোহীয়ে আথেবেথে সুধিলে। অজান চহৰ, অচিনাকি‍ বাট-পথ, অবুজ ভাষা, অপৰিচিতা নাৰী।... ৫...

তপন কুমাৰ শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২২

জাতীয় ঐতিহ্যৰ প্ৰসঙ্গত

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ যোগেদি যোৱা কিছু দিনত সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবোধ চৰ্চিত হৈছিল অথবা চৰ্চা...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ -কৌস্তুভমণি শইকীয়া দত্তবিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালেজালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে,মলয় পৰ্বতৰ...

মূল: মহাকবি কালিদাস পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২২

দৃশ্যান্তৰ

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব) দাদুল ভূঞাযুদ্ধত উঁৱলি যোৱা চহৰখনলৈযেতিয়া শৰণাৰ্থীসকল উভতি আহিছিলতেওঁলোকে নিজকে চিনি পোৱা...

দাদুল ভূঞা পঢ়ক →
গল্প আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২২

চম্পাৱতীৰ নিশাবোৰ

মুনমী দত্ত হাজৰিকা মেট্ৰিক পৰীক্ষা দি উঠি প্ৰথমবাৰৰ বাবে ‘চাহেবপুৰাৰ বৰষুণ’ পঢ়িছিলোঁ৷ তেতিয়া বৰ্ষাতকৈ বন্যাৰ সিদ্ধান্তটোহে মোৰ শুদ্ধ...

মুনমী দত্ত হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২২

গোন্ধ

পল্লৱী কৌশিক শৰ্মা উস্, কি যে বিড়ম্বনা! অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা...

পল্লৱী কৌশিক শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২২

ঊনৈছ শ এসত্তৰ

মূল বঙালী : উনিশ শ একাত্তৰ ৰচনা : হুমায়ুন আহমেদ অসমীয়া অনুবাদ: উনৈছ শ এসত্তৰ অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মাহুমায়ুন আহমেদ লেখকৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

নিস্তেজ এটা নীলা বিন্দু

কুশল দত্ত যেতিয়া কোনো এগৰাকী লেখকক তেওঁৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে সন্মানিত কৰা হয় পৰম্পৰা ৰক্ষা কৰি তেতিয়া তেওঁ কিয় লিখে জাতীয় এটা...

কুশল দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

মলেঁয়া

(যোৱা সংখ্যাৰ পাছৰপৰা)দাদুল দেৱকৃষ্ণ বৰুৱা(২) অকলে থকাটো ষ্টেপানৰ অভ্যাসত পৰিণত হৈছিল। অথচ এসময়ত তেওঁৰ ঘৰখন ভৰি আছিল। ঘৰৰ চুকে-কোণে...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

মোৰ বুকুত বনফুল আৰু ৰজনীগন্ধা

ৰিপুঞ্জয় বৰুৱা ঋমন কাৰণ এটা থাকে কাৰণ নহ’লে নঘটে একোকে কাৰণৰো থাকে একো একোটা আকৃতি যেনে: তেল কয়লা মাটি জাতি-জনজাতি কাৰণ যিয়েই নহওক...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

এমিলি ডিকিনচনৰ কবিতা

এমিলি ডিকিনচনৰ (Emily Dickinson) কবিতাঅনুবাদ : জ্যোতিশিখা দত্তEmily Dickinson(আমেৰিকান সাহিত্যৰ বিখ্যাত কবি এমিলি ডিকিনচনৰ জন্ম হৈছিল...

অনুবাদ:জ্যোতিশিখা দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২২

প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’

কবিতা ফুকন মানুহ প্ৰাকৃতিক জীৱ। সেয়েহে মানুহ আৰু নৈসৰ্গিক প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়৷ ঠিক তেনেদৰে সাহিত্যৰ লগতো প্ৰকৃতিৰ এক ওতঃপ্ৰো�...

কবিতা ফুকন পঢ়ক →