৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৭৭ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৮ অক্টোবৰ, ২০২২

কবিতাত স্বৰৰ ভিন্নতা আৰু আত্মাৰ সাৰ্বজনীনতা— ‘শ্ৰীমন্তমনপৰুৱা’ আৰু ‘বতাহত তৰাৰ আখৈ ফুটিছে’

ধীমান বৰ্মন পৃথিৱীত নতুনকৈ ক’বলৈ জানো কিবা আছে? সাম্প্ৰতিক জগতখনক সম্মুখত লৈ কবিয়ে যেতিয়া কাব্যৰ সন্ধান কৰে কবিৰ সমুখত দোলা দিয়া...

‘শ্ৰীমন্তমনপৰুৱা’ আৰু ‘বতাহত তৰাৰ আখৈ ফুটিছে’ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ অক্টোবৰ, ২০২২

পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়

এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷ সকলো জাগতিক...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

মন্দাকিনী

কৰিশ্মা জে. কে. বৈষ্ণৱীকুঁৱলীৰ আচ্ছাদনত বুৰ যোৱা একা-বেঁকা বাটেৰে গন্তব্যস্থানৰ বহু কাষ পালোঁহি। এই যাত্ৰাৰ শেষলৈ আৰু মাথোঁ কিছু মাইল...

কৰিশ্মা জে.কে. বৈষ্ণৱী পঢ়ক →
কবিতা আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

সীমাৰ খুঁটি

কেশৱ চাউফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানোজীৱনৰ প্ৰতি লোভ নাছিল?পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকেমানুহ হৈ...

কেশৱ চাউ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

ড° ৰুবুল মাউতৰ সৈতে অন্যযুগৰ এটি সাক্ষাৎকাৰ

সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল...

অন্যুযগ পঢ়ক →
গল্প আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

জোনালী

অত্ৰেয়ী গোস্বামী মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷...

অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

ফ্লেশ্ববে'ক

দাদুল ভূঞাফ্লেশ্ববে'কত জিলিকি থাকে কথাবোৰ—গাভিনী ৰাতিৰ এন্ধাৰতহেৰাই যায মৈঠুনৰত সংগীতউচপিচনিৰ দগমগ বেলি এটাচকুত সাৰে থাকেসুখৰ নৈত উটি...

দাদুল ভূঞা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

মলেঁয়া (১)

দাদুল দেৱকৃষ্ণ বৰুৱা(১)নিজৰ গাঁওখন ভাল পায় ষ্টেপানে। ভাল পায় শান্ত সমাহিত পৰিৱেশ। প্ৰাচীনত্বৰ পোছাক পিন্ধা গাঁওখনত জনম ল’বলৈ পাই...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

ৰঘুবংশ : ৪ৰ্থ অধ্যায়মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ...

মূল: মহাকবি কালিদাস পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ অক্টোবৰ, ২০২২

নোবেল পুৰস্কাৰ

অভিজিত শৰ্মা বৰুৱা প্ৰতি বছৰে অক্টোবৰ মাহ আহি পোৱাৰ লগে লগে সেইটো বছৰৰ নোবেল বঁটাৰ প্ৰাপকৰ নাম ঘোষণা কৰা আৰম্ভ হৈ যায়। নোবেল পুৰস্কাৰৰ...

অভিজিত শৰ্মা বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৪ অক্টোবৰ, ২০২২

শালভঞ্জিকা

ববিতা কলিতা এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷...

ববিতা কলিতা পঢ়ক →
গল্প আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

এটি উৰণীয়া ফুটি আৰু অচিন-চিনাকি‍ বাটৰ ছবি

(মানুহৰ পৃথিৱীত একেৰাহে চাৰিদিন- এক দীঘ-প্ৰস্থহীন প্ৰতিবেদন) জীৱন কিশোৰএখন চহৰৰ তিনিজন প্ৰতিৱেশী৷ দেখা-সাক্ষাৎ তেওঁলোকৰ মাজত একেবাৰে...

জীৱন কিশোৰ পঢ়ক →
শিশুজগত আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ

নিৰু দত্ত আমাৰ সৰুকালত পঢ়া-শুনাত পাল মাৰিলে আমাক মা-দেউতাই যিজন পুৰুষৰ উদাহৰণ দিছিল একাগ্ৰতাৰে অধ্যয়ন কৰা বুলি, সেইজন প্ৰাতঃস্মৰণীয়...

নিৰু দত্ত পঢ়ক →
শিশুজগত আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

স্বাধীন চাৰিগাঁৱৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা

হেমন্ত গগৈ“শৰীৰং ক্ষণবিদ্ধংসি কল্পান্তস্থায়ীনো গুণাঃ” - শৰীৰৰ ক্ষন্তেকতে বিনাশ ঘটে কিন্তু গুণবোৰ কল্পান্ত পৰ্যন্ত স্থায়ী হয়; গুণবোৰ...

হেমন্ত গগৈ পঢ়ক →
অনুবাদ আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

পেৰামেডিকেল পাঠ্যক্ৰম (Para-Medical Courses)

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্ৰম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
গল্প আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

জোনবিলৰ ভেনাছ

অংকিতা বৰুৱা ‘মোৰ কেনভাছত কোন তুমি ?’ তাইৰ কাণত ফুচফুচাই সোধে অনিৰুদ্ধই৷ কোঠাটোৰ চাৰিওকাষে বলয়ৰ দৰে ঘূৰি ঘূৰি এসময়ত দেৱালত ঠেকা খাই...

অংকিতা বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

দলিত নাৰীবাদ, দুৰ্গী ভূমিজ আৰু জছনাৰ ঝিটাছ

জুৰি বৰুৱা অসমীয়া উপন্যাসে প্ৰতিনিধিত্ব কৰা প্ৰগতিশীল ধাৰাসমূহৰ ভিতৰত নাৰীবাদী চিন্তা বিশেষভাৱে উল্লেখযোগ্য। কিন্তু অসমীয়া উপন্যাসেও...

জুৰি বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২০ অক্টোবৰ, ২০২২

অন্য এক দৃষ্টিৰে হেমচন্দ্ৰ গোস্বামীৰ ' প্ৰিয়তমাৰ চিঠি' : এক বিশ্লেষণাত্মক অধ্যয়ন

কিশোৰ দাস কোঁৱৰ হেমচন্দ্ৰ গোস্বামী অসমীয়া কাব্য সাহিত্যৰ এটি উজ্জ্বল জ্যোতিষ্ক, কেৱল এই বিশেষণটোতেই শেষ নে তেওঁৰ সাহিত্যিক মূল্যায়ন...

কিশোৰ দাস কোঁৱৰ পঢ়ক →
কবিতা আৰ্কাইভ
২০ অক্টোবৰ, ২০২২

শৰৎ কামনা

দেৱৰাজ মিলিদলনিৰ এটা গৰৈমাছচম্পাৰ চালনিত উঠিলবতৰাটো উজাই আহি গছৰ দৰে গজ্‌গজীয়া নৌহওঁতেইদুটা আকলুৱা চকুত আহিনৰ আৱাহনঅগা-ডেৱা কৰে এই...

দেৱৰাজ মিলি পঢ়ক →
উপন্যাস আৰ্কাইভ
১৮ অক্টোবৰ, ২০২২

বচা বকুল

ৰমানন্দন বৰাষোল্ল পাহিতাৰ ভাল হোৱাৰ দিন চমু চাপি আহিছে৷ বেণুৰ চিন্তাও সিমানে বাঢ়ি আহিছে৷ এটা নতুন জীৱন পৃথিৱীলৈ আহোঁতে যি যন্ত্ৰণা...

ৰমানন্দন বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৮ অক্টোবৰ, ২০২২

বিষয় : বিটকইন

বিনয় মোহন শইকীয়া(২) বিটকইনৰ ইতিহাসবিটকইন মুদ্ৰা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য। আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ...

বিনয় মোহন শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
১৮ অক্টোবৰ, ২০২২

চনানীৰ ঢৌ

অজিত চিংনাৰবহু কথা চিন্তা কৰি দুহুইদিয়ে কাইলৈ নিজৰ আপোন ঘৰখনলৈ গুচি যোৱাৰ কথাহে ভাবিছে৷ সি মোমায়েকৰ ঘৰত থকা এবছৰ হ’বলৈ আৰু বেছি দিন...

অজিত চিংনাৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
১ অক্টোবৰ, ২০২২

বাহিৰতে বহি চাৰিওফালে চাই আছিলোঁ

মূল: ৱাল্ট হুইট্‌মেন (১৮১৯-১৮৯২) অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰসিদ্ধ এমেৰিকান কবি, নিবন্ধকাৰ আৰু সাংবাদিক। মানৱতাবাদী...

মূল: ৱাল্ট হুইট্‌মেন পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

ভগীৰথ

ঋষভ নাথ পিয়াহ পুহিম মই এটা হাঁহৰ দৰে আতুৰণি পি পি সি ডাঙৰ হ’লে এদিন ডেউকা মেলি নিব মোক দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ শিলে শিলে ঠেকা খাই...

ঋষভ নাথ পঢ়ক →