৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৭৮ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

দুটা কবিতা

ধ্ৰুৱকুমাৰ তালুকদাৰ (এক) ।।বিছা।। পাত তুলি থাকোঁতে লছ্‌মীৰ হাতত উঠিল এটা ৰঙা বিছা পিঠিৰ খৰাহিটো থেকেচি থৈ তাই দৌৰ মাৰিলে লাইনৰ ফালে---...

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

হেৰোৱা গোলাপ

জীৱন কিশোৰ গোলাপ আমাৰ উভতি আহিব বুলিয়েচোন আমি উকা ফুলনিখনত সিমান দিন ধৰি ধৈৰ্য সহকাৰে ৰৈ আছিলোঁ। তাৰ কথাত গুৰুত্ব নিদিয়া আৰু দায়িত্বৰ...

জীৱন কিশোৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অধ্যায় - ৩অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে) চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে অতীন্দ্ৰিয়...

মূল: মহাকবি কালিদাস পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

ভ্ৰমৰংগ

সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ;...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্যদ্বিতীয় খণ্ড অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো যোৱা খণ্ডত দিয়া কথা ৰাখি...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

উলাহেৰে উভতি চাওঁ – ২১

ড০ পোনা মহন্ত আজি ১৭ ছেপ্টেম্বৰ৷ বিশ্বকৰ্মা পূজা৷ কল-কাৰখানাৰ শ্ৰমিকসকল আৰু বিভিন্ন যন্ত্ৰ-পাতিৰ সহায়ত কাম কৰি জীৱিকা উলিওৱা লোকসকল...

ড° পোনা মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

সম্পাদকীয়

শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

কেইখনমান পানীৰঙী চিত্ৰ, উইলিয়াম লুকাৰ জুনিয়ৰ আৰু ৱিটিছ ভাৰতীয় সেনা

পঙ্কজ প্ৰতিম বৰদলৈ ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই...

পঙ্কজ প্ৰতিম বৰদলৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২২

ৰুছ কবি ব্লাডিমিৰ হ’লেণ্ডৰ দুটা কবিতা

ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা (Jarmila and Ian Milner)অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ ১) ৰাশিফল বিয়লি... সমাধি... আৰু শাণি�...

ইংৰাজী অনুবাদ: জাৰ্মিলা আৰু ইয়ান মিলনা পঢ়ক →
গল্প আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২২

পখিলাৰ পাখিত ধুমুহা

লোপামুদ্ৰা ভট্টাচাৰ্য ‘‘মা, তুমি butterfly effect মানে কি জানা নে?’’ মৃদুৱে মূৰ জোকাৰিলে৷ শঙ্কুৰ যে পঢ়াৰ পৰা উঠিবলৈ হৈছে তাই গম...

লোপামুদ্ৰা ভট্টাচাৰ্য পঢ়ক →
গল্প আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২২

সিপাৰে বেলি এইপাৰে ডাৱৰ

পৰিস্মিতা বৰদলৈ বাহিৰত মুষলধাৰে বৰষুণ নামিছে৷ ঝৰঝৰ! ঝৰঝৰ! আধাখোলা খিৰিকীৰে উৰিব লাগিছে ৰেচমী পৰ্দাখন৷ পৰ্দাখনৰ ৰংটো কুহুমবুলীয়া৷...

পৰিস্মিতা বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২২

ছোৱালী মানুহৰ ঘৰ

নৱজিৎ চেলেং দুশাৰী দীঘলীয়া পাতাবাহাৰৰ মাজেৰে মণিমালাই দীঘলকৈ দূৰলৈ চালে। মণিমালাৰ দৃষ্টি পদূলি সাৰি মূল ৰাস্তাৰ পৰাও কিছু আগুৱাই গ’ল...

নৱজিৎ চেলেং পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২২

চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকোৱাৰ সম্পৰ্কত

ড° অমৃত গোস্বামী বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰৰ দুয়োজন মূৰব্বীৰ মনোভাৱ এনেকুৱা যেন তেখেতসকলেহে সকলো জানে, বাকীসকলে ভবা বা...

ড° অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২২

প্ৰেমৰ কবিতা

দিগন্ত নিবিড়মেটেকাৰ মাজৰ পৰা চুচুক-চামাককৈ ওলাই অহা ডাউকহালৰ দৰেই এদিন আমি ওলাই আহিছিলোঁ ভালপোৱাৰ বাটটোৱেদিকোনোবাই দেখিব কোনোবাই জোকাব...

দিগন্ত নিবিড় পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২২

কবিতা

মৃদুল শৰ্মা (ক)আৰু মই তেতিয়া শুবলৈ লৈছিলোঁযেতিয়াভৱিষ্যত আছিল জৰাগ্ৰস্তএটা একাঙ্গী নিৰল জুপুৰীতাতে মাটি লেপি সপোনৰ ৰং সানিকোলাহলেৰে...

মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২২

দেশ, কাল আৰু কবিতা

মূল : জীবনানন্দ দাশ (বাংলা)অনুবাদ : নিৰোদ গোহাঁই কবিতা বুলিলে যদি কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে...

মূল: জীবনানন্দ দাশ (বাংলা) পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২২

এপ্ৰেণ্টিচশ্বিপ বা শিক্ষানবিচী : দ্বৈত বৃত্তিগত প্ৰশিক্ষণ আৰু কাৰখানা-উন্মুখ প্ৰতিভাৰ বিকাশ

ড° ভাৰত বৰুৱা ক’ভিড অতিমাৰিৰ বাবে সমগ্ৰ বিশ্বৰেই কাৰখানাসমূহত কৰ্মীৰ অভাৱে দেখা দিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক ইতিহাসত ইয়াক...

ড° ভাৰত বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২২

ব্যৱসায় ভিত্তিত বাঁহ খেতি

সত্যজিৎ গগৈ অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াৰ জলবায়ু খেতিৰ বাবে বৰ উপযোগী। অসমত কেৱল যে ধান বা চাহ খেতিয়েই কৰা হয়, এনে নহয়। ধান বা চাহৰ...

সত্যজিৎ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২২

ইউক্ৰেইন

ৰিপুঞ্জয় বৰুৱা ঋমন ঔ-ৰা মাত দিবচোন মোকেই ক’লে? হয় আপোনাকেই। খঅৰ (খৱৰ) কেনে? ৰবৰৰ দৰে টানিলে দীঘল এৰিলে চুটি। নলগা জেঙাত লাগি লাগি...

ৰিপুঞ্জয় বৰুৱাঋমন পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২২

ককা আৰু নাতিল’ৰা

অনসূয়া বৰঠাকুৰ বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি, পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি। বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা, ককাকে...

অনসূয়া বৰঠাকুৰ পঢ়ক →
গল্প আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২২

প্ৰত্যাৱৰ্তন- ভাৰত ২০৯৯

(কল্প বিজ্ঞান ভিত্তিক গল্প) ৰঞ্জু শৰ্মা পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ কিলোমিটাৰ ওপৰত ওপঙি থকা স্পে’চ ষ্টেশ্বন এটাৰ হিউমেন ৰেছিডেঞ্চিয়েল...

ৰঞ্জু শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২২

সমাপন (এটা ইক’পয়েট্ৰি)

সুশান্ত বৰা মোৰ উশাহৰ বাট সাৰিপুচি নিকা কৰাটো জটিলতৰ হৈ উঠে আহিনীয়া চুলিটাৰিৰ বাবে, চুলি সামৰা ইমান সহজ হৈ নুঠে যেতিয়া তেওঁৰ খাৰুৰ...

সুশান্ত বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২২

কুঁৱৰ নাৰায়ণৰ তিনিটা কবিতা

অনুবাদ : দীপজ্যোতি বৰা (১) অন্তিম উচ্চতা কিমান স্পষ্ট হ’লহেঁতেন আগবাঢ়ি যোৱাৰ অৰ্থ যদিহে দশোদিশ আমাৰ চৌপাশে নহয় আমাৰ সমুখতে...

অনুবাদ: দীপজ্যোতি বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২২

হালধি : সোণালী মছলাৰ ৰূপালী কথা

দাদুল দেৱকৃষ্ণ বৰুৱা ডাক পুৰুষে তাহানিতে কৈ গৈছে— “কটাৰী চিকুণ গুৱা। টোপনি চিকুণ পুৱা।। ব্যঞ্জন চিকুণ হালধি। কুটনে চিকুণ খাৰধি।।” এৰা...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →