গল্প আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ বতাহ-চকৰী অংগনা চৌধুৰী তাই তেতিয়া দহ-এঘাৰ বছৰীয়া৷ পখিলাৰ দৰে উৰি ফুৰাৰ বয়স৷ আবেলি হ’লেই তাইৰ গাত তত্ নাইকিয়া হয়৷ ‘মা, গধূলি দবা কোবালে ঘৰ... অংগনা চৌধুৰী পঢ়ক →
কাৰ্টুন আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ অঁ,সময়ত অঁ,সময়তনিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " এপ্ৰিল,";... নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
গল্প আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ কমলা কুঁৱৰীৰ সাধু অবন্তিকা পৰাশৰ ন-কইনা হৈ অহাৰে পৰা ৰাধাই তেনেকৈয়েই দেখি আহিছে মানুহজনীক। শোৱাকোঠাৰ খিৰিকী, বাৰাণ্ডা অথবা ঘৰটোৰ আগ-পিছ সামৰি ৰখা... অবন্তিকা পৰাশৰ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সঞ্জীৱ সভাপণ্ডিত টিউলিপ ফুল ফুলাৰ বতৰত কাশ্মীৰত হেনো ডাক্তৰৰ ওচৰলৈ যোৱা ৰোগী–বিশেষকৈ মনস্তাত্ত্বিক ৰোগৰ ৰোগীৰ, যেনে, depression... সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ সমন্বয় দাদুল ভূঞা হাত এখন আগবঢ়াই দিলোঁদলিয়াই দিলাবুকুখন দিলোঁমৰমেৰেদুছেওকৈ কাটি দুটা ভাগ কৰিলাচকু মুদা কুলি হৈ চাই থাকিলোঁ সময়বতাহত শংখধ্বনি... দাদুল ভূঞা পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ সপোনত মোৰ দেশ মূল : জীৱন নামদুং অনুবাদ : দক্ষিণা দেৱী গজুৰেল যোৱা বা তাৰ আগৰ বছৰৰ কথা ডিচেম্বৰ মাহৰ কোনোবা এটা চেঁচা জাৰৰ ৰাতি নহ’লে ভাবকচোন এটি... মূল:জীৱন নামদুং পঢ়ক →
উপন্যাস আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ বৰ্ণবৈষম্য আৰু শংকৰদেৱ বৰ্ণালী বৰা ভাৰতীয় বিদ্বান বি. আৰ. আম্বেদকাৰে কৈছিল- যিদিনাই দেশৰ সৰ্ব্বোচ্চ পদত এজন নিম্নবৰ্ণৰ ব্যক্তি অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব... বৰ্ণালী বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ বচা বকুল ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) চৌবিছ চৰকাৰক কৈ, খাজনা দি কোনোবাই ক’ৰবাত খেতি কৰিছে৷ এনেয়ে আবাদী পৰি থকা মাটি চহাই মৈয়াই লৈছে, তা�... ৰমানন্দন বৰা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ মানুহে যি মন যায় তাকেই কৈছে উৰ্মি জুলী শইকীয়া যন্ত্ৰণাই যে আজি গান গায় মোৰ ভিতৰত এই শৰীৰটো মোৰ বুলি কোনে জানিছে... কোনে আনে মোক খালী কৰি ফাগুনৰ দুৱাৰডলিলৈ বতাহে... উৰ্মি জুলী শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ তৰল নিবেদন দাস পাটোৱাৰী বাৰে বাৰে কিয় তুমি বৰষুণ হোৱাঁ অইনৰ মলি মচিবলৈ কেতিয়াবাতো ঘৰৰ দমকলটোৰ এগিলাছ পানী হোৱাঁ মোৰ কণ্ঠ তিয়াবলৈ …... নিবেদন দাস পাটোৱাৰী পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ সৰাপাতৰ হালধীয়া সামৰি মৰমী মুদৈ বাহ এটি সাজিবলৈ গছ এজুপি লাগে পাতসিয়াৰ বুকুত বলে চ’তৰ বা-মাৰলি যাগৈ ফাগুন পছোৱাৰ বেপাৰী মই ইয়াতে সুখী সৰাপাতৰ হালধীয়া... মৰমী মুদৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত উদয় কুমাৰ বৰুৱা ৰাতিৰ অতলত নিঃশব্দে মাৰ যায় ধৰ্ষিতা অৰণ্যৰ কৰুণ আৰ্তি আৰু মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত সংগোপনে বাঢ়ি আহে এটা চেগুন পুলি—... উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ খিৰিকিখনত জোনমণি দাস খিৰিকিখনত এহাল চকু তাতেই আছিল ওপঙি মোৰ নগ্ন প্ৰতিবিম্ব খিৰিকিৰ কাঁচত বতাহে ধূলিৰ ঢাকনি পেলাইছিল বৰষুণে আঙুলি বুলাই মচিছিল... জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ সাৰে আছোঁ মাটিত মুখ গুঁজি জ্যোতিনীলিমা গগৈ গভীৰ টোপনিৰ পৰা উঠি আহিছোঁ মৈদামৰ কাষতে লগ পাই ককাদেউতাৰ হুমকি— সিদিনা আহিছিলোঁহে অতপালি তহঁতৰ বোলোঁ সাৰে আছনে? বুজি... জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ দুল জয়ন্ত দত্ত গান এটাই চকটো কপাই থাকে পুতৌৰ হাতবোৰে হুমুনিয়াহ কাঢ়ে চকুৰ আন্ধাৰ নেওচি উজলে মাতৰ সোণ-ৰূপ কণ্ঠ ফাটি নিগৰা তেজে সেই অন্ধত্বৰ... জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ লোককথা মিণ্টুল হাজৰিকা আঁটি আঁটি বান্ধি শালিধানৰ টোম মেঘৰ বাটেৰে পোনালোঁ বাট নাকটোৰ দৰে পোন আইৰ আঙুলিকেইটাৰ দৰে পৱিত্ৰ তিনিআলি চ’কটোত লগ পোৱা... মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ দুপৰীয়া দুচটা ৰূপালী ডাৱৰৰ টুকুৰা দেৱাশিস বুঢ়াগোহাঁইতৰাং পুখুৰীটোৰ সিপাৰে বাঁহনিজোপাৰ গুৰিতে বহি আছে উদং এটা দুপৰীয়া৷ এইপাৰত এজুপি বালিচঁহীয়া বগৰী বগৰীজোপাই বেঙা মেলি... দেৱাশিস বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ কবিতাৰ দিন হৰেকৃষ্ণ ডেকা কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ লঠঙা হৈ পৰা দেখিছিলোঁ৷ সৰাপাতে তল ভৰি আছিল৷ চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ৷... হৰেকৃষ্ণ ডেকা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৩ এটা চিন্তাৰ স্নেপশ্বট আৰু এটা নিৰ্বাচনী বিজয়! পঙ্কজ প্ৰতিম বৰদলৈ চিন্তাৰ স্নেপশ্বট :অসহিষ্ণুতা৷ সকলোতে৷ ধৰ্ম, ৰাজনীতি, সাহিত্য, কলা, ক’ত নাই৷ দ্ৰুত বিশ্বায়ন আৰু ৰাজনীতিৰ পাশাখেল�... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩০ মাৰ্চ, ২০২৩ ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু গৱেষণা ড° প্ৰাঞ্জল বেজবৰা ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশৰ শিক্ষাব্যৱস্থালৈ গাঁথনিগত তথা গুণগত পৰিৱৰ্তন সাধন কৰাৰ প্ৰয়াস কৰিছে... ড° প্ৰাঞ্জল বেজবৰা পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ মাৰ্চ, ২০২৩ এখন পঢ়িবলগীয়া পাৰিবাৰিক উপন্যাস ড০ পোনা মহন্ত ৰাজ্যখনৰ ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰায় পঞ্চাছ হাজাৰৰো অধিক জনবসতিৰ এখন চহৰ, মহকুমাৰ সদৰ৷ হ’লেও যেন নগৰখন, মানুহখিনি... ড° পোনা মহন্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ২৯ মাৰ্চ, ২০২৩ মন মুকলি হ’ল স্মৃতিৰেখা দেৱী ‘পম্পী, এই বাচনকেইটা বায়েৰে নোচোৱে। তই নি বাহিৰতে ধুই-পখালিহে ভিতৰত থ’বিগৈ।’ ঘৰৰ সহায়িকা ছোৱালীজনীক আইতাকে কোৱা কথাষাৰ... স্মৃতিৰেখা দেৱী পঢ়ক →
গল্প আৰ্কাইভ ২৯ মাৰ্চ, ২০২৩ বৃন্দাবন দীপামণি শইকীয়া “ ছয় তলাৰ পৰা তললৈ জাঁপ দিলে যি হয় সেয়াই হ’ল৷” “কি হয়?” ম’বাইলৰ ডিজিটেল পে’ডত ক্ষিপ্ৰ গতিত চলিল গৌতমৰ আঙুলি!... দীপামণি শইকীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৯ মাৰ্চ, ২০২৩ নতুন শিক্ষা নীতিৰ আধাৰত বিজ্ঞান শিক্ষা আৰু ভাষা-ভীতি নিৰু দত্ত ‘মাতৃভাষাত এটি শিশুৱে শিক্ষা ল’লে মাতৃভাষা জীয়াই থকাত সহায় হয়, মাতৃভাষা সবল হয় আৰু সবল হোৱা মানেই সেই ভাষাৰ... নিৰু দত্ত পঢ়ক →