কবিতা আৰ্কাইভ ২৫ জুন, ২০২৩ বৰষুণ, তুমি মূল: কে সচ্চিদানন্দন অনুবাদ উৎপল দত্ত সেয়া বৰষুণ আছিল নে তুমি? তাত সুগন্ধ আছিল তীব্ৰ বৰষুণে ধুই নিয়া পৃথিৱীৰ, ধঁপাতৰ, আমৰ ঠাৰিৰ... মূল : লুইছ গ্লুক পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ জুন, ২০২৩ পাৰ হৈ মূল : অক্টাভিঅ পেজ লোজানো (Octavio Paz Lozano-ৰ কবিতা Across) অনুবাদ : ড° ৰঞ্জিত দত্ত তোমাৰ চকুৰ চেলাউৰিয়ে কৈ যোৱা কথা খিনিকে লিখি... মূল :Octavio Paz Lozano পঢ়ক →
গল্প আৰ্কাইভ ২৪ জুন, ২০২৩ দুকাপ চাহ অসীম তালুকদাৰ পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন... অসীম তালুকদাৰ পঢ়ক →
গল্প আৰ্কাইভ ২৪ জুন, ২০২৩ প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা দেৱজিৎ ভৰালী মানৱ সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান-প্ৰযুক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছে৷ আৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন... দেৱজিৎ ভৰালী পঢ়ক →
শিশুজগত আৰ্কাইভ ২৪ জুন, ২০২৩ হীৰাগুড়ি পাহাৰৰ দেৱতা বিদিশা দত্ত (৪) ৰাতিপুৱাৰ সময়। নৈৰ পানীত অকণি অকণি মাছবোৰে খেলি আছে। পাৰতে হৰিণা কেইটামানে ৰ’দ লৈ বহি আছে। নৈৰ ওচৰৰ শিমলুজোপাৰ তল�... বিদিশা দত্ত পঢ়ক →
গল্প আৰ্কাইভ ২৪ জুন, ২০২৩ বিবিবাটাৰফ্লাই অংগনা ভট্টাচাৰ্য্য “অ’ চিত পখিলা অ’ চিত পখিলা মোৰ দৰে ধুনীয়া ছোৱালী আৰু ক’ত দেখিলা?” ভৈৰৱীয়ে আইনাত নিজকে চাই-চাই কথাষাৰ গানৰ দৰে গাই... অংগনা ভট্টাচাৰ্য পঢ়ক →
উপন্যাস আৰ্কাইভ ২৩ জুন, ২০২৩ বিশিষ্ট অভিনেতা ৰবি শৰ্মাৰ সৈতে অলপ আলাপ সাক্ষাৎ গ্ৰহণ : ৰিমলী বৰকটকী ৰবি শৰ্মাৰ নামৰ ভনিতা মেলি কিবা কোৱাৰ অসমীয়া পাঠক-দৰ্শকক নিশ্চয়কৈ প্ৰয়োজন নাই। হয়, বৰ্তমান সময়ত অসমীয়া... সাক্ষাৎ গ্ৰহণ: ৰিমলী বৰকটকী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২২ জুন, ২০২৩ অসমত আজিৰ তাৰিখৰ শিল্পচৰ্চা সপোনজ্যোতি ঠাকুৰ(অন্যযুগ বক্তৃতা, ২০২৩) মই পণ্ডিত মানুহ নহয়৷ পণ্ডিতসকলেহে ভাষণ দিব পাৰে বা এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শোভাবৰ্ধন কৰিব... সপোনজ্যোতি ঠাকুৰ পঢ়ক →
গল্প আৰ্কাইভ ২২ জুন, ২০২৩ কিমান মূৰ্ত এই বিমূৰ্ত কলা বিমূৰ্ত পেইণ্টিং : কি আৰু কিয় সঞ্জীৱ বৰাতেন্তে, ব্ৰাছৰ তৰংগায়িত ষ্ট্ৰ’কবোৰৰ দৃষ্টিনন্দন উপস্থাপনে দৰ্শকক আকৃষ্ট কৰি ৰসবোধ সম্পূৰ্ন কৰা... সঞ্জীৱ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২২ জুন, ২০২৩ শেষ গান বিজয় শঙ্কৰ শৰ্মাঠিক কেঁকুৰিটোৰ আৰম্ভণিতেশুভ্ৰবসনেৰে আবৃতবুঢ়াডাঙৰীয়াই বগাঘোঁৰাটো লৈ আকাশৰ ফালে ওখ হৈ হৈ নোহোৱা হৈ গৈছিলসিদিনাৰ... বিজয় শঙ্কৰ শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২১ জুন, ২০২৩ ভালক ভাল, বেয়াক বেয়া বুলি কোৱাৰ পৰিৱেশ আধুনিক গণতন্ত্ৰৰ এটা বিশেষত্ব হৈছে মুক্তভাৱে মত প্ৰকাশৰ অধিকাৰ৷ শেষ মধ্যযুগ পৰ্যন্ত সকলো মানুহৰে মুকলিমূৰীয়াকৈ নিজৰ মত প্ৰকাশ কৰিব... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ২১ জুন, ২০২৩ জোনফুলৰ নিশা আৰু মেখেলাৰ গল্প স্ৰোতস্বিনী তামুলী মেল খাই থকা উপন্যাসখন বুকুতে লৈ তাই টোপনি গৈছে। টোপনি নহয় যেন তাই টাইম মেচিনৰ অনন্ত শয্যাত উঠি হুগাওং উপত্যকা... স্ৰোতস্বিনী তামুলী পঢ়ক →
উপন্যাস আৰ্কাইভ ১৭ জুন, ২০২৩ বেং-বেলেষ্টৰ অমৃত গোস্বামী বেং-বেলেষ্টৰ– এটা নাম,এজন মানুহৰ নাম। এখন উপন্যাসৰ এটা চৰিত্ৰৰ নাম। বেং-বেলেষ্টৰ স্বনামধন্য উপন্যাসিক দেবেন্দ্ৰনা�... অমৃত গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ১৭ জুন, ২০২৩ তিনিগৰাকী গল্পলেখক, তিনিখন গল্প সংকলন ড° বিৰিঞ্চি কুমাৰ দাস অসমীয়া সাহিত্য জগতত সম্প্ৰতি বহুত নতুন নতুন গল্পকাৰৰ আগমন ঘটিছে আৰু নিজৰ প্ৰকাশিত গল্প সংকলনৰ জৰিয়তে তেওঁলোকৰ... ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
উপন্যাস আৰ্কাইভ ১৭ জুন, ২০২৩ নাৰী হত্যাকাণ্ডৰ কথাৰে দুখন চিনেমা নিজৰা ৰাজকুমাৰী সদায় নাৰীয়েই কিয়? মূৰ তুলিব খোজা, অধিকাৰ বিচাৰিব খোজা নাৰীক দমন কৰাৰ প্ৰচেষ্টা জানো নতুন কথা। শক্তিশালী, আত্মনিৰ্ভৰশীল... নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ ১৭ জুন, ২০২৩ তাত কি হৈ আছে ৰিপুঞ্জয় বৰুৱা ঋমন তোমালোকে সপোন দেখিব নোৱাৰাঁ দুখ বাঢ়িব নিজৰ মতে সপোন নেদেখিবা আমি দেখুৱালেহে দেখিবা এতিয়াও বুজি উঠা নাই ? তাত কি... ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ ১৭ জুন, ২০২৩ এদিনাখন অন্ধ কুকুৰণী অনুভৱ তুলসী আন কাৰোবাক লগ পাবলৈ যোৱাৰ দিনা সময় আৰু স্থান নিৰ্দিষ্ট কৰি যোৱাৰ দিনা হঠাতে সকলো সলনি হৈ গ’ল সলনিৰ নাটকীয় পট পৰিৱৰ্তন এই... অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ ১০ জুন, ২০২৩ ইমান লাহে লাহে ৰাতি হৈছে অলকেশ কলিতা১আজি ইমান লাহে লাহে ৰাতি হৈছে, মই মোৰ শব্দবোৰ ঘঁহি মাজি চাফ-চিকুণ কৰি থৈ দিছোঁ কেতিয়াবাই,আৰু অপেক্ষা কৰিছোঁ তুমি মোক কিবা... অলকেশ কলিতা পঢ়ক →
কাৰ্টুন আৰ্কাইভ ১ জুন, ২০২৩ অঁ, সময়ত নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " জুন,";... নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
উপন্যাস আৰ্কাইভ ১ জুন, ২০২৩ চুকেৰিটিং অমৃত গোস্বামী অসমৰ একেবাৰে সীমামূৰীয়া, অৰুণাচল প্ৰদেশৰ পাহাৰৰ নামনিৰ চাহবাগিচা এখনত ভাগিন এজনে চাকৰি কৰে; বাগিচাৰ বৰচাহাবৰ চাকৰি... অমৃত গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ জুন, ২০২৩ ডুখৰীয়া চিন্তা পংকজ প্ৰতিম বৰদলৈ ঘৰৰ পৰা আৰম্ভ হওক! প্ৰকৃততে হৈছে কি? একধৰণৰ বিশৃংখলতা হোৱা নাইনে? সামাজিক-ৰাজনৈতিক, আৰ্থিক আৰু সৰ্বোপৰি সমগ্ৰ এখন... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ১ জুন, ২০২৩ চকুলোবোৰ হাঁহি… হাঁহিবোৰে ধৰি আছে প্ৰাচীন জীৱন ড০ নন্দ সি বৰকলা আকাশৰ মেঘ, বৰষুণ, তৰাৰ জোনাকত জিলিকি থকা ভোগদৈ, ধনশিৰি, জাঁজি, চৰাইদেউ কত তেজৰ বাট… কত মানুহৰ সমন্বয়ৰ মাটিৰ আমঠু... নন্দ সিং বৰকলা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মে’, ২০২৩ অকণিয়ে অঁকা ছবি ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
উপন্যাস আৰ্কাইভ ৩১ মে’, ২০২৩ উলাহেৰে উভতি চাওঁ– ২৪ ড০ পোনা মহন্ত নতুন কলেজ : নিউ হোষ্টেল এইদৰে গুৱাহাটীৰ কটনৰপৰা গৈ শ্বিলঙৰ ছেইণ্ট এড্মাণ্ডজ্ কলেজৰ ছাত্ৰ হ’লোঁ৷ আৱাসী হ’লোঁগৈ পূৰ্বৰ... ড° পোনা মহন্ত পঢ়ক →