৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭৬ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
মুক্ত বীক্ষণ ৩১ ডিচেম্বৰ, ২০২২

সৌৰভ কুমাৰ চলিহা আৰু ইংগিতময়তা

সঞ্জীৱ সভাপণ্ডিত এয়া৷ মোৰ নামটো ঘোষকে ক’লে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হ’লোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷ মানুহ...

লেখকঃ সঞ্জীৱ সভাপণ্ডিত সম্পূৰ্ণ পঢ়ক →
গল্প ৩১ ডিচেম্বৰ, ২০২২

এগৰাকী পাঠকৰ দৃষ্টিৰে নীলোৎপল বৰুৱাৰ গল্প সংকলন “গান্ধী ফাগ্লা”

কুশল ডেকা (এক) সাহিত্য পাঠকৰ বাবে লেখকে যেতিয়াই এক কাল্পনিক টাৰ্গেট গ্ৰুপৰ কথা ভাবে তেতিয়াই সকলো খেলিমেলি হয়৷ চৰিত্ৰ এক টিপিকেল বস্তু বুলি...

লেখকঃ কুশল ডেকা সম্পূৰ্ণ পঢ়ক →
গল্প ৩১ ডিচেম্বৰ, ২০২২

এখন চহৰৰ বুকুত

প্ৰতীক্ষা বৰা কোঠাটোত এখনেই খিৰিকী। খিৰিকীৰ ইপাৰে মুকলি আকাশখন দেখা পাম আৰু দুপৰৰ ৰ’দছেৰেঙা লৈ লিখা-পঢ়া কৰিম বুলি মানুহটোৱে ঘৰটো লৈছিল...

লেখকঃ প্ৰতীক্ষা বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২২

অংগৰক্ষক

অত্ৰেয়ী গোস্বামী এজন পৰুৱাই পোৱা মানুহক লগ পাইছিলোঁ, তেওঁ কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই ফুৰিছিল৷ পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি আঙুলিবোৰ...

লেখকঃ অত্ৰেয়ী গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২২

কথা দি কথা ৰখা

পংকজ গোবিন্দ মেধি এনেকুৱা কোনো আছে নেকি যিয়ে সদায় সৰ্বত্ৰ কথা দি কথা ৰাখিছে কথা দি কথা ৰাখিব পাৰিছে তৎমুহূৰ্ততে হ’ব বুলি কৈ পাহৰি যোৱাতো...

লেখকঃ পংকজ গোবিন্দ মেধি সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২২

ছায়াখেল

মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই...

লেখকঃ মিণ্টুল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২২

কজলা শৈশৱ

জুবিলী গগৈ বহু পিছত এৰি থৈ আহিছোঁ মই শৈশৱৰ বেঙেনাবুলীয়া আগলৈ আহাX মোৰ ছাঁ তোমাৰ গাত নপৰক তোমাৰ পিছে পিছে গৈ থাকোঁতে ময়ো চাম সমুখলৈ উভতি চাব...

লেখকঃ জুবিলী গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২২

৩১ ডিচেম্বৰ

হৰেকৃষ্ণ ডেকা কাইলৈ ফেঁহুজালি ফালি উভতি আহিলে বেলিটো বেলেগ হৈ আহিব নেকি ? দোকমোকালি বেলিটো ওলালে কওঁ এটা নতুন দিন ৷ কাইলৈ ক’ম নতুন বছৰ ৷...

লেখকঃ হৰেকৃষ্ণ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২২

ক’লা পতাকা

দিগন্ত শইকীয়া টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ...

লেখকঃ দিগন্ত শইকীয়া সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩১ ডিচেম্বৰ, ২০২২

আহঁতগুৰিৰ নতুন চিনাকি

নৱনীতা ভট্টাচাৰ্য্য আজি কিছুদিনৰ পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা কিনো শুনিবা৷ এদিনটো এজোপা...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ ডিচেম্বৰ, ২০২২

শেষ বিশ্বযুদ্ধৰ অশনি সংকেত বতাহত

ৰুদ্ৰ সিংহ মটক শান্তি শান্তি বিচাৰোঁ আমি যুদ্ধ নিবিচাৰোঁ কাহানিও অথচ এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে ৱাৰ ড্ৰীল নিউক্লিয়াৰ ড্ৰীল...

লেখকঃ ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩১ ডিচেম্বৰ, ২০২২

স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত

অংগনা চৌধুৰী বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে...

লেখকঃ অংগনা চৌধুৰী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩০ ডিচেম্বৰ, ২০২২

চলচ্চি‍ত্ৰ মহোৎসৱ, কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু হাউছ অৱ ইলিউজনছ

ড° দীপশিখা ভাগৱতী চলচ্চি‍ত্ৰ মহোৎসৱ, ফিল্ম ফেষ্টিভেল বুলি ক'লে আজিৰ পৰা কেই বছৰমান আগলৈকে সাধাৰণ জনগণই সৰ্বসাধাৰণে ঢুকি পোৱাৰ উৰ্ধ্বৰ এক...

লেখকঃ ড° দীপশিখা ভাগৱতী সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩০ ডিচেম্বৰ, ২০২২

বিটকইন

বিনয় মোহন শইকীয়া (যোৱা সংখ্যাৰ পিছৰ পৰা) (৪)বিটকইন নেটৱৰ্কৰ কৰ্মপদ্ধতি বিটকইনে কেনেকৈ কাম কৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰাটো এই লেখাৰ...

লেখকঃ বিনয় মোহন শইকীয়া সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩০ ডিচেম্বৰ, ২০২২

‘চুকাপাইকা’ ৰ কথাৰে!

পংকজ প্ৰতিম বৰদলৈ চুকাপাইকা৷ নামটো পাঠকৰ বাবে চিনাকি নহয়৷ উৰিষ্যাৰ কটক জিলাৰ এখন নদীৰ নাম হৈছে চুকাপাইকা৷ মহানদীৰ উপনৈ এই চুকাপাইকা নদীখন...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ‍ সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ ডিচেম্বৰ, ২০২২

পৰিক্ৰমা

স্বপ্না দত্ত ভৰালী “আৰম্ভ কৰিছানে ডেকাল’ৰা?” হৰিনাথ বৰুৱাই মোক মাজে মাজে সোধে৷ “দুলাইনমান লিখা হৈছে খুৰাদেউ৷” চৰকাৰী শিক্ষকৰ যোগ্যতাৰ...

লেখকঃ স্বপ্না দত্ত ভৰালী সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ ডিচেম্বৰ, ২০২২

‘ত’ মানে তেজা নহয়, তেজীমলা

মুনমী দত্ত হাজৰিকা এইটো এটা ৰূপকথা৷ তাহানিতে কানায়ে মহাৰাজক দি পঠোৱা ডালিম পুলিটো ৰাজচৌহদত টিকটিকিয়া ডালিমফুলেৰে উপচি থকাৰো বহু আগৰ৷ কানাইৰ...

লেখকঃ মুনমী দত্ত হাজৰিকা সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ ডিচেম্বৰ, ২০২২

প্ৰীতিৰ সুৱাস

পদ্মজা বৰুৱা মহন উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷ পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷...

লেখকঃ পদ্মজা বৰুৱা মহন সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ ডিচেম্বৰ, ২০২২

অসম বুৰঞ্জীত লাচিত বৰফুকন সম্পৰ্কত থকা বিসংগতিমূলক তথ্যবোৰ আৰু সৰ্বভাৰতীয় পৰ্যায়ত বীৰক দিয়া ধৰ্মীয় লেপন

ড০ অমৃত গোস্বামীভাৰত বুৰঞ্জীত শিৱাজী, ৰাণা প্ৰতাপ, টিপু চুলতান, ঝান্সিৰ ৰাণী লক্ষ্মীবাঈ আদিৰ বীৰগাথাৰ বিষয়ে ইতিহাসবিদসকলে যেনেকৈ...

লেখকঃ ড° অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ৩০ ডিচেম্বৰ, ২০২২

ঐতিহাসিক অসম চুক্তি আৰু ৰাজনৈতিক প্ৰেক্ষাপট

ৱাহিদ আহমেদৰাজনীতি হৈছে বিভিন্ন ৰাজনৈতিক দিশসমূহৰ পুংখানুপুংখ আলোচনাৰ এটা বৃহৎ প্ৰক্ৰিয়া৷ য’ত নিহিত হৈ থাকে বহু বিষয় আৰু তাৰ ধাৰণা৷ এই...

লেখকঃ ৱাহিদ আহমেদ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩০ ডিচেম্বৰ, ২০২২

এন্‌ৰিকো ফাৰ্মিৰ পাৰমাণৱিক স্তূপটো

ড০ পৰমানন্দ মহন্ত কোনো ঘটনা বা ব্যক্তিৰ জন্মৰ এশ বছৰীয়া জয়ন্তীবোৰ পাতি তেনে ঘটনা বা ব্যক্তিক স্মৰণ কৰে – এইটো এটা গুৰুত্বপূৰ্ণ সামাজিক...

লেখকঃ ড° পৰমানন্দ মহন্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ডিচেম্বৰ, ২০২২

আত্মপক্ষ

মৃদুল শৰ্মাআকাশ উদাৰ কিন্তু দেখুৱায় আন্ধাৰসেউজীয়াৰ ভৱিষ্যতমই দেশৰ পতাকাখন ৰখি আছোঁপৃথিৱী জ্বলিছে দেশ-কাল জ্বলিছেমাটি-মানুহৰ চিতা...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ডিচেম্বৰ, ২০২২

জী আছোঁ

ৰানু বৰুৱা গগৈএজাক শীতল বতাহৰবাবেই জী আছোঁপ্ৰতিনিয়ত পুৱাৰ তপত ঢৌ খেলা ৰ'দআৰু মাটিৰ মৰমত জী আছোঁইয়াত অস্থাৱৰ সকলোদেহমনআৰু সমস্ত চৰাচৰজী আছোঁ...

লেখকঃ ৰানু বৰুৱা গগৈ সম্পূৰ্ণ পঢ়ক →