৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭৬ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১২ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
শিশুজগত ৩১ মে’, ২০২২

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগ বঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি...

লেখকঃ সমৃদ্ধ ৰাগ শইকীয়া সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩১ মে’, ২০২২

অনুবাদতত্ত্ব

ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ: কুমুদ ঘোষ (সমকালীন বাঙালী প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম অধ্যাপক তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ...

লেখকঃ মূল:ড° তপোধীৰ ভট্টাচাৰ্য সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ মে’, ২০২২

নীলপিতা

প্ৰদীপ শইকীয়া শিলৰ ঘোঁৰাই পানী খায় ৷ দৈৱকী হেৰায় জুইতে সোমাইছোঁ নে পানীতে পৰিছোঁ বকফুলৰ বিচনাত আমি অতকাল তাকেই পাতি আছিলোঁ দেৱতাৰ মানৱায়ন...

লেখকঃ প্ৰদীপ শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ মে’, ২০২২

প্ৰিয়বৰেষু

পংকজ গোবিন্দ মেধি নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল নে সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত ঢেঁকীয়া বেচিছিল আমি...

লেখকঃ পংকজ গোবিন্দ মেধি সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ মে’, ২০২২

নীল সাগৰ

জ্যোতিনীলিমা গগৈ বতাহত এক আৰণ্যক মায়া আছিল পথৰুৱা বেলিয়ে জুই দি নৈখনিক জোকাই থকাৰ পৰত হেমন্তৰ নিৰ্জনতাই তেওঁক মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল...

লেখকঃ জ্যোতিনীলিমা গগৈ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩০ মে’, ২০২২

নদীবোৰ শুকাই যোৱাৰ আগতে

( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত) গায়ত্ৰী দেৱী বৰঠাকুৰ বাখ্যেয় পংক্তি- নদীবোৰ শুকাই যোৱাৰ আগতে প্ৰসংগ- নদীবোৰ শুকাই যোৱাৰ আগতে ব’লা...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ মে’, ২০২২

ফুলনিখনত বেলি

ঋষভ নাথ তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি হালধীয়া পাতবোৰ লৰি চৰি ছাঁত বতাহ সৰিছিল একেথৰে চাই তেতিয়াই তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি কচুপাতৰ...

লেখকঃ ঋষভ নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ মে’, ২০২২

ইমান ফুলিছে হালধীয়া

ভাস্কৰ জে নাথ ইয়াত হালধীয়া ফুলিছে কবি গঘৰ হাতখন বুলি ভুল কৰিছোঁ ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ হালধীয়া হাত দুখনেৰে হালধীয়া খবৰ...

লেখকঃ ভাস্কৰ জে নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ মে’, ২০২২

শ্ৰেষ্ঠ ভিক্ষা

অলকেশ কলিতা শ্ৰেষ্ঠতম ভিক্ষা সেই প্ৰেম, যি মগনীয়াক সন্মানৰ উচ্চতম আসনত বহুৱাব পাৰে, আৰু দাতাৰ দাসত্ব একা ? তোমাৰ প্ৰেমত মোৰ হৃদয়ৰ প্ৰতিটো...

লেখকঃ অলকেশ কলিতা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ মে’, ২০২২

চগা জীৱন

প্ৰাঞ্জল জ্যোতি দত্ত গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো বৰণ কৰি ল’ব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন জীৱনটোৱেই ফুট�...

লেখকঃ প্ৰাঞ্জল জ্যোতি দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ মে’, ২০২২

মুনি

দ্বীপৰাজ ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা ধোঁৱাবৰণীয়া বৰ্ণ এটা তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই আছে কাণ।৷ ঢেঁকীয়া ফুল...

লেখকঃ দ্বীপৰাজ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ মে’, ২০২২

প্ৰশ্নবোৰ

সমুদ্ৰ কাজল শইকীয়া হে কবি, প্ৰশ্নৰ কবি প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ হে কবি উত্তৰোত্তৰ হিৰন্ময় পাত্ৰত আছিল উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ আকৌ...

লেখকঃ সমুদ্ৰ কাজল শইকীয়া সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৯ মে’, ২০২২

অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ

বনিশা শইকীয়া অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা...

লেখকঃ বনিশা শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ মে’, ২০২২

আত্মকথা

অৰুণ গগৈ গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ উত্তাপ”...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ মে’, ২০২২

অণ্ড

মূল : এণ্ডি ৱেইৰ (১৯৭২)-ৰ The Egg ভাবানুবাদ: যশোৱন্ত নিপুণ তুমি ঘৰলৈ গৈ আছিলা যেতিয়া তেতিয়াই তোমাৰ মৃত্যু হৈছিল৷ সেইটো এটা গাড়ীৰ দুৰ্ঘটনা...

লেখকঃ অৰ্চনা পূজাৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ মে’, ২০২২

বসন্ত

দেৱমল্লিকা দেওঘৰীয়া হাজাৰ বছৰ ধৰি শুকাই আছিল নদী এদিন পাহাৰে সুধিলে ভালপোৱা কি? পখিলাৰ টোপনি ভাঙি নৈয়ে ক’লে জীৱন, এপুখুৰী বেঙে এৰাতি গালে...

লেখকঃ দেৱমল্লিকা দেওঘৰীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ মে’, ২০২২

হয়তোবা নৈশব্দ

অংগনা ভট্টাচাৰ্য্য নৈশব্দৰ সিপাৰেও আছে এখন পাহাৰ৷ সেই পাহাৰতেই মোৰ অনুভৱৰ ঘৰ৷ মোৰ কোমল কলিজাৰ অনিঃশেষ অনুভূতিয়ে সেই পাহাৰতেই আতোলতোলকৈ সাজি...

লেখকঃ অংগনা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ মে’, ২০২২

আৱৰ্তন

পাপৰি গোস্বামী চল্লিছৰ পৰা ক্ৰমে আশীলৈকে স্পীড বঢ়াই লৈ আকৌ পঞ্চাছলৈকে নমাই আনে। ইমানেই মসৃণতাৰে চলাই নিয়ে যে যাত্ৰীসকলে এবাৰলৈও অনুভৱেই...

লেখকঃ পাপৰি গোস্বামী সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ মে’, ২০২২

ক্ৰীত

নীলোৎপল বৰুৱা ‘এইবাৰ আকৌ কি হ’ল’- বুলি যদি কোনোবাই ফৎচনে সুধি দিয়ে, লৱ গগৈয়ে গোঁ-গোঁৱাব। একো উত্তৰ নিদিয়ে। তেওঁ কুৰুং এটাত সৰি পৰিব। গৈ...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ মে’, ২০২২

ভালপোৱাবোৰো সংক্ৰামক হোৱাহেঁতেন...

অৰ্চনা ঠাকুৰীয়া ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ'ল সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন মই মোক নিঃশেষ কৰাৰ পৰিকল্পনা...

লেখকঃ অৰ্চনা ঠাকুৰীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ মে’, ২০২২

অৱগুণ্ঠন

ড° ইৰাণী হাজৰিকা “ইমান খং ভাল নহয়৷ অলপ ধৈৰ্য ধৰিব লাগে মানুহে৷ খং নামেই চণ্ডাল৷” মাকৰ একেবোৰ কথাকে পুৱা গধুলি শুনি শুনি পঢ়া টেবুলত বহি থকা...

লেখকঃ ড° ইৰাণী হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ মে’, ২০২২

মানসিক

অত্ৰেয়ী গোস্বামী জীয়াই থকাৰ তাগিদাত সময়ক পাঞ্জাৱী চোলাৰ জেপত ভৰাই চক পেঞ্চিলেৰে আখৰ লিখোঁতেই পাৰ হৈ গ’ল এটা জীৱন৷ পাটীগণিতৰ পিঠিত ভেঁজা...

লেখকঃ অত্ৰেয়ী গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ মে’, ২০২২

সপোনপুৰত জোনাক

উচ্চজিৎ দশগিৰি সপোনপুৰত এদিন জোনাক নামিছিল; আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি। আমি চাবলৈ নাপালোঁ, আমি তেতিয়া ব্যস্ত আছিলোঁ জীৱিকাৰ...

লেখকঃ উচ্চজিৎ দশগিৰি সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ মে’, ২০২২

আঙুৰ ফুলিছে

মেঘনা চৌধুৰী দুৰাতি তাইৰ ভালকৈ টোপনি নাই৷ অতদিনে মানুহক ভালকৈ শুবলৈ দিয়া সকলো পৰামৰ্শ, বুজনি, দৰৱ, প্ৰেছক্ৰিপশ্যনবোৰে মিলি যেন তাইক...

লেখকঃ মেঘনা চৌধুৰী সম্পূৰ্ণ পঢ়ক →