৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৩২ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৫ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ১৮ অক্টোবৰ, ২০২৫

ফিবোনাচ্চি : ব্ৰহ্মাণ্ডৰ গোপন মন্ত্ৰ

গাৰ্গী ভূঞা আদিতে আছিল শূন্য, শূন্যৰ বুকুতে জন্ম হ’ল এক, একৰ পাছত আকৌ এক... সৃষ্টিয়ে নিজৰে পুনৰাবৃত্তিত নিজকে পুনৰ গঢ়িছে অদৃশ্য মঠৰ...

লেখকঃ গাৰ্গী ভূঞা সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ১৮ অক্টোবৰ, ২০২৫

ডাঙৰি ৰণাঙ্গনত মধ্যযুগৰ অসমৰ কৃষক প্ৰজাৰ শেষ প্ৰতিৰোধ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া মধ্যযুগৰ অসমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সংঘটন হ’ল মোৱামৰীয়া বিদ্ৰোহ৷ অসমৰ ৰাজনৈতিক আৰু সমাজৰ জীৱনৰ অতি জটিল এই...

লেখকঃ ড০ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ১ অক্টোবৰ, ২০২৫

অসমৰ শাক্ত আৰু বৈষ্ণৱ পৰম্পৰা : সহাৱস্থান আৰু প্ৰত্যাহ্বান

পঙ্কজ প্ৰতিম বৰদলৈ অসমৰ ধৰ্মীয় জীৱন হৈছে বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাৰ এক জটিল প্ৰক্ৰিয়া৷ য’ত শক্তি (শাক্ত) আৰু বিষ্ণু (বৈষ্ণৱ)ৰ সেৱাৰ দ্বাৰা...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৫

‎শৰ্বৰী শৰ্মা ৰায়ৰ এমুঠি কবিতা

মূল : বাংলা ‎অনুবাদ : মুনমুন সৰকাৰ‎ ‎‎(১) অসুখ ‎ ‎অসুখ ‎অসুখ ভাল নাপায় কোনেও ‎তথাপিও মানুহ অসুখীয়া হয় ‎অসুখ আহে ‎নিঃশব্দে সিন্ধি খান্দি...

লেখকঃ মুনমুন সৰকাৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৫

গানে কি আনে

চন্দ্ৰাৱলী বৰঠাকুৰ গানে কি আনে ফুলত প্ৰাণ, প্ৰকৃতিত সাহ সেউজীয়াত আশাৰ বীজ সৃষ্টিশীল নৱ বাসনা। গানে কি আনে পৰাজয়ত জয়,বেদনাত প্ৰেৰণা...

লেখকঃ চন্দ্ৰাৱলী বৰঠাকুৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৫

হাইঠা মাটিত পৰিল

অমৃত গোস্বামী কালি ৰাতিপুৱা বিশেষ ধৰণৰ চৰাই এবিধৰ মাত শুনি নামঘৰটোৰ কাষৰ বেছ কিছু ওখ-ডাঙৰ গছজোপাৰ ওপৰ ভাগৰ ডাল-পাত বিলাকলৈ ডিঙি মেলি মেলি...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ৩০ ছেপ্টেম্বৰ, ২০২৫

অনুকম্পা

মূল (ইং.) : পল লৰেঞ্চ ডানবাৰ (Paul Laurence Dunber)-ৰ Sympathy অনুবাদ : ড° ৰঞ্জিত দত্তসজাত বন্দী চৰাইজনীয়েকি অনুভৱ কৰেসেয়া মই জানো,যেতিয়া...

লেখকঃ ড০ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৫

পৰিধি

নৃপেন গোস্বামীসূত্ৰ‌ এটিৰ নামজুবিনমাটিমানুহ মমতাসূত্ৰৰ পৰিধিতপখীবৃক্ষ প্ৰকৃতিমায়া যাৰ নাই সিসদায় যমৰ‌ প্ৰিয়কিন্তু যাৰ জনম সিদ্ধিৰ অন্য...

লেখকঃ নৃপেন গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ ছেপ্টেম্বৰ, ২০২৫

ৰ’দে বৰষুণে কিমান যে গান

লোকনাথ গোস্বামীমন দাপোণত-১২ তেজপুৰ আৰু বিষ্ণু ৰাভা দিৱস : (১) বিষ্ণু ৰাভাৰ মৃত্যুৰ সময়ত আমি মেট্ৰিক পৰীক্ষা দি উঠি অনাই-বনাই ঘূৰি ফুৰাৰ কথা...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ ছেপ্টেম্বৰ, ২০২৫

ইউহেমাৰিষ্ট

নীলোৎপল বৰুৱা প‌ঁইতাচোৰাক পৃথিৱীৰ পৰম প্ৰাণী হিচাপে ভবা পাৰ্থ দত্ত‌ই ভুল ঠাইত থকা বেলিটোৰ বিপৰীত ফালে থুৱাই দিলে আৰু বিৰবিৰালে- নীলা কলিতাই...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ ছেপ্টেম্বৰ, ২০২৫

বিনিৰ্মাণ

অংকিতা বৰুৱা পুহমহীয়া এটা সেমেকা পুৱা৷ ঠেঁটুৱৈ ধৰা জাৰত ডাঠ শ্বল এখন মূৰে-গায়ে লৈ মই বাইদেউৰ মুখলৈ চাই বহি আছোঁ৷ তেখেতে ইমান ঠাণ্ডাতো এটা...

লেখকঃ অংকিতা বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ছেপ্টেম্বৰ, ২০২৫

পয়গম্বৰ

সুৱদী আঘোণৰ পক ধৰা এখন পথাৰ মহমহীয়া গোন্ধ পকা ধানৰ; নিয়ৰে তিয়াই পেলোৱা বননি গছকি তৰামাই ঢপলিয়াই আহিছে পয়গম্বৰ উপজিছে! পয়গম্বৰ উপজিছে!...

লেখকঃ সুৱদী সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ ছেপ্টেম্বৰ, ২০২৫

জীৱন বিষয়ক কিছু গল্পচেষ্টা

মৃদুল শৰ্মা বুকুখনত, বুকুৰ ঠিক সোঁমাজতে এটা ফুটা– তাতে কোন কাহানিবাই যে প্ৰতিষ্ঠা হৈছে এটা চকু– কোনেও নেদেখা এটা চকু– অনুভৱৰ এটা চকু– এটা...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ছেপ্টেম্বৰ, ২০২৫

এখন নৈৰ মৃত্যুত

উদয় শইকীয়া এখন নৈৰ মৃত্যুত এক জলচৰ প্ৰাণীৰ বেদনা, এখন নৈৰ মৃত্যুত এজাক পৰিভ্ৰমী চৰাইৰ বেদনা। এখন নৈৰ মৃত্যুত প্ৰকৃতিৰ বিধ্বংসী ভয়াৱহতা, এখন...

লেখকঃ উদয় শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ছেপ্টেম্বৰ, ২০২৫

ঋতু হেমন্ত

হিল্লোলজ্যোতি সিংহ (হেমন্ত দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি) হেমন্তলৈ নৰৈ ভৰ বাৰিষাতে গুচি গ’লগৈ তেওঁ শাওনৰ আজি পঁচিছ সঁজাল ধৰা কঠিয়াবোৰ পকিবলৈ আৰু...

লেখকঃ হিল্লোলজ্যোতি সিংহ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ ছেপ্টেম্বৰ, ২০২৫

মাক-কথা

(Unfolded Stories of a Mother)ৰত্নোত্তমা দাস বিক্ৰম(যোৱা সংখ্যাৰ পাছৰপৰা)অৱশেষত চেবাস্তিয়েন আৰু থিঅ’ আহিল৷ সুদীৰ্ঘ সাত বছৰৰ মূৰত মই আৰু মোৰ...

লেখকঃ ড°ৰত্নোত্তমা দাস বিক্ৰম সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৮ ছেপ্টেম্বৰ, ২০২৫

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য(৫) ভীম-হনুমানৰ মিলন প্ৰতিশ্ৰুতি অনুসৰি মাকে সিদিনাখন বনীৰ আগত ভীম আৰু হনুমানৰ মিলনৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে- তেতিয়া...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৮ ছেপ্টেম্বৰ, ২০২৫

ডাৰ্ক চকলেট : লিংগ বৈষম্য, সমাজ বাস্তৱতা আৰু নাৰীৰ তন্নিষ্ঠতাৰ পৰা আত্মনিষ্ঠতালৈ এক মুকলি প্ৰতিবাদ

কিশোৰ দাস কোঁৱৰ ইংৰাজীত ব্যৱহৃত ‘sex’ আৰু ‘Gender’ দুয়োটা শব্দক বুজাবলৈ অসমীয়া ভাষাত ‘লিংগ’ শব্দটো ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োটা শব্দই...

লেখকঃ কিশোৰ দাস কোঁৱৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ছেপ্টেম্বৰ, ২০২৫

যথেষ্ট

যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল, বোধহয়...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ছেপ্টেম্বৰ, ২০২৫

প্ৰভাতৰ পৃথিৱীৰ ৰ’দৰ গান তোমাৰ নাম

ৰুদ্ৰ সিংহ মটক জুবিন জুবিন জুবিন ! ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ‌ লৈছিলা আৰু কি আচৰি�...

লেখকঃ ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ ছেপ্টেম্বৰ, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৫

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী পৰিচালক প্ৰফুল্ল শইকীয়াৰ বাবে নিজে লিখা কাহিনীৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →