পানীৰ সাধু
অৰুণ গগৈ মেটেকা ভাহি যোৱা কথাবোৰ মেখেলাৰ পাতলিত মেৰিয়াই আয়ে কৈছিল পানীৰ সাধুকথা পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে পানীৰ পকনীয়াত পাক...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
অৰুণ গগৈ মেটেকা ভাহি যোৱা কথাবোৰ মেখেলাৰ পাতলিত মেৰিয়াই আয়ে কৈছিল পানীৰ সাধুকথা পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে পানীৰ পকনীয়াত পাক...
অৰ্চনা ঠাকুৰীয়া এক ঘৰত থকা ঘড়ীটোৱে সোঁৱৰায় আৰুনো কিমান দিন ? জীৱন, জীৱৰ বিলৈ হাঁহোৱে বা কান্দোৱেই আপোনাৰ ক্ষতি কি? দুই তাত এজোপা গছ...
স্মৃতিৰখা দেৱী‘আচৰিত! তিনিশ বছৰ ধৰি আমাৰ পৃথিৱীত কিন্তু কোনো প্ৰাণী জীয়াই থাকিব পাৰে বুলি শুনা নাই৷ অৱশ্যে ‘গেলাপাগাছ’ নামৰ এটা বিশেষ...
মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees, ২৪ ফেব্ৰুৱাৰি, ১৯১৪- ১৮ জুলাই, ১৯৫৫ )অনুবাদ : প্ৰশান্ত মিশ্ৰযেতিয়া কয়লাজ্বলোৱা শেষ হ'ল, আমি এখন...
পঙ্কজ প্ৰতিম বৰদলৈ স্বাধীনতাৰ পূৰ্বতে আৰু ইয়াৰ পাছতো ‘স্বাধীনতা’ৰ বাদে এই দেশৰ অতি স্পৰ্শকাতৰ সৰ্বত্ৰে চৰ্চিত বিষয়টো হৈছে জাতি(বাদ/ভেদ) আৰু...
দ্বীপৰাজ ধন্যবাদ! এইখিনিতে শেষ হওক ! ৰসতে নামষাৰ থ’লে গাজি-মগুৰ সোৱাদো বাঢ়িব। সোতোৰা ফুল, খৰাং, শিলে ঠেকেচা টিংপাতৰ ফুটাটো, টকৌপাতে কটা...
ড° বুলজিৎ বুঢ়াগোহাঁই ডান্স থেৰাপি, যাক ডান্স/মুভমেণ্ট থেৰাপি (ডিএমটি) বুলিও কোৱা হয়, এই থেৰাপি হৈছে এক প্ৰকাৰৰ মনোচিকিৎসা যি ব্যক্তিসকলৰ...
ভাৰতী চক্ৰৱৰ্তী ক -ই ক’লে কুঁজিবালিলৈ কণখুড়ী গ’ল আজি খ -য়ে খালে খালৈভাঙি খলিহনা মাছ ভাজি গ -উঠিল গিৰিপ কৰি গড় চাবলৈ যাম ঘ -ই বোলে ঘৰৰ...
দীপিকা শইকীয়া মানুহে কয়, সকলোৱে লগ এৰে কেৱল ছাঁটোৱেহে লগ নেৰে বোলে- “মই আৰু মোৰ ছাঁ” বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে ছাঁ যায় লগে-ভাগে ছাঁ...
পৰিস্মিতা বৰদলৈ (১) : আমাৰ মামনৰ জোৰৰ নেকি সি হা? ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ ৷ অ’ শুনিছেনে মামনৰ বাপেক৷ বোলো জীয়েকক...
অনুভৱ তুলসীসেইদিনা এছাটি বতাহেগান্ধ-বিৰিণাৰজন্মদিন পালিছিলসেই উছৱলৈ তোমাকো মাতিছিলবতাহৰ কথা তুমি নোৱৰাঁ পেলাবগৰখীয়াহঁতে শুনাকৈবতাহে বনগী�...
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ আধাৰত ইতিমধ্যে সমগ্ৰ দেশতে শিক্ষাজগতৰ সংস্কাৰ আৰম্ভ হৈছে৷ ই নিশ্চিতভাৱে সময়ৰ আহ্বান৷ দেশৰ অতিকে বিজ্ঞ...
কিশোৰ দাস কোঁৱৰ স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ শৱ এশ...
ৰাজীৱ বৰা আমাৰ মৰণ তেতিয়াই নিশ্চিত হ’ল যেতিয়া আমাক বচাবলৈ তেওঁলোক উঠিপৰি লাগিল এতিয়া মই নাজানো মই বাচি আছোঁনে মোৰ ভিতৰত বাচি আছে মৃত্যু...
যশোৱন্ত নিপুণ ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব৷ কিন্তু সেইবোৰ...
অংগনা চৌধুৰী নাগালেণ্ডলৈ এপাক যাবলৈ বহুদিনৰপৰাই মন গৈ আছিল৷ কহিমাই যেন হাতবাউল দি আমাক মাতিহে আছিল৷ সেয়ে এইবাৰ বেছি আগ-পাছ গুণি নাথাকি...
অসমীয়া অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত ।। বসন্ত বৰ্ণনা ।।।। অথ বসন্তঃ ।।হে প্ৰিয়তমা!নৱবিকশিত আমফুলৰ অতি তীক্ষ্ণ বাণেৰে সজ্জিতভ্ৰমৰৰ...
মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav Saifert)১৯৮৪ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক, চেক গণৰাজ্যঅনুবাদ : ড° ৰঞ্জিত দত্তবহুদিনৰ আগতেইজীৱনে মোক...
সঞ্জীৱ বৰুৱা নৃত্যৰতা আকাশ চমকি উঠিছে মেঘ সৃষ্টিৰ বৃষ্টিয়ে কঢ়িয়াব ধৰালৈ অনাবিল শান্তিৰ সপোন গুঞ্জন । তেজে তুমৰলি দিগন্ত নেওচি উপভোগ কৰা...
অত্ৰেয়ী গোস্বামী উভতিব খুজিলেও উভতিব নোৱাৰি বন্ধনো নাই, মায়াও নাই৷ অথচ চাৰিওদিশে চাৰিওটি বাট বন্ধ৷ কথাটো সহজকৈ ভাবিব পাৰি সহজ হ’ল বুলিয়েই...
বিভাৰাণী তালুকদাৰ হাউচৰ শিলগুটিত দোপ দি দি উঠি আহে কলহৰ তলি কাণ বাগৰা পানীত পখালিব নোৱাৰোঁ মোৰ মন-কাউৰীৰ ঠোঁট ডেউকাত আঙঠা বান্ধি বনাই ফুৰোঁ...
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই— “কিনো...
এম. কামালুদ্দিন আহমেদ ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ সোমাই...
অমৃত গোস্বামী ভাৰতে স্বাধীনতা পোৱাৰ কিছুবছৰৰ পাছৰ কথা– অসহযোগ- বিদেশী বস্ত্ৰ পৰিত্যাগৰ ঢৌ তেতিয়াও মাৰ যোৱাই নাছিল৷ বিদেশী বস্ত্ৰ ত্যাগ কৰি...