বিশিষ্ট চিত্ৰশিল্পী আমিনুল হকৰ ছবি
Sunflower loverBoul SongsPallaquin bearers...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
Sunflower loverBoul SongsPallaquin bearers...
সঞ্জীৱ সভাপণ্ডিত এয়া৷ মোৰ নামটো ঘোষকে ক’লে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হ’লোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷ মানুহ...
কুশল ডেকা (এক) সাহিত্য পাঠকৰ বাবে লেখকে যেতিয়াই এক কাল্পনিক টাৰ্গেট গ্ৰুপৰ কথা ভাবে তেতিয়াই সকলো খেলিমেলি হয়৷ চৰিত্ৰ এক টিপিকেল বস্তু বুলি...
প্ৰতীক্ষা বৰা কোঠাটোত এখনেই খিৰিকী। খিৰিকীৰ ইপাৰে মুকলি আকাশখন দেখা পাম আৰু দুপৰৰ ৰ’দছেৰেঙা লৈ লিখা-পঢ়া কৰিম বুলি মানুহটোৱে ঘৰটো লৈছিল...
অত্ৰেয়ী গোস্বামী এজন পৰুৱাই পোৱা মানুহক লগ পাইছিলোঁ, তেওঁ কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই ফুৰিছিল৷ পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি আঙুলিবোৰ...
পংকজ গোবিন্দ মেধি এনেকুৱা কোনো আছে নেকি যিয়ে সদায় সৰ্বত্ৰ কথা দি কথা ৰাখিছে কথা দি কথা ৰাখিব পাৰিছে তৎমুহূৰ্ততে হ’ব বুলি কৈ পাহৰি যোৱাতো...
মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই...
জুবিলী গগৈ বহু পিছত এৰি থৈ আহিছোঁ মই শৈশৱৰ বেঙেনাবুলীয়া আগলৈ আহাX মোৰ ছাঁ তোমাৰ গাত নপৰক তোমাৰ পিছে পিছে গৈ থাকোঁতে ময়ো চাম সমুখলৈ উভতি চাব...
হৰেকৃষ্ণ ডেকা কাইলৈ ফেঁহুজালি ফালি উভতি আহিলে বেলিটো বেলেগ হৈ আহিব নেকি ? দোকমোকালি বেলিটো ওলালে কওঁ এটা নতুন দিন ৷ কাইলৈ ক’ম নতুন বছৰ ৷...
দিগন্ত শইকীয়া টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ...
নৱনীতা ভট্টাচাৰ্য্য আজি কিছুদিনৰ পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা কিনো শুনিবা৷ এদিনটো এজোপা...
ৰুদ্ৰ সিংহ মটক শান্তি শান্তি বিচাৰোঁ আমি যুদ্ধ নিবিচাৰোঁ কাহানিও অথচ এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে ৱাৰ ড্ৰীল নিউক্লিয়াৰ ড্ৰীল...
অংগনা চৌধুৰী বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে...
ড° দীপশিখা ভাগৱতী চলচ্চিত্ৰ মহোৎসৱ, ফিল্ম ফেষ্টিভেল বুলি ক'লে আজিৰ পৰা কেই বছৰমান আগলৈকে সাধাৰণ জনগণই সৰ্বসাধাৰণে ঢুকি পোৱাৰ উৰ্ধ্বৰ এক...
বিনয় মোহন শইকীয়া (যোৱা সংখ্যাৰ পিছৰ পৰা) (৪)বিটকইন নেটৱৰ্কৰ কৰ্মপদ্ধতি বিটকইনে কেনেকৈ কাম কৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰাটো এই লেখাৰ...
পংকজ প্ৰতিম বৰদলৈ চুকাপাইকা৷ নামটো পাঠকৰ বাবে চিনাকি নহয়৷ উৰিষ্যাৰ কটক জিলাৰ এখন নদীৰ নাম হৈছে চুকাপাইকা৷ মহানদীৰ উপনৈ এই চুকাপাইকা নদীখন...
স্বপ্না দত্ত ভৰালী “আৰম্ভ কৰিছানে ডেকাল’ৰা?” হৰিনাথ বৰুৱাই মোক মাজে মাজে সোধে৷ “দুলাইনমান লিখা হৈছে খুৰাদেউ৷” চৰকাৰী শিক্ষকৰ যোগ্যতাৰ...
মুনমী দত্ত হাজৰিকা এইটো এটা ৰূপকথা৷ তাহানিতে কানায়ে মহাৰাজক দি পঠোৱা ডালিম পুলিটো ৰাজচৌহদত টিকটিকিয়া ডালিমফুলেৰে উপচি থকাৰো বহু আগৰ৷ কানাইৰ...
পদ্মজা বৰুৱা মহন উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷ পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷...
ড০ অমৃত গোস্বামীভাৰত বুৰঞ্জীত শিৱাজী, ৰাণা প্ৰতাপ, টিপু চুলতান, ঝান্সিৰ ৰাণী লক্ষ্মীবাঈ আদিৰ বীৰগাথাৰ বিষয়ে ইতিহাসবিদসকলে যেনেকৈ...
ৱাহিদ আহমেদৰাজনীতি হৈছে বিভিন্ন ৰাজনৈতিক দিশসমূহৰ পুংখানুপুংখ আলোচনাৰ এটা বৃহৎ প্ৰক্ৰিয়া৷ য’ত নিহিত হৈ থাকে বহু বিষয় আৰু তাৰ ধাৰণা৷ এই...
ড০ পৰমানন্দ মহন্ত কোনো ঘটনা বা ব্যক্তিৰ জন্মৰ এশ বছৰীয়া জয়ন্তীবোৰ পাতি তেনে ঘটনা বা ব্যক্তিক স্মৰণ কৰে – এইটো এটা গুৰুত্বপূৰ্ণ সামাজিক...
মৃদুল শৰ্মাআকাশ উদাৰ কিন্তু দেখুৱায় আন্ধাৰসেউজীয়াৰ ভৱিষ্যতমই দেশৰ পতাকাখন ৰখি আছোঁপৃথিৱী জ্বলিছে দেশ-কাল জ্বলিছেমাটি-মানুহৰ চিতা...
ৰানু বৰুৱা গগৈএজাক শীতল বতাহৰবাবেই জী আছোঁপ্ৰতিনিয়ত পুৱাৰ তপত ঢৌ খেলা ৰ'দআৰু মাটিৰ মৰমত জী আছোঁইয়াত অস্থাৱৰ সকলোদেহমনআৰু সমস্ত চৰাচৰজী আছোঁ...