৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

৫৪৩ + ২৪৫ = ০

লেখকঃ হিমাংশু ভাগৱতী • প্ৰকাশিতঃ ২৭ অক্টোবৰ, ২০২০
২ মিনিট পঠন • ২৬৩৮ বাৰ পঢ়া হৈছে
হিমাংশু ভাগৱতী

৫৪৩ + ২৪৫ = ০
ভুল বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ
 
মাজে-সময়ে হাতৰ নখত লগাই দিয়া চিয়াঁহীকণ
নীলা বুলিয়ে সৰলভাৱে ভবা যায়
অথচ বহু দিনলৈ লাগি থকা দাগটো ক’লা
 
সমদলত সৰলভাৱে‍ যোগ দিয়াৰ
এটা ঋতুৰ পাছতহে
কেমেলিয়নক অনুসৰণ কৰাৰ ভাগৰ আহে,
এই সাধুটো বাৰে বাৰে ঘূৰে
 
ইফালে-সিফালে অকালতে নোহোৱা হোৱা মানুহবোৰ
আচলতে শূন্যহে
 
অধিকাৰ কোঁদোবাহ, চুব খুজিলেই বিপদ
 
৫৪৩+ ২৪৫ = ০
 
এই শূন্যটো শূন্য বুলি নাভাবিব
 
সৰলভাৱে এই শূন্যটোৱে গিলি থয়
প্ৰায় এশ আঠত্ৰিছ কোটি  
লাখ লাখ শ শ
শ্ৰব্য ৰূপ
হ
লেখকৰ পৰিচয়

হিমাংশু ভাগৱতী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)