৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এ'পিটাফ

লেখকঃ ৰচনা পাঠক • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২১
১ মিনিট পঠন • ৭৭৪ বাৰ পঢ়া হৈছে

কাহানিও কাকো তই তেহেলে যা নোবোলা

বৰনৈৰ বুকুত হঠাতে কাৰ কাৰ মাত

পানীয়ে গিলিলে

কেইজনী নিমাতী মাকৰ চকুপানী নেদেখিলে কোনেও

কাৰ কাৰ উকি উৰি গ’ল ইথাৰত

কোন বীৰৰ কিৰিলিত জমি উঠিল মৃত্যুৰ উৎসৱ

লোহাৰ জাহাজো ভাগে। এইখনতো পঁচা কাঠৰ

পুৰণি নাও। সুৰাৰ ভৰত আতুৰ নাৱিক 

হিচাপী পানীৰ মালিক

ভগা সমাজত বগলীবোৰ জিলিকেই 

হৰ্ডিঙতো আঁকি থোৱা থাকে বাটে-ঘাটে

এতিয়া বিচাৰি নোপোৱা মৃতদেহবোৰ ঢাকি

কঁহুৱাই চাপৰি উপচাই তৰি দিছে চন্দ্ৰতাপ

আহাঁ, লুইতৰ চাপৰিত কঁহুৱা ফুলা চাওঁগৈ

ৰ
লেখকৰ পৰিচয়

ৰচনা পাঠক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)