— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ (Table of Contents)
| কবিতা | |
|---|---|
| পানী | ৰিপুঞ্জয় বৰুৱা ঋমন |
| তোমালোকৰ হাতবোৰ | ঋতুবাস্তৱ হাজৰিকা |
| ছিষ্টেম | গীতাঞ্জলি বৰকটকী |
| এ'পিটাফ | ৰচনা পাঠক |
| ড্ৰেছিং টেবুল | প্ৰাঞ্জল হাজৰিকা |
| জন অৰণ্য | ৰুদ্ৰ সিংহ মটক |
| কথা | আবেদুৰ ৰহমান |
| ভোলা আৰু পূজা | স্বপ্নালী কলিতা |
| ভৱিষ্যতৰ চিন্তা : ক'ত থৈ যাম... | পম্পি বৰা বৈশ্য |
| গান্ধীজীৰ সৰ্বোদয়ৰ ধাৰণা আৰু বৰ্তমান সময়ত এই ধাৰণাৰ প্ৰাসংগিকতা | কৰৱী বৰ্মন কলিত |
| পূজা-পাৰ্ৱণ আৰু সাজ-পোছাক ইত্যাদি | ড° মৰমী বৰঠাকুৰ তালুকদাৰ |
| গছ | গীতুমণি তালুকদাৰ |
| কল্প-কথা | ৰশ্মিৰীয়া গগৈ |
| পূজাৰ কবিতা | গায়ত্ৰী দেৱী বৰঠাকুৰ |
| অৰণ্যত দুৰ্গাপূজা | সংকল্পজিৎ শইকীয়া |
| দ্বিতীয় আগমন | মূল(ইংৰাজী): ৱিলিয়াম বাট্লাৰ য়েট্ছ |
| কফিন | অনুবাদ:মৌচুম বৰুৱা |
| অজগৰ ১ | পংকজ গোবিন্দ মেধি |
| মৃতকসকল | অনুবাদ: এপ’লো খাটনিয়াৰ |
| ফুটবল পয়েট্ৰি | সৌৰভ শইকীয়া |
| বিপ্লৱ প্ৰতীক | অনুভৱ তুলসী |
| হয়তো অৱধাৰিত আছিল | উদয় কুমাৰ বৰুৱা |
| সপোনৰ বেপাৰী | হৰেকৃষ্ণ ডেকা |
| অ’নাম | প্ৰয়াগ শইকীয়া |
| বুৰবুৰণি | জোনমণি দাস |
| এজামচন্ (Assumption) | সুশান্ত বৰা |
| কৰুণা | অলকেশ কলিতা |
| পান্থশালাত এদিন চিত্ৰকৰ | জ্যোতি নীলিমা গগৈ |
| ডাঠি তান চৰণে পৰিয়ো | অলকা মহন্ত বৰুৱা |
| চাৰি প্ৰহৰৰ মালিতা | প্ৰশান্ত মিশ্ৰ |
| শিশুজগত | |
| শিল্পকলা (আলোকচিত্ৰ) | শিল্পী : সৌৰভ দুৱৰা |
| অকণিয়ে অঁকা ছবি | কৃষ্ণা অংগনা বৈশ্য, |
| আকাশ মুকলি হ’ল | স্মৃতিৰেখা দেৱী |
| গল্প | |
| ৰূপান্তৰৰ দস্তাবেজ | ৰুমী লস্কৰ বৰা |
| অৰূপ কুমাৰ নাথৰ গল্প- ধানমালিতা বনমালিতাৰ আলোচনা | ড° দীপমণি দাস |
| মেকবেথ | শিৱানন্দ কাকতি |
| শ্বেৰণী : মানুহ বনাম বন্যজন্তু, অৰণ্যৰ সংঘাতৰ সফল প্ৰতিফলন | গীতিকা শইকীয়া |
| খোজবোৰ | অব্যক্ত নিৰ্বাণ ৰাজখোৱা |
| অসুৰনাশিনী | ৰঞ্জু শৰ্মা |
| টিটিৰ নতুন অভিজ্ঞতা | নৱনীতা ভট্টাচাৰ্য |
| সাগৰ বৈভৱ | তৃপ্তি বৰা |
| থেকেৰা ফুলৰ কলি | স্ৰোতস্বিনী তামূলী |
| ওভতনি সময়ৰ খোজ | আশাদীপা শইকীয়া |
| দাগ অচ্ছে হ্যেঁ | পদ্মজা বৰুৱা মহন |
| গান্ধী-ফাগ্লা | নীলোৎপল বৰুৱা |
| নিলয় | আকাশ দীপ্ত ঠাকুৰ |
| কুকুহা | স্মৃতিৰেখা দেৱী |
| প্ৰতিবিম্বত দখনাৰ ৰং | পৰী পাৰবীন |
| গল্পলেখক আৰু অশ্লীলতা | মূল:চাদাত হাছান মাণ্টো |
| নাইন্টি ছিক্স | নৱজিৎ চেলেং |
| সূৰ্যত প্ৰতিবিম্ব | পংকজ প্ৰতিম বৰদলৈ |
| প্ৰবন্ধ | |
| শান্তিস্বৰূপ ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া (অভিনন্দন) | দিগন্ত ওজা |
| নিমাতী ঘাট, কিছু দুৰ্ভাগ্য আৰু কিছু আশা | অন্যযুগ সাহিত্য পৰিষদ |
| মুক্ত বীক্ষণ | |
| ভাৰতৰ বিশ্বগুৰু হোৱাৰ সপোন : বাস্তৱ আৰু ভৱিষ্যত! | পঙ্কজ প্ৰতীম বৰদলৈ |
| অসমীয়া মেধা— অপসৃয়মান নে অস্তিত্বহীন? | সঞ্জীৱ সভাপণ্ডিত |
| সন্তানৰ মুখত নেতিবাচক উক্তিৰ প্ৰয়োজনীয়তা | ড° ভাৰত বৰুৱা |
| অনুবাদ | |
| জুই ৰঙৰ বেনাৰসী শাড়ী | মূল (বাংলা): সমীৰ ৰক্ষিত |
| বাঘিনীৰ সত্য জীৱন কাহিনী | মূল (ওড়িয়া): অখিল মোহন পট্টনায়ক |
| উপন্যাস | |
| বছা বকুল | ৰমানন্দন বৰা |
| মাধৱী | অৰ্পিতা বৰঠাকুৰ মিশ্ৰ |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।