৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰবন্ধ (Essays)

চিন্তাশীল বিশ্লেষণাত্মক আৰু গৱেষণাধৰ্মী প্ৰবন্ধ।

মুঠ ৩১৩ টা লেখা
পৃষ্ঠা ২ / ১৪ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
২২ জানুৱাৰী, ২০২৬

গীতালি বৰাৰ ‘বৈষম্যবাদ’: এটি চমু আলোচনা

ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী আগশাৰীৰ গল্পকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা গীতালি বৰাৰ শেহতীয়া গল্প...

ড°বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ জানুৱাৰী, ২০২৬

২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা: অদৰকাৰীৰ উপকাৰিতা

ড° অনিল চন্দ্ৰ বৰা চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। তেওঁলোকে সৃষ্টি...

ড° অনিল চন্দ্ৰ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ জানুৱাৰী, ২০২৬

পল এলুৱাৰ্দৰ কবিতা

ইংৰাজী অনুবাদ : জন হেইজঅসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ জানুৱাৰী, ২০২৬

অসমত বসবাস কৰা লিম্বুসকলৰ সংক্ষিপ্ত পৰিচয়ঃ এক সামাজিক তথা ঐতিহাসিক বিশ্লেষণ

অজয় লিম্বু অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম এক জাতি৷...

অজয় লিম্বু পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ৰ ত্ৰিংশতম সন্মিলন ক’প-৩০ (Conference of Parties-COP-30) আৰু ব্ৰাজিল

ড° অমৃত গোস্বামী আন্তৰ্জাতিক সহযোগিতাৰে পৰিৱেশ আৰু জীৱবৈচিত্ৰ্যতা ৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত পৰিৱেশ আৰু...

ড°অমৃত গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতিধাৰা : এক বিশ্লেষণ

অজয় লিম্বু আৰম্ভণি : অৰ্থনৈতিক বৃদ্ধি আৰু বিকাশ অৰ্থবিজ্ঞানত প্ৰায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্ৰায়েই এটা আনটোৰ পৰিপূৰক হিচাপে...

অজয় লিম্বু পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

কলন গণিতৰ ধাৰণা আৰু ভাৰতৰ অৱদান

ডঃ প্ৰিয় দেৱ গোস্বামী মানৱ সভ্যতাৰ বিকাশত গণিতৰ ভূমিকা অতি উল্লেখযোগ্য। মানুহে কথা কবলৈ শিকাৰ পাছতেই সম্ভৱ গণিতৰ বিকাশ হৈছিল।গণি�...

ড° প্ৰিয় দেৱ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৫

যোৰহাট চহৰৰ সংগীত সাধনাৰ এটি অৱলোকন

পৰমানন্দ মহন্ত ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী’ – নামটোতেই কিবা কালিকা থকা যেন লাগে; ভিতৰৰ পৃষ্ঠাত দেখিলোঁ ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী...

পৰমানন্দ মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ অক্টোবৰ, ২০২৫

শিল্পকলা : ব্যৱহাৰিক দিশ আৰু ৰুচিবোধৰ বিৱৰ্তন

দেৱকৃষ্ণ বৰুৱা হাজাৰ হাজাৰ বছৰ ধৰি শিল্পকলাই মানুহক মুগ্ধ কৰি অহাৰ লগতে মানুহক সৌন্দৰ্যপ্ৰিয় প্ৰাণী হিচাপে, চিন্তাশীল, আৱেগ-অনুভূতিশীল...

দেৱকৃষ্ণ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ ছেপ্টেম্বৰ, ২০২৫

কৃত্ৰিম বুদ্ধিমত্তাৰ পথ প্ৰদৰ্শক ৱাল্টাৰ পিটছ

ডঃ প্ৰিয় দেৱ গোস্বামী মানুহৰ মগজুৰ বিকাশ হৈ সমাজ পাতি থাকিবলৈ লোৱাৰ পৰাই জ্ঞান আহৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হ'ল। ই আছিল সভ্যতাৰ দিশত মানুহৰ...

ড॰প্ৰিয়দেৱ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

ৰাজকীয় ক্ষমা লাভেৰে স্ববন্দিত এলেন টুৰিং

ডঃ প্ৰিয় দেৱ গোস্ৱামী পৃথিৱীত অতি উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি দিয়া হয়। পুৰস্কাৰৰ...

ড॰প্ৰিয়দেৱ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩১ জুলাই, ২০২৫

ভাইৰা

মেঘালী দত্ত ঠাকুৰীয়া “মোহন ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল বেঞ্চত বহি ঢোলৰ চাপাৰ মাৰি থাকা! তোক লৈ মই...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ জুলাই, ২০২৫

মৰ্মান্তিক

কুশল দত্ত আহাৰ-শাওণে জাগল পাতিছে আটাইবোৰ সেউজীয়া কজলা হৈ তিতি আছে শোকত ঘাঁহ বন জোপোহা লতাবোৰ তিতি আছে শোকত পুনি মেটেকা ভেঁট পদুমবোৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ জুলাই, ২০২৫

আকাশীগংগা

অমৃত গোস্বামী মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ,কেইবছৰ মানৰ আগতে বৰদোৱা বা...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২০ জুলাই, ২০২৫

বিলখন নোহোৱা হ'ল আয়াং

মানস প্ৰতিম দত্তক্ৰমশঃ পথাৰ হ'ব ধৰা বিল এখনে মেটেকাৰ মাজৰ পৰা কাবান জুৰিছে।নৈপৰীয়া প্লাষ্টিকৰ পাহাৰ। পানীত বিষাক্ত অৱশেষ। মাছৰ শ্বাস�...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ জুন, ২০২৫

জয়ন্ত বিষ্ণু নাৰ্লিকাৰলৈ শ্ৰদ্ধাঞ্জলি

ড০ পৰমানন্দ মহন্ত ভাৰতৰ অগ্ৰণী জ্যোতিপদাৰ্থবিদ ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ২০ মে’ (২০২৫)ত দেহাৱসান ঘটে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা...

ড০ পৰমানন্দ মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ জুন, ২০২৫

শব্দ অথবা তীখাৰ জুই - ৰূপান্তৰৰ চেতনাৰে ৰৌদ্ৰোজ্জ্বল ড০ ভক্ত প্ৰসাদ গৌতমৰ কবিতা

ৰুদ্ৰ সিংহ মটক “The problem of art is to make objective that which has been subjective---to make life in terms of one man into an...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ জুন, ২০২৫

কুৰ্ট গডেল : এজন অসাধাৰণ গণিতজ্ঞ

ড॰ প্ৰিয়দেৱ গোস্বামী প্ৰাকৃতিক পৰিঘটনাবোৰ মানুহৰ চিন্তাশক্তিৰে বিশ্লেষণ কৰি কথিত বা লিখিত ৰূপত সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰা সময়ৰ পৰাই...

ড০ প্ৰিয়দেৱ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ জুন, ২০২৫

বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যত অসমীয়া গ্ৰাম্যজীৱনৰ কথকতা

কিশোৰ দাস কোঁৱৰ অসমীয়া কথা-সাহিত্যক সমৃদ্ধ কৰি তোলা কথাশিল্পীসকলৰ ভিতৰত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাক্...

কিশোৰ দাস কোঁৱৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ মে’, ২০২৫

গণিত : সভ্যতাৰ চকৰি

ড° প্ৰিয়দেৱ গোস্বামী অধ্যয়ন তথা চৰ্চাৰ এক অন্যতম বিষয় হৈছে গণিত৷ এই গণিত বিষয়ত প্ৰাথমিক জ্ঞান থকাটো প্ৰত্যেক মানুহৰ বাবে অপৰিহাৰ্য৷...

ড°প্ৰিয়দেৱ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২১ মে’, ২০২৫

কুকুৰীকণা Poem June 2025

প্ৰদীপ শইকীয়াকোনযোৰ চচমা সঁচা ৷ ক্লাছিক পতনুৱা ৷ কোনবোৰ মিছাচিধা-চকুৱা আমি মুলুং মানুহ ৷অনেক যুদ্ধ দেখিলি অনেক যুঁজাৰু ৷দ্ৰোহী বিপ্লৱী...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৮ এপ্ৰিল, ২০২৫

কৃত্ৰিম বুদ্ধিমত্তা - সংশয় আৰু সম্ভাৱনা

ড॰ প্ৰিয়দেৱ গোস্বামী বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ লগত জড়িত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোবৰ্গৰ মানুহৰ এক ৰ্চচাৰ বিষয় হৈছে কৃত্তিম...

ড॰প্ৰিয়দেৱ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩১ মাৰ্চ, ২০২৫

অসহযোগ আন্দোলন আৰু অসমৰ চাহ বাগিচাৰ শ্ৰমিক

ভৃগুমণি নাথ ভাৰতৰ বৃটিছ বিৰোধী জাতীয় আন্দোলনত মোহনদাস কৰমচাঁদ গান্ধী, জনপ্ৰিয়ভাৱে মহাত্মা গান্ধীৰ পদাৰ্পণ এক লেখত ল’বলগীয়া ঘটনা৷...

ভৃগুমণি নাথ পঢ়ক →