৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উপন্যাস (Novels)

ধাৰাবাহিক উপন্যাস আৰু উপন্যাসৰ বিশেষ অংশ।

মুঠ ২৪৪ টা লেখা
পৃষ্ঠা ১০ / ১১ (প্ৰদৰ্শন: ২৪ টা)
উপন্যাস আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা(তেৰ) নাম্‌কিউ উপত্যকাৰ পূব পাৰত তিনিও ৰাজ্যৰ সন্মিলিত শক্তিয়ে ছ্যু-খান্‌-‌ফাৰ আগ্ৰাসী কাহিনীক তিনি ফালৰ পৰা বাধা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জানুৱাৰী, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা অৱশ্যে ছ্যু-খান-ফাৰ লগত সদ্ভাৱ ৰক্ষাৰ প্ৰশ্নত ফ্ৰা-ত্ৰাই তাক নবচালে। মাও-লুঙৰ ৰাজধানী চেংচেত ছ্যু-কা-ফাই যি...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা(বাৰ) কিন্তু তাৰ জীৱনৰ যিটো পঞ্চম গভীৰ আঘাত, সেইটো কিছু বেলেগ ধৰণৰ; সেয়া প্ৰকৃতিৰ দ্বাৰা বা জীৱন-প্ৰক্ৰিয়াৰ দ্বাৰা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (এঘাৰ) ছ্যুৰ জীৱনৰ এয়া দ্বিতীয় দীঘলীয়া যাত্ৰা। আগৰবাৰত যাত্ৰা কৰিছিল পূবৰ ফালে, আকৌ চেংচেলৈ, তাৰ জন্মৰ ঠাই...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
৪ নৱেম্বৰ, ২০২০

সিপাৰে যমুনাৰ ...

আকাশ দীপ্ত ঠাকুৰ (৯) দোকানৰ ভিতৰৰপৰা বাহিৰখনৰ কিছু অংশলৈকে সাৰি জাবৰবোৰ বাহিৰলৈ বাটৰ কাষলৈ উলিয়াই থোৱা ভঙা প্লাষ্টিকৰ বাল্টিটোত পেলাই...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ অক্টোবৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (দহ) বেলি ওলোৱাৰ সময় হৈছে। কাঠৰ বেৰত উৰণীয়া সিংহ প্ৰতীকেৰে ৰাজকীয় কোঠালিটো। ডাঙৰ খুঁটাবোৰৰ কাষে কাষে ওখ খুৰা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ অক্টোবৰ, ২০২০

পিছলৈ উভতি চাওঁ-৮

ড০ পোনা মহন্ত অঁকৰা মৈত উঠিলোঁ তেতিয়াৰ দিনত আমাৰ ঘৰৰ সমুখত থকা আহল-বহল পথাৰখনত কিদৰে ভেঁটা দি মাছ ধৰিছিলোঁ, সেই কথা আগৰ লেখাত কৈ...

ড˚ পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
১৯ অক্টোবৰ, ২০২০

সিপাৰে যমুনাৰ

আকাশ দীপ্ত ঠাকুৰ(৮) কিছুমান কথা কওঁ বুলিও কাকো ক’ব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা নিজৰ মাজতে...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২০

পিছলৈ উভতি চাওঁ: ৭

নিমগুটি, টাংগুটি আৰু কত কি? ড॰ পোনা মহন্ত স্কুল ছুটীৰ পাছত ঘৰলৈ আহি পেণ্ট-চোলাযোৰ খুলি থৈ গামোচা এখন কঁকালত মেৰিয়াই লৈ পোনে পোনে দৌৰ...

ড˚ পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
২২ ছেপ্টেম্বৰ, ২০২০

সিপাৰে যমুনাৰ ...

আকাশ দীপ্ত ঠাকুৰ(৭) ...চৌপাশে যেন আৰম্ভ হ’ল কিছুমান অস্ফুট কোলাহল। নীলাঞ্জনাই তেতিয়াও সাৰ পোৱা নাছিল। আধা টোপনিৰ আৱেশত তাই কেৱল...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

পিছলৈ উভতি চাওঁ— ৬

কলপাতৰ ফুটাৰে অ, আ, ক, খ ড° পোনা মহন্ত মোৰ পাঁচ-ছবছৰ মান হওঁতে দেউতা নে খুৰা কোনোবা এজনে নি ৫৬৫ নং বাৰেঘৰ ভকত গাঁও এল.পি. স্কুলত নামটো...

ড˚ পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা (আঠ) (যোৱা সংখ্যাৰ পিছৰ পৰা) নগৰৰ সিংহদুৱাৰত ভৰি দিয়েই সি বুজি পালে নগৰত কিবা এটা ডাঙৰ অঘটন হৈছে। সি বেগেৰে...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

সিপাৰে যমুনাৰ...

আকাশ দীপ্ত ঠাকুৰ (৬) (যোৱা সংখ্যাৰ পিছৰ পৰা) আৰু... এখন ঘৰ, এখন দোকান, এটা অগতানুগতিক পৰিয়ালৰ আৱেষ্টনী ভেদ কৰি নীলাঞ্জনাই ভৰি দিলে...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ আগষ্ট, ২০২০

অব্যাহৃত

গুৰু দুজনাৰ সৃষ্টিসমূহ আৰু পাঠসমীক্ষাৰঞ্জুমণি মহন্ত এই লেখিকাৰ দহ কি এঘাৰ বছৰমান বয়সৰ কথা৷ গোসাঁইঘৰৰ থাপনাত থকা ‘কীৰ্ত্তনঘোষা আৰু...

ৰঞ্জুমণি মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
৩ আগষ্ট, ২০২০

পিছলৈ উভতি চাওঁ—৫

মোৰ ওপজা ঠাই: বাঁহগড়, বাৰেঘৰ ড° পোনা মহন্ত মই শ্বিলঙৰ ছেইণ্ট এড্‌মাণ্ড্‌জ (St. Edmunds) কলেজত পঢ়ি থাকোঁতে প্ৰথম অৱস্থাত হ’ষ্টেলৰ...

ড˚ পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
২ আগষ্ট, ২০২০

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা পাছদিনা পুৱা। ৰাতি ডাঙৰকৈ বৰষুণ দিয়াৰ পাছত আকাশ ফৰকাল। পথাৰবোৰত পানী ৰৈছে। হালোৱাই হাল-কোৰ লৈ পথাৰলৈ গৈছে। কোনো...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২ আগষ্ট, ২০২০

অব্যাহৃত

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰঞ্জুমণি মহন্ত যোৱা ২৯ জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰায় তিনিটা দশকৰ পাছত দেশৰ প্ৰচলিত শিক্ষানীতিৰ...

ৰঞ্জুমণি মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
২ আগষ্ট, ২০২০

সিপাৰে যমুনাৰ

আকাশ দীপ্ত ঠাকুৰ (যোৱা সংখ্যাৰ পিছৰ পৰা) নীলাঞ্জনাহঁতৰ পৰীক্ষাৰ ৰিজাল্ট ওলাবলৈ বেছি দিন নাই বুলি খা-খবৰবোৰ কাৰোবাৰ মুখেৰে গম পোৱা...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩ জুলাই, ২০২০

সিপাৰে যমুনাৰ...

আকাশ দীপ্ত ঠাকুৰ (যোৱা সংখ্যাৰ পিছৰ পৰা) ঘৰখনলৈ এটা ম’বাইল অহাৰ দিনা সিহঁত দুয়োজনীৰ সময়বোৰ যেন সেইটোতে ৰৈ গৈছিল। অকণমানি ক’লা বৰণৰ...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩ জুলাই, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ‍

ড˚ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) নাও-খেলৰ পাছত ছ্যুৱে উপভোগ কৰিলে সাঁতোৰ প্ৰতিযোগিতা। কিছু দুৰ দূৰে নদীৰ পাৰৰ দুটা সুকীয়া...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩ জুলাই, ২০২০

পঢ়ুৱৈৰ মতামত

‘অন্যযুগ’-ৰ প্ৰতিটো সংখ্যাই ভাল লাগিছে। অনলাইনতো বৰ্তমান এনেদৰে পঢ়িবলৈ পাই ভাল লাগিছে। অন্যযুগৰ তৰফৰ পৰা যুৱ প্ৰজন্মৰ মাজত বিভিন্ন...

ভিন্নজনৰ নিৰ্বাচিত মতামত পঢ়ক →
উপন্যাস আৰ্কাইভ
৩ জুলাই, ২০২০

অব্যাহৃত

ছ’চিয়েল মিডিয়াৰ ট্ৰ’ল আৰু আমাৰ ‘মব’ মানসিকতা ৰঞ্জুমণি মহন্ত কেইদিনমানৰ আগতে এটা বাতৰি পঢ়িছিলোঁ৷ বাতৰিটোত কোৱা হৈছে যে 'টিক্‌টক্‌' আৰু...

ৰঞ্জুমণি মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
৩ জুলাই, ২০২০

কাব্যশিল্প

পাৰেজিয়া জ্ঞান পূজাৰী কথা কোৱা কথা কোৱা মানে কাম কৰা কথা সৰল আৰু অকপট আৰু জীয়াই থাকা বিপদজ্জনকভাৱে যুদ্ধ আৰু যুদ্ধ দিন আৰু ৰাতিৰ পোহৰ...

বাৰ্চিল’নাবিদায় পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জুন, ২০২০

পিছলৈ উভতি চাওঁ— ৪

পৰেনে মনত মোৰ দেউতাৰ কথা? ড˚ পোনা মহন্ত যিসকল সহৃদয় পাঠকে এই অকিঞ্চনৰ অতীত কথনৰ আগৰকেইছোৱা পঢ়ি আমাক অনুগৃহীত কৰিছে, সেইসকলৰ হয়তো মন�...

ড˚ পোনা মহন্ত পঢ়ক →