৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উপন্যাস (Novels)

ধাৰাবাহিক উপন্যাস আৰু উপন্যাসৰ বিশেষ অংশ।

মুঠ ২৪৪ টা লেখা
পৃষ্ঠা ৮ / ১১ (প্ৰদৰ্শন: ২৪ টা)
উপন্যাস আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২২

মলেঁয়া

(৩) দাদুল দেৱকৃষ্ণ বৰুৱা : চিন্তাৰ কাৰণ নাই ষ্টেপান।— মিষ্টাৰ ইগৰে ক’লে। : ঠিক হ’ব!— উৎসুক ষ্টেপান। : হ’ব; কিন্তু সকলো ঠিক নহয়। :...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৪ নৱেম্বৰ, ২০২২

বচা বকুল

ৰমানন্দন বৰাপাহিতাৰ ল’ৰা হোৱাৰ বতৰাটো দশৰথৰ টিকাত থকা বছা গাঁৱৰ মানুহখিনিৰ মাজতো এছাটি কোমল বতাহৰ দৰে বিয়পি পৰিল৷ পাহিতাৰ মাকৰ মনটো...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ অক্টোবৰ, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (সামৰণি অধ্যায়) লাক্‌নি মঙ্‌কাউ বছৰ৷ ৰাজ্যৰ শৌৰ্য-বীৰ্য, প্ৰাণপ্ৰাচুৰ্য, নতুন উদ্দীপনা...

ড° চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
১৮ অক্টোবৰ, ২০২২

বচা বকুল

ৰমানন্দন বৰাষোল্ল পাহিতাৰ ভাল হোৱাৰ দিন চমু চাপি আহিছে৷ বেণুৰ চিন্তাও সিমানে বাঢ়ি আহিছে৷ এটা নতুন জীৱন পৃথিৱীলৈ আহোঁতে যি যন্ত্ৰণা...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
১৮ ছেপ্টেম্বৰ, ২০২২

বচা বকুল

ৰমানন্দন বৰাপোন্ধৰ হো-হো শব্দ কৰি নৈৰ পানী বৈ আছে৷ বাৰীখনৰ গছ-লতা, পাতত পানীৰ সোঁতৰ শেষ নোহোৱা শব্দটো শুনি শুনি আমনি লাগিছে৷ তথাপি একো...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ আগষ্ট, ২০২২

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগ বঢ়াইছোঁকাবেৰী কাশ্যপ বৰাৰ কেইখনমান আলোকচিত্ৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT...

কাবেৰী কাশ্যপ বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ আগষ্ট, ২০২২

অকণিয়ে অঁকা ছবি

অংকন: ভৃয়ান্ত দাস, আৰ্টভিলা ভৱানীপুৰ অংকন: হিয়াস্মীতা মেধি,আৰ্টভিলা ভৱানীপুৰ, প্ৰথমা বৰ্ষঅংকন: অংকীয় প্ৰতিম দাস, আৰ্টভিলা ভৱানীপুৰ...

ভৃয়ান্ত দাস,হিয়াস্মীতা মেধি,অংকীয় প্ৰতিম দাস,হৰ্ষালী ডেকা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ আগষ্ট, ২০২২

শৰৎ আৰু এখন উপন্যাস

ড° বিৰিঞ্চি কুমাৰ দাস আলি স্মিথ হৈছে সাম্প্ৰতিক কালৰ ইংৰাজী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, যাৰ এতিয়ালৈকে প্ৰকাশিত বাৰখন উপন্যাসৰ...

ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ আগষ্ট, ২০২২

হেৰাই যোৱা মন্দিৰৰ সাধু

মূল: সুধা মূৰ্তিঅনুবাদ: স্ৰোতস্বিনী তামুলীতৃতীয় খণ্ড নুনিয়ে গাড়ীৰ পৰা নামিয়েই দেখিলে আজ্জী সকলোকে চাহ দিয়াত ব্যস্ত হৈ আছিল। তাই...

মূল: সুধা মূৰ্তি পঢ়ক →
উপন্যাস আৰ্কাইভ
১৮ আগষ্ট, ২০২২

বচা বকুল

ৰমানন্দন বৰাতেৰ নৈ কাষৰ গছৰ থিৰতা নাই৷ নৈ পাৰৰ মাটিৰ থিৰতা নাই৷ কেতিয়া কোন পাকত খহনীয়াই নিয়ে ঠিকনা নাই৷ নৈ সিপাৰৰ মাটি থাকিলে...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
১৪ আগষ্ট, ২০২২

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্য আজি তোমালোকক সাৰুৱা কথাকেইষাৰমান ক’ম বুলি ভাবিছোঁ। সাৰুৱা বুলি এইবাবেই কৈছোঁ, সাৰে যেনেকৈ মাটিৰ উৰ্বৰা শক্তি...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
উপন্যাস আৰ্কাইভ
১৪ আগষ্ট, ২০২২

পদ্যৰে যোগ নেওতা, বিষয়: মাছ

অনসূয়া বৰঠাকুৰ (দুইৰ ভাগ) ২+১= ৩ (দুয়ে একে তিনি) পিতায়ে আনিছে মাছ দুই কেজি কিনি। ২+২= ৪ (দুয়ে দুয়ে চাৰি) তাৰে এক কেজি ৰৌ, এক কেজি...

অনসূয়া বৰঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ জুলাই, ২০২২

অনুপ্ৰেৰণাৰ উৎস

চন্দ্ৰাৱলী বৰঠাকুৰ FAILURE ISN’T FATAL BUT, FAILURE TO CHANGE MIGHT BE - JOHN WOODEN আত্মবল হৈছে পৃথিৱীৰ সবাতোকৈ শক্তিশালী শক্তি। এই...

চন্দ্ৰাৱলী বৰঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জুলাই, ২০২২

হেৰাই যোৱা মন্দিৰৰ যাদু

মূল: সুধা মূৰ্তিঅনুবাদ: স্ৰোতস্বিনী তামুলী দ্বিতীয় খণ্ড দুদিন পাৰ হৈ গ’ল। শুনি পুৱা সোনকালে শুই উঠি গা-পা ধুই আহি তাই খোৱাৰ টেবুল�...

মূল: সুধা মূৰ্তি পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জুলাই, ২০২২

বচা বকুল

ৰমানন্দন বৰাবাৰ নিজৰ সন্তানক নিজৰ ভেটিত জন্ম দিবলৈ পোৱাটো পৰম গৌৰৱৰ কথা৷ নিজৰ খোপনি ৰোৱা, পুৰুষৰ সন্মান ৰক্ষা কৰা কাম বুলি বেণুৱে...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ জুন, ২০২২

মিণ্টুল হাজৰিকাৰ হালধিহাট

ফাৰহান জাৱেদ কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও ক’ব খোজে৷ আমাৰ বাবে কবিতা কেৱল...

ফাৰহান জাৱেদ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ জুন, ২০২২

হেৰাই যোৱা মন্দিৰৰ যাদু

মূল: সুধা মূৰ্তি অনুবাদ: স্ৰোতস্বিনী তামুলী নুনি এজনী বাৰ বছৰীয়া ছোৱালী। তাই দৌৰি-ঢাপৰি, গছত উঠি বৰ ভাল পায়। তাই খায়ো ভাল পায়...

মূল: সুধা মূৰ্তি পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ জুন, ২০২২

দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস

ড° পোনা মহন্ত ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান...

ড° পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
১৯ জুন, ২০২২

বচা বকুল

ৰমানন্দন বৰাএঘাৰ পুৱাতে খবৰটো বকুল চাপৰিত ৰজন্‌জনাই গ’ল৷ বোপাৰাম বিষয়াৰ চোতালত মানুহে জুম বান্ধিলে৷ নিশাটো কাৰো চকুত চকু নালাগিল৷...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ মে’, ২০২২

অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ

বনিশা শইকীয়া অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা...

বনিশা শইকীয়া পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ মে’, ২০২২

দ্য লেণ্ড অৱ্ ঝাৰিচ্

স্ৰোতস্বিনী তামুলী ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল...

স্ৰোতস্বিনী তামুলী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ মে’, ২০২২

দিছলেক্সিয়া

পম্পি বৰা বৈশ্য"তাৰে জমিন পৰ" চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল'ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/...

পম্পি বৰা বৈশ্য পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ মে’, ২০২২

গেণ’ডাৰ্মা লুচিডাম– প্ৰকৃতিৰ এক বিস্ময়

অৰবিন্দ ডেকা গেণ’ডাৰ্মা লুচিডাম হৈছে ৰঙা ৰঙৰ গেণ’ডাৰ্মা প্ৰজাতিৰ এবিধ কাঠফুলা৷ ইয়াক সাধাৰণতে ইউৰোপ আৰু চীন দেশত পোৱা যায় যদিও পুষ্টিগ�...

অৰবিন্দ ডেকা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৪ মে’, ২০২২

সমুদ্ৰ-মন্থন, কাৰ্বন ফুটপ্ৰিণ্ট, আৰু অনাৱিষ্কৃত জীৱৰ সম্ভাৱ্য অৱলুপ্তি

ড° ভাৰত বৰুৱা ১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ...

ড° ভাৰত বৰুৱা পঢ়ক →