৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উপন্যাস (Novels)

ধাৰাবাহিক উপন্যাস আৰু উপন্যাসৰ বিশেষ অংশ।

মুঠ ২৪৪ টা লেখা
পৃষ্ঠা ৫ / ১১ (প্ৰদৰ্শন: ২৪ টা)
উপন্যাস আৰ্কাইভ
৫ ডিচেম্বৰ, ২০২৩

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ প্ৰস্তাৱনা মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে নে? গোটেই বৃহৎ অঞ্চলটোত আজি অত্যাচাৰীৰ দপদপনি৷ সিহঁতৰ খোজৰ ভৰত ধৰণী আজি আন্দোলি�...

অজিত ছিংনাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
৫ ডিচেম্বৰ, ২০২৩

মহাবৃত্ত

মৃদুল শৰ্মা৪ সত্যৱতী ৷কি যে জঘন্য আছিল সেই আয়োজন! কেৱল এজনী উদ্ভিন্নযৌৱনা যুৱতীৰ শাৰীৰিক সংসৰ্গ লাভৰ কাৰণেই মহৰ্ষি পৰাশৰৰ দৰে জ্যেষ্ঠ...

মৃদুল শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৩

বিহামজ’ মংলী

নীলোৎপল বৰুৱা পৱিত্ৰ ৰাভাৰ প্ৰতিখন নাটকেই বিশালাকাৰ, আয়তনযুক্ত আৰু মহাকাব্যিক। কাহিনী বৃত্তান্ত নাটকীকৰণ কৰোঁতে তেখেতে একোটা...

নীলোৎপল বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৩

আগ্ৰাৰ অৰঙে দৰঙে

অংগনা চৌধুৰী প্ৰথমবাৰ যেতিয়া কলেজীয়া দিনত আগ্ৰালৈ আহিছিলোঁ, তেতিয়া পুৱতি নিশাতে দিল্লীৰ পৰা আহি তাজমহল, আগ্ৰা ফ’ৰ্ট আদি চাই ওভতাৰ পথ�...

অংগনা চৌধুৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পাছৰপৰা)(দহ) বগা কুঁৱলিৰ মাজেৰে বগা ধূলিয়ৰি ৰাষ্টাটোৰে পৰুৱাৰ নিচিনা লানি নিছিগা শাৰী পাতি বেপাৰীবোৰ আহে৷...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১৪) এডাল এডাল কুটা— এটি এটি আশা। এবুকু হেঁপাহ, অযুত সপোন। এটা বাহ— এখন ঘৰ। কিমান যে আলফুলকৈ সম্পূৰ্ণ কৰি তোলে...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৩

বৌদ্ধ দৰ্শন– এটি চমু আলোকপাত

শিবাণী ঠাকুৰ (গোস্বামী) বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ৷ তেওঁৰ ল’ৰালিৰ নাম আছিল সিদ্ধাৰ্থ৷ খ্ৰীঃপূৰ্ব ষষ্ঠ শতাব্দীৰ মাজভাগ�...

শিবাণী ঠাকুৰ (গোস্বামী) পঢ়ক →
উপন্যাস আৰ্কাইভ
২৪ নৱেম্বৰ, ২০২৩

টিভি এফ পিচ্চাৰছ্‌

নিজৰা ৰাজকুমাৰী I think it is possible for ordinary people to choose to be extraordinary - মাত্ৰ ৫২ বছৰীয়া পৃথিৱী বিখ্যা�...

নিজৰা ৰাজকুমাৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৩

নব্বৈৰ দশকৰ অসমীয়া চিনেমা হলধৰ : এটি মূল্যায়ন

প্ৰণৱ মেধী ১৯৭৬ চনত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি আৰু ১৯৭৭ত ড০ ভবেন্দ্ৰ নাথ শ‌ইকীয়াৰ সন্ধ্যাৰাগে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাৰ সূচনা...

প্ৰণৱ মেধী পঢ়ক →
উপন্যাস আৰ্কাইভ
২১ নৱেম্বৰ, ২০২৩

মহৌষধ স্বৰূপ

অমৃত গোস্বামী হালধীয়া ট্ৰেক্টৰেৰে হাবি-জঙ্ঘল ভাঙি, অসমৰ মাজেৰে খনিজ তেল পৰিবাহী ঐতিহাসিক পাইপ লাইনডাল বহুৱাৰ কাম শেষ কৰাৰ পাছৰ কথা...

অমৃত গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ
৯ নৱেম্বৰ, ২০২৩

মহাবৃত্ত

মৃদুল শৰ্মা(মহাবৃত্ত এখন উপন্যাসহে, মহাকাব্য মহাভাৰতৰ পুনৰ্পঠনৰ যত্ন নহয়৷ মহাভাৰতৰ কেইটামান উল্লেখযোগ্য চৰিত্ৰৰ জৰিয়তে ইয়াত কিছুমান...

মৃদুল শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ
১ নৱেম্বৰ, ২০২৩

উইপ্লাশ্ব

নিজৰা ৰাজকুমাৰী The Obsession to be perfect - নিখুঁত হ’বলৈ, চূড়ান্ত দক্ষতা অৰ্জন কৰিবলৈ আপুনি কিমান পৰিশ্ৰম কৰে? পৰিশ্ৰমৰ সলনি আমি...

নিজৰা ৰাজকুমাৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৩

মালতী মেম

নীলোৎপল বৰুৱা কাহিনী চয়ন নিতান্ত‌ই পৰিচালকৰ দৰ্শননিৰ্ভৰ বিষয়৷ নাটকীকৰণৰ ভৱিতব্য বেমেজালি আৰু বাধাৰ (Drammatization hazard) প্ৰতি...

নীলোৎপল বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ অক্টোবৰ, ২০২৩

বচা বকুল

ৰমানন্দন বৰা(আঠ) আহিন মাহৰ চিকুণ ৰাতিপুৱাটো পৰশুৱে নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে৷ চোতালৰ মুখৰ শেৱালি জোপাৰ তলখন ফুলেৰে বগা হৈ উপচি...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ অক্টোবৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা * ১৩ *সম্পূৰ্ণ তিনিমাহ বৰফৰ চাদৰে ঢাকি ৰখাৰ পাছত ক্ৰ'ৱেছিয়াত প্ৰাণৰ স্পন্দন দেখা গৈছে। বৰফ ক্ৰমশঃ গলিবলৈ আৰম্ভ...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ অক্টোবৰ, ২০২৩

অসমীয়া চিনেমাৰ অভিনয়

প্ৰণৱ মেধী অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়। এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ...

প্ৰণৱ মেধী পঢ়ক →
উপন্যাস আৰ্কাইভ
১৭ অক্টোবৰ, ২০২৩

৺দেৱেন্দ্ৰনাথ আচাৰ্য্য আৰু ‘জঙ্গম’

অমৃত গোস্বামী পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ...

অমৃত গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২৩

এনিশাৰ এপৰ : শেহতীয়া নাটক

নীলোৎপল বৰুৱা অসমীয়া নাটকৰ ক্ষেত্ৰখনত ভাস্কৰ বৰুৱা এটা উদীয়মান চিনাকী নাম। নিৰন্তৰ ক্ষিপ্ৰতাৰে যোৱা দশকটোত নাটকৰ কাম কৰি কাহিনী কথনৰ...

নীলোৎপল বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

একত্ৰিকৰণৰ পাছত স্কুলবোৰৰ কি হ’ব?

সত্যজিৎ গগৈ অসমৰ শিক্ষা ব্যৱস্থা পুতৌ লগা ৷ ৰাজনৈতিক লাভালাভৰ বাবেই চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলকো হিতাধিকাৰীলৈ পৰিৱৰ্তিত কৰিলে৷ কেৱল কৰ...

সত্যজিৎ গগৈ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

সংকল্পৱদ্ধতা

প্ৰাঞ্জল বেজবৰা আমি সকলোৱে জীৱনত সুখী হ’বলৈ বিচাৰোঁ। সকলোৱে সুখ কামনা কৰে । কিন্তু প্ৰায়বোৰ মানুহেই সুখী নহয়। সাধাৰণতে সফলতাই মানুহক...

প্ৰাঞ্জল বেজবৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২৩

শ্ৰী ৰঘুপতি (২০২৩) : অসমীয়া চলচ্চিত্ৰৰ ভাগ্যোদয়

প্ৰণৱ মেধী শৈলেন কুমাৰ শৰ্মা প্ৰযোজিত, ৰবি শৰ্মাৰ কাহিনী আৰু সংলাপ, সুব্ৰত কাকতিৰ চিত্ৰনাট্য, পৰিচালনা, সম্পাদনাৰ অসমীয়া চলচ্চিত্ৰ...

প্ৰণৱ মেধী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২৩

‘তৰা’ছ হাজবেণ্ড

ৰিমলী বৰকটকী চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত৷ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন ছিংখ্যাত প্ৰযোজক, পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ...

ৰিমলী বৰকটকী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২৩

বচা বকুল

ৰমানন্দন বৰা(ছয়) মানুহ অভ্যাসৰ অধীন হৈ নাথাকিলে নচলিব৷ সলনি হ’ব লাগিব৷ মানুহৰ অভ্যাস কি? খোৱা-শোৱা আৰু তাৰ মাজত কাম কৰা৷ কিন্তু কি কাম...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১২) হাতীৰ মৰম আৰু নাতিৰ মৰম একেই— পাহৰিব নোৱৰা। কিন্তু দুৰ্ভাগ্য যে ষ্টেপানে আজিলৈকে হাতীৰ মৰমো পোৱা নাই, নাতিৰ...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →