৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উপন্যাস (Novels)

ধাৰাবাহিক উপন্যাস আৰু উপন্যাসৰ বিশেষ অংশ।

মুঠ ২৪৪ টা লেখা
পৃষ্ঠা ৭ / ১১ (প্ৰদৰ্শন: ২৪ টা)
উপন্যাস আৰ্কাইভ
২৯ মাৰ্চ, ২০২৩

মিনহঁতৰ দেশ ইন্দোচীনত- ৫

(ভ্ৰমণ কাহিনী)তপন কুমাৰ শৰ্মা “মই দুখীয়া।”- মিনে ইংৰাজীতে কৈছিল। “আই এম পুৱৰ।” মিনে কোৱা সেই বাক্যটো মোৰ কাণত আজিও বাজি আছে। দোষী দোষী...

তপন কুমাৰ শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ মাৰ্চ, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৬)For the land where it's a great travestyTo harm a stork's nest in a pear tree,For storks serve us all...I am...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ মাৰ্চ, ২০২৩

হীৰাগুড়ি পাহাৰৰ দেৱতা

(ধাৰাবাহিক শিশু-উপন্যাস) বিদিশা দত্ত ‌ (১) (এই কাহিনীটো সেই সময়ৰ, যি সময়ত ভেকুলীবোৰৰ পিঠি মিহি আৰু চিকচিকীয়া আছিল) ভালেমান দিনৰ পৰা...

বিদিশা দত্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ মাৰ্চ, ২০২৩

কমাৰ্চিয়েল পাইলট (Commercial Pilot)

ড° বুলজিৎ বুঢ়াগোহাঁই পাইলট হোৱাটো সমগ্ৰ বিশ্বৰ অন্যতম উন্নত, কঠিন আৰু শ্ৰেষ্ঠ কেৰিয়াৰ। পাইলট হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে – ১...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
উপন্যাস আৰ্কাইভ
২২ মাৰ্চ, ২০২৩

২০২৩-ৰ অস্কাৰ আৰু ক্ল'জ

নিজৰা ৰাজকুমাৰী ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ'ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই...

নিজৰা ৰাজকুমাৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২৩

শৰীৰী সজ্ঞানতা আৰু দঞি পঃল’ নাট সমাৰোহ

নীলোৎপল বৰুৱা মানুহৰ শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ উপনিৱেশিক শৰীৰ-সজ্জা’ৰ...

নীলোৎপল বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৩

মিনহঁতৰ দেশ ইন্দোচীনত

তপন কুমাৰ শৰ্মা(৪) এসময়ত এখন দেশত... ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা...

তপন কুমাৰ শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৫) দেওবাৰটোলৈ ৰৈ থাকে ষ্টেপান। এইটো দিনত তেওঁ মলেঁয়াক বেছি সময় দিব পাৰে। মলেঁয়াৰ সতে তেওঁ গোটেই দিনটো কটাব...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৩

ব্লণ্ড আৰু বহেমিয়ান ৰেপছ’ডি--অনিয়মত মৰা দুটি নক্ষত্ৰ

নিজৰা ৰাজকুমাৰী ব্যৱসায়িকভাৱে অতি সফল ইংৰাজী ভাষাৰ জীৱনীমূলক চিনেমা বহেমিয়ান ৰেপছ’ডিৰ সঘন আৰু সগৌৰৱ উল্লেখ শুনিছিলোঁ ৯১সংখ্যক অস্কাৰ...

নিজৰা ৰাজকুমাৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৩

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) বাইছ এদিন দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ নেদেখুৱালে৷...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
১ ফেব্ৰুৱাৰী, ২০২৩

মিনহঁতৰ দেশ ইন্দোচীনত- ৩

নৃতাত্ত্বি‍ক দিশৰ পৰা ভিয়েটনামীসকল আৰু নাম-ভিয়েটতপন কুমাৰ শৰ্মা মিনক ভালকৈ চাই আচৰিত হ’লোঁ। চৰবতৰ গিলাচটো হাতত লৈ মিনৰ লগত কথা আৰম্ভ...

তপন কুমাৰ শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ
১ ফেব্ৰুৱাৰী, ২০২৩

উলাহেৰে উভতি চাওঁ -২৩

ড০ পোনা মহন্তকটনৰ কিছু কথা উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত উপজি ডাঙৰ হৈ গুৱাহাটী চহৰৰ কটন কলেজৰ পৰিৱেশৰ লগত নিজক খাপ খুৱাই ল’বলৈ কিছু সময়...

ড° পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জানুৱাৰী, ২০২৩

ইণ্টাৰনেটৰ পৃথিৱীত নৱপ্ৰজন্মৰ ভৱিষ্যত

ঋত্বিক পৰাশৰ “অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক...

ঋত্বিক পৰাশৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ জানুৱাৰী, ২০২৩

বচা বকুল

ৰমানন্দন বৰাএকৈছ বান শুকালত মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ’ল৷ নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ জানুৱাৰী, ২০২৩

ৰূদ্ৰাণী শৰ্মাৰ ছয়খন উপন্যাসিকা

ড° বিৰিঞ্চি কুমাৰ দাস দমিতাৰ দস্তাবেজ, উত্তৰকাল, কাঁহিবুনৰ মালিতা, ত্ৰিভূজ, বতাহৰ ছৱি আদি উপন্যাসেৰে সমসাময়িক সামাজিক প্ৰেক্ষাপটৰ...

ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ জানুৱাৰী, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৪) মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ'ব...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২২ জানুৱাৰী, ২০২৩

যোশীমঠ

বেদান্ত কুমাৰ নাথ যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ...

বেদান্ত কুমাৰ নাথ পঢ়ক →
উপন্যাস আৰ্কাইভ
২২ জানুৱাৰী, ২০২৩

ইংৰাজী, টাইৱানীজ আৰু জাপানীজ ভাষাৰ তিনিখন ছবি

নিজৰা ৰাজকুমাৰী পৰিচালকৰ কল্পনাক চেৰাই নিজে ৰূপায়ণ কৰা চৰিত্ৰটোকো নিজৰ মতে উপস্থাপনৰ স্বাধীনতা প্ৰায়েই নাথাকে অভিনেতা-অভিনেত্ৰীৰ। মাজে...

নিজৰা ৰাজকুমাৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
১ জানুৱাৰী, ২০২৩

উলাহেৰে উভতি চাওঁ - ২২

ড০ পোনা মহন্ত ১৯৬১ চন৷ মাহটো পাহৰিছোঁ৷ মেট্ৰিকৰ ৰিজাল্ট ওলাল৷ আশা কৰা মতেই প্ৰথম বিভাগ পালোঁ৷ অৱশ্যে বন্ধু-বান্ধৱ, সহপাঠী আৰু...

ড° পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২২

স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত

অংগনা চৌধুৰী বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷...

অংগনা চৌধুৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ ডিচেম্বৰ, ২০২২

চলচ্চি‍ত্ৰ মহোৎসৱ, কৌটিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু হাউছ অৱ ইলিউজনছ

ড° দীপশিখা ভাগৱতী চলচ্চি‍ত্ৰ মহোৎসৱ, ফিল্ম ফেষ্টিভেল বুলি ক'লে আজিৰ পৰা কেই বছৰমান আগলৈকে সাধাৰণ জনগণই সৰ্বসাধাৰণে ঢুকি পোৱাৰ উৰ্ধ্বৰ...

ড° দীপশিখা ভাগৱতী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২২

দ্য ছুইমাৰছ্

নিজৰা ৰাজকুমাৰী “আই অ্যাম ছাৰা মাৰ্ডিনি, আই হেভ ন’ কাণ্ট্ৰি এনিম’ৰ৷” হঠাৎ যদি আপোনজনৰ পৰা আপুনি বিচ্ছিন্ন হৈ প...

নিজৰা ৰাজকুমাৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২২

মিনহঁতৰ দেশ ইন্দোচীনত- ২

তপন কুমাৰ শৰ্মা ভিয়েটনামী ছোৱালীেয় বৰ দক্ষতাৰে সুছন্দ গতিত মটৰ বাইক চলায়। ‘নাম।’মিনৰ নিৰ্দেশত গাটো কাটি কৰি পিছ ভৰি দাঙি নামিবলৈ...

তপন কুমাৰ শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২২

বচা বকুল

ৰমানন্দন বৰাউনৈছ ল’ৰাৰ নাম পৰশুৰাম৷ গুপ্তনাম৷ পৰশুৰাম ভগৱানৰ অৱতাৰ৷ কিন্তু মাতৃহন্তা৷ বেণু-পাহিতাই সমাজত নাৰায়ণ গোঁসাইক একো সুধিব...

ৰমানন্দন বৰা পঢ়ক →