৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

উপন্যাস (Novels)

ধাৰাবাহিক উপন্যাস আৰু উপন্যাসৰ বিশেষ অংশ।

মুঠ ২৪৪ টা লেখা
পৃষ্ঠা ৯ / ১১ (প্ৰদৰ্শন: ২৪ টা)
উপন্যাস আৰ্কাইভ
২৪ মে’, ২০২২

বচা বকুল

ৰমানন্দন বৰাদহ আস্‌.... এটা আৰ্তনাদ৷ বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি খাই পৰিল৷ ঝাউবনৰ গুৰি�...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ মাৰ্চ, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)ঘৰবোৰ মৰ্যাদা অনুসাৰে সজা হৈছে। তাই পৰম্পৰা মতে ৰাজ্যখনত ৰজাতকৈ উন্নত ঘৰত কোনো থাকিব নোৱাৰে...

ড° চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ মাৰ্চ, ২০২২

বচা বকুল

ৰমানন্দন বৰান বকুল চাপৰিলে এক প্ৰকাৰ ভগনীয়া, পলৰীয়া হৈ আহি এই সৌভাগ্য হাতৰ মুঠিত পাব বুলি বেণুৱে সপোনতো ভবা নাছিল৷ লক্ষ্মী আইৰ...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

বিহংগম দৃষ্টিৰে এল্ডাছ্‌ হাক্সলিৰ উপন্যাস

মৌচুম বৰুৱা আধুনিক ইংৰাজী উপন্যাস সাহিত্যক এক নতুন গতিছন্দ প্ৰদান কৰাৰ ক্ষেত্ৰত আৰ্নল্ড বেনেট, ডি. এইচ. লৰেঞ্চ, জোছেফ কনৰাড, জেমছ...

মৌচুম বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) (আঠ) ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
১৮ জানুৱাৰী, ২০২২

বচা বকুল

ৰমানন্দন বৰাসাত ন-খোৱা বছা গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল’ব পৰাটো অলপ ডাঙৰ কথা নহয়৷ বাত-বৃষ্টি...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
১ জানুৱাৰী, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পাছৰ পৰা)(উনৈশ)ভীষণ কষ্টকৰ পাহাৰীয়া বাট ৷ ডয়-কাও-ৰং দু পৰ্বত পাৰ হৈ ছ্যু-কা-ফাই দেখিলে এখন নদী পশ্চিম...

ড° চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২১

বচা বকুল

ৰমানন্দন বৰাছয় ইয়াৰ পিছৰ ঘটনাৰ গতি অতি দ্ৰুত৷ পদেপদে বিপদ, সংঘাতৰ আশংকা থকা৷ পিছে গাজনিহে হ’ল, বৰষুণ নহ’ল৷ ভাদ মাহত খেতি উঠাই এদিন...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ নৱেম্বৰ, ২০২১

বচা বকুল

ৰমানন্দন বৰাপাঁচ ট্ৰেক্টৰ এখন খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল বলধে এঘণ্টাত যি কাম কৰিব...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ অক্টোবৰ, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)(সোতৰ)বাটকটীয়াই আগে আগে বাটবোৰ চাই গৈছে। এবেঁও দীঘল খামুচীয়া বাঁহ এদালৰ আগত বগা ৰঙৰ এখন...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ অক্টোবৰ, ২০২১

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পাছৰ পৰা) চাৰি উৰুকা মানেই আনন্দ ভৰা ব্যস্ততাৰ দিন৷ আগন্তুক বিহুটো পিঠা-পনা, গা-গামোচা, পা-পৰিষ্কাৰ...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২১

বছা বকুল

ৰমানন্দন বৰাতিনি বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ দাঁতিৰ জাৰণি, হাবি ভাঙি পাতি লোৱা গাঁওখন...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
১৬ ছেপ্টেম্বৰ, ২০২১

মাধৱী

(সম্পূৰ্ণ উপন্যাস)অৰ্পিতা বৰঠাকুৰ মিশ্ৰ খণ্ড- ১ বহুবৰ্ণ সুবাসিত পুষ্পগুচ্ছৰে সজ্জিত কৰি তোলা হৈছে ৰাজপ্ৰাসাদ৷ প্ৰাসাদৰ প্ৰতিটো কোণ...

অৰ্পিতা বৰঠাকুৰ মিশ্ৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ আগষ্ট, ২০২১

উলাহেৰে উভতি চাওঁ -১৮

ড° পোনা মহন্তমোৰ ‘ভাৰত দৰ্শন’ আমাৰ দিনত হাইস্কুলীয়া ছাত্ৰ এজনৰ দিনবোৰ তেনেই গতানুগতিক ধৰণে পাৰ হৈ গৈছিল৷ টাউনত থকা ল’ৰাবোৰৰ কথা হয়তো...

ড˚ পোনা মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
২৮ আগষ্ট, ২০২১

বছা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰপৰা)দুই ভাদমহীয়া তিথিকেইটা বছা গাঁৱৰ নামঘৰত বৰ ভাব-ভক্তিৰে পতা হয়৷ মহিলাসকলে আবেলি বেলিকা লগ হৈ নাম লয়৷...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
১৩ আগষ্ট, ২০২১

উত্তৰণৰে জীৱনক মহীয়ান কৰা মানুহৰ কাহিনীৰে উপন্যাস ‘বকুল ফুলৰ দৰে’

গীতিকা শইকীয়া জীৱনৰ উত্তৰণৰ দিশত শিক্ষাৰ ভূমিকা সৰ্বাধিক। হাজাৰ দুৰ্যোগৰ পাছতো আখৰ লিখিবলৈ, পঢ়িবলৈ থকা দুৰ্বাৰ হাবিয়াসৰ ফলতেই নিজৰ...

গীতিকা শইকীয়া পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জুলাই, ২০২১

বছা বকুল

ৰমানন্দন বৰা এক সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্‌হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্‌হমপুত্ৰই পাৰ ভাঙি আহি খান্দি থৈ...

ৰমানন্দন বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জুলাই, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পাছৰ পৰা)খাম-য়াঙত অৱস্থান কালত ছ্যুই এদিন এটা সপোন দেখিলেঃ সি তাত থকা গম পাই ৱাইছালি দেশৰ পৰা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ জুন, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা) (ষোল)ছ্যু-কা-ফাৰ দল ৱাইছালিৰ ফালে যোৱাটো নিশ্চিত হ’ল। দলটো উত্তৰ-পশ্চিমৰ ফালে পাহাৰৰ...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
১ জুন, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)ছ্যুৱে‍ দুৱাৰে দুৱাৰে ভুমুকিয়াই গৈ আছে। এঠাইত সি থমকি ৰ’ল। পঁজাৰ দুৱাৰমুখতে দুটা মানুহে...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ মাৰ্চ, ২০২১

হৈমন্তীৰ আধৰুৱা টোকা আৰু এটি ৰক্তাক্ত পুৱা

শিল্পীকা ৰাজগুৰুস্মৃতি বুলিব পৰাকৈ সময় ৰৈ নাথাকে যদিও উৰ্মি স্মৃতিৰ মাজতে জীয়াই থাকে। স্মৃতিবোৰ তাই বুকু ভৰাই উশাহত টানি লয়, আৱেগৰ...

শিল্পীকা ৰাজগুৰু পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ মাৰ্চ, ২০২১

জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন

প্ৰাঞ্জল প্ৰতিম বৰা জুৰি বৰা বৰগোহাঞি অসমীয়া উপন্যাস সাহিত্যত এক প্ৰতিষ্ঠিত নাম। এগৰাকী ঔপন্যাসিক হিচাপে বৰগোহাঞিয়ে ইতিমধ্যে...

প্ৰাঞ্জল প্ৰতিম বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ মাৰ্চ, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা(চৈধ্য) ৰাজ্য আৰু ৰাজ-পৰিয়ালৰ ঘটনাৰ ধামখুমীয়াত ৰণুৱা-বনুৱা, হালোৱা-হজোৱা ঘাঁহী-মাউতৰ জীৱনৰ অভ্যন্তৰৰ কথাবোৰ ঢাক খাই...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →