গল্প আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২০ গোট মৰা ঘৃণা, গলি যোৱা প্ৰেম পঞ্চানন হাজৰিকাএইজনেই সেইজন আজাদ নে? ভাগি-ছিগি যোৱা চেহেৰা— ক্লান্ত মুখ-চকুৰ তলত গাঁত আৰু চুলিত অসময়তে ইমান ৰূপালী ৰেখাৰ আঁক-বাক। মই... পঞ্চানন হাজৰিকা পঢ়ক →
কাৰ্টুন আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২০ ৰন্ধন-কলা তৰু চেতিয়া ফুকনশৰৎ সমাগত। অথচ আগৰ দৰে মানুহৰ মনত পূজা বুলি কোনো উৎসাহ-উদ্দীপনা নাই। কাৰণ, কৰ'নাৰ সংহাৰী ৰূপে আমাক দৈহিক, মানসিক আৰু... তৰু চেতিয়া ফুকন পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২০ সম্পাদকীয় অসমীয়া শব্দৰ উচ্চাৰণ সম্পৰ্কে জগতৰ প্ৰতিটো ভাষাৰে শব্দাৱলীৰ উচ্চাৰণৰ কিছুমান পৰম্পৰাগত ৰীতি আছে। পৰম্পৰাগতভাৱে চলি অহা এনে ৰীতিবোৰকে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কাৰ্টুন আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২০ শিল্প-কলা বিশিষ্ট শিল্পী পৰেশ ভূঞাৰ শিল্প-কৰ্ম... পৰেশ ভূঞা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২০ পঢ়ুৱৈৰ মতামত আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ হিচাপে ধন্য হ´ম৷ ধৰণী নেওগ dharanineog61@gmail.com প্ৰশংসনীয় পদক্ষেপ৷ নিশ্চয় ৰাইজৰ মাজ�... নিৰ্বাচিত মতামত পঢ়ক →
গল্প আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২০ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানসচিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ... সাক্ষাৎগ্ৰহণ: পঢ়ক →
কাৰ্টুন আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২০ বেহুৱা চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা... চিৰঞ্জীৱ দত্ত পঢ়ক →
গল্প আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২০ কবীন ফুকনৰ সৈতে প্ৰদীপ আচাৰ্য্যৰ কিছু অন্তৰংগ আলাপ কবি আৰু সমালোচক হিচাপে এক স্বকীয় পৰিচয়ৰ অধিকাৰী আছিল অধ্যাপক কবীন ফুকন। ইফালে সমালোচক আৰু অনুবাদক হিচাপে বিশেষভাৱে পৰিচিত এজন... সাক্ষাৎগ্ৰহণ: পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২০ পিছলৈ উভতি চাওঁ: ৭ নিমগুটি, টাংগুটি আৰু কত কি? ড॰ পোনা মহন্ত স্কুল ছুটীৰ পাছত ঘৰলৈ আহি পেণ্ট-চোলাযোৰ খুলি থৈ গামোচা এখন কঁকালত মেৰিয়াই লৈ পোনে পোনে দৌৰ... ড˚ পোনা মহন্ত পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২০ গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত ‘সমন্বয় পুথিভঁৰাল’-ৰ জন্মকাহিনী আবেদুৰ ৰহমান(যোৱা সংখ্যাৰ পিছৰ পৰা) সংগীতৰ সম্পৰ্কত মোৰ ধ্যান-ধাৰণা একেবাৰে কেচেলুৱা৷ মোৰ দৰে আমাৰ প্ৰজন্মৰ প্ৰায়েই সংগীত বুলিলে... আবেদুৰ ৰহমান পঢ়ক →
কবিতা আৰ্কাইভ ২৬ ছেপ্টেম্বৰ, ২০২০ কবিতা আন এখন আৰ্চিহৰেকৃষ্ণ ডেকা মই এই আৰ্চিখনত সোমাই যাওঁ৷ মই নেদেখা হওঁ বাহিৰৰ পৰা অদৃশ্য নোহোৱাকৈ৷ ইয়াত লগ পাওঁ বহুতকে যিসকলক হয়তো... সুদৰ্শনা বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ ২৬ ছেপ্টেম্বৰ, ২০২০ বাট পঙ্কজ প্ৰতিম বৰদলৈ (১) পুৰুষোত্তমে খিৰিকীৰে বাহিৰলৈ চালে। ব্যস্ত চহৰখনৰ ব্যস্ত ৰাজপথটো বহু দূৰলৈকে দেখা যায়। দিনত এই ৰাজপথটো অতি... পংকজ প্ৰতিম বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ ২৪ ছেপ্টেম্বৰ, ২০২০ বৃক্ষ মানৱ পাপৰি বৰ্মন মাষ্টৰনীয়ে মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুল�... পাপৰি বৰ্মন পঢ়ক →
গল্প আৰ্কাইভ ২৩ ছেপ্টেম্বৰ, ২০২০ মাদলি পৰিস্মিতা বৰদলৈজেঠৰ ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰি যেন সত্যৱতীক এফালৰ পৰা গিলিহে থ’ব। গোটেই মানুহজনী পকা থেকেৰাটোৰ দৰে হৈ পৰিছে। কপালত লৈ... পৰিস্মিতা বৰদলৈ পঢ়ক →
শিশুজগত আৰ্কাইভ ২২ ছেপ্টেম্বৰ, ২০২০ সেউজপুৰৰ সাধু স্মৃতিৰেখা দেৱীঅংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ) পাছদিনা৷ বেলি নৌ ওলাওঁতেই বৰতলত সমাগম আৰম্ভ হ’লেই৷ গোটেইখন একেবাৰে উদুলি... স্মৃতিৰেখা দেৱী পঢ়ক →
উপন্যাস আৰ্কাইভ ২২ ছেপ্টেম্বৰ, ২০২০ সিপাৰে যমুনাৰ ... আকাশ দীপ্ত ঠাকুৰ(৭) ...চৌপাশে যেন আৰম্ভ হ’ল কিছুমান অস্ফুট কোলাহল। নীলাঞ্জনাই তেতিয়াও সাৰ পোৱা নাছিল। আধা টোপনিৰ আৱেশত তাই কেৱল... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
গল্প আৰ্কাইভ ২১ ছেপ্টেম্বৰ, ২০২০ ফুলদানীৰ ফুল যুগল লোচন দাস লহ্পহীয়াকৈ বাঢ়ি আহিছিল ফুলৰ পুলিটো। এটি-দুটিকৈ পাহ মেলি কলিকেইটায়ো হাঁহিব বিচাৰিছিল। কিন্তু ভাল আব্দাৰ নোপোৱা�... যুগল লোচন দাস পঢ়ক →
গল্প আৰ্কাইভ ২১ ছেপ্টেম্বৰ, ২০২০ ন’টবুক মূল : স্বপ্না ভট্টাচাৰ্য অনুবাদ : কুমুদ ঘোষ(স্বপ্না ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনত অসমৰ শিলচৰত। তেখেতৰ প্ৰথম গল্প ‘পয়োধীৰ’ প্ৰকাশিত হৈছিল... (বাংলা) পঢ়ক →
গল্প আৰ্কাইভ ২১ ছেপ্টেম্বৰ, ২০২০ শংখমালা মূল : ড° হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা আনদিনাৰ তুলনাত ৰাতি পলমকৈয়ে খাবলৈ বহিছোঁ, মায়ে চেপা মাত এটাৰে ওচৰতে ৰৈ সুধিলে... (বাংলা) পঢ়ক →
গল্প আৰ্কাইভ ২০ ছেপ্টেম্বৰ, ২০২০ গিনীপিগ্ অপূৰ্ব কুমাৰ শইকীয়া মুম্বাই অন্তৰ্দেশীয় বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতহে তাৰ অনুভৱ হ'ল - 'মানুহ মহানগৰবিলাকলৈ নিজকে হেৰুৱাবলৈ... অপূৰ্ব কুমাৰ শইকীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ ১৮ ছেপ্টেম্বৰ, ২০২০ নবীন কবিলৈ চিঠি Letters to a Young Poetমূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা দ্বিতীয়... অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১০ ছেপ্টেম্বৰ, ২০২০ শিশু কবিতা অক্টোবৰ শিশু কবিতাঃলতা আৰু ককাস্বপ্নালী কলিতাএদিন পুৱা ককাৰ পিঠিত লতা উঠি ল'লেককাক বোলে, ব'লা ককা এৰাবাৰীৰ ফালে |ককাই বোলে হেৰৌ লতা !ক'লৈ যাৱ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ৩ ছেপ্টেম্বৰ, ২০২০ উত্তৰা কাণ্ড ৰামায়ণ শংকৰদেৱ বিৰচিত অসমীয়া গদ্য ভাঙনি: আৰাধনা পটংগীয়া গোস্বামী বনলতা: ৩০০ টকা, ডিচেম্বৰ ২০১৯ সঞ্জীৱ সভাপণ্ডিত ধৰ্মৰ কিতাপ সমালোচনাৰ... সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
শিশুজগত আৰ্কাইভ ২ ছেপ্টেম্বৰ, ২০২০ অকণিৰ চিত্ৰাৱলী অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয় ৰূপাংকনা কল্যাণী প্ৰথম শ্ৰেণী মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী... ৰূপাংকনা কল্যাণী পঢ়ক →