কবিতা আৰ্কাইভ ৮ নৱেম্বৰ, ২০২০ সুৰীয়া যুঁজ আৰু জীৱনৰ বুজ — ‘বন্দিশ বেণ্ডিটছ্’ মেঘনা চৌধুৰী (ফট' দিব‘‘প্ৰতিজন অৰ্জুনকেই একোজন কৃষ্ণ লাগে’’— আঠোটা খণ্ড চোৱাৰ পাছত নৱম খণ্ডটোত অৰ্ঘ (কুনাল ৰয় কাপুৰ) নামৰ আপাতদৃষ্টি�... মেঘনা চৌধুৰী পঢ়ক →
উপন্যাস আৰ্কাইভ ৪ নৱেম্বৰ, ২০২০ সিপাৰে যমুনাৰ ... আকাশ দীপ্ত ঠাকুৰ (৯) দোকানৰ ভিতৰৰপৰা বাহিৰখনৰ কিছু অংশলৈকে সাৰি জাবৰবোৰ বাহিৰলৈ বাটৰ কাষলৈ উলিয়াই থোৱা ভঙা প্লাষ্টিকৰ বাল্টিটোত পেলাই... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ১ নৱেম্বৰ, ২০২০ বুদুৰ কাহিনী দ্বিজেন কুমাৰ দাস স্মৃতি চপাই উৰি যায় অতৃপ্ত আত্মাৰ এটি চৰাই ডাক্তৰে নজনালে প্ৰাৰ্থনাইও নিদিলে উমান মেঘৰ এজোলা বিস্ময় মলঙা কপাল... দ্বিজেন কুমাৰ দাস পঢ়ক →
কবিতা আৰ্কাইভ ১ নৱেম্বৰ, ২০২০ ৰঙা চিয়াঁহী (শ্লেভয় জিজেকৰ ৰগৰেৰে...) দিগন্ত শইকীয়া বপুৰা সিয়ান বৰ আঁহতৰ তলত জিভা ধৰাই থাকোঁতে এদিন ওপৰৱালাৰ পৰিল নজৰ ধৰাই নিলে তাক বঁটাই নে গতাই... দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ১ নৱেম্বৰ, ২০২০ মিকেলেঞ্জেল' (উৎসৰ্গঃ নীলপৱন বৰুৱা)বিপুল কুমাৰ দিহিঙীয়াঠিক দুপৰ নিশাৰ কথাযীশুক ক্ৰুচত দিয়াৰ পাছতজেৰুজালেমত পোহৰ। ৰঙা পোহৰওখ ওখ পাইন গছবোৰে... বিপুল কুমাৰ দিহিঙীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ নৱেম্বৰ, ২০২০ কথা পাতিম আহাঁ পম্পি বৰা বৈশ্য অ' ককা অ' ককা কিনো কৰি আছা,আহাঁচোন কথা পাতো মোৰ কাষত বহাঁ,আজি স্কুলত বাইদেৱে কি শিকালে শুনা। বহাগত কুলিয়ে মাতে, খৰ আহে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ১ নৱেম্বৰ, ২০২০ নেহাঁহিবি মোক সোঁচৰিব তোক মঞ্জিত হাজৰিকাকঁঠাল গছত উঠি মলুৱাইপকা কঁঠাল খাই,গোটেই গাতে লাগিল এঠাএৰুৱাৰ উপায় নাই।।এৰুৱাব নোৱাৰি কঁঠাল এঠামলুৱা জXপিয়াই ফুৰে,তাকে... মঞ্জিত হাজৰিকা পঢ়ক →
কাৰ্টুন আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ বেহুৱা চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা... চিৰঞ্জীৱ দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ ধোনীৰ বাবে এটা কবিতা ধীমান বৰ্মন (end of dhoni era or no end of dhoni era!!) যদিওবা গুঁজৰি আছেবাঘ বুঢ়া হৈছে সময়ৰ এই নিৰ্ঘাত বেজীৰ পৰাবাঘৰ ৰক্ষা নাই বুলি... ধীমান বৰ্মন পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ কুসুমিত কলাজ খনিন্দ্ৰ ভূষণ মহন্ত(১)ছোঁ হৈ দুলি আছিলোঁ পথাৰত বতাহৰ বেগেৰে কোনে আহি ক'লেঃজীৱনৰ গণিতে সৰল অঙ্কৰ উপপাদ্য নামানে বনৰীয়া ফুলবোৰ শুই থকা... খনীন্দ্ৰ কুমাৰ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ কথকতা কৌস্তুভমণি শইকীয়া দত্ত সঁচাই মিছাই কথা কোৱাকথকী চৰাই এজাকমোৰ চৌপাশে কলৰৱ কৰি উৰি ফুৰে।সিহঁতে বাহ সাজোঁতেও হাজাৰ গল্প কৰেঅমুকৰ বাহটো... কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ চিনি নোপোৱা দূৰত … গীতিমণি হাতীমূৰীয়া অহৰহ বুৰ গৈ আছোঁ কোলাহলতঅথচ আমি নীৰৱতাৰেই নিসংগ হাঁহি বিলোৱা মানুহবোৰো হঠাৎঈশ্বৰৰ স’তে গুচি যায়। ব্যস্ততাত খামুচি... গীতিমণি হাটীমূৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ ছদ্মমুখ অনুলেখা বৰদলৈপৃথিৱীৰ ধূমায়িত গৰ্ভতদোমোজাগ্ৰস্ত কোৱাভাতুৰীয়া মুখমুখতঅহৈতুকী হাঁহিৰ আস্ফালন মুখৰ ওপৰত অনেক মুখৰ এঙেৰুৱা প্ৰলেপ মন কৰিলেই... অনুলেখা বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ ভোক অথবা এই অন্ধকাৰ কালবেলা ৰুদ্ৰ সিংহ মটক ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্ৰাসে গিলি হাঁহি থকাঅন্ধকাৰ... ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ সামগ্ৰিক পৰিস্থিতি আৰু মানসিক অৱসাদ পম্পি বৰা বৈশ্য আগকথা ...."ঘূৰ্ণীয়মান বিশ্বৰ সময় অশান্তযাযাবৰী মানৱৰ অস্থিৰ স্বপ্ন" সমগ্ৰ বিশ্ব বৰ্তমান অশান্ত। পৃথিৱীৰ অসুখ, প্ৰকৃতিও... পম্পি বৰা বৈশ্য পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬ আৰু আমাৰ কৰণীয় ৰঞ্জুমণি মহন্ত নেলচন মাণ্ডেলাই কৈছিল – “There can be no keener revelation of a society’s soul than the way in which it treats it’s... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ অক্টোবৰ, ২০২০ গুড়ি- চালনী ড° দেৱজিৎ শইকীয়াশুকান হৈ আহে আমাৰ সাহপিত,পাঠশালাৰ গোট মাৰি থকা মনোযোগক আগচিমনু হাজৰিকা ছাৰৰ গপচ-গধুৰ কণ্ঠস্বৰ–“মনত ৰাখিবিহঁক,চালনীৰে... ড° দেৱজিৎ শইকীয়া পঢ়ক →
কাৰ্টুন আৰ্কাইভ ২৯ অক্টোবৰ, ২০২০ ৰন্ধনকলা পম্পী শৰ্মা খাউণ্ডছুইট কৰ্ন চাট .mytable {font-size:16px;color:#333333;width:100%;border-width: 1px;border-color:... পম্পী শৰ্মা খাউণ্ড পঢ়ক →
শিশুজগত আৰ্কাইভ ২৮ অক্টোবৰ, ২০২০ প্ৰকৃতি দাদুল দেৱকৃষ্ণ (যোৱা সংখ্যাৰ পাছৰ অংশ) -- ‘‘পৃথিৱীৰ উপৰিভাগ আৰু খোলাটোৰ ভিতৰত কি কি আছে সেইখিনি কথা বাৰু কালি জানিলোঁ। আজি নতুন কথা... দাদুল দেৱকৃষ্ণ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৮ অক্টোবৰ, ২০২০ চ্যালুইনৰ পৰা লুইতলৈ ড° চন্দ্ৰধৰ চমুৱা (দহ) বেলি ওলোৱাৰ সময় হৈছে। কাঠৰ বেৰত উৰণীয়া সিংহ প্ৰতীকেৰে ৰাজকীয় কোঠালিটো। ডাঙৰ খুঁটাবোৰৰ কাষে কাষে ওখ খুৰা... ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ অক্টোবৰ, ২০২০ ৫৪৩ + ২৪৫ = ০ হিমাংশু ভাগৱতী৫৪৩ + ২৪৫ = ০ভুল বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ মাজে-সময়ে হাতৰ নখত লগাই দিয়া চিয়াঁহীকণনীলা বুলিয়ে সৰলভাৱে ভবা যায়অথচ... হিমাংশু ভাগৱতী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৭ অক্টোবৰ, ২০২০ ভোক অথবা এই অন্ধকাৰ কালবেলা ৰুদ্ৰ সিংহ মটক ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্ৰাসে গিলি হাঁহি থকাঅন্ধকাৰ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ অক্টোবৰ, ২০২০ পিছলৈ উভতি চাওঁ-৮ ড০ পোনা মহন্ত অঁকৰা মৈত উঠিলোঁ তেতিয়াৰ দিনত আমাৰ ঘৰৰ সমুখত থকা আহল-বহল পথাৰখনত কিদৰে ভেঁটা দি মাছ ধৰিছিলোঁ, সেই কথা আগৰ লেখাত কৈ... ড˚ পোনা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ অক্টোবৰ, ২০২০ পাঠাগাৰ খৰস্ৰোতামূল (নেপালী) : শিৱকুমাৰ ৰাই অনুবাদ: জয়ন্ত কৃষ্ণ শৰ্মা৷ সাহিত্য অকাদেমি, নতুন দিল্লী, ২০১৮ প্ৰসিদ্ধ নেপালী সাহিত্যিক শিৱকুমাৰ... অন্যযুগ পঢ়ক →