৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১১৬ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
অনুবাদ আৰ্কাইভ
১৮ ডিচেম্বৰ, ২০২০

আইতাৰ চশ্‌মা (শিশু অনুবাদ গল্প)

মূল ৰচনা: ৰাস্কিন বণ্ডে অনুবাদ: স্ৰোতস্বিনী তামুলীঅংকন: বৰ্ণিল মহন্তআইতাকে দূৰৈৰ নৈখনৰ কল্‌ কল্ শব্দ শুনা পাইছিল, ভৰিৰ তলুৱাত পাইন গছৰ...

মূল :ৰাস্কিন বণ্ড পঢ়ক →
গল্প আৰ্কাইভ
১৮ ডিচেম্বৰ, ২০২০

খঞ্জৰ-ই-ইস্ক

জুৰি বৰুৱা কুকাৰৰ হুইছেল আৰু বাউল। নিৰ্দোষীৰ চকু আৰু দালানৰ লক্‌ডাউন। অস্বস্তিত ভোগা কুলিৰ মাত। দাৱতবিহীন ঈদ। আৰু এই দীঘল বাটত খঞ্জৰ...

জুৰি‍ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
১৮ ডিচেম্বৰ, ২০২০

চে‍লুলয়ডৰ ৰং ডাঠ বেঙুনীয়া

পৰী পাৰবীন কত দিন কত ৰাতি মই এইদৰে কটাইছিলোঁ সেই কথা মোৰ জ্ঞাত নহয়। সুমেৰু, কুমেৰু নতুবা এভাৰেষ্ট শৃংগৰ বিস্তৃত তুষাৰাঞ্চল ভেদি মই যেন...

পৰী পাৰবীন পঢ়ক →
গল্প আৰ্কাইভ
১৮ ডিচেম্বৰ, ২০২০

এটা অৰ্ধগল্প আৰু এডাল অৰ্ধমৃত কলম

স্বপ্না নিহাৰ একতীয়াকৈ থকা মূৰটো আনপিনে ঘূৰাবলৈ বহু পৰ ধৰি যুঁজি আছিলোঁ। উশাহ নাপাই চট্‌ফটাইছিলোঁ। কাৰোবাক চিঞৰি মাতিম যেন! অথচ সেই...

অৰ্ধমৃত কলম পঢ়ক →
কবিতা আৰ্কাইভ
১ ডিচেম্বৰ, ২০২০

লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতা

ড° নিশিগন্ধা তালুকদাৰ আধুনিক অসমীয়া কবিতাৰ উন্মেষণৰ পৰা বৰ্তমানলৈ অসমীয়া কবিতাৰ জগতখনে এটি দীঘলীয়া সময় অতিক্ৰম কৰিলে৷ এই কথা অকপটে...

ড° নিশিগন্ধা তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

কথা পাতিম আহাঁ (শিশু কবিতা)

পম্পি বৰা বৈশ্য অ’ ককা অ’ ককা কিনো কৰি আছাআহাচোন কথা পাতোঁ মোৰ কাষত বহা,আজি স্কুলত বাইদেৱে‍ কি শিকালে শুনা। ব’হাগত কুলিয়ে মাতে, জেঠ�...

(শিশু-কবিতা) পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

লাখন খোল নৃত্যনাটিকা

মালবিকা শৰ্মা কাম্বডিয়াত থকা সময়ছোৱাত বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰীয় তথা লোকনৃত্য উপভোগ কৰাৰ সুযোগ পাইছছিলোঁ। তাৰে ভিতৰত মোৰ...

মালবিকা শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

প্ৰাৰ্থনা

এম. কামালুদ্দিন আহমেদ অনুচ্চাৰিত শব্দবোৰমুখগহ্বৰতে লুকাই থাকেস্বৰ্গীয় পোহৰৰ এচমকাসেইবোৰতে লিপিট খাই থাকে গোটেই ৰাস্তাতে‍আখৈৰ...

এম. কামালুদ্দিন আহমেদ পঢ়ক →
গল্প আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

ধনগুলৈ

ৰাজশ্ৰী ধনদিয়াচাপৰ ভেঁটিটোৰে সৈতে ঘৰটোৰ পি‍ছফালে গাতে লাগি আছে বাঁহনিডৰা, গেজেপ মাৰি ধৰা, তাৰ পি‍ছতেই পথাৰখন। দিন-দুপৰত পথাৰখন�...

ৰাজশ্ৰী ধনদিয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

কবি আৰু পঢ়ুৱৈ‍

উদয় কুমাৰ শৰ্মা সম্প্ৰতি আমি আমাৰ চৌদিশে দেখিবলৈ পাই আছোঁ নৃশংসতা, লুণ্ঠনৰ নৈৰাজ্য, পৈশাচিক বৰ্বৰতা৷ তাৰ মাজতো মৰি যোৱা ঘাঁহ গজি...

ঢ়ুৱৈ‍ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (এঘাৰ) ছ্যুৰ জীৱনৰ এয়া দ্বিতীয় দীঘলীয়া যাত্ৰা। আগৰবাৰত যাত্ৰা কৰিছিল পূবৰ ফালে, আকৌ চেংচেলৈ, তাৰ জন্মৰ ঠাই...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

বেহুৱা

চিৰঞ্জীৱ দত্ত...

চিৰঞ্জীৱ দত্ত পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

চাংমাইশাল

.mytable {font-size:16px;color:#333333;width:100%;border-width: 1px;border-color: #171d43;border-collapse: collapse;} .mytable th...

‘তৃপ্তি’-ৰ সৌজন্যত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)

মূল: ৱি‍লিয়াম বাটলাৰ য়িট্‌ছ্‌ (William Butler Yeats) অনুবাদ: যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায়...

অনুবাদ: যশোৱন্ত নিপুণ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

প্ৰকৃতি

দাদুল দেৱকৃষ্ণঅংকন: বৰ্ণিল মহন্ত বতৰটো বৰ মুকলি নহয়। আকাশত পাতল ডাৱৰৰ জাক এটা ইফালৰপৰা সিফালে অহা-যোৱা কৰি আছে। বৰষুণ আহিব চাগে’!...

দাদুল দেৱকৃষ্ণ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

পাঠাগাৰ

সংস্কৃতৰ সমুদ্ৰত অৱগাহনড° চাৰহাৰউদ্দিন আহমেদ বহু-আনন্দ, নগাঁও, ২০১৯ সংস্কৃত ভাষাটোক সাধাৰণতে ধৰ্মৰ সৈতে সম্পৰ্কিত বুলি ভবা হয় আৰু...

অন্যযুগ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

সম্পাদকীয়

দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে ‘ভাল’ আৰু ‘বেয়া’৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

নিৰ্বাচনী বতৰা: ৱাশ্বিংটনৰ পৰা দিছপুৰলৈ

সঞ্জীত কুমাৰ বৰদলৈ জ্য’ বাইডেন আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল৷ এই জয়ে আমাৰ দৰে উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰ লোকসকলক...

সঞ্জীত কুমাৰ বৰদলৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২০

দুজন ‘জিনিয়াছ’ৰ দুটা টোকাবহী— এজন গণিতজ্ঞ, আনজন সংগীতজ্ঞ

ড০ পৰমানন্দ মহন্ত বি'থ'ফেন ৰামানুজনসংগীত আৰু গণিতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ জনামতে, গ্ৰীক পণ্ডিত পায়থাগ’ৰাছেই (আনুমানিক ৫৮০ খৃ.পূ.) পোনতে...

ড° পৰমানন্দ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২০

অসমীয়া কবিতাৰ গতিধাৰাত কপিল ঠাকুৰৰ কবিতা

জয়ন্ত ডেকা অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাসত মননশীল কাব্যপাঠেৰে নতুন আশাবাদ কঢ়িয়াই অনা অন্য এগৰাকী কবি কপিল ঠাকুৰ৷ ভাব আৰু অৰ্থৰ সুসংহ�...

জয়ন্ত ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২০

উলাহেৰে উভতি চাওঁ-৯

ড০ পোনা মহন্ত তেতিয়াৰ নেফাৰ নক্তে জনগোষ্ঠীৰ ল’ৰা এজন আমাৰ ঘৰত কেইবাবছৰো থাকি পঢ়া-শুনা কৰাৰ কথা আগৰ লেখাত উল্লেখ কৰিছোঁ৷ ৱাংলিয়াম নামৰ...

ড˚ পোনা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২০

হাইকু

অনুবাদ: হৰেকৃষ্ণ ডেকা নিয়ৰৰ এখন পৃথিৱী, আৰু প্ৰতিটো নিয়ৰকণাৰ ভিতৰত সংগ্ৰামৰ এখন জগত ইছা (১৭৬৩-১৮২৮) যদি মই পাৰিলোঁহেতেন, চেৰীফুলৰ সৰা...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২০

বাঘজান ভেলেঙীৰ সন্তান (কবিতা)

ঋষভ নাথ গুহা ত্যাগ কৰি আহিছেঢেঁকীয়াপতীয়া জুইকুৰাগোঁজৰণিত জীণ গৈছে বেলিঘৰবোৰৰ অংশত শেষৰ মাংসমাটি টোপাটোপে লো-লালটি উধানৰ তেজ টুকি...

ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২০

টেঙা মৰ্টন (কবিতা)

অংকুৰিতা ফুকনসিকি এটা মুঠিত লৈমই পৰিভ্ৰমণ কৰিছোঁ বৈয়ামৰ ব্ৰহ্মাণ্ড সৌৰজগতৰ যিকোনো দৃশ্যমান জ্যোতিষ্কৰ দৰে দোকানৰ‘গেৰেলা’ বৈয়ামকেইটাও...

অংকুৰিতা ফুকন পঢ়ক →