অনুবাদ আৰ্কাইভ ২৬ অক্টোবৰ, ২০২০ নবীন কবিলৈ চিঠি Letters to a Young Poetমূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা ৱৰ্পছ্ৱেদ... অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
শিশুজগত আৰ্কাইভ ২৬ অক্টোবৰ, ২০২০ জিক্মিক্ জিক্মিক্ আকাশৰ তৰা... অভিজিত শৰ্মা বৰুৱা ৰাতিৰ আকাশখনে সেই তাহানি কালৰে পৰা এতিয়ালৈকে মানুহক আকৰ্ষণ কৰি আহিছে। ৰাতি আকাশত জিক্মিক্ কৰি থকা তৰাবোৰে মুগ্ধ... অভিজিৎ শৰ্মা বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৫ অক্টোবৰ, ২০২০ ছন পৰা মাটি মূল কবিতা : The Waste Land কবি : টি.এছ. এলিয়টঅনুবাদ : ড° দীপশিখা ভাগৱতীসলিল সমাধি (Death by Water) সেই ফণিছিয়াৰ নাৱিক ফেলবচ্ , এক মৃ�... মূল (ইংৰাজী): টি.এছ. এলিয়ট পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ অক্টোবৰ, ২০২০ শিশুচিত্ৰ আৰু শিশুৰ বাবে অঁকা চিত্ৰ দেৱকৃষ্ণ বৰুৱা শিশু এটিয়ে সাধাৰণতে তিনি বছৰমান বয়সৰ পৰাই কিতাপ, বহী, ঘৰৰ বেৰ, আচবাব আদিত আঁক-বাক কৰিবলৈ লয়৷ এইটো প্ৰায় সকলো শিশুৰে এটা... দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৪ অক্টোবৰ, ২০২০ বিশ্বৰ শ্ৰেষ্ঠ দহোটা শিশু কবিতা অনুবাদ: ড০ প্ৰাণজিৎ বৰা ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আদি বহু দেশতে ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰা লোক আছে। আমাৰ নতুন... ড° প্ৰাণজিৎ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ অক্টোবৰ, ২০২০ ভাৰসম অভিভাৱকত্ব ড° প্ৰাঞ্জল বুঢ়াগোহাঁই সন্তান এটি তুলি-তালি ডাঙৰ-দীঘল কৰাটো আমাৰ মানুহে এতিয়াও ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কাম বুলিয়েই ভাবি আছে... ড° প্ৰাঞ্জল বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৩ অক্টোবৰ, ২০২০ সম্পাদকীয় শিশুহঁতৰ বাবে কিছু চিন্তাএজন ব্যক্তি শিশু অৱস্থাৰ পৰাই ডাঙৰ হয়৷ পিছে ডাঙৰ হোৱা বুলি যিখিনি বয়সৰ পৰা বুজা যায় সেই বয়স প্ৰাপ্ত হোৱাৰ লগে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৩ অক্টোবৰ, ২০২০ কবি ককাৰ কবিতা জোনমণি দাস কাকতি গাঁৱৰ কমল ককাইকবিতা-চবিতা লিখে,দূৰবীণ লৈ ৰাতি দুপৰতোদূৰণিৰ তৰা লেখে।আঙুলিৰ মূৰত ঘনাই গণিঅলেখ-অযুত তৰা,কাকতি গাঁৱৰ... জোনমণি দাস পঢ়ক →
গল্প আৰ্কাইভ ২২ অক্টোবৰ, ২০২০ ৰ’জীৰ দু:খ সুখ (শিশুগল্প) ভৰত ৰাজখোৱাঅংকন: বৰ্ণিল মহন্ত ৰ’জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ তাই সৰু ভাইটি, নীলা, মণি, বৰমাক আৰু বৰদেউতাকক কেইবাবাৰো ক’বলৈ... ভৰত ৰাজখোৱা পঢ়ক →
গল্প আৰ্কাইভ ২২ অক্টোবৰ, ২০২০ সাগৰ সমীৰণ হাজৰিকা নদীখনত পানী বাঢ়িয়েই আছে৷ মেচিন নাওখনত মানুহবোৰে ইস্-আস্ কৰি আছে৷ তাতে এজন ল’ৰাই মানুহে বেছিকৈ ভয় খুৱাকৈ হোৱাই-নোহোৱাই... সমীৰণ হাজৰিকা পঢ়ক →
শিশুজগত আৰ্কাইভ ২১ অক্টোবৰ, ২০২০ গগন চন্দ্ৰ অধিকাৰীৰ শিশু-সাহিত্য (বিশেষ লেখা) ড° অসীম চুতীয়াএটি শিশুৱে এখন বিচিত্ৰ জগতত বাস কৰে৷ তাত কল্পনাৰ পখী এটাই অনৱৰতে ডেউকা মেলি অনন্ত আকাশত উৰি ফুৰে৷ সেয়েহে শিশুৰ মনোজগতক... ড° অসীম চুতীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২১ অক্টোবৰ, ২০২০ অনুবাদ কবিতা মূল: ফৰাচী, ঝাক প্ৰেভে’ৰ (Jacques Prevert)অনুবাদ: ড° প্ৰশান্ত মিশ্ৰ (কবি পৰিচিতি: ফ্ৰান্সৰ বিশিষ্ট কবি ঝাক প্ৰেভে’ৰৰ জন্ম হয় ১৯০০ চনৰ... ড°প্ৰশান্ত মিশ্ৰ পঢ়ক →
শিশুজগত আৰ্কাইভ ২১ অক্টোবৰ, ২০২০ অনন্য প্ৰতিভাধৰ ভাৰতীয় বিজ্ঞানী : সত্যেন্দ্ৰ নাথ বসু ড০ পৰমানন্দ মহন্ত একৈছ শতিকাৰ আৰম্ভণিতে প্ৰকাশ পোৱা ৰিমাৰ্কেবল্ ফিজিচিষ্টচ্ (উল্লেখনীয় পদাৰ্থ বিজ্ঞানী) নামৰ কিতাপ এখনত চাৰে তিনিশ... ড° পৰমানন্দ মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২১ অক্টোবৰ, ২০২০ অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান ৰিপুঞ্জয় বৰদলৈ জগতত ঘটা বিভিন্ন আলৌকিক ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণৰ বাবে ‘অন্যযুগ’-ৰ পাতত এটা নতুন বিষয়ৰ আৰম্ভণি— অলৌকিক ঘটনাৰ আঁৰৰ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ ২১ অক্টোবৰ, ২০২০ ইচ্ছাপূৰণ মূল (বাংলা): ৰবীন্দ্ৰনাথ ঠাকুৰ অসমীয়ালৈ অনুবাদ: বাসুদেব দাস সুবলচন্দ্ৰৰ পুতেকৰ নাম সুশীলচন্দ্ৰ। কিন্তু মানুহ সদায় তেওঁৰ নামৰ নিচিনা... মূল (বাংলা): ৰবীন্দ্ৰনাথ ঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২০ অক্টোবৰ, ২০২০ শিশুকবিতা নেহাঁহিবি মোক সোঁচৰিব তোক (Corrected) মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাই পকা কঁঠাল খাই, গোটেই গাতে লাগিল এঠা এৰুৱাৰ উপায় নাই।। এৰুৱাব... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২০ অক্টোবৰ, ২০২০ kabita ভোক অথবা এই অন্ধকাৰ কালবেলা ভোক অথবা এই অন্ধকাৰ কালবেলা । ৰুদ্ৰ সিংহ মটক। ভোকৰ অন্য নাম দু:স্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
উপন্যাস আৰ্কাইভ ১৯ অক্টোবৰ, ২০২০ সিপাৰে যমুনাৰ আকাশ দীপ্ত ঠাকুৰ(৮) কিছুমান কথা কওঁ বুলিও কাকো ক’ব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা নিজৰ মাজতে... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২০ সাঁথৰৰ খেলা অত্ৰেয়ী গোস্বামীআহা আহা মইনাহঁতখেল এটা খেলোঁ, মই সোধাটোকআমি সাঁথৰ বোলোঁ৷হাবিত কাহে ওলাই নাহেকোৱাচান কি?কুঠাৰ বুলি ক’ব পাৰিলেকোচত ল’ম... অত্ৰেয়ী গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ ১৯ অক্টোবৰ, ২০২০ ‘চৰিত্ৰ পাঠ’ৰ পুনৰ্মুদ্ৰণ শিশুসকলকে মানৱ সমাজৰ ভৱিষ্যৎ বুলি এষাৰ কথা সততে কোৱা হয় যদিও আমি দেখি আহিছোঁ যে সমাজৰ আটাইতকৈ গুৰুত্ব নিদিয়া মানৱ সম্প্ৰদায়টো হৈছে... অন্যযুগ/সৌমিত্ৰ যোগী পঢ়ক →
অনুবাদ আৰ্কাইভ ১৮ অক্টোবৰ, ২০২০ দেউতা মূল গল্পকাৰ: হুমায়ুন কবিৰ ঢালী অনুবাদ: মিণ্টুল হাজৰিকা দুপৰ ৰাতি মাই মোক টোপনিৰ পৰা জগালে— “অপু উঠ, অ’ পুতাই সোনকালে উঠ৷ তোৰ দেউতাৰ... মূল: হুমায়ুন কবীৰ ঢালী পঢ়ক →
গল্প আৰ্কাইভ ১৮ অক্টোবৰ, ২০২০ ঘুণ ৰূপাঞ্জলি চেতিয়া নেওগ একা-বেঁকা পাহাৰীয়া পথটোত সূৰুযৰ লুকাভাকু৷ পাহাৰ আৰু গছবোৰৰ ফাঁকেৰে কোনোবাখিনিত সূৰুযৰ পোহৰকণে ভুমুকিয়াইছে, পাছ... ৰূপাঞ্জলি চেতিয়া নেওগ পঢ়ক →
কবিতা আৰ্কাইভ ১৮ অক্টোবৰ, ২০২০ ইণ্টাৰভিউ ৰচনা পাঠকইণ্টাৰভিউ! ইণ্টাৰভিউ!প্ৰাৰ্থীসকলৰ দীঘল ‘কিউ’পদবীটো হ’ল এটা ‘নাইট চকীদাৰ’ প্ৰাৰ্থীজন হ’ব লাগে বেচ ‘দিলদাৰ’৷ গদাধৰে ভাবি আছে... ৰচনা পাঠক পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৫ অক্টোবৰ, ২০২০ চন্দ্ৰ শইকীয়া প্ৰবন্ধ (ডিচেম্বৰ) 'জেংৰাই-১৯৬৩' : এটি পঠন অভিজ্ঞতাচন্দ্ৰ শইকীয়া(corrected)সাহিত্য অকাডেমিৰ বঁটাপ্ৰাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)একেধাৰে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →