৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১২০ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
১৫ অক্টোবৰ, ২০২০

নিৰ্মালি নয়নতৰা গল্প ডিচেম্বৰ ২০২০

কাগজৰ নাও :প্ৰভঞ্জন মানে কি আচলতে? :মই....মই নাজানো। :প্ৰভাকৰ বুলি মাতিব পাৰিম চাগৈ? :প্ৰভাকৰ, দিবাকৰ যি বুলিয়েই ইচ্ছা কৰে মাতিব পাৰে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
শিশুজগত আৰ্কাইভ
১৪ অক্টোবৰ, ২০২০

শিশু চলচ্চিত্ৰৰ সজ্ঞায়ণ আৰু মাৰ্কিন শিশু চলচ্চিত্ৰ

বিতোপন বৰবৰাশিশু-চলচ্চিত্ৰ বুলিলে আমি কি বুজোঁ? শিশুৰ বিষয়ে নিৰ্মিত ছবি নে একান্তই শিশুৰ বাবে নিৰ্মিত ছবি? এই আলোচনাৰ প্ৰাৰম্ভতেই আমি...

বিতোপন বৰবৰা পঢ়ক →
শিশুজগত আৰ্কাইভ
৮ অক্টোবৰ, ২০২০

পকচ’, ২০১২

অৰূপ কুমাৰ ফুকন ৰাতিপুৱাই প্ৰবীণ বৰুৱাই শুই উঠিয়েই মুখখন ধুই বাৰীত নতুনকৈ সিঁচা লাই, ধনি‍য়াগুটিকেইটাৰ পৰা গজালি ওলাইছেনে নাই চাই আহি...

অৰূপ কুমাৰ ফুকন পঢ়ক →
অনুবাদ আৰ্কাইভ
৮ অক্টোবৰ, ২০২০

ফট'গ্ৰাফ

মূল: ৰাস্কিন বণ্ডঅনুবাদ: স্ৰোতস্বিনী তামুলীঅংকন: বৰ্ণিল মহন্ত মই তেতিয়া দহ বছৰীয়া আছিলোঁ। মোৰ আইতা এদিন আম গছজোপাৰ তলৰ সৰু বিছনাখনতে...

মূল: ৰাস্কিন বণ্ড পঢ়ক →
শিশুজগত আৰ্কাইভ
৮ অক্টোবৰ, ২০২০

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱীঅংকন: বৰ্ণিল মহন্ত(যোৱা সংখ্যাৰ পাছৰ অংশ৷)মলুৱাই তিনি দিন ধৰি কুলভূষণকে বিচাৰি ফুৰিলে৷ কিন্তু অঘাইটং ল’ৰাটো যেন বতাহতহে...

স্মৃতিৰেখা দেৱী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২ অক্টোবৰ, ২০২০

মেডিকেল ক্লাউনিং, পৱিত্ৰ ৰাভা আৰু কিছু অনুভৱ

অনুভৱ মহন্তনমস্কাৰ৷ মোৰ নাম অনুভৱ মহন্ত৷ বয়স ৩৪ বছৰ৷ ২১ বছৰ বয়সত মই এটা ভয়ানক ৰেল দুঘৰ্টনাত শাৰীৰিকভাৱে আহত হৈছিলোঁ৷ সেই দুঘৰ্টনাত মোৰ...

অনুভৱ মহন্ত পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২ অক্টোবৰ, ২০২০

লেখকৰ মৃত্যু

ৰঞ্জুমণি মহন্ত ইংৰাজীত এষাৰ কথা আছে— ‘‘A writer never dies. He lives in his words.’’ এজন লেখকৰ হেনো কেতিয়াও মৃত্যু নহয়৷ কায়িকভাৱে...

ৰঞ্জুমণি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

মূল কবিতা: ‘The Fire Sermon’ (The Waste Land)

কবি: টি.এছ. এলিয়টঅনুবাদ: ড° দীপশিখা ভাগৱতীঅগ্নি শৰণ ভগ্ন এই নদীৰ তামীঘৰা, পাতখিলাৰ অন্তিম আঙুলিটোৰ মুঠি দৃঢ়, বুৰ যায় আদ্ৰৰ্ সৈকতত৷...

মূল (ইংৰাজী): টি.এছ. এলিয়ট পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

সোণালী ৰঙৰ জোতাযোৰ

ডা: নীলাক্ষী চলিহা গগৈ‍ এনিশাৰ আজো-আইতাৰ সেই ধুনীয়া জোতাযোৰ। তেওঁৰ মেম বান্ধৱীয়ে‍ উপহাৰ স্বৰূপে দিয়া জোতাযোৰ। যেতিয়া তেওঁৰ স্বামী...

নীলাক্ষী চলিহা গগৈ‍ পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

হৃদয়ালয়

বিশ্বজ্যোতি শৰ্মা অৰূপৰ বাবে মন্দিৰলৈ প্ৰতি সপ্তাহতেই এবাৰ যোৱাটো নিয়ম যদিও আজিৰ ব্ৰহ্মপুৱাৰ এই ক্ষুদ্ৰ মন্দিৰটোৰ পৰিৱেশটো তাৰ বাবে বৰ...

বিশ্বজ্যোতি শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

মৌন সময় অৱৰুদ্ধ মন

অংগনা ভট্টাচাৰ্য্য ছাঁ-পোহৰৰ সমান ভিৰ লগা অংশটোত মই থিয় হ’লোঁ৷ ইয়াৰ পৰা পোহৰত উজলি থকা মুখকেইখন ভালকৈয়ে দেখা পায়৷ মই সেইফালে চালোঁ৷...

অংগনা ভট্টাচাৰ্য পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

অকণমান চিন্তা-চৰ্চা

মালবিকা শৰ্মা মাজতে ৱাটছএপত সুধা মূৰ্তিৰ এটা লে‍খা পঢ়িছিলোঁ— Attachment in Detachment (বিচ্ছিন্নতাৰ মাজত যোগসূত্ৰ)৷ লে‍খাটোৱে মন চুই...

শি‍ক্ষাৰ ঊৰ্ধ্বত জ্ঞানৰ পৰিধি‍ পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

পাব্‌জি খেলা ল’ৰাটো

সিদ্ধাৰ্থ গোস্বামী নিশা প্ৰায় দহ বজাত চুবুৰিটোৰ এঘৰৰ পৰা ল’ৰা এটা হেৰাইছিল। স্বাভাৱিক কথা— সেই কাৰণেই হুৱা-দুৱা লাগিছিল ঘৰখন�...

সিদ্ধাৰ্থ গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

জন্মদিনৰ গল্প এটা

বিদুৎ বিকাশ শৰ্মাদুটা দিনৰ মাজত আচলতে পাৰ্থক্য থাকে? পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা আন্ধাৰ-পোহৰ আন্ধাৰৰ খেলখনেই দিন-ৰাতিবোৰৰ সৃষ্টি...

বিদ্যুৎ বিকাশ শৰ্মা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

প্ৰকৃতি‍

দাদুল দেৱকৃষ্ণ বৰুৱাঅংকন: বৰ্ণিল মহন্ত(যোৱা সংখ্যাৰ পি‍ছৰ অংশ)‘‘কালি আপুনি পৃথিৱীৰ বিষয়ে ক’ম বুলি কৈছিল।’’— বনানিয়ে দেউতাকক ধৰিলেগৈ...

দাদুল দেৱকৃষ্ণ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

ভালহালা

অব্যক্ত নিৰ্বাণ ৰাজখোৱা অংকন: বৰ্ণিল মহন্ত(ইটালিত তেতিয়া ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাস আৰম্ভ হৈছে। গোজ আৰু তেওঁৰ বন্ধুও সেই মহামাৰী�...

অব্যক্ত নিৰ্বাণ ৰাজখোৱা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

অ-ফলাৰ পদ্য

গীতাঞ্জলি বৰকটকী ভাগৱতী অ-ই ক’লে অসমৰ অকণ-অকণি আমিআ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজেঈ-এ বোলে ঈশ্বৰে...

গীতাঞ্জলি বৰকটকী ভাগৱতী পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

যুদ্ধ

হজৰত আলী দুয়োপাৰি দাঁতৰ যুঁজত তামোল হয় গুড়ি, আইতাই তামোল চোবায় চপক্‌ চপক্‌ কৰি। কঁকাল বেঁকা ককায়েকে মূঢ়া এটাত বহি, লাঠিৰ লগত যুদ্ধ...

হজৰত আলী পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

বানানৰ পদ্য

(কিশোৰৰ কবিতা) সংকল্পজিৎ শইকীয়া (১) অকণ ভায়েক মদনৰপঢ়াত বৰ চোকা,সি প্ৰায়েই খায় ব্ৰাহ্মী,লাই, লফা, পালেং, চুকা। (২) অকণে এটা সপোন...

সংকল্পজিৎ শইকীয়া পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

বানানৰ পদ্য

প্ৰদীপ পাটগিৰি নোমলে আনিলে নোমাল কুকুৰ দেখিবলৈ বৰ ভাল, পাল খুৰাই নৈত মেলিছে নাও তৰি দিছে শুকুলা পাল৷ ছাইৰ বিশাল স্তুপ চাই অন্তৰত লাগিল...

প্ৰদীপ পাটগিৰি‍ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

লতা আৰু ককা

স্বপ্নালী কলিতা এদিন পুৱা ককাৰ পিঠিত লতা উঠি ল’লে ককাক বোলে, ব’লা ককা এৰাবাৰীৰ ফালে৷ ককাই বোলে হেৰৌ লতা! ক’লৈ যাৱ তই? এৰাবাৰীৰ আমৰ তল�...

স্বপ্নালী কলিতা পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২০

জ্যামিতি‍

দৰ্পনা শইকীয়াযোগ আৰু বিয়োগৰ পৃথিৱীত নৈৰাশ্যৰ জুই একুৰা সন্মুখত লৈ বহি আছোঁ মই। মই এটি সাধুকথা।উপমান নে উপমেয় নে ভ্ৰান্তিমান? ওঁহো......

দৰ্পনা শইকীয়া পঢ়ক →