কবিতা আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ এজন মৰা মানুহৰ লগত কথা পাতি আছিলোঁ (কবিতা) নীলাভ সৌৰভহাইস্কুলতে ফুলিছিল জী উঠাৰ মাধৈমালতিতেওঁৰ সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে তেওঁ জীয়াই থাকিব লাগিছিলবহুবাৰ বজাৰ�... নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ বৃন্দাবন যাত্ৰা ধ্ৰুৱকুমাৰ তালুকদাৰ (এক)কিন্কিনীয়া এজাক বৰষুণত বাটটো তিতি উঠিছিল। আমি ইজনে সিজনৰ হাতত ধৰা-ধৰিকৈ আহি আছিলোঁ বৃন্দাবনলৈ... ৰাতিৰ... ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ মাটি অত্ৰেয়ী গোস্বামী বায়ু আৰু পানীৰ দৰে এক নিখুঁত সত্য— মাটি৷ সকলোৰে আদি স্থিতি সকলোৰে ইতিবৃত্তি সংগোপনে শুই থাকে মাটিত৷ কোনেও নাজানে... অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ ঘোঁৰা অলকা মহন্ত বৰুৱা পিঠিত ডাৱৰৰ বোজা লৈ ঘোঁৰাবোৰ আহে শ্বেতকায় সময়ক বান্ধি থৈ নাচে...দুফালে গৰ্জনহীন কাগজৰ বাঘসুযোগসন্ধানী কেতিয়াবা ঘোঁৰাও... অলকা মহন্ত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ প্ৰিছ্ক্ৰিপশ্যনৰ চিলা ভাস্কৰ জে নাথ যেন জোনটো এখন ক্ৰিম সনা ৰুটীহে! ভেলেকা দি কামুৰি থাকোঁ আঙুলিৰ কাঁচিজোন নখ এই কথাবোৰ মোৰ লগত আৰু কাৰ মিলে কোৱা? এঘটি... ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ বতাহৰ তৰোৱাল জ্যোতিনীলিমা গগৈ কি উৎসৱ হৈছিল ২০২০-ত? দেশে দেশে সকলোৰে বাবে এখনেই নিমন্ত্ৰণী পত্ৰ বসন্তৰ এপাহি কপৌ বা বৰ্ষাৰ এপাহি খৰিকাজাঁই কাৰো... জ্যোতিনীলিমা গগৈ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ নবীন কবিলৈ চিঠি Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰাপঞ্চম পত্ৰ... অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
শিশুজগত আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২০ সেউজপুৰৰ সাধু স্মৃতিৰেখা দেৱীঅংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ) জোন ওলাবলৈ পালে কি নাপালে, বাটলুৰ বাহিৰে বাকী কেউজন সভাসদ ইতিমধ্যে মহাৰাজ... স্মৃতিৰেখা দেৱী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৫ নৱেম্বৰ, ২০২০ ড° প্ৰণৱজ্যোতি ডেকাৰ ‘সোণৰ চামুচ মুখত লৈ’— জীৱন-বাস্তৱৰ নিৰ্মোহ সমালোচনাৰ দলিল দেৱপ্ৰতীম হাজৰিকা ‘‘... বৰ্তমান গ্ৰন্থ লিখাৰ মূল উদ্দেশ্য পাঠকৰ মনত আনন্দ দান, যাকে ইংৰাজীত কোৱা হয় Entertainment৷ এই গ্ৰন্থ কোনো... দেৱপ্ৰতীম পঢ়ক →
গল্প আৰ্কাইভ ২৫ নৱেম্বৰ, ২০২০ তুমি গীতালি বৰা I desire the things which will destroy me in the end -- Sylvia Plath এই যাত্ৰাৰ শেষ নাই৷ শূন্যতাৰ এই সুৰংগ অনন্ত৷ কিন্তু এই... গীতালি বৰা পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ নৱেম্বৰ, ২০২০ শিশুৰ বৃদ্ধি আৰু বিকাশ ডাঃ মাখন কলিতা শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ পৰিসৰ ব্যাপক এই কাৰণেই যে স্বাস্থ্য বিভাগৰ উপৰি সমাজ কল্যাণ... ডা°মাখন কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ২৩ নৱেম্বৰ, ২০২০ সৌমিত্ৰ চেটাৰ্জীৰ দুটা কবিতা শ্ৰদ্ধাঞ্জলিসৌমিত্ৰ চেটাৰ্জী৷ বাংলা চিনেমাৰেই নহয়, বিশ্ব চলচ্চিত্ৰৰ এজন কিংবদন্তীস্বৰূপ অসাধাৰণ প্ৰতিভাসম্পন্ন মহাশিল্পী, গণশিল্পী... অনুবাদ:ড° পঢ়ক →
শিশুজগত আৰ্কাইভ ২৩ নৱেম্বৰ, ২০২০ মধ্যপ্ৰাচ্যৰ প্ৰথিতযশা মানৱতাবাদী কবি নিঝাৰ কাবানি ৰুদ্ৰসিংহ মটক “Who will rescue the Quran?Who will save Christ?Who will save man?”(Jerusalem) উদ্ধৃত কবিতাফাঁকি মধ্যযুগীয় ধৰ্মান্ধতা... ৰুদ্ৰসিংহ মটক পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৭ নৱেম্বৰ, ২০২০ টেষ্টটিউব শিশু আৰু এজন ডাক্তৰৰ মৃত্যু অভিজিত শৰ্মা বৰুৱাপ্ৰখ্যাত চলচ্চিত্ৰ-নিৰ্মাতা তপন সিন্হাই ১৯৯০ চনত নিৰ্মাণ কৰা এখন চলচ্চিত্ৰৰ নাম আছিল— ‘এক ডাক্তৰ কি মৌত’। এই ছবিখন... অভিজিৎ শৰ্মা বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ১৭ নৱেম্বৰ, ২০২০ অজিৎ বৰুৱাৰ 'জেংৰাই-১৯৬৩' কবিতাৰ এটি সমীক্ষা চন্দ্ৰ শইকীয়া সাহিত্য অকাডেমিৰ বঁটা প্ৰাপ্ত অজিৎ কুমাৰ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, সমালোচক, অনুবাদক আৰু... চন্দ্ৰ শইকীয়া পঢ়ক →
কাৰ্টুন আৰ্কাইভ ১৫ নৱেম্বৰ, ২০২০ আৰ্কিটেকচাৰ ( Architecture) ড° বুলজিৎ বুঢ়াগোহাঁই আৰ্কিটেকশ্বাৰ বা স্থাপত্যবিদ্যা পাঠ্যক্ৰমত ভৱনৰ আৰ্হি প্ৰস্তুত, নিৰ্মাণ আৰু সুশোভিতকৰণৰ বিষয়ে অধ্যয়ন কৰা হয়... আৰ্কিটেকচাৰ (Architecture) পঢ়ক →
অনুবাদ আৰ্কাইভ ১৫ নৱেম্বৰ, ২০২০ টিটিৰ ভ্ৰমণ নবনীতা ভট্টাচাৰ্য্যঅংকন: বৰ্ণিল মহন্ত অনাই-বনাই ঘুৰি ভালপোৱা এধানিমান হাঁহপোৱালি, নাম তাৰ টিটি। তাৰ এই অভ্যাসটো কেনেকৈ গঢ়ি উঠিল সি... নবনীতা ভট্টাচাৰ্য পঢ়ক →
কবিতা আৰ্কাইভ ১৫ নৱেম্বৰ, ২০২০ সাম্প্ৰতিক জাতীয় সমাজ জীৱনত শংকৰদেৱ-আদৰ্শৰ স্থান দেৱজিৎ ভৰালী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বুলি ক’লেই স্বাভাৱিকতে অসমীয়াৰ মন-প্ৰাণ শ্ৰদ্ধা আৰু ... দেৱজিৎ ভৰালী পঢ়ক →
কবিতা আৰ্কাইভ ১৫ নৱেম্বৰ, ২০২০ বিষ্ণু ৰাভা আৰু অসমীয়া মধ্যবিত্ত সমাজ পঙ্কজ প্ৰতিম বৰদলৈ ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্ৰাক্স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্ৰায়... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ ১২ নৱেম্বৰ, ২০২০ জোৱাৰ প্ৰতীক্ষা প্ৰিয়ম বঙ্গোপসাগৰত জোৱাৰ। মোৰ সন্মুখত উত্তাল তৰংগ। ঢৌবোৰে বেগেৰে কাষ চাপি আহি কংক্ৰীটৰ বেৰা ভাঙো ভাঙো কৰে। পাৰত বহি থকা... প্ৰতীক্ষা প্ৰিয়ম পঢ়ক →
গল্প আৰ্কাইভ ১১ নৱেম্বৰ, ২০২০ কাগজৰ নাও - নিৰ্মালি নয়নতৰা :প্ৰভঞ্জন মানে কি আচলতে? :মই....মই নাজানো। :প্ৰভাকৰ বুলি মাতিব পাৰিম চাগৈ? :প্ৰভাকৰ, দিবাকৰ যি বুলিয়েই ইচ্ছা কৰে... নিৰ্মালি নয়নতৰা পঢ়ক →
অনুবাদ আৰ্কাইভ ৮ নৱেম্বৰ, ২০২০ কাজল ৰেখা মূল : দীনেশ চন্দ্ৰ সেন অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতীঅংকন: বৰ্ণিল মহন্ত এজন সদাগৰ আছিল– তেওঁৰ নাম ধনেশ্বৰ৷ সদাগৰৰ বহুতো ধন-সোণ আছিল৷... মূল: দীনেশ চন্দ্ৰ সেন পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৮ নৱেম্বৰ, ২০২০ মহাকাব্য পঠনৰ আনন্দ : ইলিয়াড আৰু প্ৰাচ্য সাহিত্য ভাস্কৰজ্যোতি নাথএজন মানুহে তেওঁৰ জীৱনকালত সকলো কিতাপ অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়৷ জাৰ্মানিৰ জ’হান্স গুটেনবাৰ্গে ছপাযন্ত্ৰ আৱিষ্কাৰ কৰা... ভাস্কৰজ্যোতি নাথ পঢ়ক →