কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২১ চম্পা মনোজ নেওগ চেঁচা। সাবটি শুবলৈ মানুহৰ গাৰ দৰে কাঠৰ তাপ নাই। মানুহ। কাঠ। অৰণ্যত মৰাগছৰ ঠাণি কঁপাই কৰতীয়াল বতাহ। অযথা হেজাৰ মাত হেৰোৱা... মনোজ নেওগ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২১ মই পাহৰি থকা এটা দিন মৈত্ৰেয়ী পাটৰ দিনৰ দিনটো দিন এটা পাহৰি থাকিলোঁ আঙুলিত এতিয়া শীত সেমেকা নীৰৱতা দিন এটা পাহৰি থকাৰ দৰে পাহৰি থাকোঁ নিজকো বাঢ়ি আহে... মৈত্ৰেয়ী পাটৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২১ প্লেটফৰ্ম নং ২১ দ্বীপৰাজ আজি জীৱনৰ কথাকে কোৱা যাওক : (অলপ পাছতে মই ৰাজহুৱাকৈ ঘোষণা কৰিম মদ নাখাওঁ ২১-ত ২০ নম্বৰ ষ্টেচনতে শেষ চুৰটটো শেষ কৰি মোহাৰি... দ্বীপৰাজ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২১ নিজগৰী নীলিমা ঠাকুৰীয়া হক কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলেতাৰ উঁৱলি যোৱা জিনছৰ তলছোৱাকেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলেএঙেৰুৱা... নীলিমা ঠাকুৰীয়া হক পঢ়ক →
গল্প আৰ্কাইভ ২৬ জানুৱাৰী, ২০২১ এজন ওখ মানুহৰ প্ৰয়োজন ভৰত ৰাজখোৱাজিলাখনৰ এমূৰীয়া পঞ্চায়তটোত বাস কৰা মানুহখিনিৰ এটাই দুঃখ তেওঁলোকে এজন ওখ মানুহ বিচাৰি পোৱা নাই৷ এজন ওখ মানুহৰ অভাৱে আজি... ভৰত ৰাজখোৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ জানুৱাৰী, ২০২১ আমাৰ কৰচন চৰাইৰ অভিযান (প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ অন্তত দেখা পোৱা চৰাইবিধৰ কথাৰে) ৰূপজ্যোতি হাজৰিকা পক্ষী পৰ্যৱেক্ষণ মোৰ সকলোতকৈ ভাল লগা এটা হবি৷ আজৰি সময়ৰ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ জানুৱাৰী, ২০২১ সম্পাদকীয় সুখৰ আধুনিক উৎস মাঘবিহুৰ উৰুকাৰ আগদিনা সন্ধিয়া৷ চুবুৰিৰ ৰাইজে সাজি তোলা ভেলাঘৰটোৰ সন্মুখতে জুই পুৱাই চাহমেলত বহিছে৷ মেলৰ বিষয়... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৪ জানুৱাৰী, ২০২১ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস সমুজ্জ্বল শইকীয়া (১) কল্পবিজ্ঞান সাহিত্য বুলিলে বিজ্ঞানক ভিত্তি কৰি মানুহৰ বিশ্বাসযোগ্য হোৱাকৈ লিখা এক শ্ৰেণীৰ কল্প কাহিনীক বুজায়৷ এই... সমুজ্জ্বল শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২১ জানুৱাৰী, ২০২১ পাঠাগাৰ সভ্যতা ১সম্পাদনা : বিপ্লৱজ্যোতি ভূঞা৷ বহু-আনন্দ, নগাঁও, ২০২১ অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতত বিভিন্ন সময়ত বিভিন্ন লিটল্ মেগাজিন্ বা... অন্যযুগ পঢ়ক →
শিশুজগত আৰ্কাইভ ২১ জানুৱাৰী, ২০২১ সেউজপুৰৰ সাধু স্মৃতিৰেখা দেৱীঅংকন: বৰ্ণিল মহন্ত[যোৱা সংখ্যাৰ পাছৰ অংশ] দুদিনৰ মূৰে মূৰে সেউজপুৰৰ ৰাজসভাত সভাসদসকল সমৱেত হৈ উপস্থিত সমস্যাটোৰ সমাধানৰ... স্মৃতিৰেখা দেৱী পঢ়ক →
অনুবাদ আৰ্কাইভ ১৯ জানুৱাৰী, ২০২১ ‘বাঘৰাণী খইৰী’ বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমশিম্লিপাল।উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ... অনুবাদ: পঢ়ক →
গল্প আৰ্কাইভ ১৮ জানুৱাৰী, ২০২১ ৰূপান্তৰৰ কথকতা ড° ইৰাণী হাজৰিকা কাইলৈৰ পৰা মনসা পূজা আৰম্ভ হ’ব৷ তাৰ বাবে যোৱা এমাহ ধৰি বাপুকণহঁতৰ ঘৰতো পূজাৰ যো-জা চলিছে৷ প্ৰতি বছৰে শাওণ আৰু ভাদ... ড° ইৰানী হাজৰিকা পঢ়ক →
শিশুজগত আৰ্কাইভ ১৬ জানুৱাৰী, ২০২১ ভাৰতীয় সেনা (Indian Army)-ত কেনেকৈ যোগদান কৰিব পাৰি? ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰতীয় সেনা (Indian Army)-ত যোগদান কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা আছে। এটা ব্যৱস্থা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগ... ভাৰতীয় সেনাত কেনেকৈ যোগদান কৰিব পাৰি? পঢ়ক →
গল্প আৰ্কাইভ ১৬ জানুৱাৰী, ২০২১ লিংগপুৰাণ মণিকা দেৱী ‘‘লিংগটো দিছোঁ৷ চাবচুন কেনে পায়৷’’মেছেজটো পঢ়ি এক মুহূৰ্তৰ বাবে থৰ হৈ ৰৈ গ’ল চিত্ৰা৷ কি মেছেজ এইটো? কোনে দিছে? নম্বৰটো... মণিকা দেৱী পঢ়ক →
কবিতা আৰ্কাইভ ১ জানুৱাৰী, ২০২১ সদাগৰৰ বাগিচা অলকেশ কলিতা মোৰ বাগিচাৰ মালীজনক মই কামৰ পৰা অব্যাহতি দিলোঁ। বাৰিষাৰ জান্তৱ সেউজীয়াৰ স’তে যুঁজিছিল তেওঁযিহেতু মই ভাল পাইছিলোঁ একোটা... অলকেশ কলিতা পঢ়ক →
শিশুজগত আৰ্কাইভ ১ জানুৱাৰী, ২০২১ প্ৰকৃতি দাদুল দেৱকৃষ্ণ বতৰটো সঁচাকৈয়ে বেয়া হ'ল। ‘বেয়া’ মানে বৰষুণ আহিল। পথাৰত ধান দোৱাৰ সময়ত বৰষুণ আহিলে খেতিয়কসকলে বেয়া পায়। মুঠিবোৰ... দাদুল দেৱকৃষ্ণ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ জানুৱাৰী, ২০২১ সম্পাদকীয় নতুন বছৰ : আশা-নিৰাশা গচ্ছতি ইতি জগতঃ৷ অৰ্থাৎ গৈ থকাৰ মানেই জগত৷ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অস্তিত্বই গতিশীল, আমি মানুহবোৰো৷ পৃথিৱীৰ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কাৰ্টুন আৰ্কাইভ ৩০ ডিচেম্বৰ, ২০২০ ৰন্ধন কলা নাৰিকলৰ সৈতে বৰা চাউলৰ চুঙাপিঠাউপকৰণ:বৰা চাউলৰ পিঠাগুড়ি: ১/২ কেজিনাৰিকল: এফাল ৰুকি লোৱাচেনি: ১ কাপবাঁহৰ চুঙা: দুটা প্ৰণালী: বৰা... নিতুমণি দাস শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ডিচেম্বৰ, ২০২০ অব্যাহৃত ৰাজনৈতিক দলসমূহৰ পুঁজি আৰু নিৰ্বাচনী ব্যয়ৰঞ্জুমণি মহন্ত এতিয়া নিৰ্বাচনৰ বতৰ৷ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ চাৰিওফালে নিৰ্বাচনী... ৰঞ্জুমণিমহন্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২০ অনুপ্ৰেৰণা নৱনীতা ভট্টাচাৰ্য্যঅংকন : বৰ্ণিল মহন্ত উম বিচাৰি বিচাৰি হাবাথুৰি খোৱা টিটিয়ে আজি আকৌ শীত বিচাৰি সকলোৰে পৰা নিলগত বনৰ এই গহীন কোণ�... নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
অনুবাদ আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২০ নৱীন কবিলৈ চিঠি Letters to a Young Poetমূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰাসপ্তম পত্ৰ... অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২০ খোৱাৰ পাতত গুপ্তঘাতক ৰিপুঞ্জয় বৰদলৈ কভিড-১৯ বা ক’ৰ’নাই মহামাৰিীৰ ৰূপ লোৱাৰ সময়ত বিশষজ্ঞসকলে বাৰে বাৰে কৈ আছে যে যিসকল ব্যক্তিৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বেছি... ৰিপুঞ্জয় বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২০ গছপাত আৰু বৰষুণৰ কণিকা সৌৰভ শইকীয়া সকলোতকৈ শক্তিশালী কল্পনাবোৰপোনে পোনে প্ৰকৃতিৰ মাজৰ পৰাই আহে৷ ডাল এৰি হঠাতে কিয় উৰি গ’লা?অলপ আগলৈকে তুমিপ্ৰশ্নবিদ্ধ আছিলা৷... সৌৰভশইকীয়া পঢ়ক →