কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ নিষ্প্ৰাণ শব্দবোৰ অলকেশ কলিতা তুমি শুনা নাই পাতবোৰে সৰোঁতে মোক কি কৈছিল । পাতবোৰ সেউজীয়া হৈ থাকোঁতে তুমি নাহিলা । চৰাইবোৰৰ বাৰম্বাৰ মৃত্যু হৈছে... অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ ঈশ্বৰ কোন অত্ৰেয়ী গোস্বামীসৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা কুকুৰ এটাক দেখুৱাই কৈছিল, "সৌৱা চা ঈশ্বৰ"৷ এদিন পিতায়ে কাৰ্শলা এডালকো ঈশ্বৰ... অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ লেণ্ডস্কেপ গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) কুৰি শতিকাটো উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ ইপিঠি-সিপিঠি আছিল এটি মুদ্ৰাৰ দৰে খলকনি সুক্ষ্ম ঝনঝননি... গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ কিয় সোঁৱৰণি এপাহ গোলাপ অমিতাভ ফুকন কিয় তুলিকাত ওমলে আন্ধাৰে লুকুৱাই থোৱা বিলুপ্ত উশাহ টঙি ৰখা চিত্ৰকৰ গ্লানিৰ নয়ন ধুমকেতুৰ পছোৱা কিয় সৃজনত বালিচৰ আপোনঘাটী... অমিতাভ ফুকন পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ মোৰ ছাঁ হৰেকৃষ্ণ ডেকা মোৰ ছাঁ এটা আচৰিত বস্তু ই অশৰীৰী কিন্তু বিদ্যমান ৷ ই মই নহয় কিন্তু ইয়াক মই অস্বীকাৰ কৰিব নোৱাৰোঁ ৷ ই পোহৰ ভাল পায় কিন্তু... হৰেকৃষ্ণ ডেকা পঢ়ক →
গল্প আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ অভিব্যক্তি নে আত্মপ্ৰত্যয় আকাশ দীপ্ত ঠাকুৰ “ইমান কিয় ভাবনাবিভোৰ মন মৈথিলী ! আমিতো আজি কেৱল মৌনতাক সাক্ষী কৰি এনেকৈ ক্ষণ গণি থাকিম বুলি লগ হোৱা নাছিলোঁ৷... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ চ্যালুইনৰ পৰা লুইতলৈ ড° চন্দ্ৰধৰ চমুৱা(চৈধ্য) ৰাজ্য আৰু ৰাজ-পৰিয়ালৰ ঘটনাৰ ধামখুমীয়াত ৰণুৱা-বনুৱা, হালোৱা-হজোৱা ঘাঁহী-মাউতৰ জীৱনৰ অভ্যন্তৰৰ কথাবোৰ ঢাক খাই... ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
গল্প আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ নাম বদল অভিজিত শৰ্মা বৰুৱা ইয়’ৰ অনাৰ, মোৰ নাম সুপ্ৰিয় চৌধুৰী। ... হয়, হয়, ময়ে মোৰ নাম সলনি কৰিবৰ বাবে আবেদন কৰিছিলোঁ। ... কি ক’লে? ...... অভিজিত শৰ্মা বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৮ মাৰ্চ, ২০২১ বাঘৰাণী খইৰী বাঘিনীৰ সত্য জীৱন কাহিনী‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমআগে আগে গৈছে বিদিয়া, বিলন্দা, গৌৰ আৰু... অনুবাদ:ড˚ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ ২৮ মাৰ্চ, ২০২১ কেইটিমান জাপানী কবিতা অনুবাদ: ড০ প্ৰাণজিৎ বৰা পখিলাছুবই শ্বিগেজি (Tsuboi Shigeji; 1897 – 1975) নমুনা সংগ্ৰহকৰা কোঠাটোত শাৰী শাৰীকৈ পৰি থকা আনবোৰৰ দৰে মোৰ... অনুবাদ: ড° প্ৰাণজিৎ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ মাৰ্চ, ২০২১ ৰাজনৈতিক শিক্ষা আৰু শিক্ষক হিচাপে সময়ৰ ব্যৰ্থতা [ক] অসমৰ মানুহক সাধাৰণভাৱে অসমীয়া বোলা হয়৷ অৱশ্যে শব্দটোৰ প্ৰকৃত পৰিধি আজিও নিৰ্ধাৰণ নহ’ল৷ আমি লক্ষ্য কৰিছোঁ যে অসম এনে এক ভৌগোলিক... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
শিশুজগত আৰ্কাইভ ২০ মাৰ্চ, ২০২১ সেউজপুৰৰ সাধু স্মৃতিৰেখা দেৱী [যোৱা সংখ্যাৰ পাছৰ অংশ] মহাৰাজৰ ইঙ্গিত পাই এইবাৰ মহামন্ত্ৰী বৃকোদৰে মুখ মেলিলে–: মাননীয় অতিথিদ্বয়৷ মই সেউজপুৰৰ... স্মৃতিৰেখা দেৱী পঢ়ক →
গল্প আৰ্কাইভ ১৬ মাৰ্চ, ২০২১ মোহবন্দী ৰঞ্জু শৰ্মা এইখিনিতে নৈখন তেনেই শান্ত৷ চহৰীয়া কোলাহলৰ পৰা বহু নিলগৰ এই নিৰিবিলি ঠাইডোখৰত নৈখন অলপ ঠেক আৰু তৰাঙো৷ উদ্যোগ নগৰীখনৰ শ শ... ৰঞ্জু শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৬ মাৰ্চ, ২০২১ গঁড়ৰ খড়্গৰ উদ্ধাৰ আৰু কোষগাৰত জমা দিয়া প্ৰসংগ (শ্ৰদ্ধাৰ বন বিষয়া পংকজ কুমাৰ বৰাৰ হাতত) বুবুল শৰ্মা (১) টেবুলত থকা ম’বাইলটো হঠাৎ বাজি উঠিল৷ গোটেই ৰাতি ডি্উটি কৰি বাগৰি ৰেঞ্জৰ ৰেঞ্জ... বুবুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ১৪ মাৰ্চ, ২০২১ চুবুৰীয়া মহিলা অনুভৱ তুলসী যিদিনা উক দিয়ে চুবুৰিৰ এই মহিলাৰ সেই বিশেষ গুণটোগোটেই দিনটো গান গায় গানে শেলুৱৈৰো কাণ-সঁতা লৰায়কাল্পনিক কোনো ব্যক্তিৰ... অনুভৱ তুলসী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২ মাৰ্চ, ২০২১ বি. এড. (B.Ed.) ডিগ্ৰী লাভ কৰাৰ পিছত কেৰিয়াৰৰ সুযোগ ড° বুলজিৎ বুঢ়াগোহাঁই বি. এড. (B.Ed., Bachelor of Education) পাঠ্যক্ৰম হৈছে ভাৰতত আটাইতকৈ বেছি অধ্যয়ন কৰিব বিচৰা পাঠ্যক্ৰমবোৰৰ ভিতৰ�... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ ২ মাৰ্চ, ২০২১ উলাহেৰে উভতি চাওঁ-১২ ড° পোনা মহন্তআমাৰ আগৰ লেখাত সত্ৰীয়া বিহুৰ কথা কওঁতে ব’হাগ বিহুৰ হুঁচৰি আৰু বোকা ভাওনাৰ দৰে পুৰুষসকলে হালধি-পানীৰ খেলা কৰাৰ কথা উল্লেখ... ড˚ পোনা মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ মাৰ্চ, ২০২১ মা সঞ্জীৱ সভাপণ্ডিত চিত্ৰশিল্পী পুলক গগৈয়ে এখন ছবি আঁকি আছে৷ বহুদিনৰ পৰা৷ নিজৰ মাকৰ ছবি৷ তেখেতৰ নিজৰ বয়স এতিয়া প্ৰায় আশী বছৰ৷ মাক ঢুকোৱা... সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ফেব্ৰুৱাৰী, ২০২১ নিজকে টুকুৰা টুকুৰ কৰি ৰাশ্বেল চৌধুৰী পথৰ মাজত নিজকে টুকুৰা টুকুৰ কৰি ছটিয়াই দি চিয়ঁৰিলোঁ যাৰ যি লাগে লৈ যাওক। ট্ৰেফিক পুলিচ এজনে আহি অবৈধ কাম নচলিব বুলি... ৰাশ্বেল চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ফেব্ৰুৱাৰী, ২০২১ তাপমাত্ৰা — বিভা দেৱী মস্তিষ্কটোএটা অস্থিৰতাৰ বাহ চেঁচুকীয়াত গজাশেলুৱৈৰ দৰে সেউজীয়াপিছল মই পাৰাস্তম্ভ লৈশেলুৱৈৰ তাপমাত্ৰা জুখিছিলোঁ আৰ্দ্ৰতা... বিভা দেৱী পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ফেব্ৰুৱাৰী, ২০২১ প্ৰসাধন কৌস্তুভমণি শইকীয়া দত্ত কথাবোৰ দেখাত ৰংচঙীয়া হ’লেওআচলতে বিমূৰ্ত।মনটোৱেই সকলো—মনে ৰং সানিলে শৰীৰ হৈ পৰে কেনভাচ। আঙুলিয়ে কুণ্ডলি পকাই... কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ফেব্ৰুৱাৰী, ২০২১ শামুকৰ মালা অংকুৰ জ্যোতি বুঢ়াগোহাঁই ৰ’দ লৈ শুই আছে মানুহজনতেওঁৰ চোলাটোএটা শিলৰ ওপৰত শুকুৱাইছে! শিলটোৰ কাষতেমূৰ্চ্ছা গৈ পৰি আছে এখন... অংকুৰ জ্যোতি বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ফেব্ৰুৱাৰী, ২০২১ বজাৰ শ্ৰী সুশান্ত বড়া *দোকানীক সুধিলোঁ, আপেল কেনে? বুকুৰ কাষলৈ নি ক’লে চাই লওক, বয়স ত্ৰিছ হ’ব, অভিজ্ঞ...!ক’লোঁ এক কিল’, মই জানো ইয়াৰ... সুশান্ত বড়া পঢ়ক →
শিশুজগত আৰ্কাইভ ২৬ ফেব্ৰুৱাৰী, ২০২১ প্ৰকৃতি দাদুল দেৱকৃষ্ণ : ‘‘দেতা, অ’ দেতা... এই বাতৰিটো চাওকচোন।’’— বাৰীৰ পৰা আহি ভিতৰলৈ সোমোৱাৰ সময়তে বনানিয়ে দেউতাকক দৈনিক বাতৰি কাকতখনৰ... দাদুল দেৱকৃষ্ণ পঢ়ক →