গল্প আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ মাইকীমুৱা অপু ভৰদ্বাজমই তামোল চোৰ নাছিলোঁ৷ কিছু গভাইত চোৰক মই কাইদা-কিটিপ শিকাইছিলোঁ৷ তামোল চুৰিৰ বিদ্যা নহয়, শিকাইছিলোঁ কেৰ্কেটুৱাৰ দৰে গছ... অপু ভৰদ্বাজ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ বিৰুবালাৰ কথাৰে দিলীপ কৌশিক বেলিতো থাকে নিয়ন লাইটৰ পোহৰতো এন্ধাৰ থাকে আঙুলিৰ লিহিৰি পাববোৰত ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে পোহৰত পঢ়াশালি থাকে এন্ধাৰ�... দিলীপ কৌশিক পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ পাঠাগাৰ জাতি চন্দনৰ টোকাৰীবব ডিলানৰ গীতিকবিতা৷ অনুবাদ : অনুভৱ তুলসী৷ পাঞ্চজন্য৷ গুৱাহাটী, ২০২০কবি অনুভৱ তুলসীয়ে ইতিমধ্যে ভালেকেইটা লেখৰ অনুবাদ... অন্যযুগ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে 'অন্যযুগ' আৰু 'সাহিত্য অকাডেমি'-ৰ যৌথ উদ্যোগত অনুষ্ঠিত 'কথাসন্ধি' অনুষ্ঠানত ডা০ অপূৰ্ব কুমাৰ শইকীয়াসাম্প্ৰতিক অসমীয়া গল্পসাহিত্যৰ এক... অন্যযুগ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ 'অন্যযুগ'ৰ তৃতীয় বৰ্ষপূৰ্তি আৰু অনাগত দিনৰ যাত্ৰা ড° অজয় লাল দত্তসম্পাদক ড০ মৃদুল শৰ্মাঅসমৰ সংবাদ জগতত ‘অৰুণোদই’-ৰ দিনৰে পৰা নতুন নতুন সংবাদ পত্ৰ-আলোচনীয়ে সময়ে সময়ে ভুমুকি মাৰি আহিছে... ড° অজয় লাল দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ দেৱতাৰ জন্ম মূল (বাংলা) : শিৱৰাম চক্ৰৱৰ্তী অসমীয়া অনুবাদ : বাসুদেব দাস ঘৰৰ পৰা ওলাওঁতে সদায় উজুটি খাব লগা হয়। প্ৰথম খোজ দিওঁতে শিলছটাই তেওঁৰ... মূল (বাংলা) : শিৱৰাম চক্ৰৱৰ্তী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ অংকুৰণ আৰ্ফৰ 'সোণৰ হৰিণ নাথাকে জানকী' : এক সম্পৰীক্ষা ড° প্ৰণৱ ঢেকিয়াল ফুকনকবি অংকুৰণ আৰ্ফৰ সদ্য প্ৰকাশিত ‘সোণৰ হৰিণ নাথাকে জানকী’ শীৰ্ষক কাব্যগ্ৰন্থখন অসমীয়া কাব্যসাহিত্যৰ ক্ষেত্ৰখনত এক... ড° প্ৰণৱ ঢেকিয়াল ফুকন পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ ওলমি থকা গোলাপী জামুৰ লগ্ন : এটি দ্ৰুত পঠন মৃদুল শৰ্মাআধুনিক অসমীয়া কবিতাৰ জগতখনৰ এটা বহলভাৱে পঠিত আৰু চৰ্চিত কবিতা হৈছে নীলমণি ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বুলি আৰম্ভ... মৃদুল শৰ্মা পঢ়ক →
কাৰ্টুন আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ অসমত উচ্চ শিক্ষাৰ সা-সুবিধা ড° বুলজিৎ বুঢ়াগোহাঁই দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো বিভিন্ন বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে সা-সুবিধা আছে। কিন্তু সেই সম্পৰ্কে... অসমত উচ্চ শিক্ষাৰ সা-সুবিধা পঢ়ক →
উপন্যাস আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন প্ৰাঞ্জল প্ৰতিম বৰা জুৰি বৰা বৰগোহাঞি অসমীয়া উপন্যাস সাহিত্যত এক প্ৰতিষ্ঠিত নাম। এগৰাকী ঔপন্যাসিক হিচাপে বৰগোহাঞিয়ে ইতিমধ্যে... প্ৰাঞ্জল প্ৰতিম বৰা পঢ়ক →
কাৰ্টুন আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ বেহুৱা চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT... চিৰঞ্জীৱ দত্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ ন'বেল বঁটা বিজয়ী কবি উইলিয়াম বাটলাৰ য়েট্ছ ৰুদ্ৰসিংহ মটক “Caught in that sensual music all neglect Monuments of unaeging intellect.” (উইলিয়াম বাটলাৰ য়েট্ছ) বিংশ শতাব্দীৰ... ৰুদ্ৰসিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ উৎসৱৰ পাছত প্ৰশান্ত মিশ্ৰ জানো, তুমি ভাবাসদায় হৈ ৰ’ব গগন নিৰ্মলশুভ্ৰ স্বচ্ছ জলধিমলয়াৰ ৰিব্ ৰিব্ বাত কঁপি থাকিবতোমাৰ দীঘল চুলিটাৰিএটি বিন্দুত ৰৈ... প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম ৰণজিত গগৈ কিবা থৈ যাব পাৰিম নে নোৱাৰিম একোতো নাজানো চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম। যেনেকৈ উকি এটা এৰি থৈ গুচি যায় ৰেল গাড়ীখন... ৰণজিত গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ পৰকাল জোনমণি দাস বৰনৈৰ বুকুত বনঘোষা উপজিল— ব’ৰাগীয়ে বতাহক শুনালে বনঘোষাৰ জন্ম আখ্যান, হিলদল ভাঙি তেতিয়াই ধূলিৰ ধুমুহা... শিমলুৱে জুই লগাই... জোনমণি দাস পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ শদিয়া নামটোৰ ইতিহাস অৱনী কুমাৰ শৰ্মা শদিয়াৰ কথা লিখিবলৈ লৈয়ে মনলৈ অহা আমাৰ সৰুকালত সাঁথৰটো আছিল : শদিয়ালৈ নেযাবা, সত্ফুল নেখাবা (১) কেঁচাপাতত নেবান্ধিবা... মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ উলাহেৰে উভতি চাওঁ—১৩ ড° পোনা মহন্ত দিন যায় আহে ৰাতি, সময় গৈছে টুটি ... হয়, সময় এইদৰে বাগৰি গৈ আছিল৷ দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন৷ আৰু ক্ৰমান্বয়ে টুটি... ড˚ পোনা মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ পম্পি বৰা বৈশ্য আমি নাৰী। সৃষ্টিৰ অপূৰ্ব শক্তিৰে মহীয়ান আমি নাৰী। কন্যা, ভগ্নী, বান্ধৱী, প্ৰেমিকা, স্ত্ৰী, মাতৃ শাহু ইত্যাদি বিভিন্ন... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ আটাইতকৈ শোকভৰা কবিতা মূল: পাবলো নেৰুদা ভাবানুবাদ: যশোৱন্ত নিপুণ মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷ হয়তো, এনেকৈ লিখিম: “নিশাটি তৰাভৰা, আৰু নীলা... মূল: পাবলো নেৰুদা পঢ়ক →
গল্প আৰ্কাইভ ৩১ মাৰ্চ, ২০২১ জীৱন বাটৰ কেঁকুৰি প্ৰতীক্ষা প্ৰিয়মবিজয়া দশমীৰ সন্ধ্যা। দেৱীক স্বামীগৃহলৈ পঠিয়াই মাতৃসম ধৰাতলে ক্লান্তিত জোবোৰা মাৰিছে। সুদীৰ্ঘ চাৰি দিন ধৰি দেৱীৰ... প্ৰতীক্ষা প্ৰিয়ম পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ বহেমিয়ান পদ্য চন্দন গোস্বামী শগুণে এৰি যোৱা হাড় চেলেকিবলৈ গাঁও এৰি অহা কুকুৰজাকলৈ মন দি থাকোঁতেই মুখামুখিকৈ স্থিৰ এখন ছবিৰ দৰে নিজৰ ছবিখন জীৱনৰ... চন্দন গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ আগন্তুক ৰশ্মিৰীয়া গগৈ ভাবি থকা কথাবোৰ নভবা হলেই ভাল আছিল বুলি ভাবি প্ৰতি পল বিদ্ৰোহী হৈ উঠাৰ আগলৈকে আন্ধাৰ মায়াবোৰে ওমলাই থাকে মোক বাট কাটি... ৰশ্মিৰীয়া গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ যেতিয়া কথাবোৰ শেষ হ'ব! সংগীতা মেধি যেতিয়া কথাবোৰ শেষ হ'ব কিহে দুয়োকে জোৰা লগাই থ'ব স্মৃতিকথা পানীৰ ছায়া বঢ়ালে বাঢ়়ি যায় কথাবোৰ শেষ হোৱাৰ পাছত চাই থাকিম শীতৰ... সংগীতা মেধি পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মাৰ্চ, ২০২১ হাত খনিন্দ্ৰ ভূষণ মহন্ত কণমানিটোৱে হাতখন মুখলৈ নি চুপি থাকে হাতে-গালে বগাই থাকে লেলাৱতি চকুৱে-মুখে নাচে স্বৰ্গীয় সুখৰ ফুল আইতাই কয়... খনিন্দ্ৰ ভূষণ মহন্ত পঢ়ক →