প্ৰবন্ধ আৰ্কাইভ ১ জুন, ২০২১ বৰগোহাঞি ছাৰলৈ শ্ৰদ্ধাঞ্জলি ৰঞ্জুমণি মহন্ত('অন্যযুগ'ৰ উন্মোচনী অনুষ্ঠানত সদ্য়প্ৰয়াত হোমেন বৰগোহাঞি ছাৰ) ২০১৮ চনৰ জানুৱাৰি মাহ আছিল বোধকৰোঁ৷ ‘অন্যযুগ’-ৰ প্ৰকাশৰ... ৰঞ্জুমণি মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ জুন, ২০২১ হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক সাহিত্য ড° অসীম চুতীয়া প্ৰকৃতাৰ্থত মানুহৰ জীৱনটো এক বিচিত্ৰ অভিজ্ঞতাৰ ভঁৰাল৷ এই ভঁৰালত সঞ্চিত হৈ থকা কথাবোৰ যেতিয়া নিজ ভাষাৰে লিখিত ৰূপ�... ড° অসীম চুতীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মে’, ২০২১ আজৰি পৰৰ ধেমালি (কুইজ) QUIZ-1 .content { margin-top:20px; } .bg-primary {padding:15px; position:relative; top:0; width:100%; } .left-title { width:100%;... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২১ ডাফ’ডিলবোৰ মূল: Daffodils (William Wordsworth) ভাবান্তৰ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ ডাৱৰৰ দৰে অকলশৰে মই ফুৰিছিলোঁ ভ্ৰমি সুউচ্চ পাহাৰ আৰু উপত্যকাৰ... মূল (ইংৰাজী): Daffodils,William Wordsworth পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মে’, ২০২১ উলাহেৰে উভতি চাওঁ: ১৫ ড° পোনা মহন্ত ‘কাৰেংঘৰ’ সাজিছিলোঁ... কবি বিনন্দচন্দ্ৰ বৰুৱাৰ ‘গড়গাঁও গড়গাঁও, কথা শুনি তল যাওঁ’ কবিতাটো পঢ়াৰ অনেক বছৰৰ আগতেই মোৰ... ড˚ পোনা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২১ সৌৰভ কুমাৰ চলিহা প্ৰশান্ত মিশ্ৰ"সৌৰভ চলিহা ঢুকাল হয়তো। কিন্তু এই সত্যটো মোৰ বাবে অৱান্তৰ"- সৌৰভ কুমাৰ চলিহা।তুমি কেতিয়াও ভবা নাছিলা যে এদিন তেওঁ... প্ৰশান্ত মিশ্ৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মে’, ২০২১ প্ৰকৃতিৰ ৰোষ বনাম মানুহৰ দোষ ক’ৰ’নাভাইৰাছৰ ব্যাপক সংক্ৰমণৰ ফলত যোৱা কমেও দুটা বছৰে পৃথিৱীবাসীয়ে অনেক দুৰ্ভোগ ভুঞ্জিবলগীয়াত পৰিছে৷ বিভিন্ন দেশৰ চৰকাৰ আৰু বিশ্ব... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২১ নিৰৱচ্ছিন্নতা .post-title{ text-align:left!important; padding-left:10px;} (মূল: Continuities, ৱাল্ট হুইটমেন)অনুবাদ: উচ্চজিৎ দশগিৰি কোনো বাস্তৱ... মূল:Continuities, ৱাল্ট হুইটমেন পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মে’, ২০২১ বৰগোহাঞি ছাৰ আজি গ’লগৈ... ডা: নৰেন কুটুম (১২ মে’ ২০২১) পুৱা আঠ বজাত আমাৰ নাইট ডিউটিৰ সময় শেষ হয়৷ নাইট ডিউটি কৰি ঘৰলৈ যাবলৈ মাথোঁ কিছু সময় বাকী৷ বন্ধু ডা: প্ৰবীণ... ডা: নৰেন কুটুম পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মে’, ২০২১ কলাৰ কলা, কলাবোধ আৰু বোধৰ কলা ডঃ সঞ্জীৱ বৰাপ্ৰতিজন ব্যক্তিয়েই ৰুচিৰ গোপন জগত একোখনত বাস কৰে। যাদৃচ্ছিক সংবেদনৰ এই জগতত নিজৰ ৰুচিৰ অনুষংগবিলাকৰ সৈতে একাত্ম হৈ থাকি... ড° সঞ্জীৱ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩০ মে’, ২০২১ চিয়ো কিটাহাৰাৰ কবিতা .post-title{ text-align:left!important; padding-left:10px;} মূল (জাপানী) : চিয়ো কিটাহাৰা ভাষান্তৰ: গীতুমণি তালুকদাৰ (১) তলাৰ নাই... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩০ মে’, ২০২১ পণ্ডিতপ্ৰৱৰ ড° দিলীপ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি ৰঞ্জন ভট্টাচাৰ্য্যড০ দিলীপ বৰুৱা ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক পৰ্যায়ৰ বিদ্বানসকলৰ মাজত এটা চিনাকি নাম৷ যোৱা শতিকাৰ ষষ্ঠ দশকতে শ্যেফিল্ড্... ৰঞ্জন ভট্টাচাৰ্য্য পঢ়ক →
কাৰ্টুন আৰ্কাইভ ৩০ মে’, ২০২১ বেহুৱা চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " জুন,";... চিৰঞ্জীৱ দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ জীৱন, বাঘচোৰ ইত্যাদি .post-title{ text-align:left!important; padding-left:10px;} লুইত কিৰণ দাস ‘‘আই ঐ খালে ঐ খালে গৰুটোক বাঘে নিলে...’’ বাঘ খেদিবলৈ গৈ... লুইত কিৰণ দাস পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ উত্তৰ সত্য .post-title{ text-align:left!important; padding-left:10px;} দিগন্ত শইকীয়া এই যে আমি কওঁ কাউৰী টেঙৰ বৰ ই সত্য নহয় অনেক মাধ্যমৰ চিকাৰ... দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ গছ .post-title{ text-align:left!important; padding-left:10px;} ইছমাইল হোছেইন প্ৰতিজন মানুহেই গছৰ দৰে জীয়াই থাকিব খোজে, গছ হ’ব নোৱাৰে;... ইছমাইল হোছেইন পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ পেইন এণ্ড ফেণ্টাছি ফাগুন .post-title{ text-align:left!important; padding-left:10px;} চুনা কুমাৰ পাঠৰী নৈৰ ঢৌৱে সপোন ভঙা ট্ৰেজিক খেলখন চাই চাই শিলগুটি এটা... চুনা কুমাৰ পাঠৰী পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ মালৈ .post-title{ text-align:left!important; padding-left:10px;} হৰেকৃষ্ণ ডেকা ১. যাম বুলিছিলি৷ এদিন গলিগৈয়ে৷ কোনোবাই কৈছিল, উভতি নাচাবি... হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ নিৰ্ভাৰ .post-title{ text-align:left!important; padding-left:10px;} অলকেশ কলিতা মাটি, আজিৰ পৰা মোক নাম কাঢ়ি নামাতিবা। এইমাত্ৰ এজাক ধাৰাসাৰ... অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ ভাব বিতান .post-title{ text-align:left!important; padding-left:10px;} ননী বৰদলৈ বাঁহীৰ মাত এটা ঢপলিয়াই আহিছে বাঁহীত ৰাতিৰ সুৰ বাঁহীটোৰ সুৰত উটি... ননী বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ কবিতা থাকে যুগপৎ... .post-title{ text-align:left!important; padding-left:10px;} উদয় কুমাৰ বৰুৱা যিবোৰ ভাবনাই পৃথক কৰি ৰাখিছিল অত কাল সিয়েইচোন ক্ৰমাৎ ওচৰ... উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ ঠিকে আছেনে সকলো! .post-title{ text-align:left!important; padding-left:10px;} ফাৰহান জাৱেদ ইয়াত সকলো ঠিকেই আছে খবৰৰ খুন্দাত মৰা নাই মানুহ, চিতাজুইত জাঁপ... ফাৰহান জাৱেদ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ কণ্ঠবোৰ এনেদৰেই হেৰাই যাব নেকি .post-title{ text-align:left!important; padding-left:10px;} দীপিকা শইকীয়া “হাতো নেমেলিবি ফুলো নিছিঙিবি ক’ৰে নাৱৰীয়া তই’’ কেনেকৈ চেপিছ... দীপিকা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২১ ভালপোৱা .post-title{ text-align:left!important; padding-left:10px;} অনিন্দিতা কলিতা ভালপোৱাক মই ভাল পালোঁ আইৰ কোঁচৰ পৰা নামি আঁঠু কাঢ়িবলৈ লৈ... অনিন্দিতা কলিতা পঢ়ক →