শিশুজগত আৰ্কাইভ ২৬ জুলাই, ২০২১ শিশুৰ ক’ৰ’না আৰু সুৰক্ষা ডাঃ নৰেন কুটুম ইতিহাসে আমাক বাৰম্বাৰ শিক্ষা দি আহিছে যে আদিম অৱস্থাৰ পৰাই মানৱ জাতিয়ে বিভিন্ন ৰোগৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম কৰি... ডা° নৰেন কুটুম পঢ়ক →
কবিতা আৰ্কাইভ ২৫ জুলাই, ২০২১ তোমাকেই যি ক’লো দ্বীপৰাজ আশাকৰোঁ কাকো নোকোৱাঁ ক’লোঁ যে তোমাক তোমাকেই ক’লোঁ... কথাবোৰ ঢৌ কোবাই বিয়লি যায় ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে শিপাবোৰে শিপা... দ্বীপৰাজ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ জুলাই, ২০২১ গাঁৱত কোনে গুলী ফুটায় মূল কবি : জাচিন্ত কেৰ্কেট্টা (Jasinta Kerketta), ঝাৰখণ্ডঅসমীয়া অনুবাদ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ প্ৰতিনিশা গাওঁখন বিছনাত ঢলি পৰে কিন্তু... মূল : জাচিন্ত কেৰ্কেট্টা (Jasinta Kerketta), ঝাৰখণ্ড পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ জুলাই, ২০২১ পৰোপকাৰী টিটি নৱনীতা ভট্টাচাৰ্য্য টিটিৰ তুলনা তাৰ প্ৰজাতিৰ আন কাৰোৰে লগত নহয়। সঁচাকৈয়ে সি বিশেষ। তাৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰি। তোমালোকে টিটিৰ... ন পঢ়ক →
কবিতা আৰ্কাইভ ২৫ জুলাই, ২০২১ অমৃতাৰ সৈতে এটা সবাক সন্ধিয়া শৰ্মিষ্ঠা প্ৰীতম নামিবলৈ ধৰা বেলিৰ ৰঙে কিয় দুখাকুল কৰে হৃদয় ক’ৰপৰা উঠি আহে উদভ্ৰান্ত আন্ধাৰৰ কঠিন হাত ধোঁৱাই ধোঁৱাই উৰি ফুৰা... শৰ্মিষ্ঠা প্ৰীতম পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ জুলাই, ২০২১ কুনকুনিৰ বিজয় অভিযান বিদ্যুৎ বিকাশ শৰ্মা“আস, বিষাইছে। বিষত আজি মৰিয়েই যাম কিজানি।” “নাই মোৰ মাজনী, অলপ ধৈৰ্য ধৰাঁ। ভাল পাই যাবা। অলপ সহ্য কৰিবই লাগিব।”... বিদ্যুৎ বিকাশ শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৫ জুলাই, ২০২১ “কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ বাব্লু প্ৰসাদ বৰুৱাভালেকেইটা মননশীল লেখাই জুলাই মাহৰ ‘অন্যযুগ’ৰ সুৱগা চৰাইছে। এই সংখ্যাতে প্ৰকাশ পোৱা ডক্টৰ মৃদুল শৰ্মাৰ “কবিৰ... বাব্লু প্ৰসাদ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ২৫ জুলাই, ২০২১ মৃগমায়া অংগনা ভট্টাচাৰ্য্য চকলা-চকলকৈ কাটি থোৱা জলফাইখিনি আগফালৰ চোতালৰ চৌফলীয়া ঠাইখিনিত ৰ’দাবলৈ দি বেঁকাকৈ কাষৰ ভাৰাতীয়া কোঠাকেইটালৈ চালে... অংগনা ভট্টাচাৰ্য্য পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ জুলাই, ২০২১ “বাঘৰাণী খইৰী” পঢ়ি আন্দোলিত হৈছোঁ ৰুদ্ৰসিংহ মটকছাত্ৰাৱস্থাতে জিম কৰবেটৰ Man-Eaters of Kumaon পঢ়িছিলোঁ। প্ৰাণ টানি ধৰা কি সজীৱ জীৱন্ত বৰ্ণনা! কাহিনীটো পঢ়ি বাৰে বাৰে... ৰুদ্ৰ সিংহ মটক পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৩ জুলাই, ২০২১ সম্পাদকীয় সাম্প্ৰতিক মহামাৰীত আমি কি কি হেৰুৱাইছোঁ এদিন দুদিনকৈ প্ৰায় দেৰ বছৰ পাৰ হ’ল কিন্তু ক’ৰ’নাভাইৰাছজনিত মহামাৰীৰ আতঙ্ক আজিকোপতি মাৰ নগ’ল৷... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২২ জুলাই, ২০২১ এই আছোঁ, এই নাই সুকুমাৰ চেতিয়াএই আছোঁ এই নাইপৰুৱা, মাখি আৰু মহৰ দৰেজীৱন অনিশ্চয়তাৰ মাজে মাজেআছোঁ মানে এক সঞ্জীৱননাই মানে নাইচাবলৈ গ'লে কথা... সুকুমাৰ চেতিয়া পঢ়ক →
গল্প আৰ্কাইভ ২১ জুলাই, ২০২১ এখন খিৰিকী, এটুকুৰা আকাশ ৰঞ্জু শৰ্মা আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। ... শৈশৱতে আইতাকে যে... ৰঞ্জু শৰ্মা পঢ়ক →
অনুবাদ আৰ্কাইভ ২১ জুলাই, ২০২১ গ্ল’বেল ৱাৰ্মিং মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা) অসমীয়া অনুবাদ : ড০ কুমুদ ঘোষ (মিথিলেশ ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা... মূল:মিথিলেশ ভট্টাচাৰ্য(বাংলা) পঢ়ক →
গল্প আৰ্কাইভ ১৯ জুলাই, ২০২১ তলসৰা বকুলৰ সুৱাস চয়নিকা ভূঞা "বহু ৰাতি হ'ল জানা, বহু গান হ'ল গোৱা ৷ ৰাতিপুৱাবলৈ অলপ সময় তুমি জানানে নাজানা…" কাদম্বৰীৰ ফোনৰ ৰিংট'নত জিতুল সোণোনৱালৰ এই... চয়নিকা ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ ১৯ জুলাই, ২০২১ মৃত্যু নহয় শিল্প গজেন মিলিআজি বাতৰিৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামতেএটা অপুৰঠ প্ৰেমবাঢ়নি পানীত বুৰিবুৰবুৰণি হৈ ফুটি গʼলমাক দেউতাক আৰু ভনীয়েকৰ জীয়া সপোনবুকু... গজেন মিলি পঢ়ক →
অনুবাদ আৰ্কাইভ ১৯ জুলাই, ২০২১ সংযোগ মূল : অক্টাভিঅ' পাজ অনুবাদ : ড০ দীপমণি দাসবৰ্তমানৰ ইটো সিটো কথাৰ মাজত তুমি আৰু মই যিদৰে আছোঁ প্ৰয়োজন সংযোগ বাৰ্তালাপৰ এই বাৰ্তালাপ�... মূল:অক্টাভিঅ'পাজ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৯ জুলাই, ২০২১ জ্যোতিষসন্মত আৰু বিজ্ঞানসন্মত অভিজিত শৰ্মা বৰুৱা কোনো লোকৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কি আছিল, সেই অৱস্থানৰ বাবে জাতকৰ জীৱনত কি কি ঘটিব, জন্মপত্ৰিকা প্ৰস্তু�... অভিজিৎ শৰ্মা বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ১৯ জুলাই, ২০২১ ভ্ৰম-বাস্তৱ কৰিশ্মা জে. কে. বৈষ্ণৱী কোনে কাক কি বুজাব নিজতে যুঁজি মৰা হয় ৰজা সি, যি নিজকে জিকিব পৰা। দুকোঠলীয়া ভাৰাঘৰটোৰ আমি বহি থকা প্ৰথমটো কোঠা... কৰিশ্মা জে. কে. বৈষ্ণৱী পঢ়ক →
কবিতা আৰ্কাইভ ১৭ জুলাই, ২০২১ পোহনীয়া চৰাইৰ শোক ৰাজীৱ বৰা পোহনীয়া চৰাইটোৱে তাইৰ আঙুলি খুঁটিয়াই ভাল পায় বাৰীৰ ঢাপৰ কোটাহী-জামু জামুৰঙৰ জিভাখন উলিয়াই তাই সিঁয়াৰে সুহুৰিয়ায় নোলাবি চৰাই... ৰাজীৱ বৰা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ১৭ জুলাই, ২০২১ "মেঘমালাৰ ভ্ৰমণ"—ৰূঢ় সমাজ বাস্তৱৰ ভয়ঙ্কৰ সুন্দৰ শিল্পচিত্ৰ ৰুদ্ৰ সিংহ মটক "মেঘমালাৰ ভ্ৰমণ"ৰ(প্ৰথম প্ৰকাশ ডিচেম্বৰ,২০১৩) কবি জ্ঞান পূজাৰী। জ্ঞান পূজাৰী(জন্ম ১৯৪৮)ক নজনা অথবা তেওঁৰ কবিতা নপঢ়া কবি... ৰুদ্ৰ সিংহ মটক পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৭ জুলাই, ২০২১ মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত জীৱনৰ দ্বন্দ্ব ৰত্না ভৰালী তালুকদাৰবিংশ শতাব্দীৰ বিশ্বৰ এক বিস্ময় পুৰুষ, চিত্ৰকলাত ‘কিউবিজম্’ৰ আৱিষ্কাৰ কৰা বিশ্ববিশ্ৰুত চিত্ৰশিল্পী আৰু ভাস্কৰ পাবলো... ৰত্না ভৰালী তালুকদাৰ পঢ়ক →
শিশুজগত আৰ্কাইভ ১৭ জুলাই, ২০২১ লাচিত বৰফুকন সংকল্পজিৎ শইকীয়াপ্ৰতিজন অসমীয়াৰ আদৰ্শ পুৰুষবীৰ লাচিত বৰফুকন,অসীম সাহসেৰে যুঁজিলে যিজনেমোগলৰ সতে মহাৰণ।অসমক জিনিবলৈ যেতিয়াই আহিলপ্ৰবল... সংকল্পজিৎ শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ ১৭ জুলাই, ২০২১ ঔ-কুঁৱৰী স্ৰোতস্বিনী তামূলী মানুহজনীয়ে ঔটেঙাটো ধুই-পখালি টুকুৰা-টুকুৰকৈ কাটি মাছৰ জোলখনত দিবলৈ বুলি সাজু কৰিলে। তাৰ পাছত মাছৰ টুকুৰাকেইটা�... স্ৰোতস্বিনী তামূলী পঢ়ক →
সংস্কৃতি আৰ্কাইভ ১৭ জুলাই, ২০২১ অসমীয়া ভাওনা সংস্কৃতি : ঐতিহ্য, পৰম্পৰা উপাদান আৰু অন্যান্য প্ৰসঙ্গ ড॰ অখিল কুমাৰ গগৈ যেষাং শ্ৰীমৎযশোদ সুত পদ কমলে নাস্তি ভক্তি নৰানাম৷ যেষামাভিৰ কন্যা প্ৰিয় গুণ কথনে নানুৰক্তাৰসজ্ঞাং যেষাম্ শ্ৰীকৃষ্ণ... ড° অখিল কুমাৰ গগৈ পঢ়ক →