৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১০২ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৮ আগষ্ট, ২০২১

যাত্ৰা

স্মৃতিৰেখা দেৱী চুমীহঁতৰ স্কুলৰ বছৰেকীয়া পৰীক্ষা কালি শেষ হ’ল৷ প্ৰতি বছৰৰ দৰেই এইবাৰো পৰীক্ষা শেষ হোৱাৰ পাছদিনাই সকলো...

স্মৃতিৰেখা দেৱী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ আগষ্ট, ২০২১

বাঘিনীৰ সত্য জীৱন কাহিনী

‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম তাই প্ৰথমে আইনাত তাইৰ প্ৰতিবিম্ব ওচৰত মুখ লগাই এবাৰ-দুবাৰ...

মূল (ওড়িয়া): অখিল মোহন পট্টনায়ক পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৭ আগষ্ট, ২০২১

পশুপালকৰ উপাখ্যান

সঞ্জীৱ সভাপণ্ডিত শ্ৰীকৃষ্ণ বোলে নন্দ-যশোদাৰ ঘৰত গৰখীয়া আছিল৷ ঘৰৰে ল’ৰা; গতিকে গৰু চৰোৱাটো এটা দায়িত্ব৷ সন্তান আচলতে বসুদেৱ-দৈৱকীৰ৷...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৭ আগষ্ট, ২০২১

মুক্ত বীক্ষণ

কোন দিশে গণতন্ত্ৰ?পঙ্কজ প্ৰতিম বৰদলৈ পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ দুখনৰ অন্যতম ভাৰতবৰ্ষই, স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ...

পঙ্কজ প্ৰতীম বৰদলৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২১

সেই দীঘল দিনবোৰত

দেৱৰাজ মিলিদিন-ৰাতিৰ চিন নথকা সেইদীঘল দিনবোৰতমাৰ মুখৰ হাঁহিটো চুটি হয়।ওন্দোলাই অহা তামৰঙী ডাৱৰৰ বৰষুণজাক সৰসৰকৈ সৰেআঁচলৰ সিটো...

দেৱৰাজ মিলি‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২১

নিজে এটা গাহৰি হৈ ঘূৰি আহিছিলোঁ

নীলাভ সৌৰভএটা গাহৰি ৰ'দ কচুতলিত সেমেকি আছেকচুপাতত গজাল বৰষুণহাত ভৰি মেলি পৰি আছে ফটাকানি পথভঁৰালেটা উঁইৰ অট্টালিকা, ছালখন ৰ'দৰ'দখিনি...

নীলাভ সৌৰভ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৪ আগষ্ট, ২০২১

নিখুঁত বড়িৰ ৰচনা আৰু ক’ভিড-১৯-ক নিৰ্মূল কৰা সম্ভৱনে?

ড° ভাৰত বৰুৱাচিকিৎসা বিজ্ঞানৰ কুশলীসকলৰ মতে মৌখিক প্ৰতিবিষাণু বা অ’ৰেল এণ্টিভাইৰেল, যিটো তৈয়াৰ কৰা খুবেই কঠিন, সেইটোৱেহে সম্ভৱত:অনাগ�...

ড° ভাৰত বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ আগষ্ট, ২০২১

ট’কিঅ’ অ’লিম্পিকত ভাৰতৰ প্ৰদৰ্শন আৰু কিছু আনুষঙ্গিক

ক’ভিড মহামাৰীৰ মাজতে এবছৰ পলমকৈ অনুষ্ঠিত হোৱা ট’কিঅ’ অ’লিম্পিক শেষ হ’ল৷ প্ৰায় এশ চল্লিছ কোটি মানুহৰ দেশ ভাৰতবৰ্ষৰ ক্ৰীড়াৱিদসকলে এই...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
শিশুজগত আৰ্কাইভ
২২ আগষ্ট, ২০২১

এই দিশে পোহৰ

পলাশ বৰুৱা কি কৰোঁ কি নকৰোঁ অৱস্থাৰ মাজত ৰৈ কিৰণ যেন স্থৱিৰ হৈ পৰিছে৷ মনৰ মাজত চলি থকা তাৰ অস্থিৰতাৰ যুদ্ধখনৰ বিষয়ে কোনেও নাজানে৷ সি...

পলাশ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২২ আগষ্ট, ২০২১

আপোনাৰ বন্ধুজন যেতিয়া কিতাপ হয়

পল্লৱী শইকীয়া আত্মাৰ এক শক্তিশালী বন্ধন হ’ল বন্ধুত্ব৷ আমি বন্ধুত্ব বুলি ক’লে সততে দুজন মানুহৰ মাজত গঢ় লৈ উঠা পাৰস্পৰিক সদ্ভাৱ আৰু...

পল্লৱী শইকীয়া পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২২ আগষ্ট, ২০২১

অদৃশ্য হোৱাটো অসম্ভৱ নহয়!

অভিজিত শৰ্মা বৰুৱা প্ৰখ্যাত লেখক এইছ জি ৱেলছৰ এখন কল্পবিজ্ঞান উপন্যাসৰ নাম আছিল ‘দ্য ইনভিজিবল মেন’, মানে ‘অদৃশ্য মানুহজন’! কাহিনীৰ...

অভিজিৎ শৰ্মা বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২২ আগষ্ট, ২০২১

বিষাদ বেঙুনীয়া

স্বপ্না নিহাৰ বহুদিন আগতেই আধালিখাকৈ পেলাই থৈ দিয়া গল্প এটাকে অকণমান আগবঢ়াই থওঁ বুলি বিছনাত পেট পেলাই শুই কলমটো কামুৰি ৰৈ আছিলোঁ...

স্বপ্না নিহাৰ পঢ়ক →
গল্প আৰ্কাইভ
২১ আগষ্ট, ২০২১

হাত

পৰিস্মিতা বৰদলৈ (১) কঁহুৱা বন... কাগজখিলাৰ ওপৰত হাতখন খুব খৰকৈ চলিছে৷ খচ্ খচ্..খচ্ খচ্... ‘খিৰিকীখন খুলিলেই দেখা যায় হালি-জালি থকা...

পৰিস্মিতা বৰদলৈ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২১ আগষ্ট, ২০২১

ষ্টিভেন ৱেইনবাৰ্গৰ সোঁৱৰণত

পৰমানন্দ মহন্তষ্টিভেন ৱেইনবাৰ্গ মানুহজনক লগ পাইছিলোঁ - অ’ নহয়, দেখিছিলোঁ ১৯৬৭ চনতে৷ তেখেত আহিছিল আমাৰ বিভাগৰ আলহী হৈ৷ বোধকৰোঁ...

পৰমানন্দ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

দেও

গুণাৰাম শইকীয়া ইমানবোৰ দেও-পিশাঁচৰ গল্প বাটে-ঘাটে চৰুৰ চাউল নিসিজা হ’ল, সন্ধিয়াতে নুমায় দুখৰ লণ্ঠন পাতিচাইকেল এখনো বাটলৈ নোলোৱা হ’ল...

গুণাৰাম শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

জীৱন দ্বিঘাত সমীকৰণ

চুনা কুমাৰ পাঠৰী কেতিয়াবা সহজ বুলি ভবা সৰলৰেখা এডালো খেলিমেলি সপোনৰ বাট ইমান সৰলৰৈখিক নহয় কোনো ভালপোৱাতে পূৰ্ণতা নাই জীৱনৰ জটিল...

চুনা কুমাৰ পাঠৰী পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

গুণ্গুণনিৰ সুমথিৰাটো

ধ্ৰুৱকুমাৰ তালুকদাৰ গুণ্‌গুণাই থাকোঁতে গানটো পকি উঠিল পকি উঠিল পশ্চিম গাৰোপাহাৰৰ এটা সুমথিৰাৰ দৰে তুমি বুকুত এবুকু মেঘ লৈ উৰি ফুৰিছিলা...

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

শাওণৰ শিৱ

গায়ত্ৰী দেৱী বৰঠাকুৰ তালৱ্য শ শাওণ তালৱ্য শ শিৱ শাওনত শিৱ অতি ব্যস্ত নে ব্যতিব্যস্ত বাঘৰ ছালখন খুলি থৈ পানী গামোচাখনেৰে পোন্ধ মাৰে...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

অকথ্য

জুবিলী গগৈ বৰ ধাৰাল এই তেজৰ টোপাল শিপা হৈ ভেদি যায় পৃথিৱীৰ বুকু শিলাময় স্পৰ্শ তপত বলুকা ফাটি চিৰাচিৰ হোৱা মাটিৰ মালিতা শূন্যতাৰ উশাহ...

জুবিলী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

অতিসাম্প্ৰতিক

অংকুৰিতা ফুকন ফৰকাল হওক বুলিয়েই ফুটা কপালখন উবুৰিয়াই থওঁ বৰষুণৰ বিছনাত মায়াৰ মোহনাত বহি কাণ পাতি শুনো টোপ গিলা মাছৰ সেমেকা বিলাপ চকুৰ...

অংকুৰিতা ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

সুখ জলকুঁৱৰী হ’ল

কৌস্তুভমণি শইকীয়া দত্ত ক্ষণিকৰ সুখ ডেও দি গুচি যায়। শোকে দুখে ভাগৰোঁ তেজে ঘামে তিলে তিলে গঢ়া জীৱন। বলিয়াৰ দৰে বিচাৰি ফুৰিছোঁ কাক...

কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

এটি প্ৰেমৰ কবিতা

ৰূপা বৰপূজাৰী নীলা পাহাৰ এটাৰ বুকুত ৰুই দিলোঁ এটা সপোন আৱেগৰ ছাঁ আৰু চকুৰ পানীৰে জীয়ন দি এদিন মোৰ লতাসেৰীয়া দুহাতেৰে জানোচা ঢুকি পাওঁ...

ৰূপা বৰপূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ
১৮ আগষ্ট, ২০২১

বাইচাইকেল

সুদৰ্শনা বৰদলৈ পুৰণি সুহুৰি এটা ৰৈ ৰৈ বাজে আদিম সপোন এটা চকামকাকৈ সাৰ পায়... ৰৈ ৰৈ টিলিঙা বাজে বাৰশ টকীয়া জলপানিৰে চাকৰিৰ অহা-যোৱা...

সুদৰ্শনা বৰদলৈ পঢ়ক →
অনুবাদ আৰ্কাইভ
১৩ আগষ্ট, ২০২১

প্ৰসংগ : অনুবাদৰ সমস্যা আৰু সম্ভাৱনা

ড° বিৰিঞ্চি কুমাৰ দাস অনুবাদৰ বিষয়ে কিবা লিখিবলৈ গৈ প্ৰথমেই এটা ঘটনা মোৰ মনলৈ আহিছে। বহু বছৰ আগতে এজন ছাত্ৰই গেব্ৰিয়েল গাৰ্ছিয়া...

ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →