অনুবাদ আৰ্কাইভ ১৩ আগষ্ট, ২০২১ মামণি ৰয়ছম গোস্বামীৰ ‘মেগনলীয়া’-ত নাৰী মনস্তত্ত্বৰ প্ৰতিফলন ড০ অৰুণিমা ভট্টাচাৰ্য্য ‘মেগনলীয়া’ মামণি ৰয়ছম গোস্বামীৰ অসংকলিত গল্পৰ সংকলন। সৰ্বমুঠ ২৮ টা গল্প থকা সংকলনটোত তেওঁৰ ১৯৬০-ৰ দশকত বিভিন্ন... ড০ অৰুণিমা ভট্টাচাৰ্য্য পঢ়ক →
উপন্যাস আৰ্কাইভ ১৩ আগষ্ট, ২০২১ উত্তৰণৰে জীৱনক মহীয়ান কৰা মানুহৰ কাহিনীৰে উপন্যাস ‘বকুল ফুলৰ দৰে’ গীতিকা শইকীয়া জীৱনৰ উত্তৰণৰ দিশত শিক্ষাৰ ভূমিকা সৰ্বাধিক। হাজাৰ দুৰ্যোগৰ পাছতো আখৰ লিখিবলৈ, পঢ়িবলৈ থকা দুৰ্বাৰ হাবিয়াসৰ ফলতেই নিজৰ... গীতিকা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ১৩ আগষ্ট, ২০২১ আউলী বাউলী এগৰাকী বোৱাৰী, বুঢ়া ডাঙৰীয়া ইত্যাদি (ইটো সিটো বহুতো) অজন্ত কুমাৰ বৰা প্ৰতিজন মানুহেই জীৱনৰ বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হয়৷ কিছুমান অভিজ্ঞতা দুখৰ, কিছুমান সুখৰ আৰু কিছুমান... অজন্ত কুমাৰ বৰা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ১২ আগষ্ট, ২০২১ বিজ্ঞানে মৃত্যুক ৰুধিব পাৰিবনে? (অন্যযুগ বক্তৃতামালাৰ প্ৰথম বক্তৃতা-২০২১)ড° প্ৰণৱজ্যোতি চেতিয়া নমস্কাৰ৷ সম্প্ৰতি আমি যিখন ভৌতিক জগতত বাস কৰোঁ, এই জগতৰ এটা নিগূঢ় সত্য... ড° প্ৰণৱজ্যোতি চেতিয়া পঢ়ক →
অনুবাদ আৰ্কাইভ ৮ আগষ্ট, ২০২১ অসমত ৰেচম পৰ্যটন : এক সম্ভাৱনা ড° মৃদুল চন্দ্ৰ শৰ্মাপৰ্যটন হৈছে মনোৰঞ্জন, অৱসৰ বিনোদন, ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক উদ্দেশ্যৰ বাবে সাধাৰণতে সীমিত সময়ৰ বাবে কৰা... ড˚মৃদুল চন্দ্ৰ শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ ৮ আগষ্ট, ২০২১ বিন্দাচ্ নীলোৎপল বৰুৱা বিনু দাস ‘বিন্দাচ’ হোৱা দুই-তিনি দশকমান পাৰ হৈ গ’ল। তেতিয়ালৈ— ‘আমি সত্য জানিম আৰু সেই সত্যই তোমাক মুক্তি দিব’ লক্ষ্যৰে... নীলোৎপল বৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ জুলাই, ২০২১ অকণিয়ে অঁকা ছবি এইবাৰ অকণিয়ে অঁকা ছবিৰ শিতানত এওঁলোকৰ ছবি আগবঢ়াইছোঁ:কুন্দনিভ দত্ত, চতুৰ্থ শ্ৰেণী, দিল্লী পাব্লিক স্কুল, দুলীয়াজান, ৰূপাংকনা কল্যাণী... কুন্দনিভ দত্ত,কৃষ্ণা অংগনা বৈশ্য আৰুৰূপাংকনা কল্যাণী পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ জুলাই, ২০২১ শিল্পকলা এইবাৰ শিল্পকলা শিতানত আগবঢ়াইছোঁ আশীৰ্বাদ কাশ্যপৰ কেইখনমান আলোকচিত্ৰ:'Enticing''Segregated' 'Playful' 'Careless and Ecstatic'... শিল্পী: আশীৰ্বাদ কাশ্যপ পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ৩১ জুলাই, ২০২১ অব্যাহৃত কথাৰ কথাৰেৰঞ্জুমণি মহন্ত সৰুতে এটা কাহিনী পঢ়িছিলোঁ৷ এসময়ত এজন ৰজা আছিল৷ ৰজাই এদিন ৰাতি এটা বৰ ভয়ংকৰ সপোন দেখিলে৷ ৰাতিপুৱা সাৰ পোৱাৰ... ৰঞ্জুমণি মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ ২৯ জুলাই, ২০২১ বছা বকুল ৰমানন্দন বৰা এক সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্হমপুত্ৰই পাৰ ভাঙি আহি খান্দি থৈ... ৰমানন্দন বৰা পঢ়ক →
সংস্কৃতি আৰ্কাইভ ২৯ জুলাই, ২০২১ মাদাৰ টেৰেছা, মানৱতাই আছিল যাৰ ধৰ্ম ড° পুলক সভাপণ্ডিত মানৱতাৰ প্ৰসংগ অহাৰ লগে লগে যি গৰাকী মহানায়িকাৰ নাম মনলৈ আহে তেৱেঁই হ’ল মাদাৰ টেৰেছা৷ ১৯১০ চনৰ ২৬ আগষ্টত অধুনালুপ্�... ড° পুলক সভাপণ্ডিত পঢ়ক →
অনুবাদ আৰ্কাইভ ২৯ জুলাই, ২০২১ স্বাধীনতা : অধিকাৰ আৰু দায়িত্বৰ যুগলবন্দী লুইতজ্যোতি ১৫ আগষ্ট, ১৯৪৭ চন৷ ভাৰতৰ স্বাধীনতাৰ দিন৷ ১০০ বছৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰ পাছত ৯০ বছৰীয়া ব্ৰিটিছ ৰাজ শাসনৰ... লুইতজ্যোতি পঢ়ক →
উপন্যাস আৰ্কাইভ ২৯ জুলাই, ২০২১ চ্যালুইনৰ পৰা লুইতলৈ ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পাছৰ পৰা)খাম-য়াঙত অৱস্থান কালত ছ্যুই এদিন এটা সপোন দেখিলেঃ সি তাত থকা গম পাই ৱাইছালি দেশৰ পৰা... ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৯ জুলাই, ২০২১ ভোগকচু ভকেবুলাৰী : এক আলোচনা নিকু দুৱৰা জাক ডেৰিডাই যেতিয়া পাঠ এটাৰ প্ৰতিষ্ঠিত ভাষাটোক ভাঙিব লাগে বুলি যুক্তি আগ বঢ়াইছিল, ঠিক সেই সময়তেই উত্তৰ-আধুনিকতাবাদে পাঠক... নিকু দুৱৰা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ২৮ জুলাই, ২০২১ উলাহেৰে উভতি চাওঁ -১৭ ড০ পোনা মহন্ত The Assam Tribune-ৰ বঁটা: আগৰ লেখাত কৈ আহিছোঁ যে মই ক্লাছ নাইন মানৰ পৰাই আচাম ট্ৰিবিউন কাকতখন পঢ়াৰ সুযোগ পাইছিলোঁ৷ এই... ড˚ পোনা মহন্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ২৮ জুলাই, ২০২১ ৰ’দত কোনে কি কি কৰে ড০ সঞ্চিতা বৰা কাঁচিয়লি ৰ’দত ৰচকী পখিলাই মেলি পাখিযুৰি, ফুলক জোকাই উফৰি ফুৰে ৰংবোৰ কৰি চুৰি। চৌফলীয়া ৰ’দত কেৰ্কেটুৱাই নেজৰ ছাতি মেলি... ড°সঞ্চিতা বৰা পঢ়ক →
গল্প আৰ্কাইভ ২৮ জুলাই, ২০২১ গল্প “সোণৰ কণীৰ পৰা সোণৰ কণালৈ” বৈধ-অবৈধৰ তুলনাত্মক বিশ্লেষণ গীতিকা শইকীয়া কিছুমান গল্প-উপন্যাসৰ কাহিনী, প্ৰকাশভংগী সাধাৰণতে পোৱা গল্প-উপন্যাসৰ কাহিনীতকৈ পৃথক হয়। বহুক্ষেত্ৰত কাহিনীয়ে এনে এক... গীতিকা শইকীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ ২৮ জুলাই, ২০২১ বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম (যোৱা সংখ্যাৰ পাছৰ পৰা) দিনৰ সাজ খইৰীয়ে বেছ ভালদৰে খাইছিল... মূল (ওড়িয়া): অখিল মোহন পট্টনায়ক পঢ়ক →
শিশুজগত আৰ্কাইভ ২৭ জুলাই, ২০২১ সেউজীয়া ধৰণী গীতাঞ্জলি বৰকটকী হেৰা অকণি , গছ পুলি ৰোওঁ আহাঁ গছ অবিহনে জানা সেউজী নহয় ধৰা ৷ সেউজ ধৰণী দেখিবলৈ শুৱনি ফুলে-ফলে গছে-বনে কিযে লাৱণী... গীতাঞ্জলি বৰকটকী পঢ়ক →
শিশুজগত আৰ্কাইভ ২৭ জুলাই, ২০২১ সম্পদ সংৰক্ষণ আৰু উন্নয়ন (ৰূপক) ড০ ৰমেশ গোস্বামী (চৰিত্ৰসমূহ: দীপু – নৱম শ্ৰেণীৰ ছাত্ৰ; ৰূপু – সপ্তম শ্ৰেণীৰ ছাত্ৰী; মাক – স্কুলৰ শিক্ষয়িত্ৰী; মামা – দীপু-ৰূপুৰ... ড° ৰমেশ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৭ জুলাই, ২০২১ স্থিৰদৃষ্টি সঞ্জীৱ সভাপণ্ডিতমই আজিকালি প্ৰায়েই ভাবোঁ, কিমান চনত মোৰ মৃত্যু হ’ব৷ কিমান বয়সত মৃত্যু হ’ব বুলি ভবাতকৈ চনবোৰ ভাবি মই ভাল পাওঁ; কাৰণ... সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
সংস্কৃতি আৰ্কাইভ ২৭ জুলাই, ২০২১ স্বয়ংচালিত যান, কৃত্ৰিম বুদ্ধিমত্তা আৰু উচ্চশ্ৰেণীৰ ৰাসায়নিক পদাৰ্থ ড০ ভাৰত বৰুৱা বিজ্ঞান আৰু প্ৰযুক্তিৰ এককেন্দ্ৰাভিমুখতাৰ ফলস্বৰূপে অৱশেষত পৰৱৰ্তী দশকত সমগ্ৰ বিশ্বৰে বহল বজাৰত স্বয়ংচালিত বাহন বা যান... ড° ভাৰত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ জুলাই, ২০২১ ভ্ৰম-অন্তৰীক্ষ গীত বৈভৱী (১) শেঁতা ঢেলা ৰুক্ষ ৰুগ্ন মলিয়ন এই ভ্ৰমৰ চহৰ বিৰাগ ভ্ৰমণ প্ৰাণৰ গহণত ভাৰ্জিনিয়াই কয় এটা ভ্ৰমৰ পৰা আন এটা ভ্ৰমলৈ মৰা... গীত বৈভৱী পঢ়ক →
অনুবাদ আৰ্কাইভ ২৬ জুলাই, ২০২১ বেংক প্ৰবেশ্যনেৰি অফিচাৰ (Bank Probationary Officer) ড° বুলজিৎ বুঢ়াগোহাঁই বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection (https://www.ibps.in/)-য়ে... Bank Probationary Officer) পঢ়ক →