উপন্যাস আৰ্কাইভ ২১ ছেপ্টেম্বৰ, ২০২১ বছা বকুল ৰমানন্দন বৰাতিনি বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ দাঁতিৰ জাৰণি, হাবি ভাঙি পাতি লোৱা গাঁওখন... ৰমানন্দন বৰা পঢ়ক →
গল্প আৰ্কাইভ ১৮ ছেপ্টেম্বৰ, ২০২১ গান্ধী-ফাগ্লা নীলোৎপল বৰুৱাজীঊতৰ পাপ লাগিছিল। ডাঠ পাপ। আঠালেতীয়া পাপ। পাপৰ মৰা তেজৰ বৰণ পুখুৰী এটাত সি আকণ্ঠ বুৰ গৈছিল।প্ৰায় এসেৰ ওজনৰ এছটা গোটা... নীলোৎপল বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ১৮ ছেপ্টেম্বৰ, ২০২১ নিলয় আকাশ দীপ্ত ঠাকুৰ সামান্য জালুকৰ গুৰি দি বাকি অনা ৰঙা চাহকাপ আৰু অকণমানি বিস্কুটৰ পেকেটটো কাষৰ সৰু মেজখনতে থৈ মই মালাৰ ফালে এবাৰ চালোঁ৷... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
গল্প আৰ্কাইভ ১৮ ছেপ্টেম্বৰ, ২০২১ কুকুহা স্মৃতিৰেখা দেৱী ‘ইয়াৰ পাছত? মানে সংকলনৰ কথা ভবা নাই?’- চালাডৰ কাৰণে থোৱা বিলাহী এটা লিৰিকি-বিদাৰি বেদে প্ৰশ্নটো সুধিছিল শাশ্বতীক;... স্মৃতিৰেখা দেৱী পঢ়ক →
গল্প আৰ্কাইভ ১৮ ছেপ্টেম্বৰ, ২০২১ প্ৰতিবিম্বত দখনাৰ ৰং পৰী পাৰবীন দিনৰ প্ৰখৰ ৰ’দত উত্তপ্ত হৈ উঠা শুকান বালিময় পাহাৰ নেওচি বেলিটো খহি পৰাৰ লগে লগে নগৰখনলৈ ব্যস্ততা নামি আহিছে। দিনৰ দিনটো... পৰী পাৰবীন পঢ়ক →
গল্প আৰ্কাইভ ১৭ ছেপ্টেম্বৰ, ২০২১ গল্পলেখক আৰু অশ্লীলতা মূল : চাদাত হাছান মাণ্টোঅসমীয়া অনুবাদ : কাৰিকা সুমন (কেৱল উৰ্দু সাহিত্যতে নহয়, বিশ্ব সাহিত্যত চাদাত হাছান মাণ্টো এক পৰিচিত নাম৷ সমাজৰ... মূল:চাদাত হাছান মাণ্টো পঢ়ক →
গল্প আৰ্কাইভ ১৭ ছেপ্টেম্বৰ, ২০২১ নাইন্টি ছিক্স নৱজিৎ চেলেং ষাঠিলৈ মাজত তিনিটা বছৰ বাকী ফুলমাৰ। বাইছ, তেইছ, চৌবিছ। হয়, পুৰাপুৰি তিনি বছৰ। ফুলমাই হাতৰ আঙুলিত লিখি চালে- “দুহেজাৰ বাইছ... নৱজিৎ চেলেং পঢ়ক →
উপন্যাস আৰ্কাইভ ১৬ ছেপ্টেম্বৰ, ২০২১ মাধৱী (সম্পূৰ্ণ উপন্যাস)অৰ্পিতা বৰঠাকুৰ মিশ্ৰ খণ্ড- ১ বহুবৰ্ণ সুবাসিত পুষ্পগুচ্ছৰে সজ্জিত কৰি তোলা হৈছে ৰাজপ্ৰাসাদ৷ প্ৰাসাদৰ প্ৰতিটো কোণ... অৰ্পিতা বৰঠাকুৰ মিশ্ৰ পঢ়ক →
গল্প আৰ্কাইভ ১৬ ছেপ্টেম্বৰ, ২০২১ সূৰ্যত প্ৰতিবিম্ব পঙ্কজ প্ৰতিম বৰদলৈআৰ্ট গেলাৰীটোত প্ৰদৰ্শনী হৈ আছে। বহু নামী-দামী শিল্পীৰ চিত্ৰকৰ্মৰ প্ৰদৰ্শন হৈছে। কেনভাছবোৰ একোখন ৰঙীন তুলিকা। মূৰ্�... পংকজ প্ৰতিম বৰদলৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ ছেপ্টেম্বৰ, ২০২১ উৎকৃষ্ট গদ্যৰ সন্ধানত ড০ খগেশ সেন ডেকাপ্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ১ ছেপ্টেম্বৰ, ২০২১ সংশ্ৰৱশূন্য অংকিতা বৰুৱাকাৰ্ভিঙ নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি... অংকিতা বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ আগষ্ট, ২০২১ অকণিয়ে অঁকা ছবি অকণিয়ে অঁকা ছবি শিতানত এইবাৰ আগবঢ়াইছোঁ গুৱাহাটীৰ হ’লী চাইল্ড স্কুলৰ পঞ্চম মানৰ ছাত্ৰী জাৰ্নভি ভি কলিতা, নুনমাটি, গুৱাহাটীৰ অসম জাতীয়... সমৃদ্ধৰাগ শইকীয়া, জানভি ভি কলিতা, সৌজন্য কাশ্যপ বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ আগষ্ট, ২০২১ আফ্ৰিকাৰ লোককবিতা অনুবাদ: ড° প্ৰাণজিৎ বৰা ১ তেওঁক ভাল পাবৰ পাছৰে পৰা এনে লাগে নিজে খাবলৈ বুলি যেন চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে বাচোতে বাচোতে... অনুবাদ :ড° প্ৰাণজিৎ বৰা পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ আগষ্ট, ২০২১ অব্যাহৃত শিশুসাহিত্যিক ইন্দ্ৰকান্ত কাৰ্কীদেৱলৈ শ্ৰদ্ধাঞ্জলিৰঞ্জুমণি মহন্ত সপ্তম শ্ৰেণীত বৃত্তি পাওঁতে ‘মৌচাক’-ত “এওঁলোকে বৃত্তি লাভ কৰিছে”... ৰঞ্জুমণি মহন্ত পঢ়ক →
উপন্যাস আৰ্কাইভ ৩১ আগষ্ট, ২০২১ উলাহেৰে উভতি চাওঁ -১৮ ড° পোনা মহন্তমোৰ ‘ভাৰত দৰ্শন’ আমাৰ দিনত হাইস্কুলীয়া ছাত্ৰ এজনৰ দিনবোৰ তেনেই গতানুগতিক ধৰণে পাৰ হৈ গৈছিল৷ টাউনত থকা ল’ৰাবোৰৰ কথা হয়তো... ড˚ পোনা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২১ মাত-কথা দিগন্ত কুমাৰ বড়া কাউৰীয়ে ৰমলিয়ায় কা কা কৰি। ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।। মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ। সাপৰ ফোঁচফোঁচনি... দিগন্ত কুমাৰ বড়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ আগষ্ট, ২০২১ টিটিৰ শামুকীয়া গতি নৱনীতা ভট্টাচাৰ্য্য বছৰটোৰ বেছিভাগ সময় শীতে আগুৰি থকা ঠাইখনৰ পৰা আহি এই উৎকট গৰমত টিটিৰ কি অৱস্থা হৈছে তোমালোকে হয়তো ধৰিব পাৰিছা৷... ন পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২১ ষ্টপিং বাই ৱুডছ অন এ স্নোৱি ইভনিং মূল (ইংৰাজী): ৰবাৰ্ট ফ্ৰ’ষ্ট অনুবাদ : ড০ দীপশিখা ভাগৱতী মই জানো কোন এই অৰণ্যৰ অধিৰাজ। যদিও এই গ্ৰামতেই তেওঁৰ অধিবাস; নেদেখিব তেওঁ মোক... অনুবাদ:ড° দীপশিখা ভাগৱতী পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২১ স্বাধীনতা মূল : লেংষ্টন হিউজ অনুবাদ : মৌচুম বৰুৱা ভয়, শংকা অথবা দমনৰ মাধ্যমেৰেআহিব পাৰে জানো স্বাধীনতা?ওহোঁ নাহে,আজি নাহে,কাইলৈ নাহে,অথবা কোনো... মূল পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২১ ছন্দৰীতি মূল : মহাদেৱ সাহা (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান, কিন্তু চঞ্চল... অনুবাদ: কুমুদ ঘোষ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২১ বায়’টেকন’ল’জি ড° বুলজিৎ বুঢ়াগোহাঁই বায়’টেকন’লজি পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান... ড˚ বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
উপন্যাস আৰ্কাইভ ২৮ আগষ্ট, ২০২১ বছা বকুল ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰপৰা)দুই ভাদমহীয়া তিথিকেইটা বছা গাঁৱৰ নামঘৰত বৰ ভাব-ভক্তিৰে পতা হয়৷ মহিলাসকলে আবেলি বেলিকা লগ হৈ নাম লয়৷... ৰমানন্দন বৰা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ২৮ আগষ্ট, ২০২১ চাৰ্লোট ব্ৰণ্টিৰ ‘জেন আয়াৰ’ : মূল্যবোধৰ অৱক্ষয়, সংঘাত আৰু পুনৰ্নিৰ্মাণ ৰুদ্ৰ সিংহ মটক ঊনবিংশ শতাব্দীৰ সাহিত্য প্ৰতিভা আৰু সাহিত্য সৃষ্টিয়ে তাৰ বহু বৰ্ণিল, বিৰল শিল্পৰূপ, অন্তৰ্নিহিত প্ৰমূল্যৰ সাৰৱত্তা... ৰুদ্ৰ সিংহ মটক পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৮ আগষ্ট, ২০২১ উৎকৃষ্ট গদ্যৰ সন্ধানত ড০ খগেশ সেন ডেকাপ্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ... ড০ খগেশ সেন ডেকা পঢ়ক →