৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১০০ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
অনুবাদ আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২১

জুই ৰঙৰ বেনাৰসী শাড়ী

মূল : সমীৰ ৰক্ষিত (বাংলা)অসমীয়া অনুবাদ : কুমুদ ঘোষ জয়া একেবাৰে একোৱেই নজনা বা নুবুজা ছোৱালী নহয় যে লাজত মৰহি যাব৷ স্থিৰ, নিশ্চল তাইৰ...

মূল (বাংলা): সমীৰ ৰক্ষিত পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২১

অজগৰ ১

পংকজ গোবিন্দ মেধি কোনে কাক ৰিঙিয়াই মাতিছে দেৰেক পাহাৰৰ চাংমাহঁত নেকি পাহাৰত প্ৰতিধ্বনিত হৈ উলটি অহা শব্দৰ সুহুৰি কি কৈছে তেওঁলোকেকাক...

পংকজ গোবিন্দ মেধি‍ পঢ়ক →
গল্প আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২১

অসুৰনাশিনী

ৰঞ্জু শৰ্মাবিজয়া দশমীৰ নিশা, শেষ প্ৰহৰ। জিলিপোকৰ সমবেত আৰাৱে চৌপাশে মৃদু কোলাহলৰ বাদে বাকী সকলো নিমাত, নিস্তব্ধ। ঠিক যেন কইনাক বিদায়...

ৰঞ্জু শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২১

টিটিৰ নতুন অভিজ্ঞতা

নৱনীতা ভট্টাচাৰ্য্যশৰতৰ আগমনৰ লগে লগে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰাত টিটিয়ে‍ও কিছু সকাহ পালে৷ অৱশ্যে এতিয়াও সি মুকলিমূৰীয়াকৈ ওলাই...

নৱনীতা ভট্টাচাৰ্য পঢ়ক →
শিশুজগত আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২১

আকাশ মুকলি হ’ল

স্মৃতিৰেখা দেৱী : ‘‘মাজনী, মাজনী৷ কোন আহিছে চোৱাহিচোন৷’’— মাকে ভিতৰলৈ চাই চাই কেইবাবাৰো মাতিলে যদিও পপীৰ সঁহাৰি শুনা নগ’ল৷ ভিতৰি ভিতৰি...

স্মৃতিৰেখা দেৱী পঢ়ক →
গল্প আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২১

সাগৰ বৈভৱ

তৃপ্তি বৰাসাগৰৰ বিশালতা জুখিব পৰাকৈ দুচকুৰ ধৃষ্টতা নাই বুলি জানিও ঋতমে বিশাল আৰব সাগৰখনৰ পাৰত ৰৈ সাগৰৰ সীমনালৈ চাই পঠিয়ালে। অথচ সি...

তৃপ্তি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২১

মৃতকসকল

মূল (বাংলা) : বুদ্ধদেৱ বসুঅসমীয়া ৰূপান্তৰ : এপ’লো খাটনিয়াৰশুনিছোঁ জীৱিতৰ ভৰেৰে এই পৃথিৱী পৰিশ্ৰান্ত৷ কিন্তু ভাব হয় মৃতকৰ সংখ্যা...

অনুবাদ: এপ’লো খাটনিয়াৰ পঢ়ক →
গল্প আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২১

থেকেৰা ফুলৰ কলি

স্ৰোতস্বিনী তামুলী মদনৰ দোকানৰ সমুখত বাইকখন থৈ নয়নে ইংগিতেৰে চিগাৰেট এটা বিচাৰিলে। আঙুলিকেইটাৰে জপৰা চুলিবোৰ ঠিক কৰি কৰি সি নিজৰ...

স্ৰোতস্বিনী তামূলী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

নিমাতী ঘাট, কিছু দুৰ্ভাগ্য আৰু কিছু আশা

ক’ভিড আতঙ্কৰ বাবে যোৱা দুটা বছৰৰ শাৰদীয় দুৰ্গোৎসৱ সেমেকা আছিল বা পালনীয়খিনি পালন কৰিব পৰা পৰিস্থিতি নাছিল৷ সম্প্ৰতি চৰকাৰীভাৱে ক’ভিড...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

সন্তানৰ মুখত নেতিবাচক উক্তিৰ প্ৰয়োজনীয়তা

ড০ ভাৰত বৰুৱা অভিভাৱকত্বৰ গুৰুসকলৰ মতে ল’ৰা-ছোৱালী ডাঙৰ দীঘল কৰাৰ কোনো পাঠ্যপুথি বা অনুসৰণ-পুথিৰ দৰকাৰ নাই। পিতৃ-মাতৃ বা অভিভাৱক...

ড° ভাৰত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

ফুটবল পয়েট্ৰি

ফুটবলৰ জন্মসৌৰভ শইকীয়াপাহাৰৰ গৰ্ভ ফালি শিশু সূৰ্য ওলাই আহিলসৰল, প্ৰাথমিকসৌ বেলিটোৰ মাজতেফুটবলৰ জন্ম:নিৰ্জন শালবন ভেদি জীয়া সূৰ্য উঠি...

সৌৰভ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

বিপ্লৱ প্ৰতীক

অনুভৱ তুলসী মানচিত্ৰত মাটি নাই বাবে যি সুদূৰ ডালাছ ওলাইছিলগৈউদ্দেশ্য কলৰাডোৰ গাতে গা লগাই বোৱাব কোশী বাগমতীচীনৰ টনা-আঁজোৰাৰ পৰা...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

হয়তো অৱধাৰিত আছিল

উদয় কুমাৰ বৰুৱা হয়তো অৱধাৰিত আছিল শংখ হোৱাৰ বাসনা খেজুৰ পাতৰ আগেৰে নামি অহা জোনাকত তিৰবিৰাইছিলোঁ সেই তিৰবিৰণিয়ে ভেদিছিল শংখ বেচা...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

সপোনৰ বেপাৰী

হৰেকৃষ্ণ ডেকা সপোন বেচা মানুহবোৰে সপোন বেচিবলৈ আহিছে। সপোনৰ পেৰাটো খুলি চাব নোৱাৰোঁ। সপোনবোৰ উৰি যাাব। তেওঁলোকে আমাক সপোনবোৰ পেৰাটোতে...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

অ’নাম

প্ৰয়াগ শইকীয়া বলি আৰু বামন দুয়োৰে অ’নামত উপস্থাপন বলি দানী মহাবলী ত্ৰিলোকৰ অধিকাৰী দনুজ বামন অৱতাৰী দশাৱতাৰৰ পঞ্চমজনা বিচাৰিছিল...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

বুৰবুৰণি

জোনমণি দাস তোৰ বাবে, নেগুৰীয়া শামুকৰ খোলাত ঢৌবোৰ সামৰি সাগৰখন শুই থকা নাই। লতা বগোৱাদি বগাই ফুৰা ৰাতিবোৰ ৰৈ থকা নাই খালী গিলাচত বাকি...

জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

এজামচন্ (Assumption)

সুশান্ত বৰা ডালিনীয় ধাৰণাৰে মই গৈ ওলালোঁ ছেপ্টেম্বৰ আগষ্টৰ শেহ ৰাতিটো ভীষণ উষ্ম হোৱাৰ বিপৰীতে মেঘাচ্ছন্ন কোমল পুৱাৰ ছেপ্টেম্বৰ, বৰষুণ...

সুশান্ত বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

কৰুণা

অলকেশ কলিতা (বান্ধৱী সঙ্গীতা মেধিৰ হাতত) ধৰিব পাৰিছানে ৰাতি, তোমাৰ চৰাইজনীৰ মাতত, মোৰ অন্তৰাত্মাই চিপ কঢ়া ? শুনি থাকাঁ তাৰ স্বৰ...

অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

পান্থশালাত এদিন চিত্ৰকৰ

জ্যোতিনীলিমা গগৈ (প্ৰস্তাৱনা: কিনকিনকৈ বৰষুণ সৰিছিল৷ চিত্ৰকৰৰ জঁটাবন্ধা চুলি খুঁচৰি ঘৰচিৰিকাটোৱে ক’লে - ‘যোৱাঁ, ৰং-তুলিকা সামৰি...

জ্যোতি নীলিমা গগৈ‍ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২১

বাঘিনীৰ সত্য জীৱন কাহিনী

‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমডাক্তৰখানাত মোৰ দুঘণ্টামান দেৰী হৈ গৈছিল। উভতি আহি দেখোঁ...

মূল (ওড়িয়া): অখিল মোহন পট্টনায়ক পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২১

ডাঠি তান চৰণে পৰিয়ো

অলকা মহন্ত বৰুৱাভৈয়াই শুনআমাৰ কওঁ ছাগলীৰ ছালৰ ভাতীত আউটি আউটি জুই জ্বলাওঁআঢ়ৈসেৰীয়া হাতুৰীৰে হাফৰৰ জুইত দেহা পুৰি কাঁহ কোবাওঁনিয়াৰি�...

অলকা মহন্ত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২১

চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ বেলি চোৱা বেলিকা চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল জাৰ লাগিছিল চকুত লানিকৈ ৰোৱা সেউজীয়াৰ মাজত শিৰীষৰ পাত সৰকি নামি...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
গল্প আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২১

ওভতনি সময়ৰ খোজ

আশাদীপা শইকীয়া “মোক্ষ ৰূপে তযু বাক্যমৃত কৃপায়ে সিঞ্চিয়া পতিনিত। দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ৷” চকুহাল মুদি বিছনাখনতে বহি...

আশাদীপা শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২১

দাগ অচ্ছে হ্যেঁ

পদ্মজা বৰুৱা মহন : কাপোৰকেইটা চাফাকৈ ধুব নজানে এইচৱে৷ গোটেই দাগসোপা দাগভাগেই থাকিল৷ কাপোৰখিনি চপাই নিওঁতে ভোৰভোৰাই বৌৱেকে তাইক শুনাই...

পদ্মজা বৰুৱা মহন পঢ়ক →