৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৯৭ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
মুক্ত বীক্ষণ আৰ্কাইভ
১ নৱেম্বৰ, ২০২১

বনাঞ্চলসমূহক কোনে সংৰক্ষণ কৰিব?

ড° বিপুল কুমাৰ ৰাভাজীৱজগতলৈ বনাঞ্চলৰ অৱদান অপৰিসীম। বনৰীয়া জীৱ-জন্তুৰ উপৰিও প্ৰতিজন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষভাবে বনাঞ্চলৰ ওপৰ�...

ড° বিপুল কুমাৰ ৰাভা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ নৱেম্বৰ, ২০২১

কৃষি-অৰ্থনীতি সম্পৰ্কীয় কিছু পৰ্যৱেক্ষণ

একেবাৰে প্ৰাৰম্ভিক অৱস্থাত মানুহৰ সম্পদ আছিল কেৱল খাদ্যদ্ৰব্য৷ সেই সম্পদো আছিল সাময়িক সম্পদহে৷ তাৰ পাছতহে হাজাৰ হাজাৰ বছৰৰ বিভিন্ন...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
৩১ অক্টোবৰ, ২০২১

প্ৰেমৰ বিজ্ঞান

অভিজিত শৰ্মা বৰুৱা প্ৰেম এক অনিৰ্বচনীয় শব্দ, শাশ্বত অনূভূতি। প্ৰেম নাথাকিলে কি হ’ব - সেয়া কল্পনা কৰাটো দুৰূঢ়, কিন্তু জীয়াই থকাৰ আমেজেই...

অভিজিত শৰ্মা বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২১

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী,-ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি...

সমৃদ্ধ ৰাগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২১

শিল্পকলা (আলোকচিত্ৰ)

আলোকচিত্ৰশিল্পী: টিকেন্দ্ৰজিৎ দাসজালবন্দী সূৰ্যহেৰা জোনবাইপাখিত বান্ধি পোহৰযাবৰ পৰতক'লা-বগা ধোঁৱাৰ চহৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী...

শিল্পী : টি‍কেন্দ্ৰজিৎ দাস পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ অক্টোবৰ, ২০২১

ডেফ’ডিল ফুল

.pod{ width:100%; max-width:250px; margin-left: auto; margin-right: auto; } .td-left{ text-align:left } .td-right{ text-align: right;...

মূল: ৱিলিয়াম ৱৰ্ডজ্‌ৱাৰ্থ পঢ়ক →
গল্প আৰ্কাইভ
৩১ অক্টোবৰ, ২০২১

অৰ্থনৈতিক চৰ্চা আৰু অৰ্থসম্পদৰ গুৰুত্ব

ৰঞ্জুমণি মহন্ত এয়া অনস্বীকাৰ্য যে আধুনিক জীৱন যাত্ৰাত মূল্য আৰোপিত সম্পদ বা অৰ্থসম্পদে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ সম্পৰ মূল্যৰ...

ৰঞ্জুমণি মহন্ত পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ অক্টোবৰ, ২০২১

অসমীয়া মানুহৰ আত্মপৰিচালনা

সঞ্জীৱ সভাপণ্ডিত ১৯৮৬ চনত মই শিৱসাগৰৰ পৰা নাজিৰা হৈ বিহুবৰৰ নগাপাহাৰৰ পাদদেশৰ এখন ঠাইলৈ গৈছিলোঁ৷ তাতে ‘আদিত্য নাছিংহোম’, ‘অসম আদিত্য’...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ অক্টোবৰ, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)(সোতৰ)বাটকটীয়াই আগে আগে বাটবোৰ চাই গৈছে। এবেঁও দীঘল খামুচীয়া বাঁহ এদালৰ আগত বগা ৰঙৰ এখন...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
গল্প আৰ্কাইভ
৩০ অক্টোবৰ, ২০২১

আইৰিশ্ব নাট্য আন্দোলন : এক চমু আলোকপাত

মৌচুম বৰুৱা ঊণবিংশ শতিকাৰ প্ৰায় শেষ দশকলৈকে আয়াৰলেণ্ডত নাট্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ই চুবুৰীয়া ৰাষ্ট্ৰ ইংলেণ্ডৰ নাট্য সাহিত্যৰ...

মৌচুম বৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ অক্টোবৰ, ২০২১

টিটিৰ দিনলিপি

নৱনীতা ভট্টাচাৰ্য্য টিটিৰ নিচিনা আচৰিত প্ৰাণী এই পৃথিৱীত আন দুটা আছে বুলি মোৰ মনে নধৰে৷ মোৰ হাতত এনে বহুতো প্ৰমাণ আছে বাবেই ন দি...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ অক্টোবৰ, ২০২১

বাঘিনীৰ সত্য জীৱন কাহিনী

‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমপ্ৰায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহুঁ-উহুঁ’ কৰি দেও দি দি আগবাঢ়ি...

মূল (ওড়িয়া): অখিল মোহন পট্টনায়ক পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

শিলবোৰ মৃতকৰ স্মৃতি

ড০ নন্দ সিং বৰকলা আমি প্ৰত্যেকেই পথাৰ, প্ৰত্যেকেই প্ৰেম প্ৰত্যেকেই তেজৰঙা যোদ্ধা, শিলৰ আদিম সহোদৰ পথাৰ শেলুৱৈ জীৱন বাবেই সেউজীয়া...

নন্দ সিং বৰকলা পঢ়ক →
গল্প আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

গান্ধী ফাগ্লা : এখিনি তেজে ধোৱা সময় আৰু সমাজৰ খতিয়ান

গীতিকা শইকীয়া সাহিত্য সময়ৰ প্ৰতিবিম্ব। গল্প-উপন্যাস, কবিতা তথা প্ৰৱন্ধ আদি সকলোতে কাহিনী তথা বিভিন্ন বিষয়ৰ উল্লেখেৰে এখিনি সময়ক তুলি...

গীতিকা শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

অশুচি মেদিনী

প্ৰয়াগ শইকীয়া(‘অন্যযুগ’ত শিবানন্দ কাকতিৰ গল্প ‘মেকবেথ’ পঢ়ি) মধুকৈতভ আৰু মেকবেথ আটায়ে ঘাতক আটাইৰে কলুষতাৰে আজিও অশুচি ধৰণীৰ ত্বক...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

কবিতা : আওপুৰণি প্ৰেমৰ পদ্য

চন্দন গোস্বামী (গীতালি বৰাৰ “গ’ডো আৰু গন্তব্যৰ গল্প”ৰ আধাৰত) গল্প এটাত কবিতাৰ ‘জিন’ বিচাৰি ফুৰোঁতে মেকুৰীজনীৰ নাকত পোৰা মাছৰ...

চন্দন গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

দুটা বছৰৰ কবিতা

ভাস্কৰ জে নাথ কি কৰিব পাৰোঁ সূৰ্যাস্তৰ বিস্ময় চাই থাকিব পাৰোঁ অথবা গজি থকা বনবোৰ চাই থাকিব পাৰোঁ আৰু ভাবিব পাৰোঁ কোন পাপী হাড়ৰ পৰা...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

ফুটপাথৰ ঈশ্বৰ

অৰ্চনা পূজাৰী বিষাণু অহাৰ বহু আগৰ কথা বন্ধ নাছিলেই৷ দেওবাৰে ভিৰ বাঢ়েহে ফুটপাথৰ ঈশ্বৰৰ দুৱাৰ চৌবিছ ঘণ্টাই খোলা থাকে সকলোৰে বাবে...

অৰ্চনা পূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

জীয়াসুঁতি

(শ্ৰদ্ধাৰে কবি ৰফিকুল হোছেইনৰ হাতত) চন্দ্ৰ কুমাৰ বড়া পোতাশালত পিতাকে খেপিয়ায় আন্ধাৰ ভোকত কাতৰ কণ্ঠত নিফুট মাত পিয়াহত আতুৰ ভোকাতুৰ...

চন্দ্ৰ কুমাৰ বড়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

আমাৰ চহৰত বাপু

নীলিমা ঠাকুৰীয়া হক কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে...

নীলিমা ঠাকুৰীয়া হক পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

এবেলা শৰৎ

অনিন্দিতা কলিতা আজি কেইদিনমানৰ পৰা ৰ’দ বৰ চোকা হৈছে চৌ চৌকৈ ঘাম নিগৰে শেৱালিজোপাৰ তলখন চিকুণাওতে জটিল অংকবোৰৰ উত্তৰ শূন্য কোনোবাই হয়তো...

অনিন্দিতা কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

সকলোৱে পৰা কাম সকলোৱে নোৱৰাৰ দৰে

ধীমান বৰ্মন পাৰি গানৰ জখলাৰেও উঠি গৈ চুব পাৰি মেঘৰ কপাহী অহংকাৰ ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল দিব পাৰি ৰণ জিনাৰ হুংকাৰ পাৰি ছবিৰ জখলাও...

ধীমান বৰ্মন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

জলকীয়া

নীলাভ সৌৰভ এটা জলকীয়াই ৰাতি আহি সংগোপনে মোক মাত লগাইছিল জলকীয়াৰ কাহিনী শুনাইছিল ৰ’দত ঘামি শুকাই বজাৰত মোৰ ফালে চাইছিল মোৰ কামিহাড়...

নীলাভ সৌৰভ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৯ অক্টোবৰ, ২০২১

ইতিহাস চৰ্চা আৰু লাচিত বৰফুকন : বিশ্লেষণ আৰু প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ ইতিহাস অধ্যয়ন, চৰ্চা আৰু ইতিহাসৰ তথ্যসমূহৰ গ্ৰহণযোগ্যতাক লৈ এক প্ৰাচীন বিতৰ্ক আজিও চলি আছে৷ ইতিহাস চৰ্চাৰ জৰিয়তে এক...

পঙ্কজ প্ৰতীম বৰদলৈ‍ পঢ়ক →