৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৯৫ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
১২ ডিচেম্বৰ, ২০২১

শোণিতগাথা

আকাশ দীপ্ত ঠাকুৰ“উঠাঁ পাঞ্চালী... উঠাঁ৷ চোৱাঁ... অৱশেষত ময়ো পতিত হ’লোঁ৷ সম্পূৰ্ণ নহ’ল মোৰ সশৰীৰ স্বৰ্গাৰোহণ৷ সৌৱা চোৱাঁ... জ্যেষ্ঠ...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২১

চৰাইবোৰৰ কথা

h1.post-title{text-align:left; padding-left:10px;} স্বপ্নালী কলিতা আবেলি নীহাৰে বাৰাণ্ডাত বহি ককাকক মাতিলে আহাঁচোন বুলি। হয়নে অ’ ককা!...

স্বপ্নালী কলিতা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২১

ন্যায়িক ব্যৱস্থাৰ ভৱিষ্যত আৰু ‘শশধৰ বিশ্বাস’

পঙ্কজ প্ৰতিম বৰদলৈ যোৱা অক্টোবৰ মাহৰ ৫ তাৰিখে সন্মানীয় উচ্চতম ন্যায়ালয়ে ৰায়দান কৰা দিপালী বিশ্বাস বনাম নিৰ্মলেন্দু মুখাৰ্জীৰ...

পঙ্কজ প্ৰতীম বৰদলৈ‍ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২১

মানুহৰ মনৰ গঢ়

সঞ্জীৱ সভাপণ্ডিত আমাৰ ইতিহাসে আমাক যিকণ কয়, তাৰ পৰা আমি জানিব পাৰোঁ যে, আহোমসকল এবাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল– আহিলেই আৰু, ঘূৰি...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২১

দেশ-কথা

h1.post-title{text-align:left; padding-left:10px;} দ্বিজেনকুমাৰ দাস দেশৰ কথা ভাবি কলিজাত উচাহৰ কলপ সানোঁতেই আগফালৰ দুৱাৰত কোনোবাই টোকৰ...

দ্বিজেনকুমাৰ দাস পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২১

চূণ পৰক

h1.post-title{text-align:left; padding-left:10px;} দিগন্ত শইকীয়া তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল শিলতে জুই তলে সোঁত ওপৰে সাঁকো দীঘে...

দিগন্ত শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২১

পাৰ্থবিজয় দত্তৰ জীৱনবীক্ষা আৰু গল্পজগত : এটি আলোকপাত

ৰুদ্ৰ সিংহ মটক "সাহিত্য কি? নিৰৱচ্ছিন্নতাৰ মাজেদি শিপাৰ সন্ধান? “তৃতীয় নেত্ৰেৰে দেশ মানুহ অৰণ্য আকাশৰ আৱাহন...?” (পাৰ্থ বিজয় দত্ত)...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
গল্প আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২১

জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)প্ৰশান্ত মিশ্ৰপ্ৰস্তাৱনা যোৱা শতিকাৰ নৱম দশকৰ আগভাগৰ কথা৷ অসম আন্দোলনৰ (১৯৭৯-১৯৮৫) ভৰপক৷...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
গল্প আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২১

পৰজীৱী

নৱনীতা ভট্টাচাৰ্য টিটিৰ দিনলিপিখন পঢ়াৰ পিছৰে পৰা তাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গৈছে৷ তাৰ কিছুমান কথা শুনিবলৈ খুব সাধাৰণ যেন লাগিলেও বৰ...

নৱনীতা ভট্টাচাৰ্য পঢ়ক →
কবিতা আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২১

পানীৰ তলৰ কাৰেং

h1.post-title{text-align:left; padding-left:10px;} অত্ৰেয়ী গোস্বামী লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা খলখলাই থকা পানীখিনি স্থিৰ হৈ আছে...

অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২১

খালি ঘৰ

h1.post-title{text-align:left; padding-left:10px;} নৃপেন গোস্বামীতৰাৰ পোহৰক পোহৰ নোবোলা কবিতাৰ খালি ঘৰতশব্দৰ ঢৌ ছিটিকা খবৰপাটিদৈয়ে ছাঁ...

নৃপেন গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২১

খেলা-ধূলা (Sports) আৰু দুঃসাহসিক খেল বা এড্‌ভেঞ্চাৰ স্প’ৰ্টছ্ (Adventure Sports)

ড° বুলজিৎ বুঢ়াগোহাঁই আমি জানো যে সৰু কালৰে পৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন খেলা-ধূলা যেনে- এথলেটিকছ, ক্ৰিকেট, কাবাডী, কাৰাটে, খো-খো...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২১

কেৰ্কেটুৱাটো

h1.post-title{text-align:left; padding-left:10px;} হৰেকৃষ্ণ ডেকা বাৰাণ্ডাতে বহি আছোঁ। বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি। কেৰ্কেটুৱা...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২১

ক’লা মাছ

h1.post-title{text-align:left; padding-left:10px;} মদাৰজ্যোতি কোনোবাই শ’ল-শালৰ কথা ক’ব মোৰ পিছে প্ৰিয় শেলুৱৈ পানীৰ চেঙাহে সিদ্ধাৰ্থৰ...

মদাৰজ্যোতি‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২১

চোৰ

h1.post-title{text-align:left; padding-left:10px;} খনিন্দ্ৰ ভূষণ মহন্ত চিকিমিকাই থকা ছুৰিখনৰ দৰে ধাৰাল দুচকুত শেষ নিশাৰ এন্ধাৰৰ ৰং...

খনিন্দ্ৰ ভূষণ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২১

কবিতা

h1.post-title{text-align:left; padding-left:10px;} জয়ন্ত দত্ত নিউজ চ্ছেনেলবোৰৰ দৰে খবৰ কাকতবোৰৰ দৰে ল’ৰাটো একে ফুটতে উঠিল তুলিকাত তেজ...

জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২১

কালি আমি নাছিলোঁ

h1.post-title{text-align:left; padding-left:10px;} প্ৰদীপ শইকীয়া মনত নাই কালি আমি নাছিলোঁ আছিলোঁ যদিও নাজানো ৷ নথকাৰ সম্ভাৱনাই বেছি...

প্ৰদীপ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২১

গৰুখুঁটি চাপৰি

h1.post-title{text-align:left; padding-left:10px;} কিশোৰ বড়ো ডবা কোবোৱা মাৰিদুডাল ভাগি থাকিল গাঁৱৰ খবৰ দিওঁতাই চিঞৰি চিঞৰি কৈ গ’ল ......

কিশোৰ বড়ো পঢ়ক →
কবিতা আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২১

নভবাকৈয়ে...

h1.post-title{text-align:left; padding-left:10px;} ধ্ৰুৱকুমাৰ তালুকদাৰ নভবাকৈয়ে কিছুমান সময় আহে ঘড়ীটো বন্ধ হৈ আছে আন্ধাৰৰ মাজত এৰি থৈ...

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২১

উত্তৰসত্য

h1.post-title{text-align:left; padding-left:10px;} মিণ্টুল হাজৰিকা লখাইতৰা এটা সমাধি সৌধ কথাটো ভালকৈ জানিছিল ফুজুৰীবায়ে তথাপি তাই...

মিণ্টুল হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২১

নাৰীবাদৰ অ-আ-ক-খ

ভৃগুমণি নাথ বিংশ শতিকাৰ ষষ্ঠ দশকৰপৰাই নাৰী অধ্যয়ন বিষয়টোৱে গৱেষক আৰু বুদ্ধিজীৱীসকলৰ মাজত এক বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ এই বিষয়টোৰ...

ভৃগুমণি নাথ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২১

সম্পাদকীয়

উচ্চশিক্ষাৰ সংস্কাৰ আৰু কিছুমান এৰাব নোৱৰা প্ৰসঙ্গ আধুনিক পৃথিৱীৰ শিক্ষাব্যৱস্থাৰ মানচিত্ৰত আমেৰিকান বিশ্ববিদ্যালয়সমূহৰ এক বিশেষ স্থান...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৪ নৱেম্বৰ, ২০২১

শেঁতা পৰা আলোক-সংকেত

ড° ভাৰত বৰুৱা আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰত বিদেশৰ পৰা আহি প্ৰতি বছৰে এক নিযুততকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰেহি...

ড° ভাৰত বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৪ নৱেম্বৰ, ২০২১

বাঘিনীৰ সত্য জীৱন কাহিনী

‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমসেইদিনা ৰাতি হৰিশে মোক জগাই খইৰীয়ে তাক কামোৰাৰ কথা জনোৱা...

মূল (ওড়িয়া): অখিল মোহন পট্টনায়ক পঢ়ক →