অনুবাদ আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২১ মহাকবি কালিদাসৰ ৰঘুবংশ কৌস্তুভমণি শইকীয়া দত্ত অনুবাদৰ আনুষংগিক কিছু প্ৰসিদ্ধ চৰিত্ৰ অসাধাৰণ। যুগে যুগে মানুহৰ দ্বাৰা অৰ্চিত, পূজিত। উদাহৰণস্বৰূপে... কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
গল্প আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২১ মৰুভূমিত ডবা খেল লোপামুদ্ৰা ভট্টাচাৰ্য ভড্কাৰ গ্লাছটো লৈ তাই আৰামী চকীখনত অলসভাৱে বহি পৰিছে৷ ভীষণভাৱে ভাগৰুৱা তাই৷ তাই কোনোপধ্যে আজি Party লৈ যাব... লোপামুদ্ৰা ভট্টাচাৰ্য পঢ়ক →
কবিতা আৰ্কাইভ ২৫ ডিচেম্বৰ, ২০২১ ঘোঁৰাবাঘ অনুভৱ তুলসীনান্দীকটপ্ খটপ্ কটপ্ খটপ্গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটোমৌন কৌতূহলত এক পূৰ্ণহতীয়া কোবথিয় চুলিয়ে কোনোমতে চম্ভালেঘোঁৰা... ঘ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৫ ডিচেম্বৰ, ২০২১ ‘দ ৱেষ্টলেণ্ড’ৰ শতবৰ্ষ ড° বিৰিঞ্চি কুমাৰ দাস২০২২ বছৰটো কেৱল ইংৰাজী সাহিত্যৰেই নহয়, সমগ্ৰ বিশ্বসাহিত্যৰ বাবেই এটা উল্লেখনীয় বছৰ বুলি বিৱেচিত হ’বৰ যোগ্য... ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ ডিচেম্বৰ, ২০২১ বুদ্ধিৰ সাগৰ বীৰবল ৰচনা পাঠক(২) সময়ৰ লগে লগে মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গ’ল৷ মহেশ পূৰ্বতকৈও বেছি সাহসী হৈ... ৰচনা পাঠক পঢ়ক →
উপন্যাস আৰ্কাইভ ২৫ ডিচেম্বৰ, ২০২১ বচা বকুল ৰমানন্দন বৰাছয় ইয়াৰ পিছৰ ঘটনাৰ গতি অতি দ্ৰুত৷ পদেপদে বিপদ, সংঘাতৰ আশংকা থকা৷ পিছে গাজনিহে হ’ল, বৰষুণ নহ’ল৷ ভাদ মাহত খেতি উঠাই এদিন... ৰমানন্দন বৰা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২১ ডিচেম্বৰ মাহ আৰু সোণালী শৈশৱৰ মিঠা সোঁৱৰণিবোৰ মাধৱ দাস স্কুলত থাকোঁতে এই ডিচেম্বৰ মাহটোৰ আমেজেই সুকীয়া আছিল। বছেৰেকীয়া পৰীক্ষা। তাতে আকৌ আগবেলা পৰীক্ষা থাকিলে ঠাণ্ডাত কিমান যে কষ্ট... মাধৱ দাস পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২১ উৰুকা পম্পি বৰা বৈশ্যবিহু, অসমীয়াৰ প্ৰাণৰ উৎসৱ। অসমৰ তিনিওটা বিহুয়েই কৃষিভিত্তিক। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা বিহুটি হৈছে... পম্পী বৰা বৈশ্য পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২১ ঘোঁৰাবাঘ অনুভৱ তুলসীনান্দীকটপ্ খটপ্ কটপ্ খটপ্গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটোমৌন কৌতূহলত এক পূৰ্ণহতীয়া কোবথিয় চুলিয়ে কোনোমতে চম্ভালেঘোঁৰা... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২২ ডিচেম্বৰ, ২০২১ অমৰত্বৰ ফুচফুচনি (Whispers of Immortality) by T S Eliot মূল : টি. এছ. এলিয়টঅনুবাদ : এম. কামালুদ্দিন আহমেদবাৰুকৈয়ে ৱে'বষ্টাৰ মৃত্যুৰে আছিল আচ্ছন্নআৰু দেখিছিল লাওখোলা ছালৰ তলৰ; আৰু মাটিৰ তল�... মূল:Whispers of Immortality পঢ়ক →
সংস্কৃতি আৰ্কাইভ ২২ ডিচেম্বৰ, ২০২১ আৰ্থাৰ মিলাৰ আৰু ডে’থ অৱ এ ছে’লছমেন : এক চমু আলোকপাত মৌচুম বৰুৱা বিংশ শতিকাৰ আমেৰিকান নাট্য সাহিত্যক ঐশ্বৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত য়ুজিন অ’নীল, টেনেছী উইলিয়ামছ আৰু এডৱাৰ্ড এলবীৰ সমানেই... মৌচুম বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ২২ ডিচেম্বৰ, ২০২১ ভাৰতবৰ্ষত জীনছৰ জন্ম ড০ ভাৰত বৰুৱা আজিৰ যুগত আমি বহু ধৰণৰ জীনছৰ লগত পৰিচিত। নীলা জীনছ্, শেঁতা পৰা জীনছ্, ক’লা জীনছ্, বগা জীনছ্, ৰংচঙীয়া জীনছ্... ড° ভাৰত বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ২২ ডিচেম্বৰ, ২০২১ কাৰ্ল স্মিট : মানৱ কল্যাণৰ বাবে যি জীৱন উচৰ্গা কৰিছিল ড° পুলক সভাপণ্ডিত পৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ মানৱকল্যাণৰ বাবে কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান... ড° পুলক সভাপণ্ডিত পঢ়ক →
গল্প আৰ্কাইভ ২২ ডিচেম্বৰ, ২০২১ প্ৰথম সাক্ষাৎকাৰ (কল্পবিজ্ঞান কাহিনী)অভিজিত শৰ্মা বৰুৱা দিল্লীৰ সাংবাদিক বন্ধু প্ৰদীপ গোৱেলৰ পৰা ফোনত খবৰটো পাই মই আচৰিত হৈ সুধিলোঁ, “কি! তুমি... অভিজিৎ শৰ্মা বৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ ২১ ডিচেম্বৰ, ২০২১ টিটিৰ দিনলিপি তৃণনৱনীতা ভাট্টাচাৰ্য্যআজিও তোমালোকলৈ টিটিৰ দিনলিপিৰ পৰা এটা নতুন গল্প লৈ আহিছোঁ। কথাবোৰ তেনেই চিনাকি আৰু পূৰণিও। পিছে টিটিৰ... নৱনীতা ভাট্টাচাৰ্য্য পঢ়ক →
কবিতা আৰ্কাইভ ২১ ডিচেম্বৰ, ২০২১ শীত অংকুৰিতা ফুকনটোপ টোপ টোপ টোপনিয়ৰ সৰিলখিৰিকীৰে চাই দেখোঁখৰালি আহিল।জাৰকালৰ দিনবোৰতকিযে লাগে মজা-মোজা-চুৱটাৰ পিন্ধোঁ,খাওঁ বাদাম... অংকুৰিতা ফুকন পঢ়ক →
কবিতা আৰ্কাইভ ২১ ডিচেম্বৰ, ২০২১ এদিনৰ বাবে তোমাৰ ওঁঠযুৰি দিগন্ত নিবিড়এদিনৰ বাবে তোমাৰ ওঁঠযুৰি নিজৰ কৰি ল'লোঁআৰু মোৰ মৃত শব্দবোৰ সেই ওঁঠেৰে পৃথিৱীক ক'লোঁপৃথিৱীৰ সকলো দুখকে ভাল পাই... দিগন্ত নিবিড় পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২১ ডিচেম্বৰ, ২০২১ এজৰা পাউণ্ড আৰু এলিয়ট : এক মণিকাঞ্চন সংযোগ ড° দীপমণি দাসযুগে যুগে মনীষীৰ জন্ম হয় আৰু নিজৰ বুদ্ধিমত্তাৰে আমাক দিগদৰ্শন কৰায়। কিছুমান ধন্য হয় আন মনীষীৰ সান্নিধ্যত।ইংৰাজী সাহিত্যৰ... ড° দীপমণি দাস পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২১ ডিচেম্বৰ, ২০২১ ড° কাৰ্ল স্মিট : মানৱ কল্যাণৰ বাবে যি জীৱন উছৰ্গা কৰিছিল ড° পুলক সভাপণ্ডিতপৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ মানৱ কল্যাণৰ বাবেই কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ১৯ ডিচেম্বৰ, ২০২১ জলছবিত জীৱনৰ আঁক-বাক অংকিতা বৰুৱা মেঘৰ গাজনি আৰু দপদপিয়া বৰষুণজাকৰ শব্দত গভীৰ টোপনিৰপৰা উচপ খাই সাৰ পাই উঠিলোঁ৷ চকুহাল মোহাৰি কেইটানো বাজিছে চাবলৈ শিতান�... অংকিতা বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৬ ডিচেম্বৰ, ২০২১ দ্য বে’ষ্টলেণ্ড আৰু য়ুলিছিছ্ : দুটি অসামান্য সাহিত্যকৃতি ১৯২২ চনত ইংৰাজী ভাষাৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু দুয়োখন গ্ৰন্থই বিগত এশ বছৰ ধৰি বিশ্বৰ সাহিত্য জগতত অতুলনীয় সাহিত্যকৃতি বুলি... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ১৪ ডিচেম্বৰ, ২০২১ প্ৰয়াগ শইকীয়াৰ কবিতা ঊষৰ ভূমি(টি এছ এলিয়টৰ 'ৱেষ্টলেণ্ড'ৰ অনুবাদেৰে অসমীয়া কবিতাক সমৃদ্ধ কৰা কবি অজিৎ বৰুৱাৰ পূত স্মৃতিত)ঊষৰ ভূমি ক'ত আছে ঊষৰ ভূমিব্যক্তিগ�... প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ১৪ ডিচেম্বৰ, ২০২১ য়ুলিছিছ্ মৃদুল শৰ্মামনত আছে কথাবোৰ ৷ চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে মোৰ মনঅথচ ট্ৰয় ক’ত মই কাহানিও নাজানো অথবা জানিবলৈ মনো কৰা নাইকান্দি থকা ডাবলিনৰ... মৃদুল শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ ১৪ ডিচেম্বৰ, ২০২১ দুখন উপন্যাস আৰু দুটা গল্পৰ মাজত এজন নবীন বৰুৱা উৎপল দত্ত নবীন বৰুৱাৰ ‘কটন কলেজ’ পঢ়িবলৈ হাতত তুলি লোৱাৰ একমাত্ৰ কাৰণ আছিল কিতাপখনৰ নামটো৷ ‘কটন কলেজ’ আছিল এক ধৰণৰ অজানা ৰহস্যময়... উৎপল দত্ত পঢ়ক →