৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৯১ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
৭ ফেব্ৰুৱাৰী, ২০২২

অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষা সম্পৰ্কীয় চিন্তা আৰু ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’

ড° নীৰাজনা মহন্ত বেজবৰা (ক) প্ৰচলিত শিক্ষা ব্যৱস্থাআমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে...

ড° নীৰাজনা মহন্ত বেজবৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ ফেব্ৰুৱাৰী, ২০২২

বিজ্ঞান সকলোৰে বাবে হয়নে?

ড° ভাৰত বৰুৱাআজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা...

ভাৰত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

প্ৰাঞ্জল কুমাৰ লাহন বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ কোনেও নেদেখাকৈ কোনেও নজনাকৈ সেই কথা আনকি অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই অৰণ্যৰ...

প্ৰাঞ্জল কুমাৰ লাহন পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

শিপা

উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপ জোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁদেৱকৃষ্ণ বৰুৱাৰ কেইটামান গ্লাছ ফাইবাৰ আৰু পোৰামাটিৰ শিল্পকৰ্ম পূৰ্বৱৰ্তী পৃষ্ঠা PRINT...

দেৱকৃষ্ণ বৰুৱা পঢ়ক →
সংস্কৃতি আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

অব্যাহৃত

প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ ৰঞ্জুমণি মহন্ত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন ধাৰণ পদ্ধতিলৈ আমূল পৰিৱৰ্তন...

ৰঞ্জুমণি মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে 'অন্যযুগ'ৰ কথোপকথন

ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে আকাশ দীপ্ত ঠাকুৰভাৰতবৰ্ষৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে দেশৰ...

সাক্ষাৎ গ্ৰহণ: আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিতমানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ জানুৱাৰী, ২০২২

মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া

(মাতৃভাষা দিৱস উপলক্ষে)পঙ্কজ প্ৰতিম বৰদলৈ ৱাগৰি, কোলহাটি, গোল্লা, গিছাৰি, বাৰকু, হল্ডি, মাৱচি, মৰাণ, টাংচা, আইটন৷ পাঠকে যদি চিন্তা কৰে...

পঙ্কজ প্ৰতীম বৰদলৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জানুৱাৰী, ২০২২

আঘোণৰ বাটেৰে শীত আহে

ববী বৰ্ণালী গগৈউকি মাৰি পাৰ হৈ গ'ল ভাটিমুৱা ৰে'লখন বতাহত ৰৈ গ'ল সুহুৰি, আঘোণৰ কুঁৱলিৰ মাজত বতাহজাক গধুৰ, শীত নামিছেসেমেকা আবেলিৰ...

ববী বৰ্ণালী গগৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ জানুৱাৰী, ২০২২

অসমীয়া বিজ্ঞান সাহিত্য : এটি টোকা

ড° অৰবিন্দ ৰাজখোৱা প্ৰাচীন অসমৰ বিজ্ঞান চৰ্চা বিশ্বৰ আন বহু ঠাইৰ তুলনাত কোনোগুণেই কম নাছিল৷ জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতা আৰু অন্বেষণৰ...

ড° অৰবিন্দ ৰাজখোৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ জানুৱাৰী, ২০২২

কে-টি (K-T) সংঘটন: পৃথিৱী পৃষ্ঠত সংঘটিত এক ভয়াৱহ মহাজাগতিক দুৰ্ঘটনা

ড০ ৰক্তিম ৰঞ্জন শইকীয়া ভয়াৱহ দুৰ্ঘটনা বুলিলে আমি টাইটানিক ধ্বংসৰ স্তৰৰ দুৰ্ঘটনাকে বুজোঁ যদিও আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে সংঘটিত এটা...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

পুলিৎজাৰ বঁটা বিজয়িনী ছেইণ্ট ভিনচেণ্ট মিলেৰ কবিতা

অনুবাদ : মানসজ্যোতি শৰ্মা (আমেৰিকাৰ গীতিকবি আৰু নাট্যকাৰ এডনা ছেইণ্ট ভিনচেণ্ট মিলেৰ জন্ম হৈছিল ১৮৯২ চনৰ ২২ ফেব্ৰুৱাৰি তাৰিখে৷ মেইনিৰ...

অনুবাদ: মানসজ্যোতি শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

চাৰিটা কণ কবিতা

অৰুণ গগৈ ১কাছ আছিল কণী লেখিনদীৰ বালিত বহি,এক দুইকৈ গণি শেষ হ'লবজাই দিলে বাঁহী৷২ভালুক আছিল হাবিৰ মাজতখাম বুলি ভাবি মৌ,বতাহ অহাত গা�...

অৰুণ গগৈ‍ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

উদাৰমনা গছজোপা

মূল : শ্বে’ল চিলভাৰষ্টেইন গল্প : ‘দা গিভিং ট্ৰী’ (The Giving Tree) অসমীয়া অনুবাদ : বিদিশা দত্ত কথক— বহু দিনৰ আগৰ কথা, এজোপা গছ‌ আছিল...

অনুবাদ : বিদিশা দত্ত পঢ়ক →
গল্প আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

এটা মাল্টি কালাৰ্ড গল্প

স্ৰোতস্বিনী তামুলীওখ বিল্ডিংটোৰ চাদৰ পৰা ধমহকৈ সৰি পৰিল সি— চিঞৰ এটা বনফৰিং হৈ উৰা মাৰিল। তাৰ হাত-ভৰিকেইটাই মাটিক লেহন কৰিছে। মাটিৰ...

স্ৰোতস্বিনী তামূলী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

ইলেকট্ৰিচিয়ান (Electrician)

ড° বুলজিৎ বুঢ়াগোহাঁইবৰ্তমান যুগত ইলেকট্ৰিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷ এজন ইলেকট্ৰিচিয়ান হোৱাৰ বাবে ইলেকট্ৰিচিয়ানৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক(৭) মাজে মাজে বীৰবলৰ একোষাৰ কথাই শ্বাহেনশ্বাহ জালালুদ্দিন আকবৰক লাজত পেলাই দিয়ে৷ তেনে অৱস্থাতো পিছে আকবৰে হাঁহি হাঁহিয়েই...

ৰচনা পাঠক পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

লেজি ডগ, বিস্ময়বৰ্ষ আৰু ন’বেল বঁটা

ড০ ৰমেশ চন্দ্ৰ গোস্ৱামী বিদ্যালয়ৰ প্ৰায়বোৰ শ্ৰেণীতে ল’ৰাটোৰ মনোযোগ নবহে৷ সি বহেও পিছফালৰ বেঞ্চত৷ কিবা সুধিলেও শিক্ষকৰ মনঃপুত হোৱাকৈ...

ড° ৰমেশ চন্দ্ৰ গোস্বামী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

অ' কেপ্টেইন, মোৰ কেপ্টেইন

মূল ইংৰাজী : ৱাল্ট হুইটমেনঅনুবাদ : মাধৱ দাস(আমেৰিকাত পূৰ্বতে কিছুমান ৰাজ্যত দাস প্ৰথাৰ প্ৰচলন আছিল। দাস বেপাৰীবোৰে আফ্ৰিকাৰ পৰা বনৰীয়া...

মূল (ইংৰাজী) : ৱাল্ট হুইটমেন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

কণ কণ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ(এক)চিক্ চিক্ চিকাতুমি বোলে ভালপোৱাঁ খাৰুপেটীয়াৰ জিকা ।কোৱাঁচোন কোৱাঁ, ৰেলগাড়ীৰ কেইটা বাৰু চকা ক'ব নোৱাৰিলে ককায়ে...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

বিড়াল

নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গীৰ্জাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

বিজ্ঞান : চিন্তা আৰু দুঃচিন্তা

[১]১৯৮৬ চন আৰু ১৯৮৭ চনত প্ৰায় পাঁচ মাহৰ অগাপিছাকৈ দুটা সূৰ্যগ্ৰহণৰ ঘটনা ঘটিছিল৷ সেই সময়ত আমি আছিলোঁ স্কুলীয়া ছাত্ৰ৷ আমাৰ পঞ্চম শ্ৰেণীৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →