৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৮৯ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২২ মাৰ্চ, ২০২২

জুৱেলাৰি ডিজাইনিং (Jewellery Designing)

ড° বুলজিৎ বুঢ়াগোহাঁই জুৱেলাৰি ডিজাইনিং (Jewellery Designing) পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । এজন সফল জুৱেলাৰি...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
গল্প আৰ্কাইভ
২১ মাৰ্চ, ২০২২

ওপৰঞ্চি শক্তিৰ সহায়

অভিজিত শৰ্মা বৰুৱা ঐচ্ছিক আৰু অনৈচ্ছিক : আমি সক্ৰিয়ভাৱে বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলোবিলাক কাম আমি...

অভিজিত শৰ্মা বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ মাৰ্চ, ২০২২

অন্যযুগৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান

যোৱা ১৩ ফেব্ৰুৱাৰিত যোৰহাট প্ৰেছক্লাবত ‘অন্যযুগ’ আলোচনীৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ
১ মাৰ্চ, ২০২২

দুটা বাংলা কবিতা

দুটা বাংলা কবিতাঅনুবাদ : মিণ্টুল হাজৰিকা, দিগন্ত ৰাগ(১) ওপজা দিনমূল (বাংলা) : শঙ্খ ঘোষতোমাৰ জন্মদিনত কিনো আৰু দিব পাৰোঁ এই কথাষাৰৰ...

অনুবাদ: মিণ্টুল হাজৰিকা, দিগন্ত ৰাগ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২২

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা...

সমৃদ্ধ ৰাগ শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২২

শ্ৰদ্ধাৰ্ঘ্য : ড° অপৰ্ণা মহন্ত

ৰঞ্জুমণি মহন্তইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০...

ৰঞ্জুমণি মহন্ত পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২২

অবাৰিত শৃংখল-দাসত্বৰ

সঞ্জীৱ সভাপণ্ডিত ডেকা-গাভৰু বয়সত দেহা উজান-ভাটী কৰাৰ নিচিনাকৈ প্ৰৌঢ় বা বৃদ্ধ বয়সত মানুহৰ মনেও অতীত-ভৱিষ্যতৰ মাজত উজান-ভাটী কৰি থাকে৷...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

কাটাকম্ব : মাটিৰ তলৰ সমাধি গৃহ

ড০ ৰাস্না ৰাজখোৱা জেৰুজালেম এক প্ৰতিষ্ঠিত সমাধি কেন্দ্ৰ, কিন্তু এই পৌৰাণিক মহানগৰখনত সমাধিৰ বাবে ঠাইৰ নাটনি হৈ আহিছে৷ ২০১৫ চন�...

ড° ৰাস্না ৰাজখোৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

পাহৰণি-সোঁৱৰণিৰ বৰ্ণমালা

গীতাঞ্জলি বৰকটকীকেঁচা খৰিৰ গোন্ধ উজাই অহা ৰাতিদুচকুত দোৰোণফুলীয়া হাঁহিপঢ়া টেবুলৰ পৰা জুহাললৈ তাঁতবাতিকঠিন অংকত উজুটি খাই পৰে...

গীতাঞ্জলি বৰকটকী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

ভাষিক জাতীয়তাবাদ আৰু অসমীয়া

কিছুদিনৰ পূৰ্বে বৰাক উপত্যকাত অসমীয়া ভাষাত লিখা অসম চৰকাৰৰ এখন বিজ্ঞাপনৰ ফলকত কোনোবা বাংলাভাষী সংগঠনৰ লোকে অসমীয়া আখৰত ৰং সানি ‘বাংলা...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

য়েল্ল'ষ্ট'ন্ ৰাষ্ট্ৰীয় উদ্যান : পৰ্যটন, পৰিস্থিতিতন্ত্ৰ, আৰু ভূতত্ত্ব

ড০ ভাৰত বৰুৱায়েল্ল'ষ্ট'ন্ কেৱল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰেই নহয় সমগ্ৰ পৃথিৱীৰো প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। এই পাৰ্কখন...

ড° ভাৰত বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

Galpa April 2022

এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি-জীৱন কিশোৰ-----------------------(১)ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

‘অন্যযুগ সাহিত্য সন্মান ২০২১’ - ৰ প্ৰাপক শিবানন্দ কাকতিয়ে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, শৈশৱৰ এটা অতি সুমধুৰ কাল কটোৱা যোৰহাট চহৰখনত ঠিয় হৈ মই আপোনালোক সকলোলৈকে সশ্ৰদ্ধ কৃতজ্ঞতা আৰু নমস্কাৰ...

শিবানন্দ কাকতি পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২২

বিজ্ঞান আৰু সাহিত্য

অভিজিত শৰ্মা বৰুৱা আজি এই সভাত উপস্থিত জ্যেষ্ঠ-কণিষ্ঠ সকলোলৈকে শ্ৰদ্ধা-সম্ভাষণ জনাই বিজ্ঞানক বিষয়ৰূপে লৈ প্ৰতি বছৰে আয়োজন কৰা 'অন্যযুগ...

অভিজিত শৰ্মা বৰুৱা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২২

‘মিলেনিয়েল প্ৰজন্ম’- সম্ভাৱনা আৰু সংশয়

পঙ্কজ প্ৰতিম বৰদলৈ পশ্চিমীয়া দেশবোৰত ‘প্ৰজন্ম অধ্যয়ন’ বিশেষ গুৰুত্ব সহকাৰে কৰা হয়। ইয়াৰ দ্বাৰা সমাজ বাণিজ্য, তথা ৰাষ্ট্ৰ নিৰ্মাণ�...

পঙ্কজ প্ৰতিম বৰদলৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁহেমন্ত কুমাৰ গগৈৰ কেইখনমান আলোকচিত্ৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT...

হেমন্ত কুমাৰ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

বিশাল

প্ৰয়াগ শইকীয়া তুমি যদি অনুভৱ কৰি আছা বিষ জীৱনে সলোৱা নাই এতিয়াও দিশ তুমি যদি অনুভৱ কৰিছা আনৰ বিষ বিশাল হোৱাৰ মহত্বৰে তুমি পাইছা...

প্ৰয়াগ শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

শশধৰ

যশোৱন্ত নিপুণৰাতুলে বাৰে বাৰে ঘড়ীটোলৈ চাইছিল৷ শশধৰে দিয়া সময়তেই যদি আহি পায়? সেই হিচাপত মাত্ৰ দহ মিনিটমানহে বাকী আছে৷ তেওঁতো...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

অসমীয়া বুৰঞ্জী সাহিত্যৰ কিছুমান আৰোপিত বিভ্ৰাট

দীপক শইকীয়া ধৰা হওক আপুনি (ইয়াৰ পিছত আপোনাক “পাঠক” বুলি সম্বোধন কৰা হ’ব) এটা তত্ত্ব আগ বঢ়ালে, “দুই আৰু দুই যোগ কৰিলে চাৰি হয়”...

দীপক শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

কণ-কবিতা (শিশু কবিতা)

অনসূয়া বৰঠাকুৰ (১) পহুৱে বোলে ‘খহু হ’লে শিহুৰ তেল ঘহোঁ’, লেহুগাঁৱৰ বিহুত খুৱালে চাহৰ লগত ফেঁহু। (২) দেখিছানে বাৰু কাকু? ৰাকুদা কিমান...

অনসূয়া বৰঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

বিহংগম দৃষ্টিৰে এল্ডাছ্‌ হাক্সলিৰ উপন্যাস

মৌচুম বৰুৱা আধুনিক ইংৰাজী উপন্যাস সাহিত্যক এক নতুন গতিছন্দ প্ৰদান কৰাৰ ক্ষেত্ৰত আৰ্নল্ড বেনেট, ডি. এইচ. লৰেঞ্চ, জোছেফ কনৰাড, জেমছ...

মৌচুম বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

স্বৰ্গ স্বৰ্গাৰোহণ

স্ৰোতস্বিনী তামুলী পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ...

স্ৰোতস্বিনী তামূলী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

আধা

অত্ৰেয়ী গোস্বামী জীৱনটো ভগাওঁতে দুফাল হ’ল নিজৰ ভাগত পৰিল আধা৷ চকুত পোহৰ পৰিল কপালত বহিল সৰলৰেখা৷ এন্ধাৰতো সঠিক হিচাপ ক’ত কেই গজ কিমান...

অত্ৰেয়ী গোস্বামী পঢ়ক →