৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৯০ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

তুমি অহাৰ দিন

অমিতাভ ফুকনতুমি অহাৰ দিনাই নৈৰ পাৰত কঁহুৱাজোনাকত মুকুতাসুৱাসত শেৱালিতুমি অহাৰ দিনাই গ্ৰহণ লুকায়কোলাহল ঘৰচিৰিকাৰহেঁপাহৰ ডোঙাতুমি অহাৰ...

অমিতাভ ফুকন পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ছাৰ আইজাক নিউটন

ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক...

ড° পুলক সভাপণ্ডিত পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

ডেইৰি টেকন’লজি (Dairy Technology)

ড° বুলজিৎ বুঢ়াগোহাঁই ডেইৰি টেকন’লজি (Dairy Technology) পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

তলসোঁত

দিগন্ত শইকীয়া পুহৰ বন্দী বেলি কুঁৱলীৰ পোতাশাল দিনত কুকুৰ ৰাতি শিয়াল সাধুৰ জোখাৰে জয়াল ধুঁৱলী। ভাহে মাথোঁ গেঙনি ডেডাউৰি নাওবোৰ ফিৰি...

দিগন্ত শইকীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

মেডিচিন, বিজ্ঞান আৰু স্বাস্থ্য

ডাঃ নৰেন কুটুম( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে...

ডা° নৰেন কুটুম পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

মোৰ প্ৰশ্ন আপুনি

ঋষভ নাথ কেমেৰাৰ পোহৰ ধোঁৱাই থকা ভাত আৰু সিপিনৰ সেঙেটা আন্ধাৰত বতাহৰ চপৰা পিটিকি হাতবোৰ তাত, ঠিক স্থৱিৰতাত। জুয়ে চোবাই চুহি শুহি শৰীৰৰ...

ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

ইচ্ছাবৰ্ণনা

প্ৰদীপ শইকীয়া আউজনী গাৰু মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়�...

প্ৰদীপ শইকীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত(যোৱা সংখ্যাৰ পিছৰ পৰা)প্ৰথম অধ্যায়৩৬)শ্ৰুতিমধুৰ আৰু গম্ভীৰ শব্দযুক্ত একেখনি ৰথতগমন কৰিলে দুয়ো আশ্ৰমলৈ...

মূল: মহাকবি কালিদাস পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

অনুভৱ তুলসীৰ 'অলপ বেছি' : এটি আলোচনা

ড° দীপমণি দাসকবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ প্ৰকাশ আলোচনীত প্ৰকাশি�...

ড° দীপমণি দাস পঢ়ক →
শিশুজগত আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক(১৪) শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে, : বীৰবল, মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে, : সোধক জাহাপনা৷ : বীৰবল...

ৰচনা পাঠক পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) (আঠ) ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ...

ৰমানন্দন বৰা পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

গীতালি বৰাৰ ‘অন্তৰতম’: এক অন্তৰ্মুখী যাত্ৰা

ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ...

ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

ব্ৰহ্মপুত্ৰ

মূল : সুধীৰ সক্সেনা (হিন্দী)অনুবাদ : দীপজ্যোতি বৰা (১) পাৰৰ শুকান বালিত ভৰি থৈ কবিয়ে চাই থাকে নদী, নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক;...

মূল (হিন্দী): সুধীৰ সক্সেনা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

‘অন্যযুগ সাহিত্য সন্মান ২০২০’-ৰ প্ৰাপক ড° এম কামালুদ্দিন আহমেদে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ। প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি...

ড° এম কামালুদ্দিন আহমেদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

কিছুমান স্মৃতি বাৰে বাৰে ঘূৰি আহে

মূল (বাংলা) : প্ৰমিতা ভৌমিক সংকলন আৰু অনুবাদ : উৎপল দত্ত (শ্ৰীভৌমিক বাংলা ভাষাৰ কবি আৰু চিত্ৰ পৰিচালক ৷ তেখেতে পৰিচালনা কৰা ‘পৰিচয়’...

মূল (বাংলা) : প্ৰমিতা ভৌমিক পঢ়ক →
গল্প আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

এলেং

জয়ন্ত দত্ত দৈনিক কাকতখনৰ চুকৰ বগা-ক’লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি আহিলে মোৰ সোঁৱৰণিৰ নৈ, ...

জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২২

স্তাৱক

অজন্ত কুমাৰ বৰাএকেই পুৱাএকেই পোহৰআমিহে ৰং সানিঅভিধা দিওঁনতুনৰআমি মুখতো ৰং সানোনিচিনিবলৈ নিজৰ নিজৰ মুখৰং সানিলেও নিজৰ মুখনিজৰ ওচৰ�...

অজন্ত কুমাৰ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২২

সভ্যতা

প্ৰশান্ত মিশ্ৰ আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিলআমি তলসৰা বিচাৰি গৈছিলোঁকোনেও কেতিয়াও নভবা এটি...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২২

সন্ধান

আকাশ দীপ্ত ঠাকুৰ গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো ‘মা মা গোন্ধাইছে...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
গল্প আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২২

ৰহিমলা ঐ

প্ৰতীক্ষা বৰা আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই-উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটা�...

প্ৰতীক্ষা বৰা পঢ়ক →
গল্প আৰ্কাইভ
২১ ফেব্ৰুৱাৰী, ২০২২

বিড়াল

নীলোৎপল বৰুৱাদণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই!নাই যোৱা।খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন। নতুবা...

নীলোৎপল বৰুৱা পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২১ ফেব্ৰুৱাৰী, ২০২২

Sapiens: A Brief History of Humankind : মানৱপ্ৰজাতিৰ ইতিহাস আৰু অস্তিত্বক লৈ কৰা প্ৰশ্নোত্তৰৰ বিস্তাৰিত ব্যাখ্যাৰে এখন উৎকৃষ্ট গ্ৰন্থ

গীতিকা শইকীয়া প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ...

গীতিকা শইকীয়া পঢ়ক →
শিশুজগত আৰ্কাইভ
২১ ফেব্ৰুৱাৰী, ২০২২

প্ৰশস্তি (শিশুপদ্য)

প্ৰশস্তিনিৰু দত্তগুণ্ গুণকৈ আহিল ফাগুনবন-বিৰিখেও ধৰিলে নাচোন ।নাচোনত সৰিল পাত ৰঙা-হালধীয়াডালত ওলাব কুঁহি কোমল সেউজীয়া ।ফাগুনত ফুলে...

নিৰু দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ
২১ ফেব্ৰুৱাৰী, ২০২২

হুমুনিয়াহৰ সাঁকো

মূল: Thomas Hood-ৰ The Bridge of Sighs অনুবাদ : মাধৱ দাসআৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই তিক্ত জীৱনৰ পৰা মৃত্যু পথলৈগতি কৰিলে।আলসুৱাকৈ...

মূল:Thomas Hood-ৰ The Bridge of Sighs পঢ়ক →