৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৯২ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

কালি ৰাতি মৰাৰ দৰে

ভাস্কৰ জে নাথ কাষ চাপি কাষ চাপি এয়া ক’লা টোপনিৰ পৰা সাৰ পাই নেদেখা কালি ৰাতি একেলগে পাৰ কৰা মাখি এটা কালি ৰাতি মই মৰিছিলোঁ ৰংবোৰে...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

জলজ

জ্যোতিনীলিমা গগৈ দ পুখুৰীৰ পাৰত ঔ ফুলিছিল ন পানীৰ ধাৰত ঠেও ধৰি জলকা লাগিছিল এশৰীৰ সপোন যখিনীয়ে ৰন্ধা বেলা তেনেই ৰিঙা ৰিঙা বতাহত ভিক্ষু...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

ভাবনাত

গীত বৈভৱীভাবনাত এয়া মৃত্যুগীতএখন চহৰ চটফটাই চটফটাই মৰিছেমৃত্যুৰ আগতেমোৰো এটা কবিতা লিখাৰ মন আছিলএটা গান গোৱাৰ মন আছিলএটা হিমেল সন্ধ্যা...

গীত বৈভৱী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

এই ভোগালীত

হৰেকৃষ্ণ ডেকা শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে? শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভঁৰালত৷ আউলি-বাউলি বতাহৰ বিননিত শুই থকা নৰাবোৰে...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

ঠেঙালপঁজা

মিণ্টুল হাজৰিকা মহাদেশৰ এটা অংশত এঘৰত খাচি ডেকাৰ স্বৰটিৰ সুৰত জোনাক সৰিছে আন্ধাৰ ফুটাই খিৰিকীয়েদি সোমাই আহি ৰিণি ৰিণি সেই সুৰে বুকু�...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

পৰীক্ষা

(পৰম শ্ৰদ্ধাৰ এম কামালুদ্দিন আহমেদ ছাৰৰ কৰকমলত) স্বপ্নালী কলিতা ধহ্‌মহ্‌কৈ সোমাই আহিলোঁপাকঘৰত ৰ’লোঁহি। দেখিলোঁ, মায়ে এটা গোল ৰুটিক...

স্বপ্নালী কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

ঘৃণা

মদাৰজ্যোতি কথাটো প্ৰায়েই সুধিছিলোঁভালপোৱাৰ উপাদান কি কিমনৰ বা বলিলেইকালিদাসৰ কাব্যতযক্ষৰ চিঠি আহে মেঘ-চৰাইৰ ডেউকাতএতিয়া ইথাৰত উপলব্ধ...

মদাৰজ্যোতি পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ জানুৱাৰী, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্তৰজা দীলিপ ১১) যিদৰে বেদৰ আদি শব্দ ওঙ্কাৰ ধ্বনিসিদৰে পৃথিৱীৰো আদিম অধিপতি বৈৱস্বত পুত্ৰ মনুমনীষীসকলৰো...

মূল: মহাকবি কালিদাস পঢ়ক →
সংস্কৃতি আৰ্কাইভ
২৪ জানুৱাৰী, ২০২২

সফলতাৰ অৰ্থ মাত্ৰ সকলোতে জয়ী হোৱা নহয়

(এজন সাধাৰণ ব্যক্তিৰ সফলতাৰ কাহিনী)ড° পুলক সভাপণ্ডিত সুখী জীৱনৰ কাৰণে যি প্ৰয়োজন সেয়া নিতান্তই খুব সাধাৰণ; সেয়া হ’ল, এটা সুখী আৰু...

ড° পুলক সভাপণ্ডিত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ জানুৱাৰী, ২০২২

টকিঅ’ৰ আৱৰ্জনা আৰু আৱৰ্জনামুক্ত ভাৰতৰ স্বপ্ন

জ্যোতিষ্মান দাস আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা আধুনিক মানৱ সভ্যতাৰ এক প্ৰধান প্ৰত্যাহ্বান৷ কিন্তু এই প্ৰত্যাহ্বানক হেলাৰঙে অতিক্ৰম কৰি...

ড° জ্যোতিষ্মান দাস পঢ়ক →
সংস্কৃতি আৰ্কাইভ
২৪ জানুৱাৰী, ২০২২

জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)প্ৰশান্ত মিশ্ৰ(৬) আজীৱন লোক-সংস্কৃতিৰ পূজাৰীজন শশী শমাৰ্দেৱ মূলতঃ লোকজীৱনৰ পূজাৰী৷ এখন...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৪ জানুৱাৰী, ২০২২

বিনিৰ্মাণবাদ

ড° তপোধীৰ ভট্টাচাৰ্যঅসমীয়া অনুবাদ : কুমুদ ঘোষ৷৷ চাৰি ৷৷ জে. হিলিছ মিলেৰ, পল দা মেন, জিওফ্ৰে হাৰ্টমেন আৰু হেৰল্ড ব্লুম : মূলতঃ এই...

ড° তপোধীৰ ভট্টাচাৰ্য পঢ়ক →
উপন্যাস আৰ্কাইভ
১৮ জানুৱাৰী, ২০২২

বচা বকুল

ৰমানন্দন বৰাসাত ন-খোৱা বছা গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল’ব পৰাটো অলপ ডাঙৰ কথা নহয়৷ বাত-বৃষ্টি...

ৰমানন্দন বৰা পঢ়ক →
গল্প আৰ্কাইভ
১৮ জানুৱাৰী, ২০২২

অসমীয়া কল্পবিজ্ঞান সাহিত্যলৈ শান্তনু তামূলীৰ অৱদান আৰু বিশেষ চাৰিটা কল্পবিজ্ঞান গল্পৰ পৰ্যালোচনা

আকাশ দীপ্ত ঠাকুৰ ‘কল্পবিজ্ঞান গল্প’ৰ নিৰ্দিষ্ট সংজ্ঞা কি হ’ব পাৰে– এই সম্পৰ্কে বিশ্বসাহিত্যৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে সময়ে সময়ে...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৮ জানুৱাৰী, ২০২২

কল্পবিজ্ঞান সাহিত্যৰ সোণালী যুগ

(১৯৩০-১৯৫০ চনলৈ কল্পবিজ্ঞান সাহিত্যৰ চমু অৱলোকন) মানস প্ৰতিম দত্ত কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত লেখক, পাঠক সকলৰ বাবে সদা পৰিচি�...

মানস প্ৰতিম দত্ত পঢ়ক →
গল্প আৰ্কাইভ
১৬ জানুৱাৰী, ২০২২

টক্-শ্ব’

ভাস্কৰ ভূঞাআবেলি চ্ছেনেলৰ সংখ্যা টিপিলোঁ৷ ৯৪৫২৷ ক্ষন্তেক পাছতে ‘বেহৰবাৰী আউটপোষ্ট’ আৰম্ভ হ’ব৷ ছিৰিয়েলখনে ইতিমধ্যেই ৰাইজৰ বুকুত সাঁচ...

ভাস্কৰ ভূঞা পঢ়ক →
গল্প আৰ্কাইভ
১৬ জানুৱাৰী, ২০২২

নৱ আলোকৰ উন্মেষ

অজিত ছিংনাৰ কথাৰ গুৰুত্ব বুজি সোনকালে আলোচনা এটা কৰিবৰ বাবে ছাৰকুৰুৱে ছাৰ্থে, মনছিং আৰু ছাৰবুৰাক নিজৰ পথাৰৰ কাষতে থকা কঁঠালজোপাৰ গুৰি�...

অজিত ছিংনাৰ পঢ়ক →
গল্প আৰ্কাইভ
১৫ জানুৱাৰী, ২০২২

মৰীচিকা

ভাস্কৰ জ্যোতি বৰুৱা পাত্ৰটোৰ তলিত জুইৰ শিখা কমাই ৰখা হৈছে। ভিতৰৰ পানীখিনিত উপঙি থকা সেউজীয়া ভেকুলীটোৰ দৈহিক ভাষাই কয়— অনাগত বিপদ...

ভাস্কৰজ্যোতি বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
১৫ জানুৱাৰী, ২০২২

এখন চুক্তিপত্ৰ আৰু দুটা হস্তাক্ষৰ

পৰিস্মিতা বৰদলৈকলচীয়া বৰণ লোৱা পানীখিনিৰ সৈতে তাইৰ চুলিৰ কজলা বৰণ মিলি এক অনন্য ৰঙৰ উৎপত্তি হৈছে৷ তাইৰ দুচকুত প্ৰতিবিম্বিত হৈছে নীলা...

পৰিস্মিতা বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ
১৫ জানুৱাৰী, ২০২২

দা ডিজাইনাৰ বেবী

মিনাৰা হুছেইনঅত্যাধুনিক পৰীক্ষাগাৰত সকলো ব্যস্ত। চি চি আৰ ফাইভ CC নামৰ জিনটোৰ ওপৰত শেষ পৰ্যায়ৰ পৰীক্ষা চলাই থকা হৈছে। এইচ্ছ আই ভি...

মিনাৰা হুছেইন পঢ়ক →
শিশুজগত আৰ্কাইভ
১৫ জানুৱাৰী, ২০২২

মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন

(যোৱা বছৰত এগৰাকী অসমীয়া যুৱতীয়ে মহাকাশ সম্পৰ্কীয় গৱেষণাত লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা বা...

সাক্ষাৎ গ্ৰহণ:গীতুমণি তালুকদাৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ জানুৱাৰী, ২০২২

অন্যযুগ সমগ্ৰ

অন্যযুগ, ২০২২ অন্যযুগ, জানুৱাৰি, ২০২২ অন্যযুগ, ফেব্ৰুৱাৰি, ২০২২ অন্যযুগ, মাৰ্চি, ২০২২ অন্যযুগ, এপ্ৰিল, ২০২২ অন্যযুগ, মে‍', ২০২২...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
উপন্যাস আৰ্কাইভ
১ জানুৱাৰী, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পাছৰ পৰা)(উনৈশ)ভীষণ কষ্টকৰ পাহাৰীয়া বাট ৷ ডয়-কাও-ৰং দু পৰ্বত পাৰ হৈ ছ্যু-কা-ফাই দেখিলে এখন নদী পশ্চিম...

ড° চন্দ্ৰধৰ চমুৱা পঢ়ক →
কবিতা আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২১

নৱবৰ্ষৰ শুভেচ্ছা

পংকজ গোবিন্দ মেধি নৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছাক’ত থাকে নৱবৰ্ষৰ শুভেচ্ছাকেনেকৈ জনায় নৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষ মানে...

পংকজ গোবিন্দ মেধি পঢ়ক →