কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ এটা মেটাফৰিক কবিতা শিখা গোস্বামী মহন্ত“O My Love’s Like A Red, Red Rose”Robert Burnsকবিতা এটা লিখিবলৈ নিৰাই লওঁচক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতালভেঁকুৰি... শিখা গোস্বামী মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ ভ্ৰম অৰ্চনা ঠাকুৰীয়ানিজক নিচুকাবলৈও এক বিশেষ ৰাগৰ প্ৰয়োজনমই এখন অখ্যাত গাঁৱৰ পৰা আহিছিলোঁয’ত নদীখনে সুঁতি সলাই হ’লেও বৈ আছেযিদৰে আন্ধাৰক... অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ লিখিম অনিন্দিতা কলিতাকাহিনীবোৰপখিলাউৰি আহিদুচকুতে বহি লয়মূৰটো ঘূৰালেই এটি গল্পএখনি উপন্যাসলিখিমপৰোঁ বুলিয়েইআহি পৰা পখিলাৰলাহী... অনিন্দিতা কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ শিল্পকলা শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁ আলোকচিত্ৰশিল্পী শ্ৰী প্ৰণীৱ দাসৰ কেইখনমান আলোকচিত্ৰ :গাঁৱলীয়া জীৱনৰ এক ৰূপকথা... প্ৰণীৱ দাস পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ অকণিয়ে অঁকা ছবি ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমীৰ কে.জি.-ৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি... সৌজন্য কাশ্যপ বৰদলৈ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ জে’মছ জয়চ্ আৰু তেওঁৰ ‘য়ুলিছিছ’ (১৯২২) ড° চুলতান আলী আহমেদইংৰাজী সাহিত্যৰ বুৰঞ্জীত ১৯২২ চনটো এটা গুৰুত্বপূৰ্ণ জলচ্ছেদ (Watershed) হিচাপে পৰিগণিত হৈছে৷ এইটো বছৰতে তিনিখন... ড° চুলতান আলী আহমেদ পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ বিনিৰ্মাণবাদ ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষড° তপোধীৰ ভট্টাচাৰ্য(সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷... মূল:ড° তপোধীৰ ভট্টাচাৰ্য পঢ়ক →
গল্প আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন (সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)প্ৰশান্ত মিশ্ৰ(৪) ধৰ্ম সম্বন্ধে ধাৰণা:ধৰ্ম সন্দৰ্ভত অ’ত ত’ত বিক্ষিপ্তভাৱে নিজস্ব অভিম�... ড° প্ৰশান্ত মিশ্ৰ পঢ়ক →
গল্প আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২১ এখন খিৰিকীৰ গল্প মূল : হাৰুকি মুৰাকামিগল্প সংকলন : The Elephant Vanishesগল্প : A Windowইংৰাজী অনুবাদ : জয় ৰুবিনঅসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ... মূল:হাৰুকি মুৰাকামি পঢ়ক →
গল্প আৰ্কাইভ ৩০ ডিচেম্বৰ, ২০২১ ন’বেল বঁটা ২০২১ ড° ৰমেশ চন্দ্ৰ গোস্বামী কোৱা নিষ্প্ৰয়োজন যে ছুইডেনৰ ৰসায়ন বিজ্ঞানী, অভিযন্তা, তথা উদ্যোগপতি আলফ্ৰেড ন’বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰ অনুসৰি... ড° ৰমেশ চন্দ্ৰ গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ৩০ ডিচেম্বৰ, ২০২১ পৰিধি ময়ূৰী কাকতি (And her only thirty-one.) I can't help it, she said, pulling a long face, It's them pills I took, to bring it off, she... ময়ূৰী কাকতি পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২১ প্ৰাচ্যৰ পোহৰত ‘দ ৱেষ্টলেণ্ড’: অনাদি অনন্তপ্ৰসাৰী ড° দীপশিখা ভাগৱতীটি. এছ. এলিয়ট "...বতাহত উথলি পৰিছে কিহৰ কোলাহল মাতৃক সন্তাপৰ অনুচ্চ ধ্বনি আচ্ছাদিত অঘৰী শোভাযাত্ৰাৰে অনন্ত সমভূমি... ড° দীপশিখা ভাগৱতী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ আধুনিকতাৰ যুগস্ৰষ্টা কবি টি এছ এলিয়ট ৰুদ্ৰ সিংহ মটকইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে দৰং মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে শ্বেক্সপীয়েৰৰ নাটক আৰু ছনেটৰ লগতে কীটছ্, শ্বেলী... ৰুদ্ৰ সিংহ মটক পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা পঙ্কজ প্ৰতিম বৰদলৈমহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ বৰভেটিক তেখেতৰ পৰৱৰ্তী সময়ত প্ৰাণোজ্জ্বল কৰি এক স্বকীয় আৰু... পঙ্কজ প্ৰতীম বৰদলৈ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ কৃষকৰ আত্মহত্যাৰ কথাৰে সঞ্জীৱ সভাপণ্ডিত ... সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ হামি গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি... গুণোজীৎ দাস পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ ভোগবাদী পৃথিৱীত খেয়ালী কবি প্ৰাঞ্জল কুমাৰ লাহনএই ভোগবাদী পৃথিৱীৰ খেয়ালী কবিৰ কি কামকবিয়ে অকল কবিতাৰে পেট পূৰাব পাৰেনেকবিয়ে কবিতাত শব্দৰ যাদুৰে বহুজনৰ মন-প্ৰাণ... প্ৰাঞ্জল কুমাৰ লাহন পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ টুনী চৰাই অ’ টুনী চৰাই ধ্ৰুৱজ্যোতি দাসটুনীঅ’ টুনী চৰাই,তোৰ ঠোঁটত কি গুটি আনিছআনিছ কি গছৰ গুটি?পানীৰ পকনীয়াইথানবান কৰিলে গেঁৰধৰা পথাৰ;নৈয়ে অনা বালিৰ তলত পো�... ধ্ৰুৱজ্যোতি দাস পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ টেমিচুৰুণী প্ৰদীপ শইকীয়াঅকহি পুৰুষেও খুলিব নোৱাৰা তলাটো খুলিলদেখাত একোৱেই নাছিলনতুন হাতুৰীয়েও নতমস্তকে স্বীকাৰ কৰিছেভাঙিব নোৱৰা তলাটো এটা অংকঘৰ... প্ৰদীপ শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২১ অধীশ্বৰ নীলোৎপল বৰুৱাঅধীশ্বৰ শব্দটো আপেক্ষিক। যদিও ই মালিকক নিৰ্দেশ কৰে, তথাপিও অধীশ্বৰ শব্দটোৰ সৈতে এটা নিৰ্দিষ্ট ভুখণ্ডৰ কথা নাহে। নাহে... নীলোৎপল বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২১ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম ড° বুলজিৎ বুঢ়াগোহাঁই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে আকৰ্ষণীয় কেৰিয়াৰ গঢ়িব পাৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২১ বুটামাতংক ঋষভ নাথবুটামেৰে মুখ জপাওঁতেমোৰ দাঁতৰ শব্দত এবাৰহেড বাইদেউৰ চক ভাগিছিলৰেলগাড়ীৰ দৰে হাঁহি ঠিক পিছে পিছেবহু পৰ হাড়ৰ চিৰি কঁপাইঘূৰি থকা... ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২১ এই চহৰ— এটি প্ৰৱণতা উদয় কুমাৰ বৰুৱাশীতৰ কুহেলিকা পাৰ হৈক্ৰমাৎ সুৰভিত হয় নষ্ট সময়মৰা শামুকৰ খোলাত মাৰ যায়অপ্ৰাপ্তিৰ দীঘল হুমুনীয়াহআৰু মই স্বপ্নমাতাল হৈ খোজ... উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২১ প্ৰাচেত (প্ৰচেতসো অহম্ -উত্তৰকাণ্ড-৯৬/১৯)গায়ত্ৰী দেৱী বৰঠাকুৰশতিকাৰো বহু শতিকাৰে পৰাকবি এজনঅভিমানত আছেভিতৰ -ভিতৰিপ্ৰচণ্ড ধুমুহাৰৰু... গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →