গল্প আৰ্কাইভ ২৪ নৱেম্বৰ, ২০২১ জোতা নীলোৎপল বৰুৱা বেদ বৰাই বুটজোতা ল’লে। শ্বপিং মলটোৰ আটাইতকৈ দামী শ্ব’ ৰুমটোৰ পৰা তেওঁ জোতাযোৰ কিনিলে। প্ৰান্তীয় প্ৰদেশত হোৱা ধাৰাসাৰ... নীলোৎপল বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৪ নৱেম্বৰ, ২০২১ দুটা কবিতা বিশাল অনুৰাগশীততুমি এৰাসুঁতি এটা হ'লে মই কহুঁৱা হৈ কুৱঁলীত বুৰ যাওঁআৰু ৰ'দলৈ বাট চাওঁ বালিৰ ধোঁৱাত পানী-ধোঁৱা হৈ ভ্ৰমিবলৈ মইতো নহ'লো... বিশাল অনুৰাগ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ নৱেম্বৰ, ২০২১ ভালে আছোঁ h1.post-title{text-align:left; padding-left:10px;} ইলামণি শইকীয়া কেনে আছা বুলি সুধিলেই সকলো 'ভালে আছোঁ’ বুলি কোৱাটো এটা নিয়মএকো ভালে... ইলামণি শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৪ নৱেম্বৰ, ২০২১ ঘাম h1.post-title{text-align:left; padding-left:10px;} গজেন মিলিজোনে সদায় গা ধোৱেবেলিৰ কুহুমীয়া নৈতজোনৰ ঘাম সৰে ৰাতিনিতৌ নিশা ঘাম�... গজেন মিলি পঢ়ক →
গল্প আৰ্কাইভ ২৪ নৱেম্বৰ, ২০২১ দৃষ্টিভঙ্গীয়ে সফলতাক কেনেকৈ প্ৰভাৱিত কৰে? ড° পুলক সভাপণ্ডিত শৰীৰৰ যিটো অংগই মানুহক আন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে সেইটো হ’ল মানুহৰ মস্তিষ্ক৷ মানৱ... ড° পুলক সভাপণ্ডিত পঢ়ক →
গল্প আৰ্কাইভ ২৩ নৱেম্বৰ, ২০২১ একলা আকাশ ৰঞ্জু শৰ্মা সোঁৱৰণ... টুলুঙা নাও কিছুমানৰ দৰে মেঘৰ চপৰাৰে ভৰি থকা এখন পানীৰঙী আকাশ, সেই আকাশৰ চন্দ্ৰাতপে ঢাকি ৰখা এখন পাহাৰ। ওখ! খু–উ-... ৰঞ্জু শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৩ নৱেম্বৰ, ২০২১ বচা বকুল ৰমানন্দন বৰাপাঁচ ট্ৰেক্টৰ এখন খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল বলধে এঘণ্টাত যি কাম কৰিব... ৰমানন্দন বৰা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২২ নৱেম্বৰ, ২০২১ উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ নেতৃত্ব ল’ব পাৰিবনে? ড° সুস্মিতা প্ৰিয়দৰ্শিনী যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষমতাক লৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাসকল বিশেষভাৱে সচেতন... ড° সুস্মিতা প্ৰিয়দৰ্শিনী পঢ়ক →
গল্প আৰ্কাইভ ১৯ নৱেম্বৰ, ২০২১ চক্ৰ যশোৱন্ত নিপুণ (১) মানুহ দুঘৰৰ কাজিয়া লাগে মাহেকে-পষেকে৷ কিন্তু কাজিয়া কৰাৰো কিছুমান বিশেষ সময় আছে৷ আবেলি আৰু শনি বা ৰবিবাৰেহে সাধাৰণতে... যশোৱন্ত নিপুণ পঢ়ক →
শিশুজগত আৰ্কাইভ ১৮ নৱেম্বৰ, ২০২১ বুদ্ধিৰ সাগৰ বীৰবল ৰচনা পাঠক পুৰণি ভাৰতৰ সংস্কৃত ভাষাত লিখা নাটকবোৰত এটা বিশেষ চৰিত্ৰ দেখা যায়৷ বিদূষক বুলি খ্যাত এই চৰিত্ৰটোৰ আন কোনো নাম নাই৷ চৰিত্ৰটোৰ... ৰচনা পাঠক পঢ়ক →
গল্প আৰ্কাইভ ১৭ নৱেম্বৰ, ২০২১ এজাক উলংগ মানুহ কাব্যশ্ৰী মহন্ত এজাক মানুহ হাবিখনৰ ফালে আহি আছে৷ মানুহৰ জুমটোৰ একেবাৰে আগত চাৰিটামান মানুহে কিবা এটা বোজাই কৰি কঢ়িয়াই আনিছে। পিছে... কাব্যশ্ৰী মহন্ত পঢ়ক →
গল্প আৰ্কাইভ ১৭ নৱেম্বৰ, ২০২১ সামাজিক ডাৰউইনবাদ : বৈজ্ঞানিক মতবাদৰ অপপ্ৰয়োগ ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ বিজ্ঞানৰ ক্ষেত্ৰখনত কোনো এটা সূত্ৰ বা মতবাদ প্ৰতিস্থিত হোৱাৰ পূৰ্বে তাৰ বিষয়ে আলোচনা, পৰ্যালোচনা আদি হয়... ড° লক্ষ্যজ্যোতি বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ১০ নৱেম্বৰ, ২০২১ অনুবাদ কবিতা কোৱাঁচোন, গোলাপ বাৰু নগ্ননে কবি : পাবলো নেৰুদা অনুবাদ : ড° দীপমণি দাস( চিলিৰ জাতীয় কবিৰূপে বিবেচিত পাবলো নেৰুডাৰ আচল নাম নেফটালি... মূল : পাবলো নেৰুদা পঢ়ক →
গল্প আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ প্ৰেম-অপ্ৰেমৰ মাজেদি লোপামুদ্ৰা ভট্টাচাৰ্য সহজ কথাবোৰ যিমান সহজ বুলি ভবা হয় প্ৰকৃততে সিমান সহজ নহয়৷ আনহাতে বক্ৰৰেখাৰে অঁকা জটিল নক্সা একোটাৰ মাজতো কিছুমান... লোপামুদ্ৰা ভট্টাচাৰ্য পঢ়ক →
গল্প আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ ছীলকুঁৱৰী (স্কটলেণ্ডৰ সাধু) পূৰৱী তালুকদাৰবহুদিনৰ আগৰ কথা৷এদিনাখন জোনাক নিশা এজন মাছমৰীয়াই তেওঁৰ নাওখন লৈ অকলশৰে সাগৰলৈ মাছ ধৰিবলৈ গৈছিল। তেওঁ নাৱেৰে এটা সৰু... পূৰৱী তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ ম'বাইল মেনিয়া গাৰ্গী ভূঞাকিয়নো সাউতকে উঠি দাঁত জিভা নামাজি ম'বাইলছটি মেলিলিবাহিৰলৈ আহ, গছ-বন চাচাচোন শিলিখাজোপাৰ ডালত সৌৱা চৰাইৰ ধেমালিসেইছটি যেতিয়া... গাৰ্গী ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ শিলৰ কথাৰে পৰাগজ্যোতি মহন্তআসৈ দিলে শিলৰোনাথাকে অৱকাশ সলাবৰ উশাহকথাচহকী শিলবুৰঞ্জীয়েও ঢুকি নোপোৱা অনেক কথাকথাবোৰ শিলৰশিলৰ কথাৰ আঁৰ-বেৰ নোহোৱা। বৰ... পৰাগজ্যোতি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ মন’ড্ৰামাৰ অন্তিম ছিকুৱেঞ্চ প্ৰাঞ্জল জ্যোতি দত্ত লেমটো এহাতে লৈ ওলাই আহিছোঁবাহিৰৰ ঘিটমিট আন্ধাৰত তিতিসি তেতিয়াও থিয় দি আছিল একে ঠাইতেচাৱনিত তাৰ এজোপা উদং গছৰ... ডা° প্ৰাঞ্জল জ্যোতি দত্ত পঢ়ক →
গল্প আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ অসমীয়া ই-আলোচনী : এক চমু অৱলোকন নিৱেদিতা ভূঞা ৰাজকুমাৰীসাহিত্য হৈছে মানৱীয় চিন্তা-চেতনাৰ ভাষিক প্ৰকাশৰ এক নিৰবধি প্ৰৱাহ৷ এই প্ৰৱাহে বহু সময়ত ভৌগোলিক পৰিসীমা অতিক্ৰম... নিবেদিতা ভূঞা ৰাজকুমাৰী পঢ়ক →
গল্প আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ মধ্য প্ৰাচ্যৰ বিপ্লৱী কবি এড'নিছ আৰু তেওঁৰ কাব্যকৃতি (বিশ্ব-সাহিত্য)ৰুদ্ৰ সিংহ মটক১৯৩০ চনত এড’নিছৰ জন্ম মধ্য প্ৰাচ্যৰ ছিৰিয়াত। কবি, সমালোচক, অনুবাদক, সম্পাদক এড'নিছৰ আচল নাম আছিল আলি... ৰুদ্ৰ সিংহ মটক পঢ়ক →
গল্প আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ সৌৰভ কুমাৰ চলিহাৰ গল্প— এটি অৱলোকন ৰত্না ভৰালী তালুকদাৰThe choice to read is always with the reader. If you do not like a book, throw it away. There is no compulsion to... ৰত্না ভৰালী তালুকদাৰ পঢ়ক →
সংস্কৃতি আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চৰ্চা নীৰাজনা মহন্ত বেজবৰা এই লেখাৰ যোগেদি অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ বিষয়ে সম্পাদিত হোৱা চিন্তা-চৰ্চাৰ এক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰা... ড° নীৰাজনা মহন্ত বেজবৰা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞান ড° প্ৰিয়দেৱ গোস্বামী মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে... ড° প্ৰিয়দেৱ গোস্বামী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ১ নৱেম্বৰ, ২০২১ পৰ্যটন আৰু অসমৰ অৰ্থনীতি ড° শশীকান্ত শইকীয়া সাম্প্ৰতিক বিশ্বত পৰ্যটনৰ যোগেদি পৃথিৱীৰ প্ৰায় সকলো দেশে নিজৰ অৰ্থনৈতিক শক্তি টনকিয়াল কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে৷... ড° শশীকান্ত শইকীয়া পঢ়ক →