৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৯৯ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

এ'পিটাফ

ৰচনা পাঠককাহানিও কাকো তই তেহেলে যা নোবোলাবৰনৈৰ বুকুত হঠাতে কাৰ কাৰ মাতপানীয়ে গিলিলেকেইজনী নিমাতী মাকৰ চকুপানী নেদেখিলে কোনেওকাৰ কাৰ...

ৰচনা পাঠক পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

ড্ৰেছিং টেবুল

প্ৰাঞ্জল হাজৰিকা এলাগী হোৱা টেবুলখনত আজিকালি জেঠি বগায়, মকৰাই ঘৰ সাজে । কাঠেৰে সজোৱা দুটা দ্ৰয়াৰ আৰু মুখবোৰ দেখাপোৱাকৈ আইনা এখনৰ সৈতে...

প্ৰাঞ্জল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

জন অৰণ্য

ৰুদ্ৰ সিংহ মটকজন অৰণ্য জন অৰণ্যউশাহ লোৱা টান উশাহ সলোৱাও টানভয়-অবিশ্বাস-ধৰ্ষণ, ক'লা দিন ক'লা ৰাতিপ্ৰায়ে ফাদিল নোহোৱাকৈয়ে থাকি যায়...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

কথা

আবেদুৰ ৰহমান কথা কৈ থকাটোৱেই জীৱন! যদিওবা নক’বলগীয়া কথা কৈয়েকালাতিপাত কৰোঁক’বগীয়াবোৰহে ক’ব নোৱাৰোঁভয়, জানোচা জীৱনেই হেৰায় ক’বলগীয়া...

আবেদুৰ ৰহমান পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

শান্তিস্বৰূপ ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া (অভিনন্দন)

দিগন্ত ওজা অসমৰ বিজ্ঞানক্ষেত্ৰলৈ যোৱা দেওবাৰে (২৬ ছেপ্টেম্বৰ, ২০২১) দুপৰীয়া আহিল এটা অতি ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰত ওপজা আৰু...

দিগন্ত ওজা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

চপাই আন মানুহৰ মাত

কুঁকি কল্পিতা বৰা মানুহৰ কাষে পাৰে মানুহ নেদেখাৰ পৰা অতবোৰ মুখ কেনি ওলায়,ইমান মানুহ নিজৰ পৰা কোন বেলাত কেনি পলায় !মুখবোৰ কেনিবা হেৰাই...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

বাঘৰাণী খইৰী

প্ৰায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহু-উহু’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

অৰূপ কুমাৰ নাথৰ গল্প- ধানমালিতা বনমালিতাৰ আলোচনা

ড০ দীপমণি দাস মাটিৰ গোন্ধ থকা আৰু সামাজিক বাৰ্তা থকা সাহিত্যৰ প্ৰতি পাঠকৰ অনুৰাগ স্থায়ী হয়। ছেপ্টেম্বৰ মাহৰ ‘সাতসৰী’ত প্ৰকাশি�...

ড° দীপমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

ভোলা আৰু পূজা

স্বপ্নালী কলিতা ভোলাই কিনিলে নতুন চোলাটো ৰংটো হেনো ৰঙা , ভায়েকে বোলে, পেণ্ট এটা নল’লি হৈয়ে আছ তই বেঙা! পূজা বুলি আমি যোৱা দুবছৰে একোকে...

স্বপ্নালী কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

ভৱিষ্যতৰ চিন্তা : ক'ত থৈ যাম...

পম্পি বৰা বৈশ্য “আঘোণৰ পথাৰৰ গোন্ধ, কেনেবাকৈ নাকত আহি লাগিলেই, মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ...

পম্পি বৰা বৈশ্য পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

গান্ধীজীৰ সৰ্বোদয়ৰ ধাৰণা আৰু বৰ্তমান সময়ত এই ধাৰণাৰ প্ৰাসংগিকতা

কৰৱী বৰ্মন কলিতা স্বাধীন ভাৰতৰ সকলো জনসাধাৰণৰ সৰ্বাংগীন উন্নতিৰ বাবে গঢ়ি তোলা পৰিকল্পিত সমাজ ব্যৱস্থাটোকেই ‘সৰ্বোদয়’ বোলা হৈছিল...

কৰৱী বৰ্মন কলিত পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

মেকবেথ

শিৱানন্দ কাকতি একেবোৰ কথাকে সকলো দিশৰ পৰা বাৰে বাৰে শুনি শুনি দেখি দেখি সকলোৰে লগতে কথাবোৰো ভৱেনৰ প্ৰায়ে মুখস্থ হৈ গৈছে৷ কোনটো শাৰীৰ...

শিৱানন্দ কাকতি‍ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২১

পূজা-পাৰ্ৱণ আৰু সাজ-পোছাক ইত্যাদি

ড০ মৰমী বৰঠাকুৰ তালুকদাৰ পূজা-পাৰ্ৱণ আমাৰ সমাজৰ এক এৰাব নোৱৰা বিষয়৷ সকলো ধৰ্মৰ মানুহৰ মাজত নিজা নিজা বৈশিষ্ট্যৰে স্বকীয় পূজা বিধি...

ড° মৰমী বৰঠাকুৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২১

গছ

গীতুমণি তালুকদাৰ মই প্ৰাতঃকালতে দেখিছিলোঁ বতাহৰ ডাল আৰু পোহৰৰ ফুলেৰে ভৰুণ এজোপা গছ; য’ত প্ৰতিপাহ ফুলেই আপোনপেটীয়া আৰু চকুচৰহাৰ মনৰ পৰা...

গীতুমণি তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২১

কল্প-কথা

ৰশ্মিৰীয়া গগৈ যোৱা এসপ্তাহে আমি ইয়াতেই বহি আছোঁ য’ত সমানে ছাঁ আৰু পোহৰ সমান ভূত আৰু ভৱিষ্যতৰ ওজন তুমি কৈছা - নক্ষত্ৰ মৰিলে আকৌ ওপজে...

ৰশ্মিৰীয়া গগৈ‍ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২১

জী আছোঁ

অনুৰাগ শইকীয়া শান্তিৰ ভাও দি দি জী আছোঁ ভাষণেৰে শান্তি ছটিওৱা যুদ্ধবাজ মানুহৰ আঙুলিত নাচি আছোঁ লাওখোলাবোৰত বিষাক্ত সাপ খোঁটবোৰৰ পৰা...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২১

শ্বেৰণী : মানুহ বনাম বন্যজন্তু, অৰণ্যৰ সংঘাতৰ সফল প্ৰতিফলন

গীতিকা শইকীয়া“শ্বেৰণী” চিনেমাখনৰ আৰম্ভণি এখন বনাঞ্চলৰ দৃশ্যৰে হয় য’ত প্ৰকৃতিৰ চিৰসেউজীয়াৰ নয়নাভিৰাম সৌন্দৰ্যই দৰ্শকক মুগ্ধ কৰে। ৱাইড...

গীতিকা শইকীয়া পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২১

ভাৰতৰ বিশ্বগুৰু হোৱাৰ সপোন : বাস্তৱ আৰু ভৱিষ্যত!

পঙ্কজ প্ৰতিম বৰদলৈ যোৱা প্ৰায় এক দশকৰো অধিক সময় ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দেশ ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ...

পঙ্কজ প্ৰতীম বৰদলৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২১

পূজাৰ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰশ মানে শৰতশ মানে শৰালিশুকুলা আকাশত উৰে জাক পাতি শ মানে শুক্লপক্ষশ মানে শতৰূপা আহিন মাহত দুৰ্গা দেৱীৰ কৰোঁ আৰাধনা প...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২১

অৰণ্যত দুৰ্গাপূজা

সংকল্পজিৎ শইকীয়া .pod{ width:100%; max-width:300px; margin-left: auto; margin-right: auto; } .td-left{ text-align:left } .td-right{...

সংকল্পজিৎ শইকীয়া পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২১

অসমীয়া মেধা— অপসৃয়মান নে অস্তিত্বহীন?

সঞ্জীৱ সভাপণ্ডিত নিমাতী ঘাটত দুখন ফেৰীৰ মাজত খুন্দা লাগিল৷ এখন কাতি হৈ পানীত সোমাই গ’ল৷ প্ৰথমতে বহুত মানুহৰ মৃত্যু হৈছে বুলি আশংকা কৰা...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
গল্প আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২১

খোজবোৰ

অব্যক্ত নিৰ্বাণ ৰাজখোৱা এয়া কি! লাহে লাহে মোৰ এনে ভাব হৈছে যেন মই মৃতপ্ৰায় হৈ পৰিছোঁ৷ কিন্তু মোৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া...

অব্যক্ত নিৰ্বাণ ৰাজখোৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২১

দ্বিতীয় আগমন

অনুবাদ কবিতা : The Second Coming – W.B. Yeats অনুবাদ: ড০ পোনা মহন্ত (প্ৰখ্যাত আইৰিশ্ব্‌ কবি ৱিলিয়াম বাট্‌লাৰ য়েট্‌ছৰ (William Butler...

মূল(ইংৰাজী): ৱিলিয়াম বাট্‌লাৰ য়েট্‌ছ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২১

কফিন

মূল : ৱি‍লিয়াম ষ্টেনলি ব্ৰেথৱেটঅনুবাদ : মৌচুম বৰুৱা পৃথিৱীৰ বুকু সাবটিশুই আছোঁ—কবৰৰ অন্ধকাৰত৷য’ত ঘৃণা নাই, চতুৰতা নাই, জ্ঞান নাইআৰু...

অনুবাদ:মৌচুম বৰুৱা পঢ়ক →