কবিতা আৰ্কাইভ ২৯ এপ্ৰিল, ২০২২ কবি-তোটয় সৌমিত্ৰ যোগী আমাৰ যৌৱনৰ আৰম্ভণিতে, লেখা-মেলা কৰিবলৈ আৰম্ভ কৰাৰ সময়ত গুৱাহাটীত এদল তৰুণ প্ৰায়ে লগ লাগিছিলোঁ আৰু ক’ৰবাত লগ হৈ আড্ডা... সৌমিত্ৰ যোগী পঢ়ক →
কবিতা আৰ্কাইভ ২৮ এপ্ৰিল, ২০২২ কবিতা এপাহ সোণ-হালধীয়া ফুল- নীলমণি ফুকনৰ “সম্পূৰ্ণ কবিতা” পৰী হিলৈদাৰী নীলমণি ফুকনৰ “বুৰঞ্জী” নামৰ বিখ্যাত কবিতাটোৰ এটা বিশেষ ব্যাখ্যাত সমালোচক ড০ হীৰেন গোহাঁয়ে মন্তব্য কৰিছে যে ইতিহাসৰ... ড° পৰী হিলৈদাৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২২ নীলমণি ফুকনৰ সিখন হাত... ধ্ৰুৱজ্যোতি দাস কবিতা - কবিতা পঢ়ি ভাল লগা, কবিতাই আক্কাদিত কৰা আৰু কবিতাৰ প্ৰাণৱন্ত ৰূপে হৃদয় চুই যোৱা... এই কথাৰ লগত কবিতাৰ অপাৰ... ধ্ৰুৱজ্যোতি দাস পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২২ নীলমণি ফুকন আৰু তাৰক চন্দ্ৰ গোস্বামী : এটি সোঁৱৰণ জয়ন্ত দেৱ শৰ্মা “এটা এটা মাত্ৰ শব্দ সেউজীয়া বিষ্ণুৰ নাভিকমলত জন্ম হৈছিল শব্দটো” কবি নীলমণি ফুকনে লিখা সেই সেউজীয়া শব্দমালাৰ মাজত আছে... জয়ন্ত দেৱ শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২২ চেঁচা জামুকীৰ জুই প্ৰদীপ শইকীয়া যোৱা চাৰিটা দশকজুৰি যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই ৰাখিছে সেইগৰাকী... প্ৰদীপ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২২ নীলমণি ফুকনৰ ‘এজন নিঃসংগ মানুহ’ লুইত কিৰণ দাস কবি নীলমণি ফুকন বুলি ক’লেও আমাৰ মনলৈ ভাঁহি আহে নিঃসংগ অস্তিত্ববোধক আংগিকৰ জৰিয়তে সফলভাৱে প্ৰতিফলন ঘটোৱা এজন আধুনিক কবি৷... লুইত কিৰণ দাস পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২২ শিল্পকলা কবিৰত্ন নীলমণি ফুকনক অনুপ্ৰাণিত কৰা কিছুসংখ্যক শিল্পকৰ্মৰ আলোকচিত্ৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT... অন্যযুগ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ এপ্ৰিল, ২০২২ নীলমণি ফুকন : অন্তহীন ব্যাপ্তিৰ কবি অৰিন্দম বৰকটকী জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ... অৰিন্দম বৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ ২৬ এপ্ৰিল, ২০২২ নীলমণি ফুকনৰ কবিতাত সমাজ বাস্তৱতা আৰু নিম্নবৰ্গীয় মানুহৰ চিত্ৰণ ড০ দীপমণি দাস কবিৰত্ন নীলমণি ফুকন কবিতাৰ এজন আজীৱন সাধক যিজনক অসমীয়া কবিতাৰ জগতলৈ আগবঢ়োৱা অনুপম বৰঙণিৰ বাবে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ... ড° দীপমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ ২৬ এপ্ৰিল, ২০২২ ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি জ্যোতি খাটনিয়াৰ নীলমণি ফুকনৰ কবিতাত মহাজীৱনৰ খবৰ আছে৷ এই জীৱন নিৰ্জনতাত বুৰ যোৱা জীৱন নহয়; তাত মানুহৰ সুখ-দুখৰ বতৰা গভীৰভাৱে ৰৈছে৷... জ্যোতি খাটনিয়াৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ এপ্ৰিল, ২০২২ নীলমণি ফুকন : চিৰন্তন মানুহৰ কণ্ঠ দেৱপ্ৰতীম হাজৰিকাযোৱা শতিকাৰ পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰি ষাঠিৰ দশকত নিজৰ প্ৰতিভাৰে আধুনিকতাবাদী অসমীয়া কবিতাৰ এক উদিত সূৰ্য বুলি... দেৱপ্ৰতিম হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ ২৫ এপ্ৰিল, ২০২২ ৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম ১১ এপ্ৰিল ২০২২ হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ এপ্ৰিল, ২০২২ নীলমণি ফুকন : বৈভৱ-মৃত্যুঞ্জয়ী অকথন : নীল ধুতুৰা ড০ দীপশিখা ভাগৱতী ”অপাব় স্তব্ধতা দাও, নিশ্চিহ্ন কব়ো, আব় স্তব্ধতা দাও, ... ঋতু বিতানে থেমে যাক ... ড° দীপশিখা ভাগৱতী পঢ়ক →
কবিতা আৰ্কাইভ ২৪ এপ্ৰিল, ২০২২ হৃদয়ৰ উত্তাপ আৰু সঞ্চৰণ-ৰীতি (নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত)এম. কামালুদ্দিন আহমেদনীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক... এম কামালুদ্দিন আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ এপ্ৰিল, ২০২২ অংকুৰণতেই পূৰ্ণ সম্ভাৱনাৰ ইংগিত –‘ৰূপৰে টোলোঠা সোণৰ দোৰেপতি’ (তাঁত-ছালিখনিত এভুমুকি) ড০ অজিত ভৰালী অসমীয়া গদ্যৰ সুদীৰ্ঘ পৰিক্ৰমাত যিকেইজন গদ্যকাৰে আমাৰ মন-মগজুত অলোড়ন সৃষ্টি কৰিছিল, সেই কেইজনৰ মনলৈ অহা নামকেইটি হ’ল –... ড° অজিৎ ভৰালী পঢ়ক →
কবিতা আৰ্কাইভ ২৩ এপ্ৰিল, ২০২২ নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে যৎকিঞ্চিত দেৱকৃষ্ণ বৰুৱা“Painting is a form of poetry made to be seen.” কবি নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে লিখিবলৈ লৈ বাৰে বাৰে লিঅ’... দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২১ এপ্ৰিল, ২০২২ জ্ঞান আৰু প্ৰজ্ঞাৰ কবি নীলমণি ফুকন কল্যাণী চক্ৰবৰ্ত্তী গগৈ জ্ঞান আৰু প্ৰজ্ঞাৰ মেটমৰা ভঁৰালৰ অধিকাৰী কবি নীলমণি ফুকনৰ কবিতাত প্ৰতীkবাদ আৰু চিত্ৰকল্পবদৰ সুদূৰ প্ৰসাৰী... কল্যাণী চক্ৰৱৰ্ত্তী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ২১ এপ্ৰিল, ২০২২ জ্ঞানপীঠ পুৰস্কাৰৰ সেন্দূৰীয়া আলিয়েদি অসমীয়া কবিতা ৰাজীৱ বৰা শিৰোনামটো দেখি ভাব হ’ব পাৰে একোজন সাহিত্যিকৰ বাবে জ্ঞানপীঠৰ দৰে পুৰষ্কাৰ লাভ কৰাৰ বাটটো চাগৈ মসৃণ, আয়াসসাধ্য আৰু সেন্দূৰীয়া... ৰাজীৱ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২১ এপ্ৰিল, ২০২২ আধুনিক অসমীয়া কবিতা আৰু নীলমণি ফুকন (অসমৰ জাতীয় কবিৰূপে সন্মানিত, দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠেৰে সন্মানিত, কবিৰত্ন, কবিসূৰ্য, কবি শিৰোমণি, কাব্যভীষ্ম... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২১ এপ্ৰিল, ২০২২ কবিতাৰ আঁৰৰ কাহিনী : ‘আহক ওলাই যাওঁঁ’ চাবিনা বেগম অসমীয়া কবিতাৰ পাঠকক নীলমণি ফুকননো কোন সেই কথা পুনৰাই নক’লেও হ’ব৷ ২০২১ চনৰ সাহিত্যৰ ওখ খাপৰ স্বীকৃতি জ্ঞানপীঠ বঁটা লাভ কৰা... চাবিনা বেগম পঢ়ক →
কবিতা আৰ্কাইভ ২১ এপ্ৰিল, ২০২২ নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ কথাৰে এখন অন্য ধৰণৰ কিতাপ ড০ ৰত্নোত্তমা দাস বিক্ৰম সেয়া বোধকৰোঁ ষাঠি চনৰ কোনোবা এটা গ্ৰীষ্মৰ দুপৰীয়াৰ কথাই হ’ব। গুৱাহাটি বিশ্ববিদ্যালয়ৰ কলা ভৱনত নাতকোত্তৰ... ড° ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ ২১ এপ্ৰিল, ২০২২ নীলমণি ফুকনৰ অনূদিত জাপানী কবিতা : অসমীয়া কাব্য সাহিত্যলৈ বিশ্ব সাহিত্যৰ এক অনবদ্য অৱদান গীতিকা শইকীয়া কাব্য সংকলন : জাপানী কবিতা নীলমণি ফুকন প্ৰথম প্ৰকাশ : ১৯৭১ চন, দ্বিতীয় প্ৰকাশ : ১৯৯৩, তৃতীয় সংস্কৰণ : ২০০৫ এটা ভাষা কেৱল... গীতিকা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২০ এপ্ৰিল, ২০২২ কবিৰ দৃষ্টিত কবিৰত্ন নীলমণি (১) কবিতাক কল্পতৰু কৰা তাপসজনকবি নীলমণি ফুকন ছাৰক লগ পোৱাৰ পাছত কবিতাৰ প্ৰতি মোৰ ধাৰণা সলনি হৈছিল। ছাৰে এটা ৰাস্তা দেখুৱাই দিছিল। সেই... জোনমণি দাস, অলকেশ কলিতা, প্ৰাঞ্জলজ্যোতি দত্ত, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২০ এপ্ৰিল, ২০২২ কাব্যভীষ্ম নীলমণি ফুকন : অসমীয়া ভাষা-জাতীয় জীৱনবোধৰ দিগন্ত চৰিত্ৰ ড° নন্দ সিং বৰকলা নান্দনিকভাৱেই সৰল, দৃষ্টিনন্দন শব্দমূল্যৰ অৰ্থঘন চৰিত্ৰৰ শব্দ-বাক্যৰ বিৰল মনাকৰ্ষক গাঁথনি, য’ত ক্ৰমশঃ ভূচিত্ৰাৱলী... ড° নন্দ সিং বৰকলা পঢ়ক →