শিশুজগত আৰ্কাইভ ৩১ মে’, ২০২২ পদ্যৰে যোগ নেওতা অনসূয়া বৰঠাকুৰ ১ + ১ = ২ (একে একে দুই) আপডাল কৰিছানে গছপুলি ৰুই? ১ + ২ = ৩ (একে দুয়ে তিনি) ৰামানুজনকনো কোনে নাপায় চিনি! ১ + ৩ = ৪ (একে... অনসূয়া বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২২ নীলমণি ফুকন শোৱা নাই নীলিম কুমাৰ নীলমণি ফুকন শোৱা নাই নীলমণি ফুকন শুব নোৱাৰে তেওঁ নোশোৱে তেওঁৰ টোপনি নাহে তেওঁ জাগৰণ দুচকু মেলি আছে তেওঁ ৰাতিৰ তৰাবোৰে... নীলিম কুমাৰ পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মে’, ২০২২ শিল্পকলা আলোকচিত্ৰশিল্পী : মৃদুপৱন হাজৰিকা Depth of lifeDifferenceStay focused Struggle for lifeI wish I could... মৃদুপৱন হাজৰিকা পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মে’, ২০২২ অকণিয়ে অঁকা ছবি ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগ বঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি... সমৃদ্ধ ৰাগ শইকীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মে’, ২০২২ অনুবাদতত্ত্ব ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ: কুমুদ ঘোষ (সমকালীন বাঙালী প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম অধ্যাপক তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী... মূল:ড° তপোধীৰ ভট্টাচাৰ্য পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২২ নীলপিতা প্ৰদীপ শইকীয়া শিলৰ ঘোঁৰাই পানী খায় ৷ দৈৱকী হেৰায় জুইতে সোমাইছোঁ নে পানীতে পৰিছোঁ বকফুলৰ বিচনাত আমি অতকাল তাকেই পাতি আছিলোঁ দেৱতাৰ... প্ৰদীপ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২২ প্ৰিয়বৰেষু পংকজ গোবিন্দ মেধি নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল নে সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত ঢেঁকীয়া বেচিছিল... পংকজ গোবিন্দ মেধি পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২২ নীল সাগৰ জ্যোতিনীলিমা গগৈ বতাহত এক আৰণ্যক মায়া আছিল পথৰুৱা বেলিয়ে জুই দি নৈখনিক জোকাই থকাৰ পৰত হেমন্তৰ নিৰ্জনতাই তেওঁক মৃত্যুৰ বাবে প্ৰৰোচি�... জ্যোতিনীলিমা গগৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩০ মে’, ২০২২ নদীবোৰ শুকাই যোৱাৰ আগতে ( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত) গায়ত্ৰী দেৱী বৰঠাকুৰ বাখ্যেয় পংক্তি- নদীবোৰ শুকাই যোৱাৰ আগতে প্ৰসংগ- নদীবোৰ শুকাই যোৱাৰ আগতে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২২ ফুলনিখনত বেলি ঋষভ নাথ তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি হালধীয়া পাতবোৰ লৰি চৰি ছাঁত বতাহ সৰিছিল একেথৰে চাই তেতিয়াই তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি... ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২২ ইমান ফুলিছে হালধীয়া ভাস্কৰ জে নাথ ইয়াত হালধীয়া ফুলিছে কবি গঘৰ হাতখন বুলি ভুল কৰিছোঁ ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ হালধীয়া হাত দুখনেৰে... ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২২ শ্ৰেষ্ঠ ভিক্ষা অলকেশ কলিতা শ্ৰেষ্ঠতম ভিক্ষা সেই প্ৰেম, যি মগনীয়াক সন্মানৰ উচ্চতম আসনত বহুৱাব পাৰে, আৰু দাতাৰ দাসত্ব একা ? তোমাৰ প্ৰেমত মোৰ হৃদয়ৰ... অলকেশ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ মে’, ২০২২ চগা জীৱন প্ৰাঞ্জল জ্যোতি দত্ত গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো বৰণ কৰি ল’ব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন জীৱনটোৱেই... প্ৰাঞ্জল জ্যোতি দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মে’, ২০২২ মুনি দ্বীপৰাজ ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা ধোঁৱাবৰণীয়া বৰ্ণ এটা তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই আছে কাণ।৷ ঢেঁকীয়া... দ্বীপৰাজ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মে’, ২০২২ প্ৰশ্নবোৰ সমুদ্ৰ কাজল শইকীয়া হে কবি, প্ৰশ্নৰ কবি প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ হে কবি উত্তৰোত্তৰ হিৰন্ময় পাত্ৰত আছিল উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ... সমুদ্ৰ কাজল শইকীয়া পঢ়ক →
উপন্যাস আৰ্কাইভ ২৯ মে’, ২০২২ অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ বনিশা শইকীয়া অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা... বনিশা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মে’, ২০২২ আত্মকথা অৰুণ গগৈ গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ... অৰুণ গগৈ পঢ়ক →
গল্প আৰ্কাইভ ২৯ মে’, ২০২২ অণ্ড মূল : এণ্ডি ৱেইৰ (১৯৭২)-ৰ The Egg ভাবানুবাদ: যশোৱন্ত নিপুণ তুমি ঘৰলৈ গৈ আছিলা যেতিয়া তেতিয়াই তোমাৰ মৃত্যু হৈছিল৷ সেইটো এটা গাড়ীৰ... অৰ্চনা পূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মে’, ২০২২ বসন্ত দেৱমল্লিকা দেওঘৰীয়া হাজাৰ বছৰ ধৰি শুকাই আছিল নদী এদিন পাহাৰে সুধিলে ভালপোৱা কি? পখিলাৰ টোপনি ভাঙি নৈয়ে ক’লে জীৱন, এপুখুৰী বেঙে এৰাতি... দেৱমল্লিকা দেওঘৰীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ মে’, ২০২২ আৱৰ্তন পাপৰি গোস্বামী চল্লিছৰ পৰা ক্ৰমে আশীলৈকে স্পীড বঢ়াই লৈ আকৌ পঞ্চাছলৈকে নমাই আনে। ইমানেই মসৃণতাৰে চলাই নিয়ে যে যাত্ৰীসকলে এবাৰলৈও... পাপৰি গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ২৮ মে’, ২০২২ হয়তোবা নৈশব্দ অংগনা ভট্টাচাৰ্য্য নৈশব্দৰ সিপাৰেও আছে এখন পাহাৰ৷ সেই পাহাৰতেই মোৰ অনুভৱৰ ঘৰ৷ মোৰ কোমল কলিজাৰ অনিঃশেষ অনুভূতিয়ে সেই পাহাৰতেই আতোলতোলকৈ... অংগনা ভট্টাচাৰ্য্য পঢ়ক →
গল্প আৰ্কাইভ ২৮ মে’, ২০২২ ক্ৰীত নীলোৎপল বৰুৱা ‘এইবাৰ আকৌ কি হ’ল’- বুলি যদি কোনোবাই ফৎচনে সুধি দিয়ে, লৱ গগৈয়ে গোঁ-গোঁৱাব। একো উত্তৰ নিদিয়ে। তেওঁ কুৰুং এটাত সৰি পৰিব... নীলোৎপল বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৮ মে’, ২০২২ ভালপোৱাবোৰো সংক্ৰামক হোৱাহেঁতেন... অৰ্চনা ঠাকুৰীয়া ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ'ল সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন মই মোক নিঃশেষ কৰাৰ... অৰ্চনা ঠাকুৰীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ মে’, ২০২২ অৱগুণ্ঠন ড° ইৰাণী হাজৰিকা “ইমান খং ভাল নহয়৷ অলপ ধৈৰ্য ধৰিব লাগে মানুহে৷ খং নামেই চণ্ডাল৷” মাকৰ একেবোৰ কথাকে পুৱা গধুলি শুনি শুনি পঢ়া টেবুলত বহি... ড° ইৰাণী হাজৰিকা পঢ়ক →